মন কী বাত, ডিচেম্বৰ ২০২৩
December 31st, 11:30 am
বন্ধুসকল, ‘মন কী বাত’ শুনি বহুতে মোক লিখি নিজৰ স্মৰণীয় মুহূৰ্তবোৰ শ্বেয়াৰ কৰিছে। এশ চল্লিশ কোটি ভাৰতীয়ৰ শক্তি এই যে এইবাৰ আমাৰ দেশে বহু বিশেষ তাৎপৰ্যপূৰ্ণ সাফল্য লাভ কৰিছে। এই বছৰতে ‘নাৰী শক্তি বন্দন আইন’ গৃহীত হয় যিটো বহু বছৰ ধৰি অপেক্ষা কৰি আছিল। ভাৰত পঞ্চম বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হোৱাৰ লগে লগে বহু লোকে আনন্দ প্ৰকাশ কৰি চিঠি লিখিছিল। বহুতে মোক জি-২০ সন্মিলনৰ সফলতাৰ কথা সোঁৱৰাই দিছিল৷ বন্ধুসকল, আজি ভাৰতৰ প্ৰতিটো কোণত আত্মবিশ্বাসেৰে ভৰপূৰ, উন্নত ভাৰতৰ চিন্তাত, আত্মনিৰ্ভৰশীলতাৰ চিন্তাত আকৰ্ষিত। ২০২৪ চনত আমি এই চিন্তা আৰু প্ৰভাৱ বজাই ৰখাটো প্ৰয়োজন। দীপাৱলীৰ অভিলেখ পৰিমাণ সামগ্ৰী বিক্ৰীয়ে প্ৰমাণ কৰিলে যে প্ৰতিজন ভাৰতীয়ই ‘ভোকেল ফৰ লোকেল’ মন্ত্ৰক মূল্য দিয়ে।নতুন দিল্লীত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ
May 11th, 11:00 am
কেবিনেটত মোৰ জ্যেষ্ঠ সহকৰ্মী শ্ৰী ৰাজনাথ সিংজী, ড০ জীতেন্দ্ৰ সিংজী, বিজ্ঞান আৰু প্ৰযুক্তি সম্প্ৰদায়ৰ সকলো সন্মানীয় সদস্য আৰু কাৰ্যসূচীত উপস্থিত থকা মোৰ যুৱ সহকৰ্মীসকল!প্ৰধানমন্ত্ৰীয়ে ১১ মে’ত নতুন দিল্লীত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৩ৰ কাৰ্যসূচী উদ্বোধন কৰে
May 11th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৩ উপলক্ষে আয়োজিত অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে ১১ তাৰিখৰ পৰা ১৪ মে'লৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ ২৫ তম বৰ্ষ উদযাপনৰ শুভাৰম্ভ কৰা হয়। এই গৌৰৱপূৰ্ণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৫৮০০ কোটি টকাৰ অধিক মূল্যৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত উন্নতি সম্পৰ্কীয় একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। ই দেশৰ বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰাৰ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ।ভাৰত গণতন্ত্ৰৰ মাতৃঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 29th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। এয়া হৈছে ২০২৩ চনৰ প্ৰথমটো 'মন কী বাত' আৰু ইয়াৰ লগতে এই কাৰ্যসূচীটোৰ সাতানব্বৈটা খণ্ড। আপোনালোক সকলোৰে সৈতে আকৌ এবাৰ বাৰ্তালাপ কৰি মই অত্যাধিক আনন্দিত হৈছো। প্ৰতি বছৰৰ দৰে এইবাৰৰ জানুৱাৰী মাহটোও যথেষ্ট ঘটনাবহুল হৈছে। এই মাহত, জানুৱাৰীৰ প্ৰায় ১৪ তাৰিখৰ পৰা সমগ্ৰ দেশ উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ উৎসৱৰ ৰঙত জিলিকি উঠিছে। ইয়াৰ পিছত, দেশখনে গণতন্ত্ৰ দিৱসো উদযাপন কৰিছে। এইবাৰো গণতন্ত্ৰ দিৱস উদযাপনৰ বহুতো দিশৰ যথেষ্ট প্ৰশংসা কৰা হৈছে। জয়সালমেৰৰ পুলকিতে মোলৈ লিখিছে যে ২৬ জানুৱাৰীৰ কুচকাৱাজৰ সময়ত কৰ্তব্য পথৰ নিৰ্মাণ শ্ৰমিকসকলক দেখি বৰ ভাল লাগিছিল। কানপুৰৰ জয়াই লিখিছে যে তেওঁ পেৰেডত অন্তৰ্ভুক্ত ভাৰতীয় সংস্কৃতিৰ বিভিন্ন দিশসমূহ দেখি ভাল পাইছে। প্ৰথমবাৰৰ বাবে এই কুচকাৱাজত অংশগ্ৰহণ কৰা মহিলা উট আৰোহী আৰু চিআৰপিএফৰ মহিলা দলকো যথেষ্ট প্ৰশংসা কৰা হৈছে।PM feels proud of our Innovators as India climbs to the 40th rank in the Global Innovation Index of WIPO
