For the BJP, the aspirations and pride of tribal communities have always been paramount: PM Modi in Chaibasa
November 04th, 12:00 pm
PM Modi addressed a massive election rally in Chaibasa, Jharkhand. Addressing the gathering, the PM said, This election in Jharkhand is taking place at a time when the entire country is moving forward with a resolution to become developed by 2047. The coming 25 years are very important for both the nation and Jharkhand. Today, there is a resounding call across Jharkhand... ‘Roti, Beti, Maati Ki Pukar, Jharkhand Mein…Bhajpa, NDA Sarkar’.”PM Modi campaigns in Jharkhand’s Garhwa and Chaibasa
November 04th, 11:30 am
Prime Minister Narendra Modi today addressed massive election rallies in Garhwa and Chaibasa, Jharkhand. Addressing the gathering, the PM said, This election in Jharkhand is taking place at a time when the entire country is moving forward with a resolution to become developed by 2047. The coming 25 years are very important for both the nation and Jharkhand. Today, there is a resounding call across Jharkhand... ‘Roti, Beti, Maati Ki Pukar, Jharkhand Mein…Bhajpa, NDA Sarkar’.”ঝাৰখণ্ডৰ খুঁটিত জনজাতীয় গৌৰৱ দিৱস, ২০২৩ উদযাপন অনুষ্ঠান উপলক্ষে আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 15th, 12:25 pm
ঝাৰখণ্ডৰ ৰাজ্যপাল চি.পি ৰাধাকৃষ্ণণ জী, মুখ্যমন্ত্ৰী শ্ৰীমান হেমন্ত ছোৰেণ জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী অৰ্জুন মুণ্ডা জী, অন্নপূৰ্ণা দেৱী জী, আমাৰ সকলোৰে মাৰ্গদৰ্শক শ্ৰীমান কৰিয়া মুণ্ডা জী, মোৰ পৰম বন্ধু বাবু লাল মাৰাণ্ডী জী, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ঝাৰখণ্ডৰ মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল।জনজাতীয় গৌৰৱ দিৱস, ২০২৩ৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ
November 15th, 11:57 am
আজি পুৱাৰ ভাগত ভগৱান বিৰছা মুণ্ডাৰ জন্মস্থান উলিহাতু গাঁৱৰ লগতে ৰাঁচীৰ বিৰছা মুণ্ডা সোঁৱৰণী উদ্যান তথা মুক্তি সংগ্ৰামী সংগ্ৰহালয় ভ্ৰমণৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণ আৰম্ভ কৰে। তেখেতে দুবছৰ পূৰ্বে, ঠিক আজিৰ দিনটোতে মুক্তি সংগ্ৰামী সংগ্ৰহালয় উদ্বোধনৰ কথাও উল্লেখ কৰে। শ্ৰী মোদীয়ে জনজাতীয় গৌৰৱ দিৱস উপলক্ষে প্ৰতিগৰাকী নাগৰিকলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। ঝাড়খণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে তেখেতে শুভেচ্ছা জ্ঞাপনৰ লগতে ৰাজ্যখন গঠনত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ অৱদান সম্পৰ্কে আলোকপাত কৰে। তেখেতে ৰেল, পথ, শিক্ষা, কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আদি ভিন্ন খণ্ডত আজি উদ্বোধন তথা আধাৰশিলা স্থাপন কৰা উন্নয়নমূলক প্ৰকল্পৰাজিৰ বাবে ঝাড়খণ্ডবাসীক অভিনন্দন জ্ঞাপন কৰে। তেখেতে ঝাড়খণ্ডত এতিয়া ১০০ শতাংশ বিদ্যুৎচালিত ৰেলপথ হৈ উঠাত সন্তোষ প্ৰকাশ কৰে।কমনৱেলথ গেমছত পদক জয়ী ভাৰতীয় খেলুৱৈসকলক অভিনন্দন প্রধানমন্ত্রীৰ
April 08th, 11:14 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কমনৱেলথ গেমছত পদক জয়ী ভাৰতীয় খেলুৱৈসকলক অভিনন্দন জনাইছে।