ত্ৰিৰংগাৰ গৌৰৱ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ‘হৰ ঘৰ তিৰংগা অভিযান’ এক অনন্য উৎসৱত পৰিণত হৈছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
July 28th, 11:30 am
বন্ধুসকল, ক্ৰীড়া জগতত এই অলিম্পিকৰ বাহিৰেও কিছুদিন আগতে গণিতৰ জগততো এখন অলিম্পিক অনুষ্ঠিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড। ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে এই অলিম্পিয়াডত অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। ইয়াত আমাৰ দলটোৱে সৰ্বোত্তম প্ৰদৰ্শন কৰি চাৰিটা স্বৰ্ণ পদক আৰু এটা ৰূপৰ পদক লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত শতাধিক দেশৰ যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰিছিল আৰু আমাৰ দলটোৱে সামগ্ৰিকভাৱে শীৰ্ষ পাঁচটা স্থানত স্থান লাভ কৰাত সফল হৈছে। দেশলৈ গৌৰৱ কঢ়িয়াই অনা এইসকল ছাত্ৰ-ছাত্ৰীৰ নাম হ'ল-পুনেৰ আদিত্য ভেংকট গণেশ, পুনেৰ সিদ্ধাৰ্থ চোপ্ৰা, দিল্লীৰ অৰ্জুন গুপ্তা, গ্ৰেটাৰ নয়দাৰ কানৱ তালৱাৰ, মুম্বাইৰ ৰুশিল মাথুৰ আৰু গুৱাহাটীৰ আনন্দ ভাদুৰী।নতুন দিল্লীৰ ভাৰত টেক্স ২০২৪ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 26th, 11:10 am
কেবিনেটত থকা মোৰ সহকৰ্মী পীয়ুষ গোৱেলজী, দৰ্শনা জাৰ্দোশজী, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, জ্যেষ্ঠ কূটনীতিবিদ, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়া, ফেশ্বন আৰু বস্ত্ৰ জগতৰ সৈতে জড়িত সকলো সহকৰ্মী, যুৱ উদ্যোগী, শিক্ষাৰ্থী, আমাৰ শিপিনী আৰু আমাৰ শিল্পী বন্ধু, মহিলা আৰু ভদ্ৰলোকসকল! ভাৰত মণ্ডপমত চলি থকা ভাৰত টেক্সলৈ আপোনালোক সকলোকে অভিনন্দন! আজিৰ এই অনুষ্ঠানটো নিজেই অতি বিশেষ। বিশেষ এইবাবেই যে ই ভাৰতৰ দুটা বৃহৎ প্ৰদৰ্শনী কেন্দ্ৰ, ভাৰত মণ্ডপম আৰু যশোভুমিত দুয়োটা একেলগে হৈ আছে। আজি, ৩,০০০ ৰো অধিক প্ৰদৰ্শক... ১০০ খন দেশৰ প্ৰায় ৩,০০০ ক্ৰেতা... ৪০,০০০ৰো অধিক বাণিজ্য দৰ্শনাৰ্থী... একেলগে এই অনুষ্ঠানটোৰ সৈতে জড়িত। এই অনুষ্ঠানটোৱে বস্ত্ৰ পৰিৱেশতন্ত্ৰৰ সকলো অংশীদাৰ আৰু সেই লোকসকলক সমগ্ৰ মূল্য শৃংখলাটোৰ বাবে একত্ৰিত হ'বলৈ এখন মঞ্চ প্ৰদান কৰিছে।নতুন দিল্লীত ভাৰত টেক্স ২০২৪ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
February 26th, 10:30 am
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত টেক্স ২০২৪লৈ সকলোকে আদৰণি জনাই কয় যে আজিৰ এই অনুষ্ঠানটো বিশেষ কাৰণ ভাৰতৰ দুটা বৃহৎ প্ৰদৰ্শনী কেন্দ্ৰ ক্ৰমে ভাৰত মণ্ডপম আৰু যশোভূমিত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। তেওঁ প্ৰায় ১০০খন দেশৰ ৩০০০ৰো অধিক প্ৰদৰ্শক আৰু ব্যৱসায়ী আৰু প্ৰায় ৪০,০০০ দৰ্শনাৰ্থীৰ সংগঠনক স্বীকাৰ কৰে, কিয়নো ভাৰত টেক্সে তেওঁলোক সকলোকে এক মঞ্চ প্ৰদান কৰিছে৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউটিউব যাত্ৰাঃ বৈশ্বিক প্ৰভাৱৰ ১৫ বছৰ
September 27th, 11:29 pm
দেশৰ ইমান বিশাল সৃষ্টিশীল সমাজৰ মাজত, আপোনালোকৰ সৈতে কেতবোৰ বিষয়ত কথা পাতিবলৈ মন গৈছে। এই বিষয়সমূহ গণ আন্দোলনৰ সৈতে জড়িত, দেশৰ জনসাধাৰণৰ ক্ষমতাই সফলতাৰ আধাৰ।ইউটিউব ফেনফেষ্ট ইণ্ডিয়া ২০২৩ত ইউটিউবাৰসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
September 27th, 11:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউটিউব ফেনফেষ্ট ইণ্ডিয়া ২০২৩ত ইউটিউবাৰ সমাজক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷ ইউটিউবত ১৫ বছৰ সম্পূৰ্ণ কৰাৰ লগতে এই মাধ্যমৰ জৰিয়তে বিশ্বজুৰি প্ৰভাৱ সৃষ্টিৰ অভিজ্ঞতাও শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে।১৬ ফেব্ৰুৱাৰীত দিল্লীৰ মেজৰ ধ্যানচান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আদী মহোৎসৱৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 15th, 08:51 am
প্ৰধানমন্ত্ৰীয়ে দেশৰ জনজাতীয় জনসংখ্যাৰ কল্যাণৰ বাবে অগ্ৰণী পদক্ষেপ গ্ৰহণ কৰাৰ লগতে দেশৰ বিকাশ আৰু উন্নয়নত তেওঁলোকৰ অৱদানৰ প্ৰতিও উপযুক্ত সন্মান জনাই আহিছে। জনজাতীয় সংস্কৃতিক ৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শনৰ প্ৰয়াসেৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰীৰ পুৱা ১০:৩০ বজাত দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আদি মহোৎসৱ শীৰ্ষক বিশাল ৰাষ্ট্ৰীয় জনজাতি মহোৎসৱ উদ্বোধন কৰিব।১৯ নৱেম্বৰত অৰুণাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 17th, 03:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ নৱেম্বৰ, ২০২২ ত অৰুণাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। সেইদিনা পুৱা প্ৰায় ৯:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ইটানগৰৰ ডনি প’ল’ বিমানবন্দৰ উদ্বোধন কৰিব আৰু ৬০০ মেগাৱাটৰ কামেং জলবিদ্যুৎ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াৰ পিছতেই তেখেত উত্তৰ প্ৰদেশৰ বাৰাণসীত উপস্থিত হ’বগৈ, তাত তেখেতে দিনৰ প্ৰায় ২ বজাত ‘কাশী-তামিল সংগম’ উদ্বোধন কৰিব।বিশ্বই যোগাসনক শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাবে অতিশয় ফলপ্ৰসূ উপায় হিচাপে গ্ৰহণ কৰিছেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
September 25th, 11:00 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। বিগত দিনকেইটাত আমাৰ সকলোৰে এটা কথাই দৃষ্টি আকৰ্ষণ কৰিছিল – সেয়া হৈছে চিতা। চিতাৰ বিষয়ে কথা পাতিবলৈ বহুতো বাৰ্তা পাইচো, সেয়া উত্তৰ প্ৰদেশৰ অৰুণ কুমাৰ গুপ্তাজীয়েই হওক বা তেলেংগানাৰ এন ৰামচন্দ্ৰন ৰঘুৰাম জীয়েই হওক; গুজৰাটৰ ৰাজনজীয়েই হওক বা দিল্লীৰ সুব্ৰতজীয়েই হওক। দেশৰ সকলো প্ৰান্তৰ লোকে ভাৰতলৈ চিতা ঘূৰাই অনাত আনন্দ প্ৰকাশ কৰিছে। ১৩০ কোটি ভাৰতীয় সুখী, গৌৰৱেৰে পৰিপূৰ্ণ – এয়া হৈছে ভাৰতৰ প্ৰকৃতিপ্ৰেম। এই সন্দৰ্ভত জনসাধাৰণৰ এটা সচৰাচৰ প্ৰশ্ন হ'ল মোদীজী, আমি কেতিয়া চিতাবোৰ চাবলৈ সুযোগ পাম?কমনৱেলথ গেমছত একেৰাহে তৃতীয়বাৰৰ বাবে পদক অৰ্জন কৰা বজৰং পুনিয়াক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 07th, 02:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে ভাৰতৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্যৰ লগতে ভাৰতৰ কলাত্মক পৰম্পৰা উদযাপনৰ বাবে কাম কৰা সকলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে ষ্টাৰ্টআপৰ জগতখনৰ সৈতে জড়িত সকলো যুৱক-যুৱতীক হেণ্ডলুম ষ্টাৰ্টআপ গ্ৰেণ্ড চেলেঞ্জত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনায়।Taxpayer is respected only when projects are completed in stipulated time: PM Modi
June 23rd, 01:05 pm