September 29th, 09:42 pm
The Prime Minister, Shri Narendra Modi has expressed pride for Indian Innovators as India climbs to the 40th rank in the Global Innovation Index of World Intellectual Property Organization (WIPO).The Prime Minister, Shri Narendra Modi has expressed pride for Indian Innovators as India climbs to the 40th rank in the Global Innovation Index of World Intellectual Property Organization (WIPO).কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 10th, 10:31 am
'কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলন'ৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু অভিনন্দন জনাইছো। এই অনুষ্ঠানটো আজিৰ নতুন ভাৰতত আমি বহন কৰি থকা 'সবকা প্ৰয়াস'ৰ আত্মাৰ এক জীৱন্ত উদাহৰণ।PM inaugurates ‘Centre-State Science Conclave’ in Ahmedabad via video conferencing
September 10th, 10:30 am
PM Modi inaugurated the ‘Centre-State Science Conclave’ in Ahmedabad. The Prime Minister remarked, Science is like that energy in the development of 21st century India, which has the power to accelerate the development of every region and the development of every state.‘৫ম ভাৰত আন্তৰ্জাতিক বিজ্ঞান মহোৎসৱ’ত ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
November 05th, 03:40 pm
ভাৰত আন্তৰ্জাতিক বিজ্ঞান মহোৎসৱৰ পঞ্চম সংস্কৰণ এনে স্থানত অনুষ্ঠিত হৈছে য’ৰ পৰা জ্ঞান-বিজ্ঞান প্ৰতিটো ক্ষেত্ৰত মানৱতাৰ সেৱা কৰা মহান বিভূতিসকলৰ জন্ম হৈছে৷ এই মহোৎসৱ এনে সময়ত অনুষ্ঠিত হৈছে য’ত ৭ নৱেম্বৰত চি ভি ৰমণ আৰু ৩০ নৱেম্বৰত জগদীশ চন্দ্ৰ বসুৰ জন্মজয়ন্তী পালন কৰা হ’ব৷ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কলকতাত অনুষ্ঠিত পঞ্চম আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
November 05th, 03:35 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাত অনুষ্ঠিত পঞ্চম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে উদ্বোধন কৰে৷‘আদিত্য বিৰলা গোষ্ঠী’ৰ সোণালী জয়ন্তী সমাৰোহত প্ৰধানমন্তীৰ বক্তব্য
November 03rd, 11:08 am
আদিত্য বিৰলা গোষ্ঠীৰ সুবৰ্ণ জয়ন্তী অৰ্থাত সোণালী জয়ন্তী উদযাপন কৰাৰ উদ্দেশ্যে আমি আহি সুবৰ্ণ ভূমি থাইলেণ্ডত উপস্থিত হৈছোহি। এয়া সঁচাকৈয়ে এক বিশেষ উপলক্ষ। আজিৰ এই বিশেষ মুহূৰ্তটোত মই আজি আদিত্য বিৰলা গোষ্ঠীৰ সকলো সদস্যকে অন্তৰৰ পৰা অভিনন্দন জনাইছো। থাইলেণ্ডত এই গোষ্ঠীোৱে বৰ সুন্দৰকৈ কাম কৰি আছে বুলি এইমাত্ৰ শ্ৰীযুত কুমাৰমংগলম বিৰলা ভাষণত শুনিাবলৈ পালো। বাণিজ্য জগতৰ অগ্ৰণী গোষ্ঠীটোৱে পৰিচালনা কৰাবাণিজ্যিক পৰিগঠনিয়ে সামগ্ৰীক ভাৱে এইখন দেশক বাৰুকৈয়ে উপকৃত কৰি আহিছে।Salient Points of PM’s Address at the Golden Jubilee Celebrations of Aditya Birla Group in Thailand
November 03rd, 10:32 am
We have gathered here to celebrate the Suvarna Jayanti or Golden Jubilee of the Aditya Birla Group in Suvarna Bhumi , ThailandPM Modi attends Aditya Birla Group's Golden Jubilee celebrations in Bangkok
