ভূৱনেশ্বৰত ৩০ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ অনুষ্ঠিতব্য আৰক্ষী সঞ্চালক প্ৰধান/মহাপৰিদৰ্শকৰ সৰ্বভাৰতীয় সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 29th, 09:54 am
ওড়িশাৰ ভূৱনেশ্বৰৰ ‘লোকসেৱা ভৱন’ৰ ‘ৰাজ্যিক সন্মিলন কেন্দ্ৰ’ত ৩০ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰ, ২০২৪লৈ অনুষ্ঠিত হ'বলগীয়া ‘আৰক্ষী সঞ্চালক প্ৰধান/মহাপৰিদৰ্শকৰ সৰ্বভাৰতীয় সন্মিলন’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব।Cabinet approves 8 National High-Speed Road Corridor Projects at a total capital cost of Rs. 50,655 crore
August 02nd, 08:42 pm
The Cabinet Committee on Economic Affairs chaired by the Prime Minister Shri Narendra Modi has approved the development of 8 important National High Speed Corridor projects with a Length of 936 km at a cost of Rs. 50,655 crore across the country. Implementation of these 8 projects will generate an estimated 4.42 crore mandays of direct and indirect employment.Nothing is greater than the country for BJP, but for Congress, it is family first: PM Modi in Morena
April 25th, 10:26 am
The momentum in Lok Sabha election campaigning escalates as the NDA's leading campaigner, Prime Minister Narendra Modi, ramps up his efforts ahead of the second phase. Today, PM Modi addressed an enthusiastic crowd in Madhya Pradesh’s Morena. He declared that the people of Madhya Pradesh know that once they get entangled in a problem, it's best to keep their distance from it. “The Congress party represents such an obstacle to development. During that time, Congress had pushed MP to the back of the line among the nation's BIMARU states,” the PM said.Morena extends a grand welcome to PM Modi as he speaks at a Vijay Sankalp rally in MP
April 25th, 10:04 am
The momentum in Lok Sabha election campaigning escalates as the NDA's leading campaigner, Prime Minister Narendra Modi, ramps up his efforts ahead of the second phase. Today, PM Modi addressed an enthusiastic crowd in Madhya Pradesh’s Morena. He declared that the people of Madhya Pradesh know that once they get entangled in a problem, it's best to keep their distance from it. “The Congress party represents such an obstacle to development. During that time, Congress had pushed MP to the back of the line among the nation's BIMARU states,” the PM said.এছিয়ান গেমছ ২০২২ ত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ সৈতে এক বাৰ্তালাপত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
November 01st, 07:00 pm
মই আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ বিচাৰি আছিলো আৰু লগতে অপেক্ষা কৰি আছো, কেতিয়া লগ পাম, কেতিয়া মই আপোনালোকৰ অভিজ্ঞতা শুনিবলৈ পাম। আৰু মই দেখিছোঁ যে যেতিয়াই আপোনালোক নতুন উৎসাহেৰে আহে, নিজেই এক বৃহৎ অনুপ্ৰেৰণা হৈ পৰে, দেশৰ বাবে দহৰ বাবে। গতিকে প্ৰথমে, মই আপোনালোক সকলোকে পোনপ্ৰথমেই এষাৰ কথাই ক’বলৈ বিচাৰিছো, সেয়া হৈছে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন। আপোনালোক ভাৰতৰ বাহিৰত আছিল, চীনত খেলি আছিল, কিন্তু হয়তো আপোনালোকে হয়তো নাজানে, মইও আপোনালোকৰ সৈতেই আছিলো, মনে প্ৰাণে। মই আপোনালোকৰ প্ৰতিটো মুহূৰ্ত খবৰ ৰাখিছিলো, আপোনালোকৰ প্ৰচেষ্টা, আপোনালোকৰ আত্মবিশ্বাসৰ গাঁথা শুনি বিভোৰ হৈছিলো। আপোনালোক সকলোৱে দেশখনক যিদৰে গৌৰৱান্বিত কৰিছে, সেয়া সঁচাকৈয়ে অভূতপূৰ্ব। আৰু তাৰ বাবে, আপোনালোকক, আপোনালোকৰ প্ৰশিক্ষকসকলক, আপোনালোকৰ পৰিয়ালৰ সদস্যসকলক যিমানেই অভিনন্দন দিম সিমানে কমেই হ’ব। আৰু এই ঐতিহাসিক সফলতাৰ বাবে দেশবাসীৰ হৈ মই আপোনালোক সকলোকে পুনৰবাৰ অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰীয়ে ইউনেস্কোৰ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কত কোজিকোডক 'সাহিত্যৰ চহৰ' আৰু গোৱালিয়ৰক 'সংগীতৰ চহৰ' হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰশংসা কৰে
