জয়ন্তী উপলক্ষে সন্ত ৰবিদাসলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

February 05th, 08:55 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত ৰবিদাসৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে।

সন্ত ৰবিদাসৰ জয়ন্তী উপলক্ষে তেওঁক স্মৰণ প্ৰধানমন্ত্ৰী মোদীৰ

February 15th, 07:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত ৰবিদাসৰ জয়ন্তী উপলক্ষে তেওঁক স্মৰণ কৰে৷ তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপে পূজ্যশ্ৰী গুৰু ৰবিদাস জীৰ চেতনা প্ৰতিফলিত হোৱা বুলি সদৰি কৰি ইয়াৰ জৰিয়তে তেওঁ গৌৰৱবোধ কৰা বুলি কয়৷

সন্ত ৰবিদাসক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

February 27th, 11:55 am

সন্ত ৰবিদাসক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

Our efforts are towards making a modern Kashi that also retains its essence: PM Modi

February 19th, 01:01 pm

PM Narendra Modi today launched various development initiatives in Varanasi. The projects pertaining to healthcare would greatly benefit people in Varanasi and adjoining areas. Addressing a gathering, PM Modi commended the engineers and technicians behind development of the Vande Bharat Express. He termed the train as a successful example of ‘Make in India’ initiative.

ৱাৰাণসীত প্ৰধানমন্ত্ৰীয়ে ৩৩৫০ কোটি মূল্যৰ উন্নয়নমূলক প্ৰকল্প মুকলি কৰে

February 19th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱাৰাণসীত ৩৩৫০ কোটি মূল্যৰ উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷ এই প্ৰকল্পসমূহ স্বাস্থ্য, শৌচালয়, স্মাৰ্ট চিটী, যোগাযোগ ব্যৱস্থা, বিদ্যুৎ, আৱাসগৃহ আৰু আন খণ্ডৰ সৈতে জড়িত৷ উত্তৰ-প্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাম নাইক, মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ আৰু আন কেইবাগৰাকীও গণ্যমান্য ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে৷

গুৰু ৰবিদাসৰ জন্মস্থান উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

February 19th, 10:31 am

মঞ্চত উপৱিষ্ট সন্মানীয় অতিথিবৃন্দ আৰু আজিৰ এই পৱিত্র দিৱসত বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা আহি সমবেত হোৱা প্রিয় ভক্ত ভাই-ভনীসকল।

বাৰাণসীত প্ৰধানমন্ত্রী

February 19th, 10:30 am

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসী ভ্ৰমণ কৰে। ৰবিদাস জয়ন্তী উদযাপন উপলক্ষে তেওঁ গুৰু ৰবিদাসৰ জন্মস্থানত এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷

PM Modi pays tribute to Guru Ravidas Ji on his Jayanti

February 19th, 08:30 am

Paying tributes to Guru Ravidas Ji on his Jayanti today, PM Narendra Modi recalled his noble teachings. Shri Modi said that Guru Ravidas' teachings of harmony, equality and social empowerment continues to inspire us even today.

অহা লোকসভা নিৰ্বাচন হৈছে প্ৰথমবাৰলৈ ভোটদান কৰিবলগীয়া ভোটাৰসকলে দেশৰ দায়িত্ব কান্ধ পাতি লোৱাৰ এক সুযোগঃ প্ৰধানমন্ত্ৰী

January 27th, 11:30 am

বছৰৰ প্ৰথমটো ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে স্বচ্ছ ভাৰতৰ মহাকাশ প্ৰযুক্তিৰ পৰা প্ৰথমবাৰলৈ ভোটদান কৰিবলগীয়া ভোটাৰৰ পৰা নিৰ্বাচন আয়োগে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকালৈ, খেলো ইণ্ডিয়াৰ পৰা সন্ত ৰবিদাসৰ শিক্ষালৈকে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ে দীঘলীয়াকৈ কোৱাৰ লগতে শেহতীয়াভাৱে দিল্লীৰ লালকিল্লাত শ্বহীদসকলৰ স্মৃতিত এটা সংগ্ৰহালয় উদ্বোধন কৰাৰ কথা কয়৷ প্ৰধানমন্ত্ৰীয়ে ড০ শ্ৰীশ্ৰীশ্ৰী শিৱকুমাৰ স্বামীগালু আৰু তেওঁৰ সজ শিক্ষাৰ কথা স্মৰণ কৰি কয় যে তেওঁৰ চিন্তাধাৰাই ভৱিষ্যৎ প্ৰজন্মকো প্ৰেৰণা যোগাই থাকিব৷

Prime Minister pays tributes to Guru Ravidas on his Jayanti

January 31st, 12:16 pm

Guru Ravidas Ji had unwavering faith in values of harmony and brotherhood. He did not believe in any kind of discrimination. When we work with the motto of ‘Sabka Saath, Sabka Vikas’ we are deeply motivated by Guru Ravidas Ji’s emphasis on serving every human, especially the poor. -PM Narendra Modi

Prime Minister pays tributes to Guru Ravidas on his Jayanti

February 10th, 09:41 am

Prime Minister Narendra Modi today bowed to Guru Ravidas on his Jayanti. Shri Modi said, I bow to Guru Ravidas Ji on the special occasion of Guru Ravidas Jayanti. His pure thoughts & ideals have a profound impact on society. Guru Ravidas Ji emphasised on values of harmony, equality & compassion, which are central to India’s culture & ethos.