প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি মহামহিম গোতাবায়া ৰাজাপক্ষৰ মাজত টেলিফোনিক বাৰ্তালা
March 13th, 03:14 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি মহামহিম গোতাবায়া ৰাজাপক্ষৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।ভাৰ্চুৱেল দ্বিপাক্ষিক সন্মিলন সন্দৰ্ভত ভাৰত-শ্ৰীলংকাৰ যুটীয়া বিবৃত
September 26th, 11:00 am
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী আৰু শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী এইচ ই মহিন্দা ৰাজাপাকছাই আজি এক ভাৰ্চুৱেল সন্মিলন অনুষ্ঠিত কৰে য'ত তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্ক আৰু উভয়ৰে পাৰস্পৰিক স্বাৰ্থ জড়িত আঞ্চলিক তথা আন্তৰ্জাতিক বিষয়ৰ ওপৰত আলোচনা কৰেশ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ
September 17th, 11:19 am
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছা আৰু প্ৰধানমন্ত্ৰী মহিন্দ্ৰা ৰাজাপাকছাই আজি দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক টেলিফোনত তেওঁৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে৷Telephone Conversation between PM and President of Srilanka
May 23rd, 03:14 pm
Prime Minister Shri Narendra Modi spoke on phone today with H.E. Gotabaya Rajapaksa, President of Sri Lanka, regarding the ongoing COVID-19 pandemic and its likely health and economic impacts in the region.PM thanks President of Sri Lanka
March 23rd, 06:17 pm
The Prime Minister Shri Narendra Modi has thanked President of Sri Lanka, Shri Gotabaya Rajapaksa for his contribution to the COVID-19 Emergency Fund.শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ কালত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
November 29th, 12:50 pm
ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষ আৰু তেওঁৰ সৈতে অহা প্ৰতিনিধি দলক ভাৰতলৈ আদৰণী জনাবলৈ পাই মই অতিশয় আনন্দিত হৈছো৷ নির্বাচনত সংখ্যাগৰিষ্ঠ ভোটত জয়লাভৰ বাবে মই ৰাষ্ট্ৰপতি মহোদয়ক আন্তৰিক শুভেচ্ছা জনাইছো৷ নির্বাচন প্ৰক্রিয়া সুচাৰুৰুপে সম্পন্ন হৈছে, সেইবাবে মই শ্ৰীলংকাৰ জনগণক অভিনন্দন জনাইছো৷ শ্ৰীলংকাত গণতন্ত্ৰ শক্তিশালী তথা পৰিপক্কতা অত্যন্ত গৌৰৱ আৰু আনন্দৰ বিষয়।প্ৰধানমন্ত্ৰীয়ে শ্ৰীলংকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি শ্ৰী গোটোবায়া ৰাজাপাকছাক টেলিফোনেৰে অভিনন্দন জনায়
November 17th, 07:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি শ্ৰীলংকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি শ্ৰী গোটাবায়া ৰাজাপাকছাক টেলিফোনেৰে অভিনন্দন জনায়৷