ইউএইৰ আবুধাবিত বিএপিএছ হিন্দু মন্দিৰ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

February 14th, 07:16 pm

শ্ৰী স্বামী নাৰায়ণ জয় দেৱ, মহামহিম শ্বেখ নাহিয়ান আল মুবাৰক, সন্মানীয় মহন্ত স্বামী জী মহাৰাজ, ভাৰত আৰু ইউএই তথা বিশ্বৰ ভিন্ন দেশৰ বিশিষ্ট অতিথি আৰু বিশ্বৰ প্ৰতিটো কোণৰপৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰা মোৰ ভ্ৰাতৃ-ভগ্নীসকল!

PM Modi inaugurates BAPS Hindu Mandir in Abu Dhabi, UAE

February 14th, 06:51 pm

Prime Minister Narendra Modi inaugurated the BAPS Hindu Mandir in Abu Dhabi, UAE. The PM along with the Mukhya Mahant of BAPS Hindu Mandir performed all the rituals. The PM termed the Hindu Mandir in Abu Dhabi as a symbol of shared heritage of humanity.

আই শ্ৰী সোণল মাতাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ অসমীয়া অনুবাদ

January 13th, 12:00 pm

বৰ্তমানৰ আধ্যাত্মিক নেতা (গাদিপতি) পুজ্য কাঞ্চন মা, আৰু প্ৰশাসক পূজ্য গিৰীশ আপা! আজি পৱিত্ৰ পৌষ মাহত আমি সকলোৱে আই শ্ৰী সোণল মাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰি আছোঁ। মা সোণলৰ আশীৰ্বাদত এই পৱিত্ৰ অনুষ্ঠানটোৰ সৈতে জড়িত হোৱাটো সঁচাকৈয়ে এক সৌভাগ্যৰ বিষয়। সমগ্ৰ চাৰণ সমাজ, প্ৰশাসক আৰু সোণল মাৰ ভক্তসকলক অভিনন্দন জনাইছোঁ। চাৰণ সমাজৰ বাবে শ্ৰদ্ধা, শক্তি আৰু পৰম্পৰাৰ কেন্দ্ৰ হিচাপে মাধড়া ধামে এক বিশেষ স্থান দখল কৰিছে। মই আইৰ চৰণত সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ।

PM addresses Aai Shree Sonal Mata’s Birth Centenary Program via video message

January 13th, 11:30 am

PM Modi addressed Sonal Mata's Birth Centenary Program via video message. He said that said, Madhda Dham is the center of reverence, power, rituals and traditions for the Charan community. I bow before the feet of Shree Aai and pay my obeisance. He added that that Bhagwati Swarupa Sonal Maa was a living example of the fact that India has never been devoid of in carnate souls in any era.

PM Narendra Modi addresses public meetings in Toorpan and Nirmal, Telangana

November 26th, 02:15 pm

During the spirited political rallies held in Toopran and Nirmal, Telangana, Prime Minister Narendra Modi addressed a perse array of issues crucial to the forthcoming state assembly elections. PM Modi, while emphasizing the importance of addressing the needs of the people of Telangana, raised pertinent questions about the incumbent CM KCR’s governance and the promises made by his government.

‘বসন্ত পঞ্চমী’ আৰু ‘সৰস্বতী পূজা’ উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভকামনা

January 26th, 02:06 pm

‘বসন্ত পঞ্চমী’ আৰু ‘সৰস্বতী পূজা’ উপলক্ষে জনসাধাৰণলৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

Lothal a symbol of India's maritime power and prosperity: PM Modi

October 18th, 07:57 pm

PM Modi reviewed the work in progress at the site of National Maritime Heritage Complex at Lothal, Gujarat. Highlighting the rich and perse maritime heritage of India that has been around for thousands of years, the PM talked about the Chola Empire, Chera Dynasty and Pandya Dynasty from South India who understood the power of marine resources and took it to unprecedented heights.

