১৫-১৭ ছেপ্টেম্বৰত ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 14th, 09:53 am

১৫ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডলৈ যাত্ৰা কৰিব আৰু প্ৰায় ১০ বজাত ঝাৰখণ্ডৰ টাটানগৰ জংচন ৰে’লৱে ষ্টেচনত টাটানগৰ-পাটনা বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিব। পুৱা প্ৰায় ১০:৩০ বজাত তেওঁ ৬৬০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন ৰে’লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীৰ বাবে উচৰ্গা কৰাৰ লগতে ঝাৰখণ্ডৰ টাটানগৰত ২০ হাজাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ (পিএমএৱাই-জি) হিতাধিকাৰীলৈ অনুমোদন পত্ৰ বিতৰণ কৰিব৷

গুজৰাটৰ গান্ধীনগৰত বিভিন্ন প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠান আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 12th, 12:35 pm

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, চি আৰ পাটিল, গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সকলো হিতাধিকাৰী পৰিয়াল, আন সকলো গণ্যমান্য ব্যক্তি আৰু গুজৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল,

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ গান্ধীনগৰত প্ৰায় ৪,৪০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু উদ্বোধন কৰে

May 12th, 12:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত প্ৰায় ৪৪০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু উদ্বোধন কৰে। ইয়াৰ ভিতৰত আছে নগৰ উন্নয়ন বিভাগ, পানী যোগান বিভাগ, পথ আৰু পৰিবহন বিভাগ আৰু খনি আৰু খনিজ বিভাগৰ সৈতে সম্পৰ্কিত ২,৪৫০ কোটি টকাৰ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৯৫০ কোটি টকাৰ প্ৰধানমন্ত্ৰী-আৱাস যোজনা (গ্ৰাম্য আৰু নগৰ) প্ৰকল্পৰ আধাৰশিলাও উদ্বোধন কৰে আৰু আধাৰশিলা স্থাপন কৰে, যাৰ সময়ত তেওঁ আঁচনিখনৰ হিতাধিকাৰীসকলক চাবি প্ৰদান কৰি আঁচনিখনৰ অধীনত নিৰ্মাণ কৰা প্ৰায় ১৯,০০০ ঘৰৰ গৃহ প্ৰৱেশত অংশগ্ৰহণ কৰে। একে সময়তে, তেওঁ ভিডিঅ' লিংকৰ জৰিয়তে হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপো কৰে।

PM-Awas Yojna has become a tool for social and economic empowerment: PM Modi

October 22nd, 08:28 pm

On the occasion of Dhanteras, the Prime Minister, Shri Narendra Modi participated in ‘Griha Pravesham’ of about 4.51 Lakh beneficiaries of Pradhan Mantri Awaas Yojana - Gramin in Satna, Madhya Pradesh via video conferencing today.

PM participates in ‘Griha Pravesham’ of more than 4.5 Lakh beneficiaries of PMAY-G in Madhya Pradesh

October 22nd, 04:14 pm

On the occasion of Dhanteras, the Prime Minister Modi participated in ‘Griha Pravesham’ of about 4.51 Lakh beneficiaries of Pradhan Mantri Awaas Yojana - Gramin in Satna, Madhya Pradesh via video conferencing. “It is a new beginning for 4.5 lakh brothers and sisters of Madhya Pradesh who are performing Grih Pravesh in their new pucca homes”, he said.