চোহনা-মনেশ্বৰ-খাৰখাউদা হৈ পলৱালৰপৰা সোনিপথলৈ হাৰিয়ানা অৰ্বিটেল ৰেল কৰিডৰ প্ৰকল্পত কেবিনেটৰ অনুমোদন
September 15th, 06:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে চোহনা-মনেশ্বৰ-খাৰখাউদা হৈ পলৱালৰপৰা সোনিপথলৈ হাৰিয়ানা অৰ্বিটেল ৰেল কৰিডৰ প্ৰকল্পত অনুমোদন জনায়।।