Prime Minister Shri Narendra Modi interacts with participants of Smart India Hackathon 2024

December 11th, 04:30 pm

PM Modi interacted with young innovators at the Grand Finale of Smart India Hackathon 2024 today, via video conferencing. He said that many solutions from the last seven hackathons were proving to be very useful for the people of the country.

BJP is the only pan-India party from east to west and from north to south: PM Modi

March 28th, 06:37 pm

Prime Minister Narendra Modi addressed party karyakartas at the BJP headquarters during the inauguration of residential complex and auditorium of BJP. Addressing the gathering, he said, “I remember, in February 2018, when I had come to inaugurate this headquarters, I had said that the soul of this office is our karyakartas. Today when we are expanding this office, it is also not just an expansion of a building. Rather, it is an extension of the dreams of every BJP worker, it is an extension of BJP's resolve to serve.”

PM Modi addresses Party Karyakartas at BJP HQ in Delhi

March 28th, 06:36 pm

Prime Minister Narendra Modi addressed party karyakartas at the BJP headquarters during the inauguration of residential complex and auditorium of BJP. Addressing the gathering, he said, “I remember, in February 2018, when I had come to inaugurate this headquarters, I had said that the soul of this office is our karyakartas. Today when we are expanding this office, it is also not just an expansion of a building. Rather, it is an extension of the dreams of every BJP worker, it is an extension of BJP's resolve to serve.”

PM chairs 39th PRAGATI Interaction

November 24th, 07:39 pm

Prime Minister Narendra Modi chaired the meeting of 39th edition of PRAGATI. The PM reviewed eight projects spread across the ministries of Railways, Roads, Power and Petroleum worth over Rs. 20,000 crore. He also reviewed aspects relating to the Poshan Abhiyan.

India's digital revolution is rooted in our democracy, our demography, and the scale of our economy: PM

November 18th, 09:19 am

PM Narendra Modi delivered keynote address at inaugural session of The Sydney Dialogue on India's technology revolution via video conferencing. The PM said, As a democracy and a digital leader, India is ready to work with partners for shared prosperity and security.”

PM delivers keynote address at The Sydney Dialogue, speaks on India’s technology evolution and revolution

November 18th, 09:18 am

PM Narendra Modi delivered keynote address at inaugural session of The Sydney Dialogue on India's technology revolution via video conferencing. The PM said, As a democracy and a digital leader, India is ready to work with partners for shared prosperity and security.”

নেছকম প্ৰযুক্তি আৰু নেতৃত্ব মঞ্চত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

February 17th, 12:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’(এনটিএলএফ) সম্বোধন কৰে।

‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

February 17th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’(এনটিএলএফ) সম্বোধন কৰে।

বিত্ত আয়োগে প্ৰধানমন্ত্ৰীক নিজৰ ৰিপ’ৰ্টৰ কপি প্ৰদান কৰ

November 16th, 07:28 pm

১৫তম বিত্ত আয়োগৰ অধ্যক্ষ আৰু সদস্য সকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ২০২১-২২ৰ পৰা ২০২৫-২৬ৰ সময়ছোৱাৰ বাবে আয়োগৰ ৰিপ'ৰ্টৰ এটা কপি প্ৰদান কৰে। আয়োগে নিজৰ ৰিপ'ৰ্ট ৪ নবেম্বৰ, ২০২০ত ভাৰতৰ ৰাষ্ট্ৰপতিক সমৰ্পিত কৰিছিল।

২০২০-২০২১ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কত প্ৰধানমন্ত্ৰীৰ মন্তব্য

February 01st, 04:58 pm

দূৰদৃষ্টিৰ লগতে কৰ্ম তত্পৰতাক সাৰথি কৰি যুগুতোৱা এইটো দশকৰ প্ৰথমখন বাজেটৰ বাবেমই নিৰ্মলা সীতাৰমণ আৰু তেওঁৰ সতীৰ্থসকলক অভিনন্দন জ্ঞপন কৰিছো। বাজেটতত যিসমূহ নতুন সংস্কাৰৰ কথা ঘোষণা কৰা হৈছে, সেইসমূহ সংস্কাৰে বাস্তৱিকতেই আমাৰ অৰ্থ-ব্যৱস্থাক গতি প্ৰদান কৰাৰ লগতে দেশৰ প্ৰতিগৰাকী নাগৰিককো আৰ্থিক ভাবে স্বস্তি দান কৰিব। এইসমূহ সংস্কাৰে এইটো দশকৰ অৰ্থ-ব্যৱস্থাৰ বুনিয়াদো শক্তিশালী কৰি তুলিব। কৰ্ম সংস্থানৰ আটাইতকৈ প্ৰধান ক্ষেত্ৰ হৈছে কৃষি,, আন্তঃগাঁথনি নিৰ্মাণ, বস্ত্ৰ শিল্প আৰু প্ৰযক্তি। নিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰাৰ বাবে এইবাৰৰ বাজেটত এইকেইটা খণ্ডত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।

