
আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰৰ কমিচনিং অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 15th, 11:08 am
১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয়। মই দেশখনক ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা প্ৰতিগৰাকী বীৰ জোৱানক প্ৰণাম জনাইছোঁ, ভাৰত মাতাক ৰক্ষাৰ কামত নিয়োজিত প্ৰতিগৰাকী বীৰ পুৰুষ-মহিলাক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰন্টলাইন নেভেলকম্বাটেন্টআইএনএছচুৰাট, আইএনএছনীলগিৰিআৰুআইএনএছবঘশ্বীৰৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
January 15th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ নেভেল ডকয়াৰ্ডত তিনি ফ্ৰন্টলাইন নেভেলকম্বাটেন্ট আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কয় যে ১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয় আৰু ৰাষ্ট্ৰৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী সাহসী যোদ্ধালৈ প্ৰণাম জনোৱা হয়। এই উপলক্ষে তেখেতে সকলো বীৰ যোদ্ধাকে অভিনন্দন জ্ঞাপন কৰে।
The teachings of Lord Christ celebrate love, harmony and brotherhood: PM at Christmas programme
December 23rd, 09:24 pm
PM Modi attended the Christmas celebrations organized by the Catholic Bishops Conference of India (CBCI) and extended greetings to the Christian community worldwide. Highlighting India’s inclusive development journey, he emphasized hope, collective efforts, and compassion as key drivers of a developed India.PM Modi participates in Christmas Celebrations hosted by the Catholic Bishops' Conference of India
December 23rd, 09:11 pm
PM Modi attended the Christmas celebrations organized by the Catholic Bishops Conference of India (CBCI) and extended greetings to the Christian community worldwide. Highlighting India’s inclusive development journey, he emphasized hope, collective efforts, and compassion as key drivers of a developed India.PM Modi's departure statement ahead of his visit to Kuwait
December 21st, 09:21 am
PM Modi will visit Kuwait on 21-22 December 2024, at the invitation of His Highness Sheikh Meshal Al-Ahmad Al-Jaber Al-Sabah, the Amir of the State of Kuwait. This will be the first visit of an Indian PM to Kuwait in 43 years. During the visit, PM Modi will hold discussions with the leadership of Kuwait. He will also interact with the Indian community in Kuwait.BJP’s Sankalp Patra is a resolution letter for the development of the country: PM Modi in Alathur
April 15th, 11:30 am
Ahead of the Lok Sabha Elections, 2024, PM Modi was garnered with love and admiration at a public rally in Alathur town of Thrissur, Kerala. The PM extended his best wishes on the occasion of Vishu and presented his transparent vision of Kerala to the audience. PM Modi offered a glimpse of BJP's Sankalp Patra, pledging advancement and prosperity to every corner of the nation.PM Modi addresses enthusiastic crowds at public meetings in Alathur and Attingal, Kerala
April 15th, 11:00 am
Ahead of the Lok Sabha Elections, 2024, PM Modi was garnered with love and admiration at public rallies in Alathur & Attingal, Kerala. The PM extended his best wishes on the occasion of Vishu and presented his transparent vision of Kerala to the audience. PM Modi offered a glimpse of BJP's Sankalp Patra, pledging advancement and prosperity to every corner of the nation.শ্ৰীলংকা আৰু মৰিচাছত ইউপিআই সেৱা আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
February 12th, 01:30 pm
মহামহিম ৰাষ্ট্ৰপতি ৰনীল ৱিক্ৰমসিংহ ডাঙৰীয়া, মহামহিম প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগন্নাথ ডাঙৰীয়া, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° জয়শংকৰ ডাঙৰীয়া, শ্ৰীলংকা, মৰিচাছ আৰু ভাৰতৰ চেণ্ট্ৰেল বেংকৰ গৱৰ্ণৰসকল আৰু এই উল্লেখযোগ্য অনুষ্ঠানৰ সকলো সন্মানীয় অংশগ্ৰহণকাৰী!প্ৰধানমন্ত্ৰীয়ে মৰিছাছৰ প্ৰধানমন্ত্ৰী আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথভাৱে ইউপিআই সেৱা শুভাৰম্ভ কৰে
February 12th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তেশ্ৰীলংকাৰ ৰাষ্ট্ৰপতি শ্ৰী ৰনিল বিক্রমসিংহ আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী শ্ৰীপ্রবিন্দ জগন্নাথৰ সৈতে যৌথভাৱে শ্ৰীলংকা আৰু মৰিছাছত ইউনিফাইড পেমেন্ট ইন্টাৰফেচ (UPI) সেৱাৰলগতে মৰিছাছত ৰুপেকাৰ্ড সেৱাৰ শুভাৰম্ভণি কৰে।কেৰালাত ভাৰতৰ প্রথমটো পূৰ্ণাংগ আন্তঃৰাষ্ট্ৰীয় ক্রুজ টার্মিনেলৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
February 14th, 04:40 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ কোচিত বহু প্ৰকল্প উদ্বোধন আৰু শিলান্যাস কৰে। এই কাৰ্যসূচীত কেৰালাৰ ৰাজ্যপাল, কেৰালাৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ মান্দবিয়া, শ্ৰী ভি. মুৰুলীধৰণ উপস্থিত থাকে।কেৰালাৰ কোচিত বহু প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
February 14th, 04:39 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ কোচিত বহু প্ৰকল্প উদ্বোধন আৰু শিলান্যাস কৰে। এই কাৰ্যসূচীত কেৰালাৰ ৰাজ্যপাল, কেৰালাৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ৰাজ্যিক মন্ত্ৰী শ্ৰী মনসুখ মান্দবিয়া, শ্ৰী ভি. মুৰুলীধৰণ উপস্থিত থাকে।দিল্লীৰ কাৰিয়াপ্পা গ্ৰাউণ্ডত এনচিচি ৰেলীত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 28th, 12:07 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি নতুন দিল্লীৰ কাৰিয়াপ্পা গ্রাউণ্ডত নেচনেল কেডেট কৰ্পছৰ (এনচিচি)ৰেলীত ভাষণ আগবঢ়ায়৷ প্রতিৰক্ষা মন্ত্রী, চীফ অফ ডিফেন্স ষ্টাফ, তিনিওটা সেনা বাহিনীৰ মুৰব্বী অনুষ্ঠানত উপস্থিত থাকে৷ এই উপলক্ষে প্রধানমন্ত্রীয়ে কেডেটসকলৰ অভিবাদন গ্রহণ কৰে৷ তেওঁ এনচিচি কেডেটসকলৰ মার্চ পাষ্ট প্রত্যক্ষ কৰে৷ অনুষ্ঠানত এক সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়।কাৰিয়াপ্পা গ্ৰাউণ্ডত এনচিচি ৰেলীত প্ৰধানমন্ত্ৰীৰ ভাষণ
January 28th, 12:06 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি নতুন দিল্লীৰ কাৰিয়াপ্পা গ্রাউণ্ডত নেচনেল কেডেট কৰ্পছৰ (এনচিচি)ৰেলীত ভাষণ আগবঢ়ায়৷ প্রতিৰক্ষা মন্ত্রী, চীফ অফ ডিফেন্স ষ্টাফ, তিনিওটা সেনা বাহিনীৰ মুৰব্বী অনুষ্ঠানত উপস্থিত থাকে৷ এই উপলক্ষে প্রধানমন্ত্রীয়ে কেডেটসকলৰ অভিবাদন গ্রহণ কৰে৷ তেওঁ এনচিচি কেডেটসকলৰ মার্চ পাষ্ট প্রত্যক্ষ কৰে৷ অনুষ্ঠানত এক সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়।প্ৰধানমন্ত্ৰীৰ ইউএছ-আইএছপিএফ ইউএছ-ভাৰত সন্মিলন ২০২০ত প্ৰদান কৰা মূল ভাষণৰ অসমীয়া লিখিত ৰূপ
September 03rd, 09:01 pm
‘ইউএছ-ভাৰত কৌশলগত সহযোগিতা মঞ্চ (আইএছপিএফ)’ৰ দ্বাৰা আমেৰিকা ভাৰত শিখৰ সন্মিলন ২০২০ৰ বাবে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকসকলক একেখন মঞ্চলৈ অনাটো নিশ্চিতভাৱে অভূতপূৰ্ব কাৰ্য হিচাপে বিবেচিত হৈছে৷ ভাৰত তথা আমেৰিকাক পৰস্পৰৰ অধিক কাষলৈ লৈ অনাত ‘ইউএছ-আইএছপিএফ’ৰ দ্বাৰা প্ৰণয়ন কৰা অৰ্থক প্ৰয়াস অত্যন্ত প্ৰশংসনীয় হৈছে৷ইউএছ-আএছপিএফৰ ভাৰত-মাৰ্কিন সন্মিলন, ২০২০ত বিশেষ মুল ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে
September 03rd, 09:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউএছ-আএছপিএফৰ ভাৰত-মাৰ্কিন সন্মিলন, ২০২০ত ভিডিঅ’ কনফাৰেন্সযোগে বিশেষ মুল ভাষণ আগবঢ়ায়৷Everybody has seen how the UDF and LDF are threatening the traditions and religious practices of the people in Kerala: PM Modi
April 18th, 08:41 pm
Prime Minister Narendra Modi addressed a major public meeting in Thiruvananthapuram in Kerala today.PM Modi addresses public meeting in Thiruvananthapuram, Kerala
April 18th, 08:40 pm
Prime Minister Narendra Modi addressed a major public meeting in Thiruvananthapuram in Kerala today.PM Modi addresses public meeting in Kozhikode, Kerala
April 12th, 06:30 pm
Prime Minister Narendra Modi addressed his last public meeting for the day in the southern state of Kerala’s Kozhikode.ডুবাইত গাল্ফ সহযোগিতা পৰিষদৰ অন্তৰ্গত দেশসমূহৰ ব্যৱসায়িক মূৰব্বীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎ
February 11th, 02:45 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডুবাইত গাল্ফ সহযোগিতা পৰিষদৰ অন্তৰ্গত দেশসমূহৰ ব্যৱসায়িক মূৰব্বীসকলৰ সৈতে সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নতুন ভাৰতৰ প্ৰতিচ্ছবি দাঙি ধৰি ব্যৱসায়িক মূৰব্বীসকলক ভাৰতত ব্যৱসায় কৰিব পৰা সহজ পৰিবেশৰ বিষয়ে অৱগত কৰে।India’s leap in World Bank’s Ease of Doing Business Rankings is unprecedented: PM Modi in Dubai
February 11th, 12:38 pm
Prime Minister Narendra Modi today interacted with Indian community at Dubai Opera House in Dubai, UAE. At the event, PM Narendra Modi also witnessed the foundation stone-laying ceremony for the first Hindu temple in Abu Dhabi, UAE.