Joint Statement: Official visit of Shri Narendra Modi, Prime Minister of India to Kuwait (December 21-22, 2024)
December 22nd, 07:46 pm
PM Modi paid an official visit to Kuwait, at the invitation of His Highness the Amir of the State of Kuwait, Sheikh Meshal Al-Ahmad Al-Jaber Al-Sabah. During his first visit to the country, PM Modi attended the opening ceremony of the 26th Arabian Gulf Cup as the 'Guest of Honour' and held comprehensive talks to deepen bilateral ties.Prime Minister meets with Crown Prince of Kuwait
December 22nd, 05:32 pm
PM Modi met with His Highness Sheikh Sabah Al-Khaled Al-Hamad Al-Mubarak Al-Sabah, Crown Prince of the State of Kuwait. He conveyed that India attaches utmost importance to its bilateral relations with Kuwait. His Highness the Crown Prince of Kuwait hosted a banquet in honour of PM Modi.Prime Minister attends Arabian Gulf Cup as Guest of Honour of His Highness the Amir of Kuwait
December 21st, 10:24 pm
On the invitation of His Highness Sheikh Meshal Al-Ahmad Al-Jaber Al-Sabah, the Amir of Kuwait, Prime Minister Shri Narendra Modi attended the opening ceremony of the 26th Arabian Gulf Cup in Kuwait as his ‘Guest of Honour’.Prime Minister visits Labour Camp in Kuwait
December 21st, 07:00 pm
As the first program of his visit to Kuwait, Prime Minister Shri Narendra Modi visited a labour camp in Mina Abdullah area of Kuwait with a workforce of around 1500 Indian nationals. Prime Minister interacted with a cross-section of Indian workers from different States of India and enquired about their well-being.PM Modi speaks with His Majesty King Charles III of the UK
December 19th, 06:15 pm
Prime Minister Shri Narendra Modi spoke today with His Majesty King Charles III of the United Kingdom.PM Modi to visit Kuwait from 21-22 December 2024
December 19th, 11:45 am
Prime Minister Shri Narendra Modi will visit Kuwait on 21-22 December 2024, at the invitation of His Highness Sheikh Meshal Al-Ahmad Al-Jaber Al-Sabah, the Amir of the State of Kuwait. This will be the first visit of an Indian Prime Minister to Kuwait in 43 years.Naming the islands in Andaman and Nicobar after our heroes is a way to ensure their service to the nation is remembered for generations to come: PM
December 18th, 02:37 pm
The Prime Minister, Shri Narendra Modi today remarked that naming the islands in Andaman and Nicobar after our heroes is a way to ensure their service to the nation is remembered for generations to come. He added that nations that remain connected with their roots that move ahead in development and nation-building.শ্ৰীমতী তুলসী গৌড়াৰ মৃত্যুত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে
December 17th, 10:42 am
কৰ্ণাটকৰ শ্ৰদ্ধেয় পৰিৱেশবিদ তথা পদ্ম বঁটা প্ৰাপক শ্ৰীমতী তুলসী গৌড়াৰ মৃত্যুত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শোক প্ৰকাশ কৰে।PM Modi congratulates the Indian Junior Women's Hockey Team for winning the Asia Cup title
December 16th, 09:35 pm
The Prime Minister Shri Narendra Modi today congratulated the Indian Junior Women's Hockey Team for winning the Asia Cup title. He lauded the immense grit and determination of the team.প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বই মেলেৰিয়াৰ বিৰুদ্ধে চমকপ্ৰদ বিজয় সাব্যস্ত কৰাৰ লগতে স্বাস্থ্যসেৱাত বিপ্লৱ আনিছেঃ জে পি নাড্ডা
December 16th, 10:06 am
