প্ৰধানমন্ত্ৰীয়ে অসমীয়া শব্দকোষ 'হেমকোষ'ৰ ব্ৰেইল সংস্কৰণৰ এটা কপি গ্ৰহণ কৰে

September 21st, 07:26 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী জয়ন্ত বৰুৱাৰ পৰা অসমীয়া শব্দকোষ 'হেমকোষ'ৰ ব্ৰেইল সংস্কৰণৰ এটা কপি গ্ৰহণ কৰে। হেমকোষ ১৯শ শতিকাৰ আৰম্ভণিৰ অসমীয়া শব্দকোষৰ অন্যতম। শ্ৰী মোদীয়ে ব্ৰেইল সংস্কৰণৰ প্ৰকাশনৰ বাবে শ্ৰী জয়ন্ত বৰুৱা আৰু তেওঁৰ টীমক তেওঁলোকৰ প্ৰয়াসৰ বাবে অভিনন্দন জনায়।