গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

November 02nd, 08:22 am

গ্ৰীচৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীযুত কিৰিয়াকোছ মিটচোটাকিছে কৰা এক টেলিফোন কল গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

India and Greece have a long history of deep cultural and people-to-people ties: PM Modi at press meet with PM Mitsotakis

February 21st, 01:30 pm

Addressing the press meet with PM Mitsotakis of Greece, PM Modi said, As two ancient and great civilizations, India and Greece have a long history of deep cultural and people-to-people ties. For almost two and a half thousand years, people of both the countries have been exchanging trade and cultural relations as well as ideas.

‘জি২০ ইউনিভাৰ্চিটি কানেক্ট ফিনালে’ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 26th, 04:12 pm

দুসপ্তাহৰ আগতে এই একেখন ভাৰত মণ্ডপমতে যথেষ্ট ক্ৰিয়া-কলাপ চলিছিল। এই ভাৰত মণ্ডপমটো একেবাৰে ‘চৰ্চাৰ কেন্দ্ৰবিন্দু’ত পৰিণত হৈছিল। আৰু মই আনন্দিত যে আজি মোৰ ভৱিষ্যতৰ ভাৰতখন একেটা ভাৰত মণ্ডপমত উপস্থিত হৈছে। ভাৰতে জি-২০ অনুষ্ঠানটোক কিমান উচ্চতালৈ লৈ গৈছে সেয়া দেখি বিশ্বই সঁচাকৈয়ে চমকিত হৈছে। কিন্তু সঁচা কথা ক’বলৈ গ’লে, মই একেবাৰে আচৰিত হোৱা নাই। হয়তো আপুনি ভাবিছে যে ইয়াৰ অপ্ৰতীম ভৱিষ্যৎ সত্ত্বেও মই কিয় আচৰিত হোৱা নাই? কাৰণ কি জানেনে? কাৰণ আপোনাৰ দৰে যুৱ ছাত্ৰ-ছাত্ৰীয়ে যদি কাৰ্যসূচীটো সফল কৰাৰ দায়িত্ব লয়, এনে অনুষ্ঠানত যদি যুৱক-যুৱতীসকল জড়িত হয়, তেন্তে ই সফল হোৱাটো তেনেই স্বাভাৱিক কথা।

জি-২০ ইউনিভাৰ্চিটি কানেক্ট ফাইনেলৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ

September 26th, 04:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত জি-২০ ইউনিভাৰ্চিটি কানেক্ট ফাইনেলৰ কাৰ্য্যসূচী সম্বোধন কৰে। ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত ভাৰতৰ জি-২০ৰ অধ্যক্ষতা সম্পৰ্কে এটি ধাৰণা গঢ় দিয়া আৰু জি-২০ৰ ভিন্ন অনুষ্ঠানত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে জি-২০ ইউনিভাৰ্চিটি কানেক্ট পদক্ষেপ গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে ৪ পাব্লিকেচনো উন্মোচন কৰে যথাঃ জি-২০ৰ ভাৰতৰ অধ্যক্ষতাৰ অপাৰ সফলতাঃ দূৰদৰ্শী নেতৃত্ব, অন্তৰ্ভুক্ত পদ্ধতি (The Grand Success of G20 Bharat Presidency: Visionary Leadership, Inclusive Approach); ভাৰতৰ জি-২০ৰ অধ্যক্ষতাঃ বসুধৈৱ কুটুম্বকম (India's G20 Presidency: Vasudhaiva Kutumbakam); জি-২০ ইউনিভাৰ্চিটি কানেক্ট কাৰ্য্যক্ৰমৰ সংক্ষিপ্ত ৰূপ (Compendium of G20 University Connect Programme) আৰু জি-২০ত ভাৰতীয় সংস্কৃতিক থূপাই প্ৰদৰ্শন (Showcasing Indian Culture at G20)।

The fervour generated by the Chandrayaan success needs to be channelled into Shakti: PM Modi

August 26th, 01:18 pm

PM Modi arrived to a grand welcome in Delhi. Responding to the warm civic reception, the Prime Minister expressed his gratitude for the enthusiasm of the people for the success of the Chandrayaan-3. He said that India is creating a new impact on the basis of its achievement and successes and the world is taking note.

