Maha Kumbh is a divine festival of our faith, spirituality and culture: PM in Prayagraj
December 13th, 02:10 pm
PM Modi inaugurated development projects worth ₹5500 crore in Prayagraj, highlighting preparations for the 2025 Mahakumbh. He emphasized the cultural, spiritual, and unifying legacy of the Kumbh, the government's efforts to enhance pilgrimage facilities, and projects like Akshay Vat Corridor and Hanuman Mandir Corridor.PM Modi inaugurates and launches multiple development projects worth around Rs 5500 crore at Prayagraj, Uttar Pradesh
December 13th, 02:00 pm
PM Modi inaugurated development projects worth ₹5500 crore in Prayagraj, highlighting preparations for the 2025 Mahakumbh. He emphasized the cultural, spiritual, and unifying legacy of the Kumbh, the government's efforts to enhance pilgrimage facilities, and projects like Akshay Vat Corridor and Hanuman Mandir Corridor.ৰাজস্থানৰ জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ সন্মিলন-২০২৪ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
December 09th, 11:00 am
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভৌ বাগদে ডাঙৰীয়া, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা ডাঙৰীয়া, ৰাজস্থান চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, উদ্যোগৰ বন্ধু, ভিন্ন ৰাষ্ট্ৰদূত, দূতাবাসৰ প্ৰতিনিধি, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল।ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 09th, 10:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰৰ জয়পুৰ প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪ আৰু ৰাজস্থান গ্লোবেল বিজনেছ এক্সপো উদ্বোধন কৰে।সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজস্থানৰ সফলতাৰ যাত্ৰাত আজি আন এটা বিশেষ দিন। তেওঁ পিংক চিটি- জয়পুৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪লৈ সকলো উদ্যোগ আৰু বাণিজ্যৰ নেতৃত্ব, বিনিয়োগকাৰী, প্ৰতিনিধিসকলক অভিনন্দন জনায়। তেওঁ ৰাজস্থান চৰকাৰকো এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।বিশ্ব সমবায় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 25th, 03:30 pm
ভূটানৰ প্ৰধানমন্ত্ৰী আৰু মোৰ কনিষ্ঠ ভ্ৰাতৃ, ফিজিৰ উপ-প্ৰধানমন্ত্ৰী, ভাৰতৰ সমবায় মন্ত্ৰী অমিত শ্বাহ, আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰজোঁটৰ অধ্যক্ষ, ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি, সমগ্ৰ বিশ্বৰপৰা ইয়াত সমবেত হোৱা সমবায় জগতৰ সৈতে জড়িত সকলো সহযোগী, ভদ্ৰলোক আৰু মহিলাসকল।PM Modi inaugurates ICA Global Cooperative Conference 2024
November 25th, 03:00 pm
PM Modi inaugurated the ICA Global Cooperative Conference 2024. Emphasising the centuries-old culture, Prime Minister Modi said, “For the world, cooperatives are a model but for India it is the basis of culture, a way of life.”People-to-people connections are an important pillar of India-Germany relationship: PM Modi
October 25th, 01:50 pm