November 03rd, 07:51 am
Prime Minister Shri Narendra Modi attended the celebrations marking 50 years of operation of Aditya Birla Group in Thailand today. Chairman of the Aditya Birla Group, Shri Kumar Mangalam Birla, expressed his gratitude to the Prime Minister for joining the Group’s Golden Jubilee Celebrations in Thailand.Today, India has emerged as the world’s third biggest startup nation: PM Modi
March 02nd, 10:01 pm
The Prime Minister, Shri Narendra Modi, today addressed students at the Grand Finale of the Smart India Hackathon, via Video Conference. He interacted with several groups of students participating in the Hackathon, at various institutes across the country. The interaction with students covered themes such as agriculture, finance, malnutrition, and education.স্মাৰ্ট ইণ্ডিয়া হেকাথনত শিক্ষাৰ্থীৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
March 02nd, 10:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ গ্ৰেণ্ড ফাইনেলৰ অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলক উদ্দেশ্যি ভাষণ আগবঢ়াব৷ তেওঁ হেকাথনত অংশগ্ৰহণ কৰা বিভিন্ন প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীৰ একাধিক গোটৰ সৈতে মত বিনিময় কৰিব৷ শিক্ষাৰ্থীসকলৰ সৈতে কৰিবলগীয়া মত বিনিময়ৰ কৃষি, বিত্ত, অপুষ্টি আৰু শিক্ষাৰ দৰে বিষয়সমূহ সামৰি লোৱা হ’ব৷Science is universal, technology has to be local: PM Narendra Modi
October 30th, 04:23 pm
At the India-Italy Technology Summit, PM Narendra Modi stressed on effective service delivery through technology. He said that the government was ensuring last mile delivery of its services through latest technology. The PM also welcomed Italy’s cooperation with India in the field of technology and cited that it provided opportunities to turn ‘Know how’ into ‘Show how.’Prime Minister addresses the India-Italy Technology Summit
October 30th, 04:15 pm
At the India-Italy Technology Summit, PM Narendra Modi stressed on effective service delivery through technology. He said that the government was ensuring last mile delivery of its services through latest technology. The PM also welcomed Italy’s cooperation with India in the field of technology and cited that it provided opportunities to turn ‘Know how’ into ‘Show how.’IITs have become 'India's Instrument of Transformation': PM Modi
August 11th, 12:10 pm
At the convocation of IIT Bombay, PM Modi said that IITs have become 'India's Instrument of Transformation'. The PM appealed to students to innovate in India and innovate for humanity. He said, From mitigating climate change to ensuring better agricultural productivity, from cleaner energy to water conservation, