নতুন দিল্লীত ১ম বড়োলেণ্ড মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
November 15th, 06:32 pm
আজি কাতি পূৰ্ণিমাৰ পৱিত্ৰ উপলক্ষ। আজি দেৱ দীপাৱালীও উদযাপন কৰা হৈছে। এই উৎসৱত দেশবাসীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি গুৰু নানক দেৱ জীৰ ৫৫৫ সংখ্যক প্ৰকাশ পৰ্বও। এই উপলক্ষে সকলো দেশবাসীক, বিশেষকৈ সমগ্ৰ বিশ্বতে থকা শিখ ভাই-ভনীসকলক অভিনন্দন জনাইছোঁ। আজি সমগ্ৰ দেশতে জনজাতীয় গৌৰৱ দিৱসো উদযাপন কৰা হৈছে। আজি পুৱা বিহাৰৰ জমুইত ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ অনুষ্ঠানত অংশ লৈ এতিয়া সন্ধিয়া ইয়াত প্ৰথম বড়ো মহোৎসৱ উদ্বোধন কৰিছোঁ। প্ৰথম বড়োলেণ্ড মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ অসমকে প্ৰমুখ্য কৰি দেশৰ ভিন্ন ৰাজ্যৰপৰা বড়ো সমাজৰ লোকসকল আহিছে। ইয়াত শান্তি, সংস্কৃতি আৰু সমৃদ্ধিৰ নতুন ভৱিষ্যৎ উদযাপন কৰিবলৈ সমবেত হোৱা সকলো বড়ো বন্ধুকে অভিনন্দন জনাইছোঁ।Prime Minister Shri Narendra Modi inaugurates the 1st Bodoland Mohotsav at Delhi
November 15th, 06:30 pm
Prime Minister Shri Narendra Modi today inaugurated the 1st Bodoland Mohotsav, a two day mega event on language, literature, and culture to sustain peace and build a Vibrant Bodo Society. Addressing the gathering, Shri Modi greeted the citizens of India on the auspicious occasion of Kartik Purnima and Dev Deepavali. He greeted all the Sikh brothers and sisters from across the globe on the 555th Prakash Parva of Sri Gurunanak Dev ji being celebrated today. He also added that the citizens of India were celebrating the Janjatiya Gaurav Divas, marking the 150th birth anniversary of Bhagwan Birsa Munda. He was pleased to inaugurate the 1st Bodoland Mohotsav and congratulated the Bodo people from across the country who had come to celebrate a new future of prosperity, culture and peace.বিহাৰৰ জামুইত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 15th, 11:20 am
বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰ জী, বিহাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জুৱেল ওৰাম জী, জিতন ৰাম মাঞ্জি জী, গিৰিৰাজ সিং জী, চিৰাগ পাছৱান জী, দুৰ্গাদাস উইকে জী, মোৰ সৌভাগ্য যে আজি বীৰছা মুণ্ডা জীৰ পৰিয়ালৰ বংশধৰসকল আমাৰ মাজত আছে। আজি ইয়াত এটা ডাঙৰ পূজা অনুষ্ঠিত কৰা হৈছে। পৰিয়ালৰ বাকী সকলো সদস্যই পূজাৰ কামত ব্যস্ত, তথাপিও বুদ্ধৰাম মুণ্ডা জী আমাৰ মাজত উপস্থিত আছে। আমি সৌভাগ্যৱান যে সিদ্ধু কানহু জীৰ বংশধৰ মণ্ডল মুৰ্মু জীও আমাৰ লগত আছে। আৰু মোৰ বাবে সুখৰ কথা যে আজি যদি মই আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ জ্যেষ্ঠ নেতা আমাৰ শ্ৰদ্ধাৰ কৰিয়া মুণ্ডা জীও আমাৰ মাজত আছে। এসময়ত তেওঁ লোকসভাৰ উপাধ্যক্ষ আছিল। পদ্ম বিভূষণেৰে সন্মানীত মুণ্ডাজীয়ে এতিয়াও সকৱোকে মাৰ্গদৰ্শন কৰে। আৰু যেনেকৈ আমাৰ জুৱেল ওৰাম জীয়ে কৈছিল যে তেওঁ মোৰ বাবে এজন পিতৃৰ দৰে। এনে জ্যেষ্ঠ কাৰিয়া মুণ্ডা জী আজি ইয়ালৈ আহিছে বিশেষকৈ ঝাৰখণ্ডৰ পৰা। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী, মোৰ বন্ধু ভাই বিজয় কুমাৰ সিনহা জী, ভাই সম্ৰাট চৌধুৰী জী, বিহাৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, অন্যান্য জনপ্ৰতিনিধি, দেশৰ চুক-কোণৰ পৰা অহা সকলো গণ্যমান্য ব্যক্তি আৰু জামুইৰ মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপনৰ আৰম্ভণি কৰে
November 15th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ জমুইত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি প্ৰায় ৬,৬৪০ কোটি টকা মূল্যৰ ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে।শ্ৰী গুৰু নানক জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ উষ্ম শুভেচ্ছা জ্ঞাপন
November 15th, 08:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী গুৰু নানক জয়ন্তী উপলক্ষে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে কয় যে শ্ৰী গুৰু নানক দেৱ জীৰ শিক্ষণে আমাক সহানুভূতি, দয়া আৰু নম্ৰতাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে।PM Modi attends Koti Deepotsavam in Hyderabad
November 27th, 08:18 pm
Prime Minister Narendra Modi attended and addressed the Koti Deepotsavam in Hyderabad, Telangana. Prime Minister Narendra Modi said, “Even at the critical time of the COVID Pandemic, we lit diyas to overcome all associated problems and challenges.” He remarked that when people believe and manifest ‘vocal for local’ they burn the diya for the empowerment of millions of Indians. He also prayed for the well-being of the various Shramiks who have been stuck in the tunnel in Uttarakhand.১৪০ কোটি লোকে বহু পৰিৱৰ্তন আনিছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
November 26th, 11:30 am
মন কী বাতলৈ আদৰণি জনাইছো৷ আমি আমি এই ২৬ নৱেম্বৰৰ দিনটোৰ কথা পাহৰিব নোৱাৰো৷ কিন্তু ভাৰতৰ দৃঢ়তাই আমাক এই কষ্ট অতিক্ৰম কৰাত সহায় কৰিলে; এতিয়া আমি সম্পূৰ্ণ উৎসাহেৰে সন্ত্ৰাসবাদৰ অন্ত পেলাইছো। মুম্বাই আক্ৰমণত প্ৰাণ হেৰুওৱা সকলোকে শ্ৰদ্ধাঞ্জলি জনাইছো। আজি দেশে সেই বীৰসকলক স্মৰণ কৰিছে যিসকলে আক্ৰমণৰ সময়ত সৰ্বস্ব ত্যাগ কৰিছিল।মোৰ পৰিয়ালৰ সদস্যসকল, এই ২৬ নৱেম্বৰৰ দিনটো আৰু এটা কাৰণত অত্যন্ত তাৎপৰ্যপূৰ্ণ। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই ভাৰতৰ সংবিধান গৃহীত কৰিছিল। মোৰ মনত আছে, ২০১৫ চনত যেতিয়া আমি বাবাচাহেব আম্বেদকাৰৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিছিলো, তেতিয়া ২৬ নৱেম্বৰ দিনটোক সংবিধান দিৱস হিচাপে পালন কৰাৰ এটা চিন্তাই মনত দোলা দিছিল। আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে আমি এই দিনটো সংবিধান দিৱস হিচাপে পালন কৰি আহিছো। সংবিধান দিৱস উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু একেলগে আমি নিশ্চিতভাৱে নাগৰিকৰ কৰ্তব্যৰ অগ্ৰাধিকাৰ অনুসৰি এখন উন্নত ভাৰতৰ সংকল্পৰ উপনীত হ’ম।শ্ৰী গুৰু নানক দেৱ জীৰ ৫৫৩ সংখ্যক ‘প্ৰকাশ পূৰব সমাৰোহ’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
November 07th, 08:13 pm
আপোনালোক সকলোৱেই চাগৈ জানেই যে কাৰ্যকৰ্তাৰ ৰূপত মই বহু দিন ধৰি পঞ্জাৱৰ পবিত্ৰ ভূমিত কটাইছিলো আৰু সেই সময়ত মই বহু কেইবাৰ ‘গুৰু পৰব’ত অমৃতসৰৰ ‘হৰমন্দিৰ চাহিব’ৰ সন্মুখত মূৰ দোওৱাৰ সৌভাগ্য লাভ কৰিছিলো। এতিয়া মই যিহেতু চৰকাৰত আছো সেয়ে ইয়াকো মই মোৰ লগতে মোৰ চৰকাৰৰ বাবে বহুত ডাঙৰ সৌভাগ্য বুলি গ্ৰহণ কৰিছো যে গুৰুসকলৰ ইমান গুৰুত্বপূৰ্ণ ‘প্ৰকাশ পৰ্ব’সমূহ আমাৰ চৰকাৰৰ কাৰ্যকালতে সমাগত হৈছেহি। আমি গুৰু গোবিন্দ সিং জীৰ ‘৩৫০ সংখ্যক প্ৰকাশ পৰ্ব’ উদযাপন কৰাৰ সৌভাগ্য লাভ কৰিছিলো। আমি গুৰু তেগবাহাদুৰ জীৰ ‘৪০০ সংখ্যক প্ৰকাশ পৰ্ব’ উদযাপনৰ সৌভাগ্য লাভ কৰিছিলো আৰু যেনেকৈ এতিয়া কোৱা হৈছে যে লাল কিল্লাত সেয়া বহুতেই ঐতিহাসিক আৰু সমগ্ৰ বিশ্বকে এক বাৰ্তা প্ৰদান কৰিব কাৰ্যক্ৰম অনুষ্ঠিত কৰা হৈছিল। তিনি বছৰৰ আগতে আমি গুৰু নানকদেৱ জীৰ ‘৫৫০ সংখ্যক প্ৰকাশোত্সৱো’ সম্পূৰ্ণ উত্সাহ-উদ্দীপণাৰে দেশৰ লগতে বিদেশতো উদযাপনৰ ব্যৱস্থা কৰিছিলো।শ্ৰী গুৰু নানক দেৱজীৰ ৫৫৩সংখ্যক প্ৰকাশ উৎসৱ উদযাপনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ
November 07th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত শ্ৰী গুৰু নানক দেৱজীৰ ৫৫৩সংখ্যক প্ৰকাশ পৰ্ব উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাৰ্থনা কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীক চাদৰ, চিৰোপা আৰু তৰোৱালৰে সম্বৰ্ধনা জনোৱা হয়।Today the mantra of the country is - Make in India, Make for the world: PM Modi
November 19th, 05:39 pm
Prime Minister Shri Narendra Modi attended ‘Rashtra Raksha Samparpan Parv’ in Jhansi, Uttar Pradesh. Prime Minister Shri Narendra Modi dedicated several new initiatives of the Ministry of Defence to the Nation in a grand ceremony celebrating ‘Rashtra Raksha Samarpan Parv’ organised in the precincts of Jhansi Fort.PM attends ‘Rashtra Raksha Samparpan Parv’ in Jhansi, Uttar Pradesh
November 19th, 05:38 pm
Prime Minister Shri Narendra Modi attended ‘Rashtra Raksha Samparpan Parv’ in Jhansi, Uttar Pradesh. Prime Minister Shri Narendra Modi dedicated several new initiatives of the Ministry of Defence to the Nation in a grand ceremony celebrating ‘Rashtra Raksha Samarpan Parv’ organised in the precincts of Jhansi Fort.PM greets people on Parkash Purab of Guru Nanak
November 30th, 09:56 am
The Prime Minister, Shri Narendra Modi has greeted the people on the occasion of Parkash Purab of Shri Guru Nanak Dev Ji.২৫.১০.২০২০ তাৰিখে সম্প্ৰচাৰিত ‘মন কী বাত ২.০’ৰ ১৭তম খণ্ডত প্ৰধানমন্ত্ৰী প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
October 25th, 11:00 am
বন্ধুসকল, যেতিয়া আমি উৎসৱ আৰু উৎসৱৰ প্ৰস্তুতিৰ বিষয়ে কথা কও তেতিয়া বজাৰলৈ কেতিয়া যাম, কি কিনিম, এইবোৰ কথাই প্ৰথমে চিন্তা কৰো৷ বিশেষকৈ শিশুসকল এই বিষয়ত অধিক উৎসাহী হৈ থাকে৷ উৎসৱৰ বতৰত তেওঁলোকে কি কি উপহাৰ লাভ কৰিব সেই বিষয়ে তেওঁলোক উৎসুক হৈ থাকে৷ উৎসৱৰ আনন্দ আৰু বজাৰৰ জাকজমকৰ মাজত আন্তঃসম্বন্ধ আছে৷ কিন্তু এইবাৰ যেতিয়াই আপোনালোকে বজাৰলৈ যাব তেতিয়াই আমাৰ ‘ভকেল ফ’ৰ লোকেল’ৰ বিষয়ে মনত ৰাখিব৷ বজাৰৰ পৰা বস্তু ক্ৰয় কৰোতে আমি স্থানীয় সামগ্ৰীক প্ৰাধান্য দিব লাগিব৷Address by the President of India Shri Ram Nath Kovind to the joint sitting of Two Houses of Parliament
January 31st, 01:59 pm
In his remarks ahead of the Budget Session of Parliament, PM Modi said, Let this session focus upon maximum possible economic issues and the way by which India can take advantage of the global economic scenario.শ্ৰী গুৰু নানক দেৱ জীৰ ৫৫০সংখ্যক আৱিৰ্ভাৱ পৰ্ব উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
November 12th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু নানক দেৱ জীৰ ৫৫০সংখ্যক আৱিৰ্ভাৱ পৰ্ব উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে৷দেশৰ সংহতি ৰক্ষাত সমাজে সদায়েই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
October 27th, 11:00 am
‘মন কী বাত’ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ জনতালৈ দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে৷ তেওঁ গুৰু নানক দেৱজীৰ শিক্ষা, ভাৰতৰ নাৰী শক্তি, চৰ্দাৰ পেটেলৰ মূল্যৱান অৱদান, ষ্টেচু অব্ ইউনিটী আৰু ছিয়াচিনৰ জোৱানসকলৰ পৰিচ্ছন্নতা বিষয়সমূহৰ বিষয়ে উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে ২০১০ চনত ৰাম জনমভূমি সন্দৰ্ভত এলাহবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ কথাও সোঁৱৰণ কৰে৷নতুন দিল্লীৰ দ্বাৰকাৰ ডিডিএ গ্ৰাউণ্ডত আয়োজিত দশেৰা উত্সৱত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ
October 08th, 05:31 pm
ইমান বিশাল সংখ্যাৰে আহি ইয়াত উপস্থিত হোৱা সংস্কৃতিপ্ৰেমী মোৰ প্ৰিয় ভাই-ভনীসকল। আপোনালোক আটাইলৈকে বি়জয়া দশমীৰ এই পবিত্ৰ মুহূৰ্তত বহুত বহুত শুভকামনা জ্ঞাপন কৰিলো।দ্বাৰকাৰ ডি ডি এ গ্ৰাউণ্ডত দশেৰা উৎসৱত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
October 08th, 05:30 pm
আজি নতুন দিল্লীৰ দ্বাৰকাৰ ডি ডি এ গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা দশেৰা উৎসৱত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে৷ বিজয়া দশমী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক শুভেচ্ছা জনায়৷প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ৰ ৫০তম খণ্ডত ২৫.১১.২০১৮ তাৰিখে প্ৰদান কৰা মূলপাঠৰ অসমীয়া অনুবাদ
November 25th, 11:35 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ ৩ অক্টোবৰ ২০১৪ তাৰিখ আছিল বিজয়া দশমীৰ উৎসৱ৷ ‘মন কী বাত’ৰ জৰিয়তে আমি সকলোৱে মিলি এক যাত্ৰাৰ আৰম্ভ কৰিছিলো৷ ‘মন কী বাত’, এই যাত্ৰাৰ আজি ৫০তম খণ্ড সম্পূৰ্ণ হৈছে৷ সেই অনুসৰি আজি এয়া সোণালী জয়ন্তীৰ স্বৰ্ণিম খণ্ড৷গুৰুনানক জয়ন্তী উপলক্ষে শ্ৰী গুৰুনানক দেৱলৈ প্ৰণিপাত প্ৰধানমন্ত্ৰীৰ
November 23rd, 09:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুনানক জয়ন্তী উপলক্ষে শ্ৰী গুৰুনানক দেৱলৈ প্ৰণিপাত জনাইছে৷