হেৰাথ উপলক্ষে জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

হেৰাথ উপলক্ষে জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

March 10th, 07:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হেৰাথ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।

দেশবাসীক হেৰাথ মুবাৰক আৰু মহাশিৱৰাত্ৰীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

দেশবাসীক হেৰাথ মুবাৰক আৰু মহাশিৱৰাত্ৰীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

February 21st, 05:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক হেৰাথ মুবাৰক আৰু মহাশিৱৰাত্ৰীৰ শুভেচ্ছা জনাইছে৷ প্ৰধানমন্ত্ৰীয়ে সকলোৰে শান্তি আৰু সমৃদ্ধি কামনা কৰাৰ লগতে প্ৰত্যেকৰে সুখ আৰু সু-স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰে৷