Lifestyle of the planet, for the planet and by the planet: PM Modi at launch of Mission LiFE

October 20th, 11:01 am

At the launch of Mission LiFE in Kevadia, PM Modi said, Mission LiFE emboldens the spirit of the P3 model i.e. Pro Planet People. Mission LiFE, unites the people of the earth as pro planet people, uniting them all in their thoughts. It functions on the basic principles of Lifestyle of the planet, for the planet and by the planet.

PM launches Mission LiFE at Statue of Unity in Ekta Nagar, Kevadia, Gujarat

October 20th, 11:00 am

At the launch of Mission LiFE in Kevadia, PM Modi said, Mission LiFE emboldens the spirit of the P3 model i.e. Pro Planet People. Mission LiFE, unites the people of the earth as pro planet people, uniting them all in their thoughts. It functions on the basic principles of Lifestyle of the planet, for the planet and by the planet.

‘বিকাশ আৰু আকাংক্ষী অৰ্থনীতিৰ বাবে বিত্তীয়কৰণ’ সন্দৰ্ভত অনুষ্ঠিত বাজেট-উত্তৰ ৱে’বিনাৰ সম্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

March 08th, 02:23 pm

সৰ্বপ্ৰথমে ‘আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস’ উপলক্ষে আপোনালোক সকলোকে শুভকামনা জনাইছো। আৰু, আজি আমি যেতিয়া বাজেট সন্দৰ্ভত আলোচনা কৰাৰ বাবে সমবেত হৈছোহি সেই মুহূৰ্তত ভাৰতৰ দৰে এখন বিশাল দেশৰ বিত্তমন্ত্ৰীগৰাকীও এগৰাকী মহিলা হোৱাটো আমাৰ বাবে নিতান্তই গৌৰৱৰ কথা। এইগৰাকী বিত্তমন্ত্ৰীয়ে দেশক এখন খুৱেই প্ৰগতিশীল বাজেট প্ৰদান কৰিছে।

'বিকাশ আৰু উচ্চাকাংক্ষী অৰ্থনীতিৰ বাবে বিত্তীয় যোগান' শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰত বক্তব্য ৰাখে প্ৰধানমন্ত্ৰীয়ে

March 08th, 11:57 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'বিকাশ আৰু উচ্চাকাংক্ষী অৰ্থনীতিৰ বাবে বিত্তীয় যোগান' শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰত বক্তব্য ৰাখ। এয়া প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰা দশমখন বাজেট-পৰৱৰ্তী ৱেবিনাৰ।

পুনেৰ ছিম্বায়চিছ বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ

March 06th, 05:17 pm

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশিয়াৰীজী, শ্ৰীমান দেৱেন্দ্ৰ ফাড়নাৱিছজী, শ্ৰীমান সুভাষ দেশাইজী, এই বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি অধ্যাপক এছ.বি মজুমদাৰজী, মুখ্য সঞ্চালক ড০ বিদ্যা য়েৰবেদেকাৰ জী, সকলো শিক্ষক সদস্য, বিশিষ্ট অতিথি আৰু মোৰ যুৱ বন্ধুসকল!

প্ৰধানমন্ত্ৰীয়ে পুনেৰ চিম্বিওচিছ বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন উদ্বোধন কৰে

March 06th, 01:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনেৰ চিম্বিওচিছ বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰে। তেওঁ সহজীৱী আৰোগ্য ধামৰো উদ্বোধন কৰিছিল। এই উপলক্ষে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশ্যৰীও উপস্থিত আছিল।

আইআইটি চেন্নাইত ছিংগাপুৰ-ভাৰত হেকাথন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

September 30th, 11:46 am

মই এক সু-পৰিকল্পিত কাম সম্পন্ন কৰাৰ সন্তুষ্টি দেখিবলৈ পাইছো৷ মই ভাবো এই সন্তুষ্টি আহিছে চেন্নাইৰ বিশেষ প্রাতঃভোজন- ইদলি, ধোছা, বড়া সম্বৰৰ পৰা। চেন্নাই চহৰে যি আতিথ্য প্ৰদান কৰে, সেয়া অতুলনীয়। মই নিশ্চিত যে ছিংগাপুৰৰ পৰা অহা আমাৰ দর্শকসকলকে ধৰি প্ৰত্যেকেই চেন্নাইক উপভোগ কৰিছে৷

ছাত্ৰ সমাজক দেশৰ সমস্যাৱলীৰ সহজ সমাধান বিচাৰি উলিওৱাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

September 30th, 11:45 am

প্ৰধানমন্ত্ৰী নেৰেন্দ্ৰ মোডীয়ে আজি ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, চেন্নাইত ‘৩৬ আৱাৰ ছিংগাপোৰ ইণ্ডিয়া হেকাথন’-ৰ বিজয়ীসকলক বঁটা প্ৰদান কৰে। ছিংগাপোৰ চৰকাৰ, ভাৰত চৰকাৰ, ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, চেন্নাই আৰু ছিংগাপোৰৰ নান্যায়াং কাৰিকৰী বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা হেকাথনখনৰ এয়া দ্বিতীয় সন্মিলন আছিল। নান্যায়াং কাৰিকৰী বিশ্ববিদ্যালয়ৰ এক সন্মিলনত প্ৰধানমন্ত্ৰীয়ে দিয়া এক প্ৰস্তাৱৰ আঁত ধৰিয়েই ২০১৮চনত হেকাথনখনৰ প্ৰথম সন্মিলন অনুষ্ঠিত হৈছিল।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰধানমন্ত্ৰীৰ ভাষণ

September 27th, 07:04 pm

১.৩ বিলিয়ন ভাৰতীয়ৰ হৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৪সংখ্যক অধিৱেশনত ভাষণ দিয়াৰ সুযোগ লাভ কৰাটো মোৰ বাবে সন্মানৰ বিষয়৷

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদক সম্বোধন প্ৰধানমন্ত্ৰীৰ

September 27th, 07:03 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিউয়ৰ্কত আজি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৪সংখ্যক অধিৱেশন সম্বোধন কৰে৷

Preliminary Text of PM’s address at the last sitting of 16th Lok Sabha on February 13, 2019

February 13th, 05:25 pm

While addressing the final session of the 16th Lok Sabha, PM Modi noted that several sessions in the Lok Sabha had good productivity. Stating that India's self-confidence was at an all time high, PM Modi added, “I consider this to be a very positive sign because such confidence gives an impetus to development.” He further said, “It is this Lok Sabha that has passed stringent laws against corruption and black money.”

ষষ্ঠদশ লোকসভাৰ অন্তিম অধিৱেশন সম্বোধন প্ৰধানমন্ত্ৰীৰ

February 13th, 05:24 pm

সদনৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত অধ্যক্ষা শ্ৰীমতী সুমিত্ৰা মহাজনৰ ভূমিকাক তেওঁ প্ৰশংসা কৰে৷ ষষ্ঠদশ লোকসভাৰ কাৰ্যকালত সংসদীয় পৰিক্ৰমা মন্ত্ৰীসকলৰ ভূমিকাকো প্ৰধানমন্ত্ৰীয়ে শলাগ লয়৷ তেওঁ লোকসভালৈ মূল্যৱান বৰঙণি আগবঢ়োৱা প্ৰাক্তন সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰয়াত অনন্ত কুমাৰকো স্মৰণ কৰে৷

‘মে’ নেহী হু’ প’ৰ্টেল আৰু এপ্প মুকলি অনুষ্ঠান তথা ‘ছেল্ফ ফৰ ছ’চাইটি’ৰ ওপৰত তথ্য-প্ৰযুক্তি উদ্যোগৰ সৈতে জড়িত লোকসকলৰ সৈতে বাৰ্তালাপ অনুষ্ঠানত প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ

October 24th, 03:15 pm

মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থসকল, ভাৰতৰ ঔদ্যোগিক জীৱনক এক গতি প্ৰদান কৰা, দেশৰ তথ্য-প্ৰযুক্তি খণ্ডটোক শক্তিশালী কৰি ৰখা প্ৰতিগৰাকী দক্ষ লোক, আৰু তথ্য-প্ৰযুক্তি ক্ষেত্ৰখনৰ সৈতে জড়িত যুৱ প্ৰজন্মৰ সকলো বন্ধু-বান্ধৱী। গাওঁত CSC চেণ্টাৰত বহু আশাৰে ৰৈ সপোন ৰচা আমাৰ বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল, আই আই টিকে ধৰি বহু শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকল, মোৰ বাবে আনন্দৰ বিষয় এয়েই যে আপোনালোকৰ মাজলৈ এনেদৰে অহাৰ সুযোগ লাভ কৰিছো।

‘ম্যে নহী হম’ পোর্টেল আৰু এপ উদ্বোধন উপলক্ষে তথ্যপ্ৰযুক্তি তথা বৈদ্যুতিক সা-সামগ্ৰী নির্মাণৰ সৈতে জড়িত বৃত্তিধাৰীসকলৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

October 24th, 03:15 pm

প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ‘ম্যে নহী হম’ পোর্টেল আৰু এপ মুকলি কৰে৷

২৬.০৮.২০১৮ তাৰিখে সম্প্ৰচাৰ হোৱাৰ প্ৰধানমন্ত্ৰীৰ ৪৭তম মন কী বাতৰ অসমীয়া অনুবাদ

August 26th, 11:30 am

‘প্ৰধানমন্ত্ৰী মহোদয়! নমস্কাৰঃ৷ অহং চিন্ময়ী, বেংগালুৰু নগৰে বিজয়ভাৰতী বিদ্যালয়ে দশম কক্ষায়াং পঠামি৷ মহোহয় অদ্য সংস্কৃত দিনমস্তি৷ সংস্কৃতংভাষাং সৰলা ইতি সৰ্বে বদন্তি৷ সংস্কৃতং ভাষা বয়মত্ৰ বহঃ বহঃ অত্ৰঃ সম্ভাষণমঅপি কুৰ্মঃ৷ অতঃ সংস্কৃতস্য মহত্বঃ– বিষয়ে ভৱতঃ গহঃ অভিপ্ৰায়ঃ ইতি ৰূপয়াবদতু৷’

Plastic pollution adversely impacts nature, wildlife and our health: PM Modi during Mann Ki Baat

May 27th, 11:30 am

During Mann Ki Baat, PM Narendra Modi touched upon various issues. From congratulating the crew of Navika Sagar Parikrama to appreciating the efforts of those who scaled the Mt. Everest, from fit India to vitality of sports. He spoke about the World Environment Day, which India would host this year, Yoga and first war of independence.

PM's statement to media ahead of Winter Session of Parliament

December 15th, 10:33 am

In his statement ahead of the Winter Session of the Parliament, PM Modi hoped that here would be constructive debates and innovative solutions would be found to address the nation's problems.

Terrorism is the biggest threat to humanity: PM Narendra Modi during Mann Ki Baat

November 26th, 11:30 am

PM Narendra Modi during his ‘Mann Ki Baat’ termed terrorism as the biggest threat to humanity and urged the countries around the world to unite and fight against the menace. The PM spoke about Constitution and recalled the invaluable contribution of its makers. Shri Modi also highlighted the courage and valour of our Armed Forces and Navy in light of Navy Day and Armed Forces Flag Day.

Brahma Kumaris family has spread the message of India's rich culture throughout the world: PM

March 26th, 06:11 pm

PM Narendra Modi, today addressed the 80th anniversary celebrations of the Brahma Kumaris family, via video conferencing. The Prime Minister appreciated the work done by the Brahma Kumaris institution in many fields, including in solar energy. He called for expanding the use of digital transactions to bring down corruption. The Prime Minister also touched upon themes such as Swachh Bharat, and LED lighting, and spoke of their benefits.

PM addresses the 80th anniversary celebrations of the Brahma Kumaris family via video conferencing

March 26th, 06:10 pm

PM Modi addressed the 80th anniversary celebrations of Brahma Kumaris via video conferencing. The PM said that Brahma Kumar and Kumaris have spread the message of India's rich culture throughout the world. Laying out India's commitment towards clean energy, the PM said, By 2030, India aims to generate 40% energy from non-fossil fuels. By 2022, our aim is to ensure 175 GW of clean energy. He also urged people to further the use of digital transactions and make the system more transparent.