
ৰাষ্ট্ৰীয় ৰ’পৱে উন্নয়ন কাৰ্যসূচী-পৰ্বতমালা পৰিযোজনাৰ অধীনত উত্তৰাখণ্ডত গোবিন্দঘাটৰ পৰা হেমকুণ্ড চাহেব জীলৈ (১২.৪ কিলোমিটাৰ) ৰ’পৱে উন্নয়ন প্ৰকল্প ৰূপায়ণত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
March 05th, 03:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে উত্তৰাখণ্ডত গোবিন্দঘাটৰ পৰা হেমকুণ্ড চাহাব জীলৈ (১২.৪ কিলোমিটাৰ) ৰ’পৱে উন্নয়ন প্ৰকল্প ৰূপায়ণৰ বাবে অনুমোদন জনাইছে। ইয়াৰ বাবে ব্যয় হ’ব ২,৭৩০.১৩ কোটি টকা।