গুজৰাটৰ লোথালস্থিত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স ক্ষেত্ৰত অব্যাহত কাম-কাজৰ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে পৰ্য্যালোচনা প্ৰধানমন্ত্ৰীৰ

October 18th, 04:52 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ড্ৰোনৰ সহায়ত গুজৰাটৰ লোথালস্থিত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স ক্ষেত্ৰত অব্যাহত কামৰ পৰ্য্যালোচনা কৰে।

With Maa Amba's blessings, we will fulfill our resolutions: PM Modi at Ambaji, Gujarat

September 30th, 06:43 pm

PM Modi laid the foundation stone and dedicated various projects worth over ₹7200 crores in Ambaji. The PM remarked that he has come to Ambaji at a time when the country has taken the great resolve of a developed India. “With the blessings of Maa Amba, we will get strength for the fulfilment of all our resolutions”, he added.

PM lays foundation stone and dedicates various development projects to the nation worth over ₹7200 crores in Ambaji, Gujarat

September 30th, 06:42 pm

PM Modi laid the foundation stone and dedicated various projects worth over ₹7200 crores in Ambaji. The PM remarked that he has come to Ambaji at a time when the country has taken the great resolve of a developed India. “With the blessings of Maa Amba, we will get strength for the fulfilment of all our resolutions”, he added.

উত্তৰ প্ৰদেশৰ অযোধ্যাত ‘লতা মংগেশকৰ চক’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

September 28th, 12:53 pm

আজি আমাৰ সকলোৰে শ্ৰদ্ধেয় আৰু চেনেহৰ প্ৰতিমূৰ্তি লতাদিদিৰ জন্ম দিন। কাকতালীয়ভাবে আজি ‘নৱৰাত্ৰী’ৰ তৃতীয়টো দিন অৰ্থাত্ আই ‘চন্দ্ৰঘণ্টা দেৱী’ৰো সাধনাৰ পৰ্ব। কোৱা হয়, কোনোবা সাধাক-সাধিকাই যেতিয়া কঠোৰ সাধনা কৰে আই চন্দ্ৰঘণ্টাৰ কৃপাত তেওঁৰ স্বৰ্গীয় স্বৰৰ অনুভূতি লাভ কৰে। লতা জী, আই সৰস্বতীৰ এনে এগৰাককী সাধিকা আছিল, যিয়ে সমগ্ৰ বিশ্বকে তেওঁৰ স্বৰ্গীয় কণ্ঠেৰে অভিভূত কৰি ৰাখিছিল। সাধনা কৰিছিল লতা জীয়ে, কিন্তু বৰ লাভ কৰিলো আমি সকলোৱে। অযোধ্যাত ‘লতা মংগেশকৰ চক’ত স্থাপন কৰা আই সৰস্বতীৰ এই বিশাল বীণাখন সংগীতৰ সেই সাধনাৰ প্ৰতীক হিচাপে চিহ্নিত হ’বগৈ। মোক জনোৱা হৈছে যে চকটোৰ চৌহদত নিৰ্মাণ কৰা সৰোবৰটোৰ প্ৰবাহমান জলৰাশিত ৯২টা শ্বেত পাথৰৰ পদুমফুলে লতা জীৰ জীৱনৰ ৯২টা বছৰক প্ৰতীয়মান কৰিব। মই এই অভিনৱ প্ৰয়াসৰ বাবে যোগী জীৰ চৰকাৰ, ‘অযোধ্যা বিকাশ প্ৰধিকৰণ’ আৰু অযোধ্যাৰ জনসাধাৰণক আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। এই উপলক্ষত মই সকলো দেশবাসীৰ তৰফৰ পৰা ‘ভাৰতৰত্ন’ লতা জীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছোঁ। মই প্ৰভু ৰামৰ ওচৰত কামনা কৰিছো যে তেওঁৰ জীৱনৰ যি লাভ আমি পাইছো, সেই লাভ তেওঁৰ সুৰৰ জৰিয়তে আগন্তুক প্ৰজন্মসমূহেও যাতে লাভ কৰি থাকিব পাৰে।

PM addresses on the occasion of dedication of Lata Mangeshkar Chowk in Ayodhya via video message

September 28th, 12:52 pm

PM Modi addressed the inaugural ceremony of Lata Mangeshkar Chowk in Ayodhya via video message. Remembering the time when he received a call from Lata Didi after Bhoomi Pujan for the Ram Temple in Ayodhya, PM Modi said that Lata Didi expressed great happiness as the construction was finally underway.

বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

February 05th, 09:09 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বসন্ত পঞ্চমী আৰু সৰস্বতী পূজা উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