PM Modi and German Chancellor Scholz addressed the press meet. In his remarks, PM Modi said, Our partnership under the leadership of Chancellor Scholz has gained new momentum and direction. I congratulate Chancellor Scholz for Germany's Focus on India strategy, which provides a blueprint to modernize and elevate the partnership between two large democracies in the world in a comprehensive manner.তিনিটা PARAM ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ আৰু এটা উচ্চ কাৰ্যক্ষম কম্পিউটিং ব্যৱস্থা দেশলৈ উৎসৰ্গা কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অনুবাদ
September 26th, 05:15 pm
আজি ভাৰতৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতাৰ দিন। আজি ইয়াত বিজ্ঞান, প্ৰযুক্তি, গৱেষণাক অগ্ৰাধিকাৰ দি একবিংশ শতিকাৰ নৱভাৰত কেনেকৈ আগবাঢ়িছে তাক প্ৰদৰ্শন কৰা হৈছে। আমি সম্ভাৱনাৰ এক বিস্তৃত পৰিৱেশত নতুন সুযোগৰ সৃষ্টি কৰিছো। আমাৰ প্ৰতিভাৱান বিজ্ঞানী আৰু অভিযন্তাসকলে তিনিটা PARAM Rudra ছুপাৰ কম্পিউটাৰ প্ৰস্তুত কৰিছে, যিবোৰ এতিয়া দিল্লী, পুনে, আৰু কলকাতাত স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও আমি দুটা হাই-পাৰফৰ্মেন্স কম্পিউটিং চিষ্টেম অৰ্ক আৰু আৰুণিক উদ্বোধন কৰিছো। এই শুভ মুহুৰ্ত তথা গুৰুত্বপূৰ্ণ অনুষ্ঠানত আমাৰ বৈজ্ঞানিক সমাজ, অভিযন্তা, আৰু সমূহ দেশবাসীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তিনি পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
September 26th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰায় ১৩০ কোটি টকা মূল্যৰ তিনি পৰম ৰুদ্ৰ ছুপাৰকম্পিউটাৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং অভিযান (NSM)ৰ অধীনত থলুৱাভাৱে বিকশিত কৰা এই ছুপাৰ কম্পিউটাৰ কেইটা পুনে, দিল্লী আৰু কলকাতাস্থিত অগ্ৰণী বৈজ্ঞানিক গৱেষণা সুবিধাত নিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বতৰ আৰু জলবায়ু গৱেষণাৰ বাবে প্ৰস্তুত হাই-পাৰ্ফৰ্মেন্স কম্পিউটিং (HPC) ব্যৱস্থাও উদ্বোধন কৰে।Tuticorin International Container Terminal marks a significant milestone in India’s journey towards a Viksit Bharat: PM Modi
September 16th, 02:00 pm
PM Modi addressed the inauguration of Tuticorin International Container Terminal. Speaking on the occasion, the PM underlined that this marks a significant milestone in India’s journey towards becoming a developed nation and hailed the new Tuticorin International Container Terminal as the ‘new star of India's marine infrastructure’.তামিলনাডুৰ ‘তুতিকোৰিন আন্তঃৰাষ্ট্ৰীয় কন্টেইনাৰ টাৰ্মিনেল’ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 16th, 01:52 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' বাৰ্তা’ৰ জৰিয়তে ‘তুতিকোৰিন আন্তঃৰাষ্ট্ৰীয় কন্টেইনাৰ টাৰ্মিনেলৰ উদ্বোধনী অনুষ্ঠান’ত ভাষণ প্ৰদান কৰে। এই উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত ভাৰতে অব্যাহত ৰখা যাত্ৰাত আজিৰ দিনটো এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু নতুন ‘তুতিকোৰিন আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ টাৰ্মিনেল’ক তেওঁ 'ভাৰতৰ সামুদ্ৰিক আন্তঃগাঁথনিৰ নতুন তাৰকা' বুলি অভিহিত কৰে। ‘ভি অ’ চিদাম্বৰনাৰ বন্দৰ’ৰ সামৰ্থ্য সম্প্ৰসাৰণত ইয়াৰ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ১৪ মিটাৰতকৈ অধিক গভীৰ ভাৰবাহী(ডীপ ড্ৰাফ্ট) আৰু ৩০০ মিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ঘাট(বাৰ্থ)ৰ সৈতে এই টাৰ্মিনেল-য়ে ‘ভিঅ’চি বন্দৰ’ৰ সামৰ্থ্য বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ আৰু কয় যে নতুন টাৰ্মিনেল-য়ে বন্দৰত লজিষ্টিক ব্যয় হ্ৰাস কৰিব আৰু ভাৰতৰ বাবে বৈদেশিক মুদ্ৰা ৰাহি কৰিব বুলি আশা কৰা হৈছে। তেওঁ তামিলনাডুৰ লোকসকলক অভিনন্দন জনায় আৰু দুবছৰ পূৰ্বে তেওঁৰ ভ্ৰমণকালত আৰম্ভ কৰা ‘ভিঅ’চি বন্দৰ’ সম্পৰ্কীয় কেইবাটাও প্ৰকল্পৰ কথা স্মৰণ কৰে। তেওঁ প্ৰকল্পটোৰ কাম দ্ৰুতগতিত সম্পূৰ্ণ হোৱাত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ গুৰুত্বসহকাৰে মন্তব্য কৰে যে ৪০% মহিলা কৰ্মচাৰী থকা টাৰ্মিনেলটোৰ অন্যতম গুৰুত্বপূৰ্ণ সাফল্য হৈছে লিংগ বৈচিত্ৰ্যৰ প্ৰতি থকা ইয়াৰ প্ৰতিশ্ৰুতিবদ্ধতা আৰু এয়া হৈছে সামুদ্ৰিক খণ্ডত মহিলা নেতৃত্বাধীন উন্নয়নৰ প্ৰতীক।নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ভাৰত মোবিলিটি গ্লোবেল এক্সপোত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 02nd, 04:31 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মী শ্ৰী নীতিন গাডকাৰীজী, নাৰায়ণ ৰাণেজী, পীয়ুষ গোৱেলজী, হৰদীপ সিং পুৰীজী, মহেন্দ্ৰ নাথ পাণ্ডেজী, উদ্যোগটোৰ সকলো বিশিষ্ট ব্যক্তি, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!ভাৰত ম’বিলিটী গ্লোবেল এক্সপো ২০২৪ সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
February 02nd, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত ভাৰতৰ সৰ্ববৃহৎ আৰু এই ধৰণৰ প্ৰথমখন গতিশীলতা সম্পৰ্কীয় প্ৰদৰ্শনী ‘ভাৰত ম’বিলিটী গ্লোবেল এক্সপো ২০২৪’ৰ এক কাৰ্যসূচীত সম্বোধন কৰে। তেওঁ পদব্ৰজে ‘এক্সপো’ৰ একাংশ পৰিভ্ৰমণ কৰে। ‘ভাৰত মোবিলিটী গ্লোবেল এক্সপো ২০২৪’-ত গতিশীলতা আৰু স্বয়ংচালিত মূল্য শৃংখলাত ভাৰতৰ সামৰ্থ্য প্ৰদৰ্শন কৰা হৈছে আৰু ইয়াত প্ৰদৰ্শনী, সন্মিলন, ক্ৰেতা-বিক্ৰেতাৰ সভা, ৰাজ্যিক অধিৱেশন, পথ সুৰক্ষা পেভিলিয়ন, আৰু ৰাইজক আৰ্কিষত কৰিব পৰা ‘গো-কাৰ্টিঙ’ৰ দৰে অনুষ্ঠানৰ দিহা কৰা হ'ব।গুজৰাটৰ গান্ধীনগৰত ভাইব্ৰেণ্ট গুজৰাট সন্মিলন ২০২৪ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 10th, 10:30 am
আপোনালোক সকলোলৈ ২০২৪ চনৰ বহুত বহুত শুভেচ্ছা! শেহতীয়াকৈ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। আৰু এতিয়া ভাৰতে আগন্তুক ২৫ বছৰৰ লক্ষ্যত কাম কৰি আছে। যেতিয়া ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব, সেই সময়লৈকে আমি ভাৰতক বিকশিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। আৰু সেয়ে, এই ২৫ বছৰৰ কাৰ্যকাল ভাৰতৰ অমৃত কাল। এয়া নতুন সপোন, নতুন সংকল্প আৰু নিত্য নতুন সিদ্ধিৰ কাৰ্যকাল। এই অমৃতকালত এই প্ৰথম ভাইব্ৰেণ্ট গুজৰাট গ্ল’বেল ছামিট অনুষ্ঠিত হৈছে। আৰু সেয়েহে, ইয়াৰ গুৰুত্ব আৰু বৃদ্ধি পাইছে। এই সন্মিলনলৈ অহা ১০০ৰো অধিক দেশৰ প্ৰতিনিধি ভাৰতৰ এই উন্নয়ন যাত্ৰাৰ গুৰুত্বপূৰ্ণ মিত্ৰ। মই আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ।ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিটৰ ১০ম সংস্কৰণ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
January 10th, 09:40 am
আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিট, ২০২৪ৰ ১০ম সংস্কৰণ উদ্বোধন কৰে। এইবাৰৰ সন্মিলনৰ বিষয়বস্তু হৈছে ‘ভৱিষ্যতৰ দুৱাৰমুখ’ (Gateway to the Future) আৰু ইয়াত ৩৪ খন অংশীদাৰ দেশ আৰু ১৬ টা অংশীদাৰ সংস্থাই অংশগ্ৰহণ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়েও এই সন্মিলনখনক মঞ্চ হিচাপে ব্যৱহাৰেৰে উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ সুযোগ প্ৰদৰ্শন কৰিছে।৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
