বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
February 19th, 11:01 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ দ্বাৰা বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱর্তন অনুষ্ঠানত ভাষণ আগবঢ়ায়৷ এই উপলক্ষে পশ্চিমবংগৰ ৰাজ্যপাল তথা বিশ্ব ভাৰতীৰ উপাচাৰ্য শ্রী জগদীপ ধনকৰ, কেন্দ্রীয় শিক্ষা মন্ত্রী শ্রী ৰমেশ পোখৰিয়াল ‘নিশাংক’ আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্রী শ্রী সঞ্জয় ধোত্রেও উপস্থিত থাকে৷বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱর্তন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণ
February 19th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ দ্বাৰা বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱর্তন অনুষ্ঠানত ভাষণ আগবঢ়ায়৷ এই উপলক্ষে পশ্চিমবংগৰ ৰাজ্যপাল তথা বিশ্ব ভাৰতীৰ উপাচাৰ্য শ্রী জগদীপ ধনকৰ, কেন্দ্রীয় শিক্ষা মন্ত্রী শ্রী ৰমেশ পোখৰিয়াল ‘নিশাংক’ আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্রী শ্রী সঞ্জয় ধোত্রেও উপস্থিত থাকে৷New India has to prepare to deal with every situation of water crisis: PM Modi
December 25th, 12:21 pm
On the birth anniversary of former PM Atal Bihari Vajpayee, PM Modi launched Atal Bhujal Yojana and named the Strategic Tunnel under Rohtang Pass after Vajpayee. PM Modi highlighted that the subject of water was very close to Atal ji's heart and the NDA Government at Centre was striving to implement his vision.PM Launches Atal Bhujal Yojana
December 25th, 12:20 pm
On the birth anniversary of former PM Atal Bihari Vajpayee, PM Modi launched Atal Bhujal Yojana and named the Strategic Tunnel under Rohtang Pass after Vajpayee. PM Modi highlighted that the subject of water was very close to Atal ji's heart and the NDA Government at Centre was striving to implement his vision.Swadeshi was a weapon in the freedom movement, today handloom has become a huge weapon to fight poverty: PM Modi
January 30th, 04:30 pm
PM Modi dedicated the National Salt Satyagraha Memorial to the nation in Dandi, Gujarat. PM Modi while addressing the programme, remembered Gandhi Ji’s invaluable contributions and said, “Bapu knew the value of salt. He opposed the British to make salt costly.” The PM also spoke about Mahatma Gandhi’s focus on cleanliness and said, “Gandhi Ji chose cleanliness over freedom. We are marching ahead on the path shown by Bapu.”প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰলৈ উচৰ্গা কৰিলে গুজৰাটৰ দাণ্ডীৰ ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰ
January 30th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাত্মা গান্ধীৰ মৃত্যু তিথি উপলক্ষে গুজৰাটৰ নভছাৰি জিলাৰ দাণ্ডীত ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰক মুকলি কৰি ৰাষ্ট্ৰলৈ উচৰ্গা কৰে৷'Ajay Bharat, Atal Bhajpa' is a source of inspiration for all of us, says PM Modi
September 13th, 01:08 pm
Speaking to BJP Karyakartas from Jaipur (Rural), Nawada, Ghaziabad, Hazaribagh, Arunachal West BJP via video conference, Prime Minister Shri Narendra Modi shared that few days back, the National Executive Meeting was held which was very productive and he was glad to witness the energy and enthusiasm of our Karyakartas.PM interacts with BJP Karyakartas from Jaipur (Rural), Nawada, Ghaziabad, Hazaribagh, Arunachal West via NaMo App
September 13th, 12:59 pm
Speaking to BJP Karyakartas from Jaipur (Rural), Nawada, Ghaziabad, Hazaribagh, Arunachal West BJP via video conference, Prime Minister Shri Narendra Modi shared that few days back, the National Executive Meeting was held which was very productive and he was glad to witness the energy and enthusiasm of our Karyakartas.প্ৰধানমন্ত্ৰীৰ পৰিবহণ আৰু গৃহ ক্ষেত্ৰৰ প্ৰধান আন্তঃগাঁথনিসমূহৰ পুনৰীক্ষণ
August 03rd, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পথ, পিএমজিএছৱাই, গ্ৰামীণ গৃহ, নগৰ গৃহ, ৰে’লৱে, বিমানবন্দৰ আৰু জলবন্দৰৰ মূল আন্তঃগাঁথনিসমূহৰ অগ্ৰগতি সম্পৰ্কে খতিয়ান লয়৷ দুঘণ্টাজোৰা এই পুনৰীক্ষণ কাৰ্যত মন্ত্ৰালয়সমূহৰ আন্তঃগাঁথনি বিষয়ক শীৰ্ষৰ বিষয়াসমূহ, নিটি আয়োগ আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিষয়াসমূহো উপস্থিত আছিল৷ নিটি আয়োগৰ মুখ্য কাৰ্যবাহী অধ্যক্ষ শ্ৰী অমিতাভ কান্তৰ দ্বাৰা প্ৰস্তুত উপস্থাপনত পথ নিৰ্মাণৰ কাম ক্ষীপ্ৰ গতিত আগবঢ়া বুলি প্ৰদৰ্শন কৰা হয়৷ দৈনিক গড় নিৰ্মাণৰ দৈৰ্ঘ বিত্তীয় বৰ্ষ ১৩-১৪ৰ ১১.৬৭ কিলোমিটাৰৰ তুলনাত ১৭-১৮ বিত্তীয় বৰ্ষত ২৬.৯৩ কিলোমিটাৰ হোৱা বুলি তথ্য প্ৰদান কৰা হয়৷প্ৰধানমন্ত্ৰীয়ে গ্ৰাম্য বৈদ্যুতীকৰণ আৰু সৌভাগ্য আঁচনিৰ উপভোক্তাৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে মত-বিনিময় কৰে
July 19th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০১৪ৰ পাছত বৈদ্যুতিকৰণেৰে সংযুক্ত দেশৰ গ্ৰামাঞ্চলৰ বিভিন্ন নাগৰিকৰ সৈতে মতবিনিময় কৰে৷ প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা—সৌভাগ্য আঁচনিৰ উপভোক্তাসকলৰ সৈতে তেওঁ ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বাৰ্তালাপত মিলিত হয়৷ চৰকাৰৰ বিভিন্ন আঁচনিৰ উপভোক্তাৰ সৈতে প্ৰধানমন্ত্ৰীৰ এয়া আছিল দশমটো মত-বিনিময় অনুষ্ঠান৷People who have not seen darkness, don't understand the meaning of illumination: PM Modi
July 19th, 10:30 am
Interacting with beneficiaries of rural electrification, PM Modi said it was unfortunate that even after 70 years of independence, 18,000 villages lacked electricity. He attacked the previous UPA government for not being able to fulfill its promise of power for all by 2009. He mentioned how the NDA Government, not only focussed on electrification but also reformed the distribution systems across the country.প্ৰধানমন্ত্ৰীৰ নগৰ আন্তঃগাঁথনি প্ৰকল্পৰ শিলান্যাস স্থাপন; কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ দ্বাৰা অভিজ্ঞতা বিনিময়; জয়পুৰত ৰাজহুৱা সভাত বক্তৃতা প্ৰদান
July 07th, 02:21 pm
ইয়াৰ পিছত তেওঁ ভাৰত চৰকাৰ তথা ৰাজস্থানৰ কল্যাণমূলক যোজনাৰ নিৰ্বাচিত হিতাধিকাৰীসকলৰ অভিজ্ঞতাৰ এক শ্ৰব্য-দৃশ্য উপস্থাপন অৱলোকন কৰে৷ এই উপস্থাপন ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীমতী বসুন্ধৰা ৰাজেৰ দ্বাৰা পৰিচালিত হয়৷ এই যোজনাসমূহত বহু অন্য যোজনাৰ বাহিৰেও প্ৰধানমন্ত্ৰী উজ্বলা যোজনা, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা আদিও অন্তৰ্ভুক্ত আছিল৷All our efforts are aimed at building a New India: PM Modi in Jaipur
July 07th, 02:21 pm
PM Modi laid foundation stone for 13 infrastructure projects in Rajasthan. Speaking to a huge gathering, PM Modi said that the BJP-led NDA Government’s sole aim was inclusive and all-round development. He added that in efforts towards building a New India, corruption would not be tolerated. At the event, PM Modi highlighted how multiple initiatives of the Centre as well as the BJP Government in Rajasthan were ushering in a positive difference in the lives of people of the state.Social Media Corner 6 July 2018
July 06th, 07:08 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!Our government has given a new direction to public healthcare: PM Modi
June 29th, 11:52 am
The Prime Minister, Shri Narendra Modi, today laid the Foundation Stone of the National Centre for Aging at the All India Institute of Medical Sciences (AIIMS) in New Delhi.This will provide the older population with multi-speciality healthcare. It will have 200 general ward beds.এইমছত গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
June 29th, 11:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ এইমছত নেশ্যনেল চেণ্টাৰ ফৰ এজিঙৰ আধাৰশিলা স্থাপন কৰে৷ এই সুবিধাই বয়োজেষ্ঠ লোকসকলক মাল্টি-স্পেচিয়েলিটী স্বাস্থ্যসেৱা প্ৰদান কৰিব৷ ইয়াত ২০০ সাধাৰণ ৱাৰ্ড বিচনাৰ সুবিধা আছে৷Due to collective efforts of Centre & State Government, Madhya Pradesh is scaling new heights of development: PM
June 23rd, 02:04 pm
Prime Minister Shri Narendra Modi dedicated the Mohanpura irrigation project in Rajgarh district to the people of Madhya Pradesh and also inaugurated several other projects today. Addressing the gathering, Shri Modi said that his government is making sure that every village in the aspiring districts, in the coming time, have a gas connection, every home has a power connection, all have a bank account, every pregnant woman and child get vaccination.মধ্য প্ৰদেশত প্ৰধানমন্ত্ৰী; মোহনপুৰা জলসিঞ্চন প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গিত
June 23rd, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মোহনপুৰা জলসিঞ্চন প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে৷ এই প্ৰকল্পই ৰাজগড় জিলাৰ কৃষি পথাৰত জলসিঞ্চনৰ সুবিধা আগবঢ়াব৷ ইয়ে অঞ্চলটোৰ বাসিন্দালৈ খোৱাপানীও যোগান ধৰিব৷ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন খোৱা পানী আঁচনিৰো আধাৰশিলা স্থাপন কৰিব৷Our commitment to Chhattisgarh's growth is unwavering: PM Modi
June 14th, 02:29 pm
PM Modi dedicated multiple development projects worth over Rs. 22,000 crores in Bhilai, Chhattisgarh. The projects include expansion of Bhilai Steel Plant, Jagdalpur airport, Naya Raipur Command Centre, foundation stone of IIT Bhilai and roll out of BhartNet phase II. Speaking to a huge gathering, PM Modi said that solutions to all problems were only in development and the Centre would leave no stone unturned to ensure all-round progress of Chhattisgarh.চত্তীশগড় ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰীয়ে, নয়া ৰায়পুৰত ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰ উদ্বোধন; আধূনিকৃত, সম্প্ৰসাৰিত ভিলাই তীখা প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা
June 14th, 02:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চত্তীশগড় ভ্ৰমণ কৰে। এই উপলক্ষে তেওঁ নয়া ৰায়পুৰ স্মাৰ্ট চিটীৰ ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীক নিয়ন্ত্ৰণ কেন্দ্ৰটোৰ বিভিন্ন দিশৰ সন্দৰ্ভত চমুকৈ অৱগত কৰা হয়।