চিবিআইৰ হীৰক জয়ন্তী উদযাপনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 03rd, 03:50 pm
আজি আৰম্ভ কৰা কিছুমান চহৰৰ নতুন চিবিআই কাৰ্যালয়, টুইটাৰ হেণ্ডেল, অন্যান্য ব্যৱস্থাই হওঁক, তেওঁলোকে নিশ্চিতভাৱে চিবিআইক অধিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। চিবিআইয়ে নিজৰ সেৱা আৰু দক্ষতাৰ জৰিয়তে সাধাৰণ জনতাক নতুন আস্থা প্ৰদান কৰিছে। আজিও যেতিয়া কোনোবাই এটা গোচৰৰ সমাধান অসম্ভৱ বুলি অনুভৱ কৰে তেতিয়া তেওঁলোকে দাবী কৰে যে সেইটো চিবিআইক গতাই দিব লাগে। তদন্ত কৰি থকা সংস্থাটোৰ পৰা গোচৰটো লৈ চিবিআইক গতাই দিয়াৰ দাবীত মানুহে বিক্ষোভ প্ৰদৰ্শন কৰে। পঞ্চায়ত পৰ্যায়ত কিবা ইছ্যু থাকিলেও মানুহে কয়, এইটো চিবিআইক গতাই দিব লাগে।ন্যায়ৰ ব্ৰেণ্ড হিচাপে চিবিআই আজি মানুহৰ মুখে মুখে।প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ হীৰক জয়ন্তী উদযাপন উদ্বোধন কৰে
April 03rd, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ হীৰক জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো ১৯৬৩ চনৰ ১ এপ্ৰিল তাৰিখে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ এক প্ৰস্তাৱৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল।অগ্ৰদূত গ্ৰুপ অফ নিউজপেপাৰ্ছৰ সোণালী জয়ন্তী সমাৰোহৰ উদ্বোধন উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
July 06th, 04:31 pm
অসমৰ শক্তিমান মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, মন্ত্ৰী শ্ৰী অতুল বৰা জী, কেশব মহন্ত জী, পীযুষ হাজৰিকা জী, গোল্ডেন জুবিলি চেলিব্ৰেচন কমিটিৰ অধ্যক্ষ ডাঃ দয়ানন্দ পাঠক জী, অগ্ৰদূতৰ চীফ এডিটৰ তথা কলমেৰে ইমান দীঘলীয়া সময় ধৰি যিজনে তপস্যা কৰিছে, সাধনা কৰিছে, সেইজন কনকসেন ডেকা জী, অন্য মহানুভৱ, দেৱী আৰু সজ্জন,PM inaugurates Golden Jubilee celebrations of Agradoot group of newspapers
July 06th, 04:30 pm
PM Modi inaugurated the Golden Jubilee celebrations of the Agradoot group of newspapers. Assam has played a key role in the development of language journalism in India as the state has been a very vibrant place from the point of view of journalism. Journalism started 150 years ago in the Assamese language and kept on getting stronger with time, he said.৬ জুলাইত অগ্ৰদূত বাতৰি কাকত গ্ৰুপৰ স্বৰ্ণ জয়ন্তী উদযাপন অনুষ্ঠান উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
July 05th, 10:02 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ জুলাই, ২০২২ৰ বিয়লি ৪.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে অগ্ৰদূত বাতৰি কাকত গ্ৰুপৰ স্বৰ্ণ জয়ন্তী উদযাপন অনুষ্ঠান উদ্বোধন কৰিব৷ এই উপলক্ষে অগ্ৰদূত বাতৰি কাকত গ্ৰুপৰ স্বৰ্ণ জয়ন্তী উদযাপন কমিটীৰ মুখ্য পৃষ্ঠপোষক অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ জুলাই, ২০২২ৰ বিয়লি ৪.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে অগ্ৰদূত বাতৰি কাকত গ্ৰুপৰ স্বৰ্ণ জয়ন্তী উদযাপন অনুষ্ঠান উদ্বোধন কৰিব৷ এই উপলক্ষে অগ্ৰদূত বাতৰি কাকত গ্ৰুপৰ স্বৰ্ণ জয়ন্তী উদযাপন কমিটীৰ মুখ্য পৃষ্ঠপোষক অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব৷ অগ্ৰদূত কাকতখন প্ৰথমে অসমীয়া দ্বিসপ্তাহিক হিচাপে আৰম্ভ কৰিছিল৷ অসমৰ জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকাই এই কাকতখন প্ৰতিষ্ঠা কৰিছিল৷ ১৯৯৫ চনত দৈনিক অগ্ৰদূত নামেৰে এখন দৈনিক বাতৰি কাকত হিচাপে প্ৰকাশৰ কাম আৰম্ভ হয় আৰু ই অসমৰ এক বিশ্বাসযোগ্য আৰু প্ৰভাৱশালী কণ্ঠস্বৰ হিচাপে বিকশিত হৈছে৷পুনেৰ ছিম্বায়চিছ বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ
March 06th, 05:17 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশিয়াৰীজী, শ্ৰীমান দেৱেন্দ্ৰ ফাড়নাৱিছজী, শ্ৰীমান সুভাষ দেশাইজী, এই বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি অধ্যাপক এছ.বি মজুমদাৰজী, মুখ্য সঞ্চালক ড০ বিদ্যা য়েৰবেদেকাৰ জী, সকলো শিক্ষক সদস্য, বিশিষ্ট অতিথি আৰু মোৰ যুৱ বন্ধুসকল!প্ৰধানমন্ত্ৰীয়ে পুনেৰ চিম্বিওচিছ বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন উদ্বোধন কৰে
March 06th, 01:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনেৰ চিম্বিওচিছ বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰে। তেওঁ সহজীৱী আৰোগ্য ধামৰো উদ্বোধন কৰিছিল। এই উপলক্ষে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশ্যৰীও উপস্থিত আছিল।প্ৰধানমন্ত্ৰীয়ে ৬ মাৰ্চত পুনে ভ্ৰমণ কৰিব আৰু পুনে মেট্ৰ' ৰে'ল প্ৰকল্পউদ্বোধন কৰিব
March 05th, 12:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ৬ মাৰ্চত পুনে ভ্ৰমণ কৰিব আৰু পুনে মেট্ৰ' ৰে'ল প্ৰকল্পউদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু স্থাপন কৰিব।India will be in a new league of unprecedented development
October 06th, 10:52 am
On October 4th, PM Narendra Modi addressed company secretaries from all over India, at the golden jubilee celebrations of the ICSI. During the event, he highlighted about India's development journey and the economic transformation taking place in the country.Steps being taken by the Government of India will place India in a new league of unprecedented development: PM Modi
October 04th, 07:33 pm
PM Narendra Modi addressed Golden Jubilee Year Celebrations of the ICSI and shed light on several reform measures undertaken in the last three years to ensure stable growth of the economy. The PM said that the government was dedicated and prepared to take steps beneficial for the country.PM Modi addresses Golden Jubilee Year Celebrations of the ICSI
October 04th, 07:30 pm
PM Narendra Modi addressed Golden Jubilee Year Celebrations of the ICSI and shed light on several reform measures undertaken in the last three years to ensure stable growth of the economy. The PM said that the government was dedicated and prepared to take steps beneficial for the country.PM to address the golden jubilee celebrations of Institute of Company Secretaries of India(ICSI)
October 04th, 11:41 am
The Prime Minister Shri Narendra Modi will address the company secretaries from all over India at a programme to mark start of the golden jubilee year of Institute of Company Secretaries of India(ICSI) at 6PM, today.