‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
August 07th, 04:16 pm
কেইদিনমান আগতে ‘ভাৰত মণ্ডপম’ৰ এক বিশাল উদ্বোধন কৰা হৈছে। আপোনালোকৰ বহুতেই চাগৈ আগতে ইয়ালৈ আহিছিল আৰু শিবিৰ স্থাপন কৰি নিজাকৈ একোখন পৃথিৱী স্থাপন কৰিছিল। আজি আপোনালোকে ইয়াত এখন পৰিৱৰ্তিত দেশৰ প্ৰতিচ্ছৱি দেখিবলৈ পাইছে। আৰু, আজি আমি এই ‘ভাৰত মণ্ডপম’ত ‘নেশ্যনেল হেণ্ডলুম ডে’’- ‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ উদযাপন কৰিছোঁ। ‘ভাৰত মণ্ডপম’ৰ এই বিশালতাত ভাৰতৰ হস্ততাঁত উদ্যোগেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। নতুনৰ সৈতে প্ৰাচীনৰ এই সঙ্গমে আজিৰ ভাৰতক সংজ্ঞায়িত কৰে। আজিৰ ভাৰতে কেৱল ‘লোকেল’-ৰ প্ৰতিয়েই ‘ভোকেল’-ৰ ভূমিকা পালন কৰা নাই, বৰঞ্চ ইয়াক বিশ্বজোৰা কৰি তুলিবৰ বাবে এক গোলকীয় মঞ্চও প্ৰদান কৰিছে। অলপ আগতে মই কিছুসংখ্যক শিপিনী সহকৰ্মীৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলোঁ। সমগ্ৰ দেশৰ বহুতো হস্ততাঁত গোটৰ আমাৰ শিপিনী ভাই-ভনীসকল দূৰদূৰণিৰ পৰা ইয়ালৈ আহিছে আৰু আমাৰ সৈতে সংযুক্ত হৈছে। এই বিশাল অনুষ্ঠানটোলৈ মই আপোনালোক সকলোকে হৃদয়েৰে স্বাগতম জনাইছোঁ, মই আপোনালোকক অভিনন্দন জনাইছোঁ।নতুন দিল্লীত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনত ভাষণ প্ৰধানমন্ত্ৰীৰ
August 07th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনত ভাষণ দি নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বনে প্ৰস্তুত কৰা ‘ভাৰতীয় বস্ত্ৰ এৱম শিল্প কোষ - বস্ত্ৰশিল্প আৰু শিল্পকৰ্মৰ ভঁৰাল’ ই-প’ৰ্টেল মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে প্ৰদৰ্শিত প্ৰদৰ্শনীখন পৰিদৰ্শন কৰি শিপিনীসকলৰ সৈতে মত বিনিময় কৰে।প্রধানমন্ত্রীয়ে ২০২২-২৩ত জিইএমৰ দ্বাৰা সৰ্বমুঠ ব্যৱসায়িক মূল্য ২ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰাত সন্তুষ্টি প্ৰকাশ কৰে
March 31st, 05:35 pm
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীযুষ গোয়েলৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;প্ৰধানমন্ত্ৰীয়ে জিইএম প্লেটফৰ্মত তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন কৰা সকলক প্ৰশংসা কৰে
November 29th, 09:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জিইএম প্লেটফৰ্মত তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন কৰাৰ বাবে বিক্ৰেতাসকলক প্ৰশংসা কৰে।৭৫ খন জিলাত ৭৫ টা ডিজিটেল বেংকিং ইউনিট দেশবাসীলৈ উৎসৰ্গা কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
October 16th, 03:31 pm
৭৫ টা ডিজিটেল বেংকিং ইউনিট মুকলি কৰাৰ উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জনাইছো। আজি দেশখনে আকৌ এবাৰ ডিজিটেল ইণ্ডিয়াৰ সম্ভাৱনা প্ৰত্যক্ষ কৰিছে। আজি দেশৰ ৭৫ খন জিলাৰ ৭৫ টা ডিজিটেল বেংকিং ইউনিটৰ জন্ম হৈছে । মই এই অভিযানৰ সৈতে জড়িত সকলোকে, আমাৰ বেংকিং খণ্ডক, আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকক অভিনন্দন জনাইছো।৭৫ খন জিলাৰ ৭৫ টা ডিজিটেল বেংকিং ইউনিট ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 16th, 10:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৭৫ খন জিলাৰ ৭৫ টা ডিজিটেল বেংকিং ইউনিট (ডিবিইউ) ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে।মধ্য প্ৰদেশৰ শ্যোপুৰত মহিলা আত্ম সহায়ক গোটৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পাঠ
September 17th, 01:03 pm
মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগুভাই পেটেল, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীমান শিৱৰাজ সিংহ জী চৌহান, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থসকল, মধ্য প্ৰদেশ চৰকাৰৰ মন্ত্ৰীগণ, সাংসদ আৰু বিধায়ক বন্ধু, বিশাল সংখ্যাত উপস্থিত হোৱা আন সকলো সহায়ক গোটৰ সৈতে জড়িত মাতৃ-ভগ্নীসকলক প্ৰণাম!PM addresses Women Self Help Groups Conference in Karahal, Madhya Pradesh
September 17th, 01:00 pm
PM Modi participated in Self Help Group Sammelan organised at Sheopur, Madhya Pradesh. The PM highlighted that in the last 8 years, the government has taken numerous steps to empower the Self Help Groups. “Today more than 8 crore sisters across the country are associated with this campaign. Our goal is that at least one sister from every rural family should join this campaign”, PM Modi remarked.Khadi is an example of sustainable and eco-friendly clothing, it has least carbon footprint: PM
August 27th, 09:35 pm
PM Modi addressed Khadi Utsav at the Sabarmati River Front, Ahmedabad. The PM recalled his personal connection with Charkha and remembered his childhood when his mother used to work on Charkha. He said, “The bank of Sabarmati has become blessed today as on the occasion of 75 years of independence as 7,500 sisters and daughters have created history by spinning yarn on a spinning wheel together.”PM participates in Khadi Utsav at the Sabarmati River Front, Ahmedabad
August 27th, 05:51 pm
PM Modi addressed Khadi Utsav at the Sabarmati River Front, Ahmedabad. The PM recalled his personal connection with Charkha and remembered his childhood when his mother used to work on Charkha. He said, “The bank of Sabarmati has become blessed today as on the occasion of 75 years of independence as 7,500 sisters and daughters have created history by spinning yarn on a spinning wheel together.”৪ জুলাইত ভীমাৱৰাম আৰু গান্ধীনগৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
July 01st, 12:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ জুলাই, ২০২২ত অন্ধ্ৰপ্ৰদেশৰ ভীমাৱৰাম আৰু গুজৰাটৰ গান্ধীনগৰ ভ্ৰমণ কৰিব। প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ভীমাৱৰামত কিংবদন্তি স্বাধীনতা সংগ্ৰামী আল্লুৰী সীতাৰামা ৰাজুৰ বৰ্ষজোৰা ১২৫ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰিব। ইয়াৰ পিছত প্ৰায় ৪:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত ডিজিটেল ইণ্ডিয়া উইক, ২০২২ উদ্বোধন কৰিব।Democracy is in DNA of every Indian: PM Modi
June 26th, 06:31 pm
PM Modi addressed and interacted with the Indian community in Munich. The PM highlighted India’s growth story and mentioned various initiatives undertaken by the government to achieve the country’s development agenda. He also lauded the contribution of diaspora in promoting India’s success story and acting as brand ambassadors of India’s success.প্রধানমন্ত্রীয়ে জাৰ্মানীৰ মিউনিখত ভাৰতীয় সমুদায়ৰ সৈতে বাৰ্তালাপ কৰে
June 26th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিউনিখত থকা অডি ড'মত জাৰ্মানীত বাস কৰা ভাৰতীয় সমুদায়ক সম্বোধন কৰে আৰু তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে। জাৰ্মানীৰ অত্যন্ত সক্ৰিয় তথা তৎপৰ ভাৰতীয় সমুদায়ৰ কেইবাহাজাৰ সদস্যই এই কাৰ্যক্ৰমত ভাগ লয়।Country's development is getting new momentum by the youth: PM
May 14th, 09:59 am
The Prime Minister, Shri Narendra Modi launched the Madhya Pradesh Startup Policy during the Madhya Pradesh Startup Conclave being held in Indore, today, via video conferencing. He also launched the Madhya Pradesh Startup portal, which will facilitate and help promote the startup ecosystem. He also interacted with the startup entrepreneurs.প্ৰধানমন্ত্ৰীয়ে মধ্য প্ৰদেশ ষ্টাৰ্টআপ সন্মিলনৰ সময়ত মধ্য প্ৰদেশ ষ্টাৰ্টআপ নীতি আৰম্ভ কৰে