দিল্লীত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক ভব্য আদৰণি বৃহৎ সংখ্যক জনতাৰ

August 26th, 12:33 pm

দিল্লীত এক বৃহৎ আদৰণি অনুষ্ঠানত উপস্থিত হয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী৷ চন্দ্ৰযান-৩এ চন্দ্ৰত সফল অৱতৰণৰ পিছত ইছৰোৰ দলৰ সৈতে মত বিনিময় কৰি আজি বেংগালুৰুৰ পৰা দিল্লীত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচৰ ৪দিনীয়া ভ্ৰমণ সামৰি পোনে পোনে বেংগালুৰুলৈ যায় প্ৰধানমন্ত্ৰী৷ এই উপলক্ষে জে পি নাড্ডাই প্ৰধানমন্ত্ৰীক আদৰণি জনাই তেওঁৰ সফল ভ্ৰমণ আৰু ভাৰতীয় বিজ্ঞানীসকলৰ গুৰুত্বপূৰ্ণ কৃতিত্বৰ বাবে সম্বৰ্ধনা জনায়।

Grand welcome as PM Modi arrives in Bengaluru after productive trip to South Africa & Greece

August 26th, 10:08 am

PM Modi landed in Bengaluru after his four day visit to South Africa and Greece. PM Modi participated in the BRICS Summit in South Africa and later visited Greece. PM Modi was given a warm welcome outside HAL. Expressing his eagerness to be with the ISRO team, PM Modi said that he had decided to come to Bengaluru first on his return

India-Greece Joint Statement

August 25th, 11:11 pm

At the invitation of Prime Minister H.E. Kyriakos Mitsotakis, PM Modi paid an official visit to Greece. Both leaders held high level talks in a warm and friendly atmosphere. They noted the ongoing cooperation between the two sides and exchanged views on bilateral, regional and international issues of mutual interest.

গ্ৰীচৰ ইস্কনৰ মূৰব্বী গুৰু দয়ানিধি দাসৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

August 25th, 10:55 pm

প্ৰধানমন্ত্ৰীয়ে ২০১৯ চনত ভাৰতত হোৱা তেওঁলোকৰ বৈঠকৰ কথা স্মৰণ কৰে। গ্ৰীচত ইস্কনৰ কাৰ্যকলাপৰ বিষয়ে তেওঁক অৱগত কৰা হয়।

প্ৰখ্যাত গ্ৰীক গৱেষক আৰু সংগীতজ্ঞ কনষ্টাণ্টিনোছ কালাইটজিছৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

August 25th, 10:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ আগষ্টত এথেন্সত গ্ৰীক গৱেষক, সংগীতজ্ঞ শ্ৰী কনষ্টাণ্টিনোছ কালাইটজিছক সাক্ষাৎ কৰে।

গ্ৰীচৰ শিক্ষাবিদৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ

August 25th, 10:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ আগষ্ট, ২০২৩ত এথেন্সত ইউনিভাৰ্ছিটি অফ এথেন্সত হিন্দী তথা সংস্কৃতৰ অধ্যাপক আৰু ভাৰতবিদ অধ্যাপক ডিমিট্ৰিয়াছ ৱাচ্ছালিয়েডিছক সাক্ষাৎ কৰে। অধ্যাপক ডিমিট্ৰিয়াছ ৱাচ্ছালিয়েডিছৰ সৈতে ছচিয়েল থিয়লজীৰ সহায়ক অধ্যাপক ডঃ এপাষ্টোলছ মিকেলীডিছো আছিল।

India & Greece have a special connection and a relationship spanning centuries: PM Modi

August 25th, 09:30 pm

PM Modi addressed the Indian community at Athens Conservatoire, in Athens. In his address, PM Modi emphasized the unprecedented transformation that India is currently undergoing and the strides being made in various sectors. He lauded the success of the Chandrayaan mission. Prime Minister highlighted the contribution of the Indian community in Greece in advancing the multi-faceted India-Greece relations and urged them to be a part of India’s growth story.

এথেন্সত প্ৰৱাসী ভাৰতীয় সমূদায়ৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

August 25th, 09:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৫ আগষ্টত এথেন্সৰ এথেন্স কনজাৰ্ভেটৰীত ভাৰতীয় সমূদায়ক সম্বোধন কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত ভাৰতে সম্প্ৰতি লাভ কৰি থকা অভূতপূৰ্ব অগ্ৰগতিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চন্দ্ৰযান অভিযানৰ সফলতাকো তেওঁ ভূয়সী প্ৰশংসা কৰে।

গ্ৰীচৰ প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা ব্যৱসায়িক মধ্যাহ্ন ভোজনত প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

August 25th, 08:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ আগষ্টত এথেন্সত গ্ৰীচৰ প্ৰধানমন্ত্ৰী শ্ৰী কিৰিয়াকোছ মিটচোটাকিছে আয়োজন কৰা ব্যৱসায়িক মধ্যাহ্ন ভোজনত অংশগ্ৰহণ কৰে।

দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচ ভ্ৰমণৰ পৰা উভতি অহাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে ২৬ আগষ্টত বেংগালুৰুৰ ইছৰো টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক ভ্ৰমণ কৰে

August 25th, 08:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ আগষ্টৰ পুৱা প্ৰায় ৭:১৫ বজাত বেংগালুৰুস্থিত ISRO Telemetry Tracking and Command Network (ISTRAC) ভ্ৰমণ কৰিব। দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচ ভ্ৰমণৰ পৰা উভতি অহাৰ লগে লগে তেওঁ বেংগালুৰুত উপস্থিত হ’ব।

গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

August 25th, 05:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৫ আগষ্টত এথেন্সত গ্ৰীচৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী কিৰিয়াকছ মিটচোটাকিছক সাক্ষাৎ কৰে।

Prime Minister pays tribute at the ‘Tomb of Unknown Soldier’

August 25th, 03:53 pm

PM Modi paid tributes at the ‘Tomb of Unknown Soldier’ in Athens. PM Modi laid a wreath at the ‘Tomb of Unknown Soldier'. He thereafter, inspected a ceremonial Guard of Honour.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘দ্য গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ অনাৰ’ বঁটা প্ৰদান কৰে গ্ৰীচৰ ৰাষ্ট্ৰপতি কেটেৰিনা ছাকেলাৰ’প’ল’ই।

August 25th, 03:04 pm

গ্ৰীচৰ মৰ্যাদাত অৰিহণা যোগোৱা লোকসকলক সন্মান জনাই গ্ৰীচৰ ৰাষ্ট্ৰপতিয়ে বিভিন্ন দেশৰ প্ৰধানমন্ত্ৰী আৰু গণ্যমান্য ব্যক্তিক গ্ৰেণ্ড ক্ৰছ অৱ অৰ্ডাৰ অৱ অনাৰ বঁটা প্ৰদান কৰে।

গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ সৈতে অনুষ্ঠিত যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ

August 25th, 02:45 pm

মহামহিম প্ৰধানমন্ত্ৰী মিটছোটাকিছ, দুয়োখন দেশৰ প্ৰতিনিধি, সংবাদ মাধ্যমৰ বন্ধু-বান্ধৱীসকল, নমস্কাৰ!

PM Modi arrives in Greece

August 25th, 10:57 am

PM Modi arrived at the Athens International Airport, Greece. During his visit cooperation in perse sectors such as trade and investment, defence, and cultural and people-to-people contacts will be facilitated between the two countries.