
আমাৰ চৰকাৰ ভক্তসকলৰ বাবে উন্নত তীৰ্থযাত্ৰা অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ: প্ৰধানমন্ত্ৰী
January 13th, 06:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰবৰ হজ আৰু উমৰাহ মন্ত্ৰী তৌফিক বিন ফাউজান আল-ৰবিয়াৰ সৈতে স্বাক্ষৰিত হজ চুক্তি,২০২৫ক আদৰণি জনাইছে। শ্ৰী মোদীয়ে কয় যে এই চুক্তি ভাৰতৰ হজযাত্ৰীসকলৰ বাবে এক ভাগললগা খবৰ। প্ৰধানমন্ত্ৰীয়ে কয় যে ভক্তসকলৰ বাবে উন্নত তীৰ্থযাত্ৰা অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।