২০২০ৰ কেন্দ্ৰীয় বাজেটত প্ৰতিগৰাকী নাগৰিকৰ অৰ্থনৈতিক সবলীকৰণত গুৰুত্ব আৰোপ কৰা হৈছে : প্ৰধানমন্ত্ৰীৰ মন্তব্

February 01st, 04:57 pm

২০২০ৰ কেন্দ্ৰীয় বাজেটখনক প্ৰধানমন্ত্ৰীয়ে এখন দূৰদৃষ্টিসম্পন্ন আৰু কৰ্ম তত্পৰতাৰভিত্তিত যুগুতোৱাবাজেট বুলি অভিহত কৰিছে। এই সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়,‘বাজেটতত যিসমূহ নতুন সংস্কাৰৰ কথা ঘোষণা কৰা হৈছে, সেইসমূহ সংস্কাৰে বাস্তৱিকতেই আমাৰ অৰ্থ-ব্যৱস্থাক গতি প্ৰদান কৰাৰ লগতে দেশৰ প্ৰতিগৰাকী নাগৰিকক আৰ্থিক ভাবে স্বস্তি দান কৰিব’। তেওঁ এইসমূহ সংস্কাৰসমূহে দশকটোৰ অৰ্থ-ব্যৱস্থাৰ বুনিয়াদো শক্তিশালী কৰি তুলিব বুলি মন্তব্য কৰে।

১০৭তম ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ মুকলি সভাত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

January 03rd, 10:51 am

বন্ধুসকল, পোন প্ৰথমে আপোনালোকক ২০২০ বৰ্ষৰ শুভেচ্ছা জনালো৷ এই বৰ্ষটো যেন আপোনালোকৰ বাবে উন্নতি তথা গৱেষণাগাৰৰ বাবে উদ্ভাৱনৰ বৰ্ষ হওক, তাৰেই কামনা কৰিছো৷ নতুন বৰ্ষ তথা নতুন দশকৰ আৰম্ভণিতে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ সৈতে জড়িত মোৰ প্ৰথমটো কাৰ্যসূচীয়ে মোক আনন্দিত কৰি তুলিছে৷ যোৱাবাৰ মই যেতিয়া বেংগালুৰুলৈ আহিছিলো তেতিয়া দেশবাসীৰ চকু চন্দ্ৰযান-২ত নিৱদ্ধ আছিল৷ সেই সময়, যিধৰণে আমাৰ দেশে বিজ্ঞানক উদযাপন কৰিছিল, আমাৰ মহাকাশ কাৰ্যসূচী আৰু আমাৰ বিজ্ঞানীসকলৰ শক্তি সদায়েই মোৰ স্মৃতিৰ মণিকোঠাত জীয়াই থাকিব৷

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ১০৭তম ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ

January 03rd, 10:50 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংগালুৰুৰ ইউনিভাৰ্ছিটী অব্ এগ্ৰিকালচাৰেল ছায়েন্সেত ১০৭তম ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ (আইএছচি) মুকলি কৰে৷

৭০সংখ্যক সংবিধান দিৱস উলক্ষে সংসদৰ যুটীয়া সদনত দিয়া প্ৰধনমন্ত্ৰীৰ ভাষণ

November 26th, 10:52 am

কিছুমান দিৱস, কিছুমান উপলক্ষই এনেকুৱা যে সেইবোৰে অতীতৰ সৈতে আমাৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলে। আমাক এক উন্নত ভৱিষ্যতগঢ়ি তোলাৰ বাবে আধিক দৃঢ়তাৰে কাম কৰি যোৱাৰ বাবে অনুপ্ৰাণিত কৰি তোলে। আজি ২৬ নৱেম্বৰ, এক ঐতিহাসিক দিৱস। আজিৰ পৰা ৭০ বছৰৰ আগতে আমি বিধিগত ভাৱে এই দিনটোতে সংবিধানৰ অংগীকাৰ গ্ৰহণ কৰিছিলো।

দেশবাসীক সংবিধানত সমৃদ্ধ কৰ্তব্যপালনৰ আহ্বান জনালে প্ৰধানমন্ত্রীয়ে

November 26th, 10:50 am

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি আমাৰ সংবিধানৰ অন্তৰ্নিহিত শক্তিৰ ওপৰত জোৰ দি কয় যে এই শক্তিয়ে দেশৰ ঐক্য আৰু সংহতি বজাই ৰাখি আমাৰ সকলোধৰণৰ প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ শিকায়৷ সংবিধানৰ ৭০সংখ্যক বর্ষ উদযাপন উপলক্ষে সংসদৰ চেণ্ট্ৰেল হলত আয়োজিত যুটীয়া অধিৱেশনত প্ৰধানমন্ত্রীয়ে ভাষণ আগবঢ়ায়৷

সহকাৰী সচিবৰ সমাপন অধিৱেশন প্ৰধানমন্ত্ৰীৰ সভাপতিত্ব

October 01st, 03:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সহকাৰী সচিব (২০১৭ৰ আই এ এছ বেটচ)ৰ সমাপন অনুষ্ঠানত উপস্থিত থাকে৷

সিদ্ধান্ত নিৰূপণত মহিলাৰ ভূমিকাৰ প্ৰসাৰণ

March 14th, 02:49 pm

ভাৰতীয় ইতিহাস আৰু সংস্কৃতিত মহিলাই বিশেষ অংশ অধিকাৰ কৰি আহিছে৷ হিন্দু আখ্যানৰ পৰা আৰম্ভ কৰি ভাৰতৰ স্বাধীনতা যুদ্ধলৈ বিশ্বত দ্ৰুততম অৰ্থনীতি হোৱাৰ ক্ষেত্ৰত মহিলাসকলে শক্তিশালী আৰু নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷

উত্তৰ-পূৰ্বাঞ্চলৰ স্থানীয় শক্তিক উদগণি যোগোৱা

March 14th, 02:46 pm

দেশৰ অন্য প্ৰান্তৰ দৰে উত্তৰ-পূৰ্বাঞ্চলক বিকাশৰ ধাৰাৰ সৈতে সংযুক্ত কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে৷ যোৱা ৫বছৰত তেওঁলোকে উত্তৰ-পূববাসীৰ দাবী পূৰণ কৰাৰ লগতে দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ থকা আন্তঃগাথনিমূলক প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিছে৷

দুৰ্নীতিৰ বিৰূদ্ধে মোদী চৰকাৰৰ নিৰ্ণায়ক, বহুমুখী পদক্ষেপ:

March 14th, 02:36 pm

আমাৰ দেশৰ বাবে ইমানদিনে এক বৃহৎ অভিশাপস্বৰূপ হৈ পৰিছিল দুৰ্নীতি। দুৰ্নীতিক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্যৰে নিৰ্বাচনত জয় হোৱাৰ পিছত মোদী চৰকাৰে দুৰ্নীতিবিহীন প্ৰশাসনযন্ত্ৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে। চৰকাৰখনে ক’লাধনৰ উৎস ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে অৰ্থনৈতিক অপৰাধীসকলে যাতে শাস্তিৰ সন্মুখীন হয় সেই কথাও নিশ্চিত কৰিছে।

সততাৰ প্ৰতিষ্ঠা

March 14th, 02:33 pm

এখন দেশত যেতিয়া ‘চলি আছে’ ধৰণৰ মনোবৃত্তি প্ৰৱৰ্তিত থাকে, তেনে অৱস্থাত ৰাজহুৱা জীৱন দুৰ্নীতিত নিমজ্জিত হয়, তাৰ বিপৰীতে বিগত ৫ বছৰত দুৰ্নীতি বিৰুদ্ধে যি এক সামগ্ৰিক আক্ৰমণ হৈছে ভাৰতত কেতিয়াও দেখিবলৈ পোৱা নাছিল৷