‘টয়কাথন-২০২১’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
June 24th, 11:21 am
আপোনালোকৰ কথা শনি মোৰ খুবেই ভাল লাগিছে আৰু মোৰ আনন্দ লাগিছে যে আমাৰ সতীৰ্থ মন্ত্ৰী পিয়ুষ জী, সঞ্জয় জীকে ধৰি এই সকলো ব্যক্তি আজি আমাৰ সৈতে আছে আৰু ‘টয়কাথন’লৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অংশগ্ৰহণকাৰী তথা অন্য মহানুভৱসকল তথা আজি এই কাৰ্যক্ৰম চাই থকাসকলPM interacts with participants of Toycathon-2021
June 24th, 11:16 am
Prime Minister Narendra Modi interacted with participants of Toycathon-2021. PM Modi emphasized the economic aspects of toys and gaming, he called it ‘Toyconomy’. The PM said that global toy market is about 100 billion dollars and India haveonly 1.5% of this market. India imports almost 80% of its toys. This means that crores of rupees are being drained out of the country.BJP believes in schemes, TMC runs on scams: PM Modi in Bankura, West Bengal
March 21st, 03:34 pm
Desc: Ahead of West Bengal polls, PM Modi addressed a public meeting in Bankura, West Bengal. Impressed by the huge turnout at the rally, the PM said, “The picture of Bankura today witness that people of Bengal have decided on May 2, 'Didi jacche Ashol Poriborton ashche, Ashol Poriborton ashche’. BJP will bring the Ashol Poriborton in Bengal - to increase the pride of Bengal.”PM Modi addresses public meeting at Bankura, West Bengal
March 21st, 03:33 pm
Ahead of West Bengal polls, PM Modi addressed a public meeting in Bankura, West Bengal. Impressed by the huge turnout at the rally, the PM said, “The picture of Bankura today witness that people of Bengal have decided on May 2, 'Didi jacche Ashol Poriborton ashche, Ashol Poriborton ashche’. BJP will bring the Ashol Poriborton in Bengal - to increase the pride of Bengal.”লোকেল খেলনাৰ বাবে ভকেল হোৱাৰ সময় সমাগত, মন কী বাতত প্ৰধানমন্ত্ৰীয়ে কয়
August 30th, 03:43 pm
শেহতীয়া মন কী বাতত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিশুসকলৰ বাবে নতুন খেলনা কিদৰে উপলব্ধ কৰিব পৰা যায় আৰু খেলনা সামগ্ৰী প্ৰস্তুতৰ ক্ষেত্ৰত ভাৰত কিদৰে এটা বৃহৎ কেন্দ্ৰ হৈ উঠিব পাৰিব, সেই সন্দৰ্ভত গান্ধীনগৰস্থিত শিশু বিশ্ববিদ্যালয়, মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়, শিক্ষা মন্ত্ৰণালয় আৰু ক্ষুদ্ৰ-সৰু আৰু মজলীয়া প্ৰতিষ্ঠান মন্ত্ৰণালয়ৰে তেওঁ আলোচনা কৰাৰ কথা সদৰী কৰে। তেওঁ উল্লেখ কৰে যে খেলনা সামগ্ৰীসমূহ মাথো ডাঙৰ-দীঘল হোৱাতেই সহায়ক নহয়, বৰঞ্চ এইসমূহে আমাৰ আকাংক্ষাক গতি প্ৰদান কৰে। খেলনা সামগ্ৰী কেৱল মাত্ৰ মনোৰঞ্জনৰ বাবেই নহয়, ই মগজুৰ ক্ৰিয়া আৰু ইচ্ছাও জগাই তোলে, তেওঁ কয়।