November 01st, 04:56 pm
ইউনেস্কোৰ ক্ৰিয়েটিভ চিটিনেটৱৰ্কত কোজিকোডক 'সাহিত্যৰ চহৰ' আৰু গোৱালিয়ৰক 'সংগীতৰ চহৰ' হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰে। শ্ৰী মোদীয়ে এই উল্লেখযোগ্য সাফল্যৰ বাবে কোজিকোড আৰু গোৱালিয়ৰৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।এছিয়ান পেৰা গেমছ ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোক সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
November 01st, 04:55 pm
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ মেজৰ ধ্যান চান্দ নেচনেল ষ্টেডিয়ামত ভাৰতৰ এছিয়ান পেৰা গেমছৰ দলটোৰ সৈতে মত বিনিময় কৰে আৰু সম্বোধন কৰে। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছ ২০২২ত অংশগ্ৰহণ কৰা ক্ৰীড়াবিদসকলক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহৰ বাবে তেওঁলোকক প্ৰেৰণা যোগোৱাৰ প্ৰয়াস কৰে।মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ সিন্ধিয়া বিদ্যালয়ৰ ১২৫ সংখ্যক প্ৰতিষ্ঠাপক দিৱস উদযাপনৰ কাৰ্যসূচীত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 21st, 11:04 pm
মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগু ভাই পেটেল, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, সিন্ধিয়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ আৰু মন্ত্ৰীসভাত মোৰ সহযোগীসকল শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়া জী, শ্ৰীযুত নৰেন্দ্ৰ সিং টোমৰ, ডাঃ জিতেন্দ্ৰ সিং, বিদ্যালয় পৰিচালনাৰ সহকৰ্মী আৰু সকলো কৰ্মচাৰী, শিক্ষক আৰু অভিভাৱকসকল আৰু মোৰ প্ৰিয় যুৱ বন্ধুসকল!মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ দ্য সিন্ধিয়া স্কুলৰ ১২৫সংখ্যক প্ৰতিষ্ঠাপক দিৱস উদযাপনৰ কাৰ্যসূচী উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ
October 21st, 05:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ গোৱালিয়ৰত ‘দ্য সিন্ধিয়া স্কুল’ৰ ১২৫সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কাৰ্যসূচীত ভাষণ আগবঢ়ায়। কার্যসূচীৰ সময়ত প্রধানমন্ত্রীয়ে বিদ্যালয়খনত ‘বহুমূখী ক্ৰীড়া চৌহদ’ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিশিষ্ট প্রাক্তন ছাত্র-ছাত্রী আৰু কৃতিত্বতে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিদ্যালয়খনৰ বার্ষিক বঁটা প্রদান কৰে৷ ১৮৯৭ চনত প্ৰতিষ্ঠা হোৱা সিন্ধিয়া বিদ্যালয়খন ঐতিহাসিক গোৱালিয়ৰ দুৰ্গৰ ওপৰত অৱস্থিত। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এক স্মাৰক ডাক টিকটো মুকলি কৰে।Prime Minister Narendra Modi to participate in the celebration of 125th Founder’s Day of ‘The Scindia School’
October 20th, 07:39 pm
PM Modi will participate in a programme marking the celebration of 125th Founder’s Day of ‘The Scindia School’ in Gwalior on 21st October, 2023. During the programme, the Prime Minister will lay the foundation stone of the ‘Multipurpose sports complex’ in the school and present the school’s annual awards to distinguished alumni and top achievers.মধ্যপ্ৰদেশৰ গোৱালিয়ৰত বিভিন্ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীযা অনুবাদ
October 02nd, 09:07 pm
এই ভূমি সাহস, আত্মা, সামৰিক গৌৰৱ, সংগীত, ৰুচি আৰু আত্মাৰ প্ৰতীক। গোৱালিয়ৰে দেশক বহু বিপ্লৱী বীৰ দিছে। গোৱালিয়ৰ– চম্বলে দেশ ৰক্ষাৰ বাবে আমাৰ সেনাবাহিনীক বহু বীৰ পুত্ৰ দিছে। গোৱালিয়ৰে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু নেতৃত্বৰো নতুন ৰূপ দিছিল।মধ্যপ্ৰদেশৰ গোৱালিয়ৰত প্ৰায় ১৯,২৬০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