PM Modi inaugurated 'Vanijya Bhawan' and launched the NIRYAT portal in Delhi. Referring to the new infrastructure of the Ministry, the Prime Minister said that this is also time to renew the pledge of ease of doing business and through that ‘ease of living’ too. Ease of access, he said, is the link between the two.PM inaugurates 'Vanijya Bhawan' and launches NIRYAT portal
June 23rd, 10:30 am
PM Modi inaugurated 'Vanijya Bhawan' and launched the NIRYAT portal in Delhi. Referring to the new infrastructure of the Ministry, the Prime Minister said that this is also time to renew the pledge of ease of doing business and through that ‘ease of living’ too. Ease of access, he said, is the link between the two.৩ জুনত উত্তৰ প্ৰদেশলৈ যাব প্ৰধানমন্ত্ৰী
June 02nd, 03:40 pm
অহা ৩ জুন, ২০২২ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। সেইদিনা দিনৰ ১১ বজাত তেওঁ লক্ষ্ণৌৰ ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত অনুষ্ঠিতব্য উত্তৰ প্ৰদেশ বিনিয়োগকাৰী শীৰ্ষ সন্মিলনৰ ‘ভূমি-পূজন সমাৰোহ ৩.০’-ত উপস্থিত থাকিব। দুপৰীয়া প্ৰায় ১.৪৫ বজাত তেওঁ মাননীয় ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দৰ সৈতে পথ্ৰী মাতা মন্দিৰ দৰ্শনৰ উদ্দেশ্যে কানপুৰৰ পৰৌনখ গাঁৱত উপস্থিত হ’বগৈ। দিনৰ প্ৰায় ২ বজাত তেওঁলোকে ড০ বি আৰ আম্বেডকাৰ ভৱন দৰ্শন কৰাৰ পিচত ২.১৫ বজাত তেওঁলোক ‘মিলন কেন্দ্ৰ’লৈ যাব। এয়া হৈছে মাননীয় ৰাষ্ট্ৰপতিৰ পৈতিক গৃহ ভৱন। ৰাজহুৱা ব্যৱহাৰৰ কাৰণে উচৰ্গা কৰা এই ভৱনটো ইতিমধ্যে সমূহীয়া কেন্দ্ৰ(মিলন কেন্দ্ৰ) হিচাপে গঢ়ি তোলা হৈছে। ইয়াৰ পিচত প্ৰায় ২.৩০ বজাত তেওঁলোকে এখন জন সমাৱেশত অংশ গ্ৰহণ কৰিব।প্ৰধানমন্ত্ৰীয়ে ৪ জানুৱাৰীত মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব
January 02nd, 03:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ৪ জানুৱাৰীত মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ইম্ফলত ৪৮০০ কোটি টকাৰ অধিক মূল্যৰ ২২টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছতে দুপৰীয়া প্ৰায় ২ বজাত আগৰতলাত তেওঁ মহাৰাজা বীৰ বিক্ৰম বিমান বন্দৰত নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন উদ্বোধন কৰিব আৰু লগতে দুটা গুৰুত্বপূৰ্ণ উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভ কৰিব।Purvanchal Expressway is a reflection of modern facilities in Uttar Pradesh: PM Modi
November 16th, 01:23 pm
Prime Minister Narendra Modi inaugurated the Purvanchal Expressway in Uttar Pradesh. PM Modi said, This is the expressway to the state’s development and will show the way to a new Uttar Pradesh. This expressway is a reflection of modern facilities in UP. This expressway is the expressway of the strong will power of UP.PM inaugurates Purvanchal Expressway
November 16th, 01:19 pm
