ধন্বন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ২৯ অক্টোবৰত ১২,৮৫০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
October 28th, 12:47 pm
প্ৰধানমন্ত্ৰী মোদীয়ে ধ্বজাবাহী আঁচনি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পি এম-জে এ ৱাই)ৰ অধীনত ৭০ বছৰ আৰু তাতকৈ অধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ হেল্থ কভাৰেজ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিব। ইয়াৰ দ্বাৰা সকলো জ্যেষ্ঠ নাগৰিকক তেওঁলোকৰ আয় যিয়েই নহওক কিয় হেল্থ কভাৰেজ প্ৰদান কৰাত সহায়ক হ’ব।Efforts are underway to give Shravasti a distinct identity on the national map: PM Modi in Shravasti, UP
May 22nd, 12:45 pm
Ahead of the 2024 Lok Sabha Elections, PM Modi marked his special presence in Shravasti, UP, and vowed to continue his fight against the opposition. He emphasized his unwavering vision for a ‘Viksit Uttar Pradesh’. The PM urged citizens to actively participate in the democratic process for the betterment of the nation.Today, India's stature and respect on the global stage have significantly increased: PM Modi in Basti
May 22nd, 12:35 pm
Ahead of the 2024 Lok Sabha Elections, PM Modi marked his special presence in Basti, UP, and vowed to continue his fight against the opposition. He emphasized his unwavering vision for a ‘Viksit Uttar Pradesh’. The PM urged citizens to actively participate in the democratic process for the betterment of the nation.PM Modi attracts huge crowds at Basti & Shravasti rallies in UP
May 22nd, 12:30 pm
Ahead of the 2024 Lok Sabha Elections, PM Modi marked his special presence in Basti and Shravasti, UP, and vowed to continue his fight against the opposition. He emphasized his unwavering vision for a ‘Viksit Uttar Pradesh’. The PM urged citizens to actively participate in the democratic process for the betterment of the nation.বিহাৰৰ বেগুছৰাইত বিভিন্ন প্ৰকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 02nd, 08:06 pm
বিহাৰৰ ৰাজ্যপাল শ্ৰীযুত ৰাজেন্দ্ৰ আৰ্লেকাৰ ডাঙৰীয়া, মুখ্যমন্ত্ৰী শ্ৰীযুত নীতিশ কুমাৰ ডাঙৰীয়া, মন্ত্ৰীসভাত মোৰ সতীৰ্থ গিৰিৰাজ সিং ডাঙৰীয়া, হৰদীপ সিং পুৰী ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী বিজয় সিনহা ডাঙৰীয়া, সম্ৰাট চৌধুৰী ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আন সকলো বিশিষ্ট ব্যক্তি আৰু বেগুছৰাইৰ পৰা অহা মোৰ প্ৰিয় উৎসাহী ভাতৃ আৰু ভগ্নীসকল।বিহাৰৰ বেগুচৰাইত একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
March 02nd, 04:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ বেগুচৰাইত সমগ্ৰ দেশতে প্ৰায় ১.৪৮ লাখ কোটি টকাৰ একাধিক তেল আৰু গেছ খণ্ডৰ প্ৰকল্প আৰু বিহাৰৰ ১৩,৪০০ টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে।ঝাৰখণ্ডৰ সিন্দ্ৰিত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 01st, 11:30 am
ঝাৰখণ্ডৰ ৰাজ্যপালন শ্ৰী চি. পি ৰাধাকৃষ্ণণ জী, মুখ্যমন্ত্ৰী শ্ৰী চম্পাই চোৰেন জী, মোৰ কেবিনেট সতীৰ্থ অৰ্জুন মুণ্ডা জী, বিধানসভাৰ বিৰোধী দলপতি, অন্যান্যা বিশিষ্ট ব্যক্তিসকল আৰু ঝাৰখণ্ডৰ মোৰ ভাই-ভনীসকল, সকলোকে নমস্কাৰ।ঝাৰখণ্ডৰ ধানবাদত ৩৫,৭০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
