
A New Era for India’s Middle Class: How Policy Reforms Are Reshaping Aspirations and Opportunities
February 08th, 05:48 pm
India’s middle class, long hailed as the backbone of the nation’s economic aspirations, is witnessing a transformative phase. Over the past decade, targeted policy interventions across taxation, healthcare, education, and infrastructure have not only alleviated financial burdens but also unlocked unprecedented opportunities. As the architect of India’s $10 trillion economy vision, this demographic is now poised to drive innovation, consumption, and equitable growth. Let’s explore how systemic reforms are rewriting their future.
Delhi needs a government that works in coordination, not one that thrives on conflicts: PM Modi
January 31st, 03:35 pm
Addressing the huge rally in New Delhi’s Dwarka, PM Modi said, “Delhi needs a double-engine government at both the Centre and the state. You gave Congress years to govern, then the AAP-da took over Delhi. Now, give me the chance to serve Delhi with a double-engine government. I guarantee you that the BJP will leave no stone unturned in Delhi’s development. If this AAP-da continues, Delhi will keep falling behind in development. Delhi needs a government that believes in coordination, not confrontation.”
PM Modi electrifies New Delhi’s Dwarka Rally with a High-Octane speech
January 31st, 03:30 pm
Addressing the huge rally in New Delhi’s Dwarka, PM Modi said, “Delhi needs a double-engine government at both the Centre and the state. You gave Congress years to govern, then the AAP-da took over Delhi. Now, give me the chance to serve Delhi with a double-engine government. I guarantee you that the BJP will leave no stone unturned in Delhi’s development. If this AAP-da continues, Delhi will keep falling behind in development. Delhi needs a government that believes in coordination, not confrontation.”নতুন দিল্লীৰ ভাৰত মণ্ডপামত বিকশিত ভাৰত যুৱ নেতা সংলাপ ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
January 12th, 02:15 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰী মানসুখ মাণ্ডভিয়া জী, ধৰ্মেন্দ্ৰ প্ৰধান জী, জয়ন্ত চৌধুৰী জি, ৰক্ষা খাদছে জী, সংসদ সদস্য, অন্যান্য গণ্যমান্য ব্যক্তি আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত উপস্থিত মোৰ ডেকা বন্ধুসকল!বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ
January 12th, 02:00 pm
ৰাষ্ট্ৰীয় যুৱ দিৱসত স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হোৱা বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ত অংশগ্ৰহণ কৰে। তেওঁ সমগ্ৰ ভাৰতৰ ৩,০০০ সচেতন যুৱ নেতাৰ সৈতে সংযোগ স্থাপন কৰে। ভাষণৰ সময়ত তেওঁ ভাৰত মণ্ডপামৰ জীৱন আৰু উৎসাহ কঢ়িয়াই অনা ভাৰতৰ যুৱক-যুৱতীসকলৰ সজীৱ শক্তিক প্ৰশংসা কৰে। দেশৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনাৰ ওপৰত অপৰিসীম বিশ্বাস থকা স্বামী বিবেকানন্দক সমগ্ৰ দেশে স্মৰণ আৰু সন্মান জনাই থকা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে স্বামী বিবেকানন্দৰ বিশ্বাস যে তেওঁৰ শিষ্যসকল নৱ প্ৰজন্মৰ মাজৰ পৰাই ওলাই আহিব, যিয়ে সিংহৰ শক্তিৰে প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব আৰু সমাধান কৰিব। প্ৰধানমন্ত্ৰীয়ে নৱ প্ৰজন্মৰ শক্তিৰ ওপৰত নিজৰ বিশ্বাসৰ ওপৰত গুৰুত্ব আৰোপ কৰি যুৱ প্ৰজন্মৰ প্ৰতি স্বামীজীৰ দৃষ্টিভংগীৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰে। তেওঁ আৰু কয় যে স্বামী বিবেকানন্দ আজি যদি জীয়াই থাকে তেন্তে একবিংশ শতিকাৰ যুৱক-যুৱতীসকলৰ জাগ্ৰত শক্তি আৰু সক্ৰিয় প্ৰচেষ্টাক প্ৰত্যক্ষ কৰি তেওঁ নৱীকৃত আত্মবিশ্বাসেৰে ভৰি পৰিব।১৭ ডিচেম্বৰত ৰাজস্থান ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী
December 16th, 03:19 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ডিচেম্বৰত ৰাজস্থান ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ জয়পুৰত ‘এক বৰ্ষ-পৰিনাম উৎকৰ্ষ’: ৰাজস্থান চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব য’ত তেওঁ ৪৬,৩০০ কোটি টকাৰো অধিক মূল্যৰ শক্তি, পথ, ৰে’ল আৰু জল সম্পৰ্কীয় ২৪টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।প্ৰধানমন্ত্ৰীয়ে বাহামাচৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
November 21st, 09:25 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনৰ সুযোগতে বাহামাচৰ প্ৰধানমন্ত্ৰী এইচ ই ফিলিপ ডেভিছক সাক্ষাৎ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত এইখনেই আছিল প্ৰথমখন বৈঠক।List of outcomes during visit of German Chancellor to India
October 25th, 07:47 pm
India and Germany are strengthening partnerships across innovation, green energy, security, science, and education. New agreements focus on green hydrogen, urban mobility, and startup incubation to drive sustainable tech. Enhanced security cooperation includes treaties on legal assistance and data protection. Collaborative science initiatives target disaster mitigation, genomics, ocean research, and mobile diagnostics. Upcoming events include the Asia-Pacific Conference and joint Indo-German naaval exercises.People-to-people connections are an important pillar of India-Germany relationship: PM Modi
October 25th, 01:50 pm
PM Modi and German Chancellor Scholz addressed the press meet. In his remarks, PM Modi said, Our partnership under the leadership of Chancellor Scholz has gained new momentum and direction. I congratulate Chancellor Scholz for Germany's Focus on India strategy, which provides a blueprint to modernize and elevate the partnership between two large democracies in the world in a comprehensive manner.১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ মুকলি পূৰ্ণাংগ সভাত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
October 23rd, 05:22 pm
আৰু, আকৌ এবাৰ ব্ৰিকছত যোগদান কৰা সকলো নতুন বন্ধু ৰাষ্ট্ৰক উষ্ম আদৰণি জনাইছোঁ। নতুন ৰূপত ব্ৰিকছে বিশ্বৰ মানৱতাৰ ৪০ শতাংশ আৰু বিশ্ব অৰ্থনীতিৰ প্ৰায় ৩০ শতাংশ অংশ গ্ৰহণ কৰিছে।৩য় কৌটিল্য অৰ্থনীতি সন্মিলন ২০২৪ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 04th, 07:45 pm
মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, ইনষ্টিটিউট অৱ ইকনমিক গ্ৰ'থৰ সভানেত্ৰী এন কে সিং, ভাৰত আৰু বিদেশৰ পৰা সন্মানীয় অতিথিসকল, আৰু অভ্যাগতসকল: কৌটিল্য কনক্লেভৰ তৃতীয় সংস্কৰণলৈ আপোনালোকক আদৰণি জনাই আনন্দিত হৈছো। আপোনালোক সকলোৰে সৈতে জড়িত হ’বলৈ পাই মই ৰোমাঞ্চিত হৈছো। অনাগত তিনিটা দিনত আমাৰ মূল অৰ্থনৈতিক বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে বিভিন্ন ধৰণৰ অধিবেশন অনুষ্ঠিত হ’ব। মই আশাবাদী যে আমাৰ আলোচনাই ভাৰতৰ বিকাশক ত্বৰান্বিত কৰাত যথেষ্ট অৰিহণা যোগাব৷নতুন দিল্লীত কৌটিল্য অৰ্থনৈতিক সন্মিলনৰ তৃতীয় সংস্কৰণৰ ভাষণ দিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
October 04th, 07:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কৌটিল্য অৰ্থনৈতিক সন্মিলনত ভাষণ প্ৰদান কৰে। বিত্ত মন্ত্ৰালয়ৰ সৈতে অংশীদাৰিত্বৰে দ্য ইনষ্টিটিউট অৱ ইকনমিক গ্ৰ’থে আয়োজন কৰা কৌটিল্য ইকনমিক কনক্লেভে সেউজ পৰিৱৰ্তনৰ বাবে বিত্তীয় সাহায্য প্ৰদান, ভূ-অৰ্থনৈতিক বিভাজন আৰু বৃদ্ধিৰ বাবে ইয়াৰ প্ৰভাৱ, আৰু অন্যান্য দিশসমূহৰ মাজত সুস্থিৰতা ৰক্ষাৰ বাবে নীতিগত ব্যৱস্থাৰ নীতি আদি বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰত ৪ৰ্থ বিশ্ব নবীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু এক্সপ' (RE-INVEST) উদ্বোধন কৰে
September 16th, 11:30 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰস্থিত মহাত্মা মন্দিৰত ৪ৰ্থ বিশ্ব নবীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু এক্সপ’ (RE-INVEST) উদ্বোধন কৰে। ৩-দিনীয়া এই সন্মিলনত ভাৰতৰ ২০০ জিৱাটৰো অধিক সংস্থাপিত অ-জীৱাশ্ম ইন্ধন ক্ষমতাৰ উল্লেখযোগ্য কৃতিত্বৰ গুৰুত্বপূৰ্ণ অৱদানকাৰীসকলক সন্মান জনোৱা হয়। শ্ৰী মোদীয়ে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কোম্পানী, ষ্টাৰ্ট-আপ আৰু উদ্যোগৰ প্ৰধান প্লেয়াৰসমূহৰ অত্যাধুনিক উদ্ভাৱনৰাজিক থূপাই প্ৰদৰ্শন কৰা প্ৰদৰ্শনীখনো প্ৰত্যক্ষ কৰে।PM Modi inaugurates 4th Global Renewable Energy Investor’s Meet and Expo (RE-INVEST) in Gandhinagar, Gujarat