October 02nd, 03:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ গোৱালিয়ৰত প্ৰায় ১৯,২৬০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে দিল্লী-বদোদৰা এক্সপ্ৰেছৱে, পিএমএৱাইৰ অধীনত নিৰ্মাণ কৰা ২.২ লাখতকৈও অধিক ঘৰৰ গৃহ প্ৰৱেশ আৰু পিএমএৱাই-নগৰৰ অধীনত নিৰ্মাণ কৰা ঘৰসমূহৰ উৎসৰ্গা, জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন, আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছনৰ অধীনত ৯ টা স্বাস্থ্য কেন্দ্ৰ, আইআইটি ইন্দোৰৰ শৈক্ষিক ভৱন উৎসৰ্গা আৰু চৌহদত হোষ্টেল আৰু অন্যান্য ভৱনৰ আধাৰশিলা স্থাপন আৰু ইন্দোৰত এখন মাল্টি-মডেল লজিষ্টিক পাৰ্ক স্থাপন কৰা।২ অক্টোবৰত চিতোৰগড় আৰু গোয়ালিয়ৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
October 01st, 11:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২ অক্টোবৰত ৰাজস্থান আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে পুৱা প্ৰায় ১০:৪৫ বজাত ৰাজস্থানৰ চিতোৰগড়ত প্ৰায় ৭,০০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লি প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীগৰাকী গোয়ালিয়ৰত উপস্থিত হ’ব আৰু প্ৰায় ১৯,২৬০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক পদক্ষেপ ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।সমগ্ৰ দেশৰ ৰে’ল ষ্টেশ্যনসমূহৰ পুনৰুজ্জীৱিতকৰণ হৈছে আমাৰ চৰকাৰৰ প্ৰাথমিকতা: প্ৰধানমন্ত্ৰী
September 30th, 01:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱালিয়ৰ ৰে'ল ষ্টেশ্যনৰ পুনৰ্বিকাশৰ বাবে চলি থকা কাম-কাজৰ প্ৰশংসা কৰে।ভূপাল আৰু নতুন দিল্লীৰ মাজত চলাচল কৰিবলগীয়া ‘বন্দে ভাৰত এক্সপ্ৰেছ’ ৰে’লগাড়ীৰ যাত্ৰা মুকলি কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ
April 01st, 03:51 pm
মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ জী, ৰে'লমন্ত্ৰী অশ্বিনী জী, গণ্যমান্য ব্যক্তিসকল আৰু বৃহত্ সংখ্যাত আহি ইয়াত উপস্থিত হোৱা ভূপালৰ মোৰ মৰমৰ!মধ্যপ্ৰদেশৰ ভূপালৰ ৰাণী কমলাপতি ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ ইন্দোৰত ৰাম নৱমীত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ
April 01st, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ভূপালৰ ৰাণী কমলাপতি ৰে’লৱে ষ্টেচনত ভূপাল-নতুন দিল্লীৰ মাজৰ বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে ৰাণী কমলাপতি-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ পৰিদৰ্শন কৰাৰ লগতে ৰে’লৰ শিশু আৰু কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰে।জয়ন্তীত ৰাণী লক্ষ্মীবাঈক প্ৰধানমন্ত্ৰীৰ সশ্ৰদ্ধ স্মৰণ
November 19th, 08:58 am
জয়ন্তীত ৰাণী লক্ষ্মীবাঈক সশ্ৰদ্ধ স্মৰণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ সাহস আৰু আমাৰ দেশৰ প্ৰতি তেওঁ আগবঢ়োৱা স্মৰণযোগ্য অৱদানৰ কথা কেতিয়াও পাহৰিব পৰা নাযাব।গোৱালিয়ৰত সংঘটিত পথ দুৰ্ঘটনাত ক্ষতিগ্ৰস্তসকলৰ বাবে এককালীন সাহায্যত অনুমোদন প্ৰধানমন্ত্ৰী
March 23rd, 03:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িষাৰ মধ্য প্ৰদেশৰ গোৱালিয়ৰত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে।পি.এম.না মধ্য প্রদেশকী গ্বালিয়রদা লম্বীগী খুদোংথিবা থৌদোক্না মরম ওইদুনা থৱায় মাংখ্রবশিংগীদমক অৱাবা ফোংদোকখ্রে
March 23rd, 12:44 pm
প্রধান মন্ত্রী শ্রী নরেন্দ্র মোদীনা মধ্য প্রদেশকী গ্বালিয়র লম্বীগী এক্সিদেন্ত অমদা থৱায় মাংখ্রবশিংগীদমক অৱাবা ফোংদোকখ্রে।MP means 'Maximum Progress': PM Modi in Gwalior
November 16th, 07:42 pm
Prime Minister Narendra Modi today addressed a huge public meeting in Shahdol, Madhya Pradesh. PM Modi began his address by applauding the Madhya Pradesh government led by CM Shivraj Singh Chouhan for working tirelessly for the benefit of the people and for empowering their lives. He added that the upcoming Assembly election is not going to be about who wins and who loses the election rather it is going to decide who gets elected to serve the people of Madhya Pradesh and ensure the development of its people.