March 01st, 11:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ধানবাদৰ সিন্দ্ৰীত ৩৫,৭০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এলানি প্ৰকল্প দেশবাসীক উৎসৰ্গা কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে সাৰ, ৰে'ল, বিদ্যুৎ আৰু কয়লাৰ ক্ষেত্ৰসমূহক সামৰি লৈছে। শ্ৰী মোদীয়ে এইচইউআৰএল-ৰ আৰ্হি তথা চিন্দ্ৰি প্ৰকল্পৰ নিয়ন্ত্ৰণ কক্ষ পদব্ৰজে পৰিদৰ্শন কৰে ।উত্তৰ প্ৰদেশৰ গোড়খপুৰ ৰেলৱে ষ্টেচনৰ পৰা দুখন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰীৰ
July 07th, 08:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ গোড়খপুৰ ৰেলৱে ষ্টেচনৰ পৰা দুখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰে। বন্দে ভাৰত ৰে’ল দুখন হ’ল গোড়খপুৰ–লক্ষ্ণৌ বন্দে ভাৰত এক্সপ্ৰেছ আৰু যোধপুৰ–আহমেদাবাদ (সাবৰমতী) বন্দে ভাৰত এক্সপ্ৰেছ। প্রধানমন্ত্রীয়ে প্রায় ৪৯৮ কোটি টকা ব্যয় সাপেক্ষে গোৰখপুৰ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলাও স্থাপন কৰে আৰু প্ৰস্তাৱিত গোড়খপুৰ ৰেলৱে ষ্টেচনৰ মডেল পৰিদৰ্শন কৰে।Gita Press is not just a printing press but a living faith: PM Modi
July 07th, 04:00 pm
PM Modi addressed the closing ceremony of the centenary celebrations of the historic Gita Press in Gorakhpur and released the Chitramaya Shiva Purana Granth. He said, Gita Press is not just a printing press but a living faith. PM Modi remarked that Gita Press is no less than a shrine for crores of people.উত্তৰ প্ৰদেশৰ গোৰখপুৰত গীতা প্ৰেছৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
July 07th, 03:23 pm
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে পূণ্য শাওন মাহত আৰু ইন্দ্ৰদেৱৰ আশীৰ্বাদত তেওঁ শিৱ অৱতাৰ গুৰু গোৰখনাথৰ পূজাস্থলী আৰু বহু সন্তৰ কৰ্মক্ষেত্ৰ গোৰখপুৰৰ গীতা প্ৰেছত উপস্থিত থকাৰ সুযোগ পাইছে। গোৰখপুৰ ভ্ৰমণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই উন্নয়ন আৰু ঐতিহ্যৰ হাতে হাতে যোৱাৰ এক আচৰিত নিদৰ্শন। গীতা প্ৰেছত কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত গোৰখপুৰ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দুখনকৈ বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰিবলৈ গোৰখপুৰ ৰে’লৱে ষ্টেচনলৈ ৰাওনা হ’ব বুলি জনায়। তেওঁ লগতে উল্লেখ কৰে যে প্ৰস্তাৱিত ৰে’ল ষ্টেচনৰ ছবিয়ে নাগৰিকসকলৰ মাজত কৌতুহলৰ সৃষ্টি কৰিছে। বন্দে ভাৰত এক্সপ্ৰেছৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা মধ্যবিত্ত শ্ৰেণীৰ সুবিধাৰ স্তৰ উন্নীত হৈছে। যি সময়ত মন্ত্ৰীসকলে নিজৰ অঞ্চলত এখন ৰে’লৰ বাবে ষ্টপ যোগ কৰিবলৈ চিঠি লিখিবলগীয়া হৈছিল সেই সময়ৰ কথা মনত পেলাই প্ৰধানমন্ত্ৰীয়ে কয় যে আজি মন্ত্ৰীসকলে বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিবলৈ চিঠি লিখিছে। “বন্দে ভাৰত ট্ৰেইনসমূহ এক উন্মাদনাত পৰিণত হৈছে”, তেওঁ লগতে কয়। শ্ৰী মোদীয়ে আজিৰ প্ৰকল্পসমূহৰ বাবে গোৰখপুৰ আৰু ভাৰতবাসীক অভিনন্দন জ্ঞাপন কৰে।৭-৮ জুলাইত ৪খন ৰাজ্যক সামৰি ভ্ৰমণ আৰু প্ৰায় ৫০,০০০ কোটি টকা মূল্যৰ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
July 05th, 11:48 am
৭ জুলাইত ৰায়পুৰত পুৱা ১০-৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। তাৰ পিছত দিনৰ ২-৩০ বজাত উত্তৰ প্ৰদেশৰ গোৰখপুৰত গীতা প্ৰেছৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ গোৰখপুৰ ৰে’ল ষ্টেচনৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰা আৰম্ভ কৰিব। সন্ধিয়া ৫ বজাত বাৰাণসীত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব শ্ৰী মোদীয়ে। এই উপলক্ষে তেওঁ বাৰাণসীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।গোৰখপুৰৰ ‘গীতা প্ৰেছ’ক ‘গান্ধী শান্তি বঁটা ২০২১’ প্ৰদান কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
June 18th, 09:03 pm
