ভাইব্ৰেণ্ট গুজৰাট গ্ল’বেল ছামিটৰ ২০ বছৰীয়া উদযাপনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
September 27th, 11:00 am
মঞ্চত বহি থকা গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত মহোদয়, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, সংসদত মোৰ সহযোগী শ্ৰীযুত চি.আৰ.পাটিল, গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল, উদ্যোগ জগতৰ সকলো জ্যেষ্ঠ সহকৰ্মী, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ইয়াত উপস্থিত মোৰ পৰিয়ালৰ সকলো সদস্য।ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিটৰ ২০ বছৰ পূৰ্তি উদযাপনৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ
September 27th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদৰ ছায়েন্স চিটিত ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিটৰ ২০ বছৰ পূৰ্তি উদযাপনৰ কাৰ্য্যসূচী সম্বোধন কৰে। ২০ বছৰ পূৰ্বে ২০০৩ৰ ২৮ ছেপ্টেম্বৰত গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিট অনুষ্ঠিত হৈছিল। সময়ৰ লগে-লগে এই সন্মিলন প্ৰকৃততে এক বৈশ্বিক অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছিল, ভাৰতৰ অন্যতম প্ৰধান ব্যৱসায়িক সন্মিলনৰ মৰ্য্যাদা লাভ কৰিছিল।PM Modi lays Foundation Stone of Barrage over Narmada river, flags off Antyodaya Express
October 08th, 03:15 pm
Prime Minister Narendra Modi today inaugurated multiple development projects in Bharuch, Gujarat. These include Foundation Stone of Barrage over Narmada river and flagging off Antyodaya Express between Udhna (Surat, Gujarat) and Jaynagar (Bihar).