August 15th, 02:14 pm
১৷ মোৰ মৰমৰ পৰিয়ালৰ ১৪০ কোটি সদস্য, বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু এতিয়া বহু লোকে কয় যে জনসংখ্যাৰ দৃষ্টিকোণৰ পৰা লগতে বিশ্বাসৰ দিশতো আমি এক নম্বৰ। ইমান বিশাল দেশ, ১৪০ কোটি দেশবাসী, মোৰ ভাই-ভনী, মোৰ পৰিয়ালৰ লোকসকলে আজি স্বাধীনতা উৎসৱ উদযাপন কৰিছে। ভাৰতক ভালপোৱা, ভাৰতক সন্মান কৰা, ভাৰতক লৈ গৌৰৱ কৰা দেশ আৰু বিশ্বৰ কোটি কোটি জনসাধাৰণলৈ স্বাধীনতাৰ এই মহান পবিত্ৰ উৎসৱত বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।India Celebrates 77th Independence Day
August 15th, 09:46 am
On the occasion of India's 77th year of Independence, PM Modi addressed the nation from the Red Fort. He highlighted India's rich historical and cultural significance and projected India's endeavour to march towards the AmritKaal. He also spoke on India's rise in world affairs and how India's economic resurgence has served as a pole of overall global stability and resilient supply chains. PM Modi elaborated on the robust reforms and initiatives that have been undertaken over the past 9 years to promote India's stature in the world.৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
August 15th, 07:00 am
বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু এতিয়া বহুতে মত প্ৰকাশ যে জনসংখ্যাৰ ক্ষেত্ৰতো আমি বিশ্বৰ ভিতৰত এক নম্বৰ। ইমান বিশাল দেশ, দেশৰ ১৪০ কোটি মোৰ ভাই-ভনী, মোৰ পৰিয়ালৰ সদস্যসকলে আজি স্বাধীনতাৰ উৎসৱ উদযাপন কৰিছে। দেশৰ কোটি কোটি জনসাধাৰণলৈ, ভাৰতক ভালপোৱা, ভাৰতক সন্মান কৰা, ভাৰতক লৈ গৌৰৱ কৰা কোটি কোটি লোকলৈ দেশৰ আৰু বিশ্বৰ কোটি কোটি লোকলৈ স্বাধীনতাৰ এই মহান পবিত্ৰ উৎসৱত বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ লিখিত ৰূপ
March 20th, 12:30 pm
আৰম্ভণিতে প্ৰধানমন্ত্ৰী কিছিদা আৰু তেওঁৰ সৈতে ভাৰতলৈ অহা প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনাইছো। প্ৰধানমন্ত্ৰী কিছিদা আৰু মই যোৱা এবছৰত কেইবাবাৰো সাক্ষাৎ কৰিছো। আৰু প্ৰতিবাৰেই ভাৰত-জাপান সম্পৰ্কৰ প্ৰতি তেওঁৰ ইতিবাচকতা আৰু দায়বদ্ধতা অনুভৱ কৰিছো। আৰু সেয়ে আজি তেওঁৰ এই ভ্ৰমণ আমাৰ সহযোগিতাৰ গতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত অতি উপযোগী বিবেচিত হ’ব।ইণ্ডিয়া টুডে কনক্লেভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ
March 18th, 11:17 pm
ইণ্ডিয়া টুডে কনক্লেভত আমাৰ সৈতে থকা সকলো গণ্যমান্য ব্যক্তিক শুভেচ্ছা জনাইছো! ডিজিটেল মাধ্যমৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা ভাৰত আৰু বিদেশৰ দৰ্শক আৰু পঢ়ুৱৈসকলক শুভেচ্ছা জনাইছো। মই এইটো দেখি আনন্দিত যে এই সন্মিলনৰ বিষয়বস্তু হৈছে - দ্য ইণ্ডিয়া মোমেন্ট। আজি বিশ্বৰ আগশাৰীৰ অৰ্থনীতিবিদ, বিশ্লেষক, চিন্তাবিদসকলে সমস্বৰে কৈছে যে এইটো ভাৰতৰ মুহূৰ্ত। কিন্তু যেতিয়া ইণ্ডিয়া টুডে গোটে এই আশাবাদ প্ৰদৰ্শন কৰে, ই 'অতিৰিক্ত বিশেষ'। অৱশ্যে, মই ২০ মাহ পূৰ্বে লালকিল্লাৰ প্ৰাচীৰৰ পৰা কৈছিলো - এইটো সময়, সঠিক সময়। কিন্তু এই স্থিতিত উপনীত হ'বলৈ ২০ মাহ সময় লাগিছিল। তেতিয়াও আত্মা একে আছিল – এয়া হৈছে ভাৰতৰ মুহূৰ্ত।