এছচিঅ' সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য
July 04th, 01:29 pm
২০১৭ চনত কাজাখাস্তানৰ অধ্যক্ষতাৰ সময়ত ছাংহাই সহযোগিতা সংস্থা (এছচিঅ')ত সদস্য হিচাপে ভাৰত অন্তৰ্ভুক্ত হৈছিল বুলি দেশে প্ৰশংসাৰে স্মৰণ কৰে। ভাৰতে ২০২০ চনত চৰকাৰী মুৰব্বী পৰিষদৰ লগতে ২০২৩ চনত ৰাষ্ট্ৰপ্ৰধান পৰিষদৰ বৈঠক দুখন আয়োজন কৰিছিল। এছচিঅ'য়ে আমাৰ বৈদেশিক নীতিত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰে।এছচিঅ' সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য
July 04th, 01:25 pm
২০১৭ চনত কাজাখাস্তানৰ অধ্যক্ষতাৰ সময়ত ছাংহাই সহযোগিতা সংস্থা (এছচিঅ')ত সদস্য হিচাপে ভাৰত অন্তৰ্ভুক্ত হৈছিল বুলি দেশে প্ৰশংসাৰে স্মৰণ কৰে। ভাৰতে ২০২০ চনত চৰকাৰী মুৰব্বী পৰিষদৰ লগতে ২০২৩ চনত ৰাষ্ট্ৰপ্ৰধান পৰিষদৰ বৈঠক দুখন আয়োজন কৰিছিল। এছচিঅ'য়ে আমাৰ বৈদেশিক নীতিত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰে।ইৰানৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
November 06th, 06:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইৰানৰ ৰাষ্ট্ৰপতি ড০ ছেইদ ইব্ৰাহিম ৰাইছীৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।PM Modi speaks to President Raisi of Iran
August 18th, 06:07 pm
PM Modi had a telephone conversation with H.E. Dr Seyyed Ebrahim Raisi, President of the Islamic Republic of Iran. The two leaders discussed matters of bilateral and regional importance. The two leaders reiterated their commitment to further strengthen bilateral cooperation including to realize the full potential of Chabahar Port as a connectivity hub.