May 13th, 06:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ইন্দোৰত অনুষ্ঠিত হোৱা মধ্যপ্ৰদেশ ষ্টাৰ্টআপ সন্মিলনৰ সময়ত মধ্যপ্ৰদেশ ষ্টাৰ্টআপ নীতিৰ শুভাৰম্ভ কৰে। তেওঁ মধ্য প্ৰদেশ ষ্টাৰ্টআপ পৰ্টেলও মুকলি কৰে, যি ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰবৃদ্ধিত সহায় কৰিব। তেওঁ ষ্টাৰ্টআপ উদ্যোগীসকলৰ সৈতেও বাৰ্তালাপ কৰিছিল।Aatmanirbhar Bharat is our path as well as our resolve: PM Modi
May 06th, 02:08 pm
PM Narendra Modi addressed the inaugural session of JITO Connect 2022. The Prime Minister said, Whatever may be the area of expertise, area of concern and whatever may be the differences of opinion of the people, they are all united by the rise of New India. Today everyone feels that India is now moving beyond ‘probability and potential’ and performing a bigger purpose of global welfare.প্ৰধানমন্ত্ৰীয়ে 'জিআইটিঅ' কানেক্ট ২০২২'ৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰে
May 06th, 10:17 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জৈন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংস্থাৰ 'জিআইটিঅ' কানেক্ট ২০২২'ৰ উদ্বোধনী অধিৱেশনত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভাষণ প্ৰদান কৰে।Our decisions should always reflect the notion of 'Nation First': PM Modi
April 21st, 10:56 pm
On the occasion of Civil Services Day, PM Modi conferred the Prime Minister’s Awards for Excellence in Public Administration at Vigyan Bhawan, New Delhi. In his remarks, the PM said, “It is the duty of the government system to nurture, unleash and support the capability of the society.”প্ৰধানমন্ত্ৰীয়ে অসামৰিক সেৱা দিৱসত ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰী বঁটা প্ৰদান কৰে
April 21st, 10:31 am
অসামৰিক সেৱা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত জন প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰী বঁটা প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জিতেন্দ্ৰ সিং, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব শ্ৰী পি কে মিশ্ৰ, কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবা অনুষ্ঠানটোত উপস্থিত আছিল।আমি পানী সংৰক্ষণ কৰিবলৈ সকলোধৰণৰ প্ৰয়াস কৰিব লাগিব: মন কী বাতত প্ৰধানমন্ত্ৰী
March 27th, 11:00 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। যোৱা সপ্তাহত, আমি এনে এক কৃতিত্ব অৰ্জন কৰিছিলোঁ যিয়ে আমাক গৌৰৱান্বিত কৰি তুলিছিল। আপুনি হয়তো শুনিছে যে ভাৰতে যোৱা সপ্তাহত ৪০০ বিলিয়ন ডলাৰ, অৰ্থাৎ ৩০ লাখ কোটি টকাৰ ৰপ্তানিৰ লক্ষ্য লাভ কৰিছে। প্ৰথমবাৰৰ বাবে, এনে লাগে যে ই অৰ্থনীতিৰ সৈতে সম্পৰ্কিত, কিন্তু ই অৰ্থনীতিতকৈ অধিক, ই ভাৰতৰ শক্তি, ভাৰতৰ সম্ভাৱনাৰ সৈতে সম্পৰ্কিত। এটা সময়ত, ভাৰতৰ পৰা ৰপ্তানিৰ পৰিমাণ আছিল ১০০ বিলিয়ন, কেতিয়াবা ১৫০ বিলিয়ন, কেতিয়াবা ২০০ বিলিয়ন, এতিয়া, ভাৰত ৪০০ বিলিয়ন ডলাৰত উপনীত হৈছে। ইয়াৰ অৰ্থ হৈছে যে সমগ্ৰ বিশ্বতে ভাৰতত নিৰ্মাণ কৰা বস্তুৰ চাহিদা বৃদ্ধি পাইছে, আনটোৰ অৰ্থ হৈছে যে ভাৰতৰ যোগান শৃংখলা দিনক দিনে শক্তিশালী হৈ আহিছে আৰু ইয়াৰ এটা ডাঙৰ বাৰ্তাও আছে। যেতিয়া সংকল্প সপোনতকৈ ডাঙৰ হয় তেতিয়া দেশখনে মহান পদক্ষেপ গ্ৰহণ কৰে। যেতিয়া অহৰ্নিশে সংকল্পৰ বাবে আন্তৰিক প্ৰচেষ্টা কৰা হয়, সেই সংকল্পবোৰো প্ৰমাণিত হয়, আৰু আপুনি দেখিছে, এজন ব্যক্তিৰ জীৱনতো একে ধৰণৰ ঘটনা ঘটে। যেতিয়া এজনৰ সংকল্প, তেওঁৰ প্ৰচেষ্টা তেওঁৰ সপোনতকৈ ডাঙৰ হয়, তেতিয়া সাফল্য নিজে বাট বুলি তেওঁৰ ওচৰলৈ আহে।