ভাৰতে মেলেৰিয়া ৰোগীৰ সংখ্যা ২০১৭ চনত ৬৪ লাখৰ পৰা ২০২৩ চনত মাত্ৰ ২০ লাখলৈ উল্লেখযোগ্যভাৱে ৬৯% হ্ৰাস পাইছে-যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীভূত নীতি আৰু নেতৃত্বৰ চমকপ্ৰদ সফলতাৰ কাৰণ। ২০১৫ চনৰ ইষ্ট এছিয়া সন্মিলনত ২০৩০ চনৰ ভিতৰত মেলেৰিয়া নিৰ্মূল কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া প্ৰতিশ্ৰুতিৰ বৃহত্তৰ লক্ষ্যৰ এয়া মাইলৰ খুঁটিৰ অংশ।দিল্লীত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
December 15th, 10:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পূৰ্বে দিল্লীত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰদান কৰে। উল্লেখ্য যে ২০২৪ চনৰ ১৩ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ দিল্লীত তিনিদিনীয়া সন্মিলনখন অনুষ্ঠিত হয়।কিংবদন্তী ৰাজ কাপুৰৰ ১০০ বছৰীয়া জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
December 14th, 11:17 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তি শ্ৰী ৰাজ কাপুৰৰ ১০০ বছৰীয়া জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ তেওঁক এজন দূৰদৰ্শী চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা আৰু চিৰন্তন শ্ব’মেন হিচাপে প্ৰশংসা কৰে। শ্ৰী ৰাজ কাপুৰক কেৱল এজন চলচ্চিত্ৰ নিৰ্মাতা নহয়, ভাৰতীয় চিনেমাক বিশ্ব মঞ্চলৈ লৈ যোৱা সাংস্কৃতিক ৰাষ্ট্ৰদূত বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতাৰ প্ৰজন্মই তেওঁৰ পৰা অজস্ৰ শিকিবলগীয়া আছে।I will always cherish my association with Shri Pranab Mukherjee: PM Modi
December 11th, 09:15 pm
The Prime Minister Shri Narendra Modi today said that he will always cherish his association with Shri Pranab Mukherjee. Thanking Sharmistha Mukherjee Ji for bringing back several memories of his interactions with Shri Pranab Mukherjee, Shri Modi lauded Shri Mukherjee’s insights and wisdom as unparalleled.প্ৰধানমন্ত্ৰীক সাক্ষাৎ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ
December 11th, 02:55 pm
গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক স্মৰণ কৰে
December 11th, 10:29 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ জয়ন্তীত তেওঁক স্মৰণ কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গীতা জয়ন্তী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে
December 11th, 10:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গীতা জয়ন্তী উপলক্ষে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।২০২৪ চনৰ দশম এছিয়া পেচিফিক ডীফ গেমছত ভাৰতীয় দলটোক ঐতিহাসিক প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীৰ অভিনন্দন
December 10th, 08:19 pm
আজি কুৱালালামপুৰত অনুষ্ঠিত হোৱা দশম এছিয়া পেচিফিক ডীফ গেমছ ২০২৪ত ভাৰতীয় দলটোক ঐতিহাসিক প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে।“কংগ্ৰেছে ভাৰতৰ শিক্ষা ব্যৱস্থাক ধ্বংসস্তূপলৈ ঠেলি দিলে, প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক পুনৰুজ্জীৱিত কৰিলে” : কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান
December 10th, 05:30 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ধৰ্মেন্দ্ৰ প্ৰধানে বিগত দশকত ভাৰতৰ সাক্ষৰতাৰ হাৰত উল্লেখযোগ্য অগ্ৰগতিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে। মহিলাৰ সাক্ষৰতাৰ উত্থানৰ ফলশ্ৰুতিত ভাৰতৰ গ্ৰাম্য সাক্ষৰতাৰ হাৰ ২০২৩-২৪ চনত ৭৭.৫% লৈ যথেষ্ট বৃদ্ধি পাইছে।প্ৰধানমন্ত্ৰীক মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰে
December 10th, 12:47 pm
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।আমাৰ চৰকাৰে জনসাধাৰণৰ বাবে উচ্চমানৰ আন্তঃগাঁথনি নিশ্চিত কৰাৰ লগতে সংযোগৰ শক্তিক অধিক সমৃদ্ধিৰ বাবে লাভৱান কৰিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে: প্ৰধানমন্ত্ৰী
December 09th, 10:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনৰ কয় যে চৰকাৰে জনসাধাৰণৰ বাবে উচ্চমানৰ আন্তঃগাঁথনি সুনিশ্চিত কৰাৰ লগতে সংযোগৰ শক্তিক অধিক সমৃদ্ধিৰ বাবে লাভৱান কৰিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে। তেওঁ লগতে কয় যে আগন্তুক নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে এনচিআৰ আৰু উত্তৰ প্ৰদেশৰ বাবে সংযোগ আৰু ‘ইজ অৱ লিভিং’ বৃদ্ধি কৰিব।