Prime Minister Narendra Modi inaugurated the Purvanchal Expressway in Uttar Pradesh. PM Modi said, This is the expressway to the state’s development and will show the way to a new Uttar Pradesh. This expressway is a reflection of modern facilities in UP. This expressway is the expressway of the strong will power of UP.ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত স্থানীয় হস্ততাঁত পণ্যলৈ সমৰ্থন জনোৱাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
August 07th, 01:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে হস্ততাঁতে ভাৰতৰ বৈচিত্ৰ্য আৰু অগণিত তাঁতী আৰু শিল্পীৰ নৈপুণ্য প্ৰতিভাত কৰে আৰু তেখেতে স্থানীয় হস্ততাঁত পণ্যলৈ সমৰ্থন জনোৱাৰ আহ্বান জনায়।‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ৰ মধ্য প্ৰদেশৰ হিতাধিকাৰীসকলৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ পাঠৰ অসমীয়া অনুবাদ
August 07th, 10:55 am
মধ্য প্ৰদেশৰ ৰাজ্যপাল আৰু মোৰ বহুদিনীয়া চিনাকী শ্ৰী মংগুভাই পেটেল, যিগৰাকী ব্যক্তিয়ে নিজৰ সম্পূৰ্ণ জীৱন আদিবাসীসকলৰ কল্যাণৰ বাবে, জনজাতীয় সমাজৰ উত্কৰ্ষ সাধনৰ উদ্দেশ্যে সম্পূৰ্ণ জীৱন উত্সৰ্গা কৰিলে, তেনে এগৰাকী ব্যক্তি মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰী মান মংগুভাই। মুখ্য মন্ত্ৰী শ্ৰীমান শিৱৰাজ সিং, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, বিধায়ক বন্ধুসকল আৰু মধ্য প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা ভাই-ভনীসকল!মধ্য প্ৰদেশৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (PMGKAY) ৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ
August 07th, 10:54 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মধ্য প্ৰদেশৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (PMGKAY) ৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। কোনো যোগ্য লোক বাদ পৰি নাযাবলৈ আঁচনিখন সন্দৰ্ভত অধিক সজাগতা সৃষ্টিৰ অৰ্থে এটি বিশাল অভিযান ৰাজ্য চৰকাৰখনে হাতত লয়। ৰাজ্যখনে ৭ আগষ্ট, ২০২১ ক প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা দিৱস হিচাপে পালন কৰে। এই কাৰ্য্যসূচীত মধ্য প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে। মধ্য প্ৰদেশৰ প্ৰায় ৫ কোটি হিতাধিকাৰীয়ে আঁচনিখনৰ লাভ অৰ্জন কৰিছে।২৫.০৭.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৯তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
July 25th, 09:44 am
দুদিন পূৰ্বৰ কিছুমান অদভূত ছবি, কিছু স্মৃতিদায়ক পল এতিয়াও মোৰ চকুত ভাঁহি আছে, সেইবাবে এইবাৰ ‘মন কী বাত’ৰ আৰম্ভণি সেই ক্ষণটোৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিছো ৷ টকিঅ’ অলিম্পিকত ভাৰতীয় খেলুৱৈয়ে ত্ৰিৰংগা লৈ আগবাঢ়ি যোৱাৰ ক্ষণটোত কেৱল ময়েই নহয়, সমগ্ৰ দেশ ৰোমাঞ্চিত হৈ উঠিছে ৷ সমগ্ৰ দেশে, যেন ঐক্যৱদ্ধ হৈ আমাৰ যোদ্ধাসকলক কৈছে –We will break the backbone of terrorism in Jammu and Kashmir and fight it with all our might: PM Modi
February 03rd, 03:57 pm
PM Modi today launched multiple development projects in Srinagar. Speaking to a gathering, PM Modi highlighted how in the last five years India has become a startup and innovation hub. He also spoke about the Centre's focus on healthcare and highlighted how the Ayushman Bharat Yojana is benefiting lakhs of people across the nation.