September 16th, 11:11 am
Prime Minister Narendra Modi inaugurated the 4th Global Renewable Energy Investor’s Meet and Expo (RE-INVEST) in Gandhinagar, Gujarat. The summit celebrates India's achievement of over 200 GW of non-fossil fuel capacity. The PM said that India's persity, scale, capacity, potential and performance are all unique and pave the way for Indian solutions for global applications.সেউজ হাইড্ৰজেন সন্দৰ্ভত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
September 11th, 10:40 am
বিজ্ঞানী আৰু উদ্ভাৱক, উদ্যোগ খণ্ডৰ নেতা তথা মোৰ মৰমৰ বন্ধুসকল,সেউজ হাইড্ৰজেন সন্দৰ্ভত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 11th, 10:20 am
প্ৰধানমন্ত্ৰীয়ে সেউজ হাইড্ৰজেন সম্পৰ্কীয় দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত সকলো গণ্যমান্য ব্যক্তিক উষ্ম আদৰণি জনাই ভাষণৰ আৰম্ভণিতে কয় যে বিশ্বই এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈ গৈছে। তেওঁ জলবায়ু পৰিৱৰ্তন কেৱল ভৱিষ্যতৰ কথা নহয়, ইয়াৰ প্ৰভাৱ এতিয়া অনুভৱ কৰিব পৰা যায় বুলি ক্ৰমাৎ উপলব্ধি কৰাত গুৰুত্ব আৰোপ কৰে। “এতিয়াই ইয়াত কাম কৰাৰ”, শ্ৰী মোদীয়ে কয়। তেওঁ উল্লেখ কৰে যে শক্তিৰ পৰিৱৰ্তন আৰু বহনক্ষমতা বিশ্ব নীতিৰ বক্তৃতাৰ কেন্দ্ৰীয় বিষয় হৈ পৰিছে।প্ৰথম আন্তঃৰাষ্ট্ৰীয় সৌৰ মহোৎসৱৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তাৰ অসমীয়া অনুবাদ
September 05th, 11:00 am
আপোনালোক সকলোকে মোৰ উষ্ম শুভেচ্ছা জনাইছো। প্ৰথম আন্তঃৰাষ্ট্ৰীয় সৌৰ মহোৎসৱলৈ আপোনালোক সকলোকে স্বাগতম জনাবলৈ পাই মই আনন্দিত অনুভৱ কৰিছোঁ। এই সুন্দৰ পদক্ষেপৰ বাবে মই আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীক অভিনন্দন জনাইছো।NDA's victory for the 3rd time represents the victory of 140 crore Indians: PM Modi at BJP HQ
June 04th, 08:45 pm
After the announcement of the results of the Lok Sabha Elections 2024, Prime Minister Narendra Modi addressed a programme at BJP HQ in New Delhi. Thanking the people of India, PM Modi said, “The results of the Lok Sabha Elections of 2024 has enabled NDA emerge victorious for the 3rd time. He said that this is the victory of the idea of a ‘Viksit Bharat’ and to safeguard India’s Constitution. He said, “NDA’s victory for the 3rd time represents the victory of 140 crore Indians.”PM Modi addresses Party Karyakartas at BJP HQ after NDA win in 2024 Lok Sabha Elections
June 04th, 08:31 pm
After the announcement of the results of the Lok Sabha Elections 2024, Prime Minister Narendra Modi addressed a programme at BJP HQ in New Delhi. Thanking the people of India, PM Modi said, “The results of the Lok Sabha Elections of 2024 has enabled NDA emerge victorious for the 3rd time. He said that this is the victory of the idea of a ‘Viksit Bharat’ and to safeguard India’s Constitution. He said, “NDA’s victory for the 3rd time represents the victory of 140 crore Indians.”INDI alliance only spreads the politics of communalism, casteism & dynasty: PM Modi in Bhiwani-Mahendragarh
May 23rd, 02:30 pm
Ahead of the Lok Sabha elections in 2024, Prime Minister Narendra Modi received a warm welcome from the people of Bhiwani-Mahendragarh as he addressed a public rally in Haryana. He began his speech by extending greetings on the auspicious occasion of ‘Buddha Purnima.’ He remarked that in Haryana, a glass of Rabdi and a roti with onion are enough to satisfy one’s hunger. Amidst the enthusiastic crowd, PM Modi said, “The people of Haryana only echo one sentiment: ‘Fir ek Baar Modi Sarkar’.”