গোৰখপুৰৰ ‘গীতা প্ৰেছ’ক ‘গান্ধী শান্তি বঁটা ২০২১’ প্ৰদান কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ।গোৰখপুৰ সাংসদ খেল মহাকুম্ভত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ পূৰ্ণ পাঠ
February 16th, 03:15 pm
অনুষ্ঠানৰ আৰম্ভণিতে, মই মহাযোগী গুৰু গোৰখনাথৰ এই পবিত্ৰ ভূমিক নমস্কাৰ জনাইছোঁ। মই 'সাংসদ খেল' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো খেলুৱৈক অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। আপোনাসৱ সকলোৱে বহুত কঠোৰ পৰিশ্ৰম কৰিছে। এই প্ৰতিযোগিতাত কিছুমান খেলুৱৈয়ে জিকিছে, আনহাতে আন কিছুমানে পৰাজয়ৰ সন্মুখীন হৈছে। খেলপথাৰেই হওঁক বা দৈনন্দিন জীৱনতেই হওঁক, জয় আৰু পৰাজয় জীৱনৰ অংশ। মই খেলুৱৈসকলক কব বিচাৰিম যে তেওঁলোক যিহেতু এই পৰ্যায়লৈ আহিছে, গতিকে তেওঁলোক পৰাজিত নহয়। আপোনাসৱে বহুত শিকিছে, জ্ঞান আৰু অভিজ্ঞতা লাভ কৰিছে আৰু ই হৈছে বিজয়ৰ আটাইতকৈ ডাঙৰ মূলধন।আপোনাসৱৰ ক্ৰীড়া মনোভাৱে ভৱিষ্যতে আপোনাসৱৰ বাবে জীৱনৰ সফলতাৰ দুৱাৰ কেনেদৰে মুকলি কৰিব সেয়া আপোনাসৱে উপলব্ধি কৰিব।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে গোৰখপুৰ সাংসদ খেল মহাকুম্ভত ভাষণ প্ৰধানমন্ত্ৰীৰ
February 16th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে গোৰখপুৰ সাংসদ খেল মহাকুম্ভত ভাষণ আগবঢ়ায়৷উত্তৰপ্রদেশৰ জালাউনত বুন্দেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণ
July 16th, 04:17 pm
ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, বেদব্যাসৰ জন্মভূমি তথা মহাৰাণী লক্ষ্মীবাঈৰ অঞ্চললৈ আকৌ মোৰ অহাৰ সৌভাগ্য হ'ল। মই ইয়াৰ বাবে অত্যন্ত আনন্দিত! নমস্কাৰ।প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশ পৰিদৰ্শন কৰে আৰু বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধন কৰে
July 16th, 10:25 am
উত্তৰ প্ৰদেশৰ জালাউনৰ অ’ৰাই তহচিলৰ কৈথেৰী গাঁৱত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থকাসকলৰ ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ৰাজ্যিক মন্ত্ৰী আৰু জনপ্ৰতিনিধিও আছিল।This time we are going to hit a 'Jeet Ka Chowka'...First in 2014, then 2017, 2019, and now 2022: PM Modi in Bahraich
February 22nd, 04:00 pm
Prime Minister Narendra Modi addressed an election rally in Uttar Pradesh’s Bahraich. Elated to see a huge crowd in a public meeting, PM Modi said, “You have come in such a large number to bless the BJP, this time we are going to hit a 'Jeet Ka Chowka'... First in 2014, then 2017, 2019, and now 2022. People of UP have decided to reject 'Parivarvadis'.”PM Modi addresses a Vishal Jan Sabha in Bahraich, Uttar Pradesh
February 22nd, 03:59 pm
Prime Minister Narendra Modi addressed an election rally in Uttar Pradesh’s Bahraich. Elated to see a huge crowd in a public meeting, PM Modi said, “You have come in such a large number to bless the BJP, this time we are going to hit a 'Jeet Ka Chowka'... First in 2014, then 2017, 2019, and now 2022. People of UP have decided to reject 'Parivarvadis'.”Double Engine Sarkar is the one for the poor, the farmers and the youth: PM Modi
February 20th, 01:41 pm
Prime Minister Narendra Modi today addressed public meetings in Hardoi and Unnao, Uttar Pradesh. Addressing his first rally in Hardoi, PM Modi appreciated the enthusiasm of the people and highlighted the connection, the people of Hardoi have with the festival of Holi, “I know, this time the people of Hardoi, the people of UP are preparing to play Holi with colours twice.”