২০২৪-২৫ বৰ্ষত ‘ৱেজ এণ্ড মিনছ এডভান্স’-ক ‘ইকুইটী’লৈ ৰূপান্তৰ কৰি ‘ভাৰতীয় খাদ্য নিগম’ত ১০,৭০০ কোটি টকাৰ ‘ইকুইটী’ প্ৰদানৰ সিদ্ধান্তলৈ অনুমোদন জনাইছে কেবিনেটে
November 06th, 03:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ‘অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটি’য়ে ২০২৪-২৫ বিত্তীয় বৰ্ষত ‘ভাৰতীয় খাদ্য নিগম’ (এফচিআই)ত কাৰ্যকৰী মূলধনৰ বাবে ১০,৭০০ কোটি টকাৰ ‘ইকুইটী’ প্ৰয়োগৰ সিদ্ধান্তলৈ অনুমোদন জনাইছে। এই সিদ্ধান্তৰ উদ্দেশ্য হৈছে কৃষিখণ্ডক শক্তিশালী কৰা আৰু দেশজুৰি কৃষকসকলৰ কল্যাণ নিশ্চিত কৰা। এই কৌশলগত পদক্ষেপে কৃষকসকলক সহোযোগিতা আগবঢ়োৱাৰ লগতে ভাৰতৰ কৃষি অৰ্থনীতিক সুদৃঢ় কৰাৰ বাবে চৰকাৰে পোষণ কৰা দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰদৰ্শন কৰে।আন্তঃৰাষ্ট্ৰীয় কৃষি অৰ্থনীতিবিদসকলৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 03rd, 09:35 am
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, আন্তৰ্জাতিক কৃষি অৰ্থনীতি পৰিষদৰ অধ্যক্ষ ড° মতীন কাইম, নিটি আয়োগৰ সদস্য শ্ৰী ৰমেশ জী, ভাৰত আৰু অন্যান্য দেশৰ কৃষি বিজ্ঞানী, গৱেষক, কৃষি খণ্ডৰ সৈতে জড়িত বিভিন্ন বিশ্ববিদ্যালয়ৰ আমাৰ সতীৰ্থসকল , বিশেষজ্ঞ আৰু অংশীদাৰসকল, ভদ্ৰমহিলাসকল,PM inaugurates the 32nd International Conference of Agricultural Economists
August 03rd, 09:30 am
Prime Minister Narendra Modi inaugurated the 32nd International Conference of Agricultural Economists, emphasizing the need for global cooperation in agriculture and the importance of sustainable farming practices. The PM also highlighted India's efforts in digital agriculture, water conservation, and soil health management.Seeing Rafale jets soar in Ambala skies today is a proud moment for all of us: PM Modi in Ambala
May 18th, 03:00 pm
Prime Minister Narendra Modi spoke at a rally in Ambala, highlighting the opposition's deceitful intentions and reaffirming BJP's dedication to Haryana's development. Addressing the gathering, “Modi's 'dhaakad' government demolished the wall of Article 370 and Kashmir started walking on the path of development.”PM Modi addresses energetic crowds in Ambala & Sonipat, Haryana
May 18th, 02:46 pm
Prime Minister Narendra Modi spoke at major rallies in Ambala & Sonipat, highlighting the opposition's deceitful intentions and reaffirming the BJP's dedication to Haryana's development. Addressing the gathering, “Modi's 'dhaakad' government demolished the wall of Article 370 and Kashmir started walking on the path of development.”প্ৰধানমন্ত্ৰীয়ে ২৪ ফেব্ৰুৱাৰীত সমবায় খণ্ডৰ বাবে কেইবাটাও বৃহৎ পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
February 22nd, 04:42 pm
দেশৰ সমবায় খণ্ডক শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সমবায় খণ্ডৰ বাবে কেইবাটাও বৃহৎ পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।