
বুদ্ধ পূৰ্ণিমা উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
May 12th, 08:47 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুদ্ধ পূৰ্ণিমা উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰা এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে শুভেচ্ছা জনায়
May 11th, 02:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে আমাৰ বিজ্ঞানীসকলৰ প্ৰতি গৌৰৱ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে আৰু ১৯৯৮ চনৰ পোখৰাণ পৰীক্ষাৰ কথা স্মৰণ কৰে। তেওঁ বিজ্ঞান আৰু গৱেষণাৰ জৰিয়তে ভৱিষ্যৎ প্ৰজন্মক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিও পুনৰ দৃঢ় কৰে।
মহামান্য পোপ লিও চতুৰ্থলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
May 09th, 02:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ জনসাধাৰণৰ তৰফৰ পৰা মহামান্য পোপ লিও চতুৰ্থক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কেথলিক গীৰ্জাৰ পোপৰ নেতৃত্বক প্ৰশংসা কৰি বিশ্ব শান্তি, সম্প্ৰীতি, সংহতি আৰু সেৱাৰ প্ৰচাৰত ইয়াৰ গভীৰ গুৰুত্বৰ কথা উল্লেখ কৰে।Prime Minister congratulates Friedrich Merz on assuming office as German Chancellor
May 06th, 09:53 pm
The Prime Minister, Shri Narendra Modi has extended his warm congratulations to Mr. Friedrich Merz on assuming office as the Federal Chancellor of Germany.অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাত এণ্ঠনী আলবেনিজক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনায়
May 03rd, 06:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা মিঃ এণ্ঠনী আলবেনিজক অভিনন্দন জ্ঞাপন কৰে।মহাৰাষ্ট্ৰ দিৱসত মহাৰাষ্ট্ৰবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
May 01st, 10:25 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰ দিৱসত মহাৰাষ্ট্ৰবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে।গুজৰাটৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
May 01st, 10:06 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।PM greets everyone on occasion of Akshaya Tritiya
April 30th, 09:30 am
The Prime Minister Shri Narendra Modi greeted everyone on occasion of Akshaya Tritiya today.ত্ৰিনিদাদ আৰু টোবাগোত নিৰ্বাচনত জয়লাভ কৰাৰ বাবে শ্ৰীমতী কমলা পাৰছাদ-বিছেছৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
April 29th, 03:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত জয়লাভ কৰাৰ বাবে শ্ৰীমতী কমলা পাৰসাদ-বিসেছাৰক অভিনন্দন জ্ঞাপন কৰে। তেওঁ ভাৰত তথা ত্ৰিনিদাদ আৰু টোবাগোৰ মাজত ঐতিহাসিকভাৱে ঘনিষ্ঠ আৰু পাৰিবাৰিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে।কানাডাৰ প্ৰধানমন্ত্ৰীৰ হিচাপে নিৰ্বাচিত হোৱা শ্ৰীযুত মাৰ্ক কাৰনেক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
April 29th, 02:42 pm
কানাডাৰ প্ৰধানমন্ত্ৰীৰ হিচাপে নিৰ্বাচিত হোৱা শ্ৰীযুত মাৰ্ক কাৰনে আৰু লিবাৰেল পাৰ্টীক তেওঁলোকৰ বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ মিলিত গণতান্ত্ৰিক মূল্যবোধ, আইনৰ শাসনৰ প্ৰতি অটল দায়বদ্ধতা আৰু ভাৰত আৰু কানাডাক একেলগে বান্ধি ৰখা সজীৱ জনসাধাৰণৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰে।ভগৱান পৰশুৰাম জয়ন্তী উপলক্ষে সকলোলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
April 29th, 01:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভগৱান পৰশুৰাম জয়ন্তী উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।বিশ্ব যকৃত দিৱসত দেশৰ নাগৰিকসকলক মননশীল খাদ্যাভ্যাস আকোৱালি ল’বলৈ আৰু মেদবহুলতাৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ
April 19th, 01:13 pm
বিশ্ব যকৃত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নাগৰিকসকলক মননশীল খাদ্যাভ্যাস আৰু স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সৰু সৰু অথচ প্ৰভাৱশালী পৰিৱৰ্তনত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ দৰে ব্যৱস্থাই সামগ্ৰিক স্বাস্থ্য আৰু শাৰীৰিক কল্যাণ সাধনত যথেষ্ট অৰিহণা যোগাব পাৰে।প্ৰধানমন্ত্ৰীয়ে গুড ফ্ৰাইডে উপলক্ষে দয়া আৰু কৰুণাৰ মূল্যবোধক আলোকপাত কৰে
April 18th, 09:42 am
গুড ফ্ৰাইডেৰ শুভক্ষণত, আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যীচু খ্ৰীষ্টৰ মহান বলিদানৰ ওপৰত নিজৰ চিন্তা ব্যক্ত কৰে। তেওঁ জোৰ দি কয় যে এই দিনটোৱে আমাক জীৱনত দয়া, মমতা আৰু উদাৰতা গ্ৰহণ কৰিবলৈ সোঁৱৰাই দিয়ে।‘হিমাচল দিৱস’ত হিমাচল প্ৰদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে
April 15th, 11:09 am
‘হিমাচল দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে পইলা বৈশাখ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে
April 15th, 08:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পইলা বৈশাখ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।বৈশাখী উপলক্ষে সমগ্ৰ দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
April 13th, 08:59 am
প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি বৈশাখী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।হনুমান জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
April 12th, 09:17 am
আজি হনুমান জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।‘মহাবীৰ জয়ন্তী’ত ‘ভগৱান’ মহাবীৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
April 10th, 08:44 am
‘মহাবীৰ জয়ন্তী’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভগৱান’ মহাবীৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে ‘ভগৱান’ মহাবীৰে সদায় অহিংসা, সত্য আৰু সহানুভূতিত গুৰুত্ব আৰোপ কৰিছিল আৰু তেওঁৰ আদৰ্শই সমগ্ৰ বিশ্বৰ অগণন লোকক শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে যোৱা বছৰ চৰকাৰে ‘প্ৰাকৃত ভাষা’ক ‘ধ্ৰুপদী ভাষা’ৰ মৰ্যাদা প্ৰদান কৰিছিল, যি সিদ্ধান্তই যথেষ্ট প্ৰশংসা লাভ কৰিছিল।‘মুদ্ৰা যোজনা’ৰ দশম বাৰ্ষিকীত ইয়াৰ ৰূপান্তৰণশীল প্ৰভাৱৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
April 08th, 09:08 am
দেশে #10YearsOfMUDRA উদযাপনৰ মুহূৰ্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ (পিএমএমৱাই)ৰ হিতাধিকাৰীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।দেশবাসীক পবিত্ৰ ৰামনৱমীৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
April 06th, 08:28 am
আজি ৰাম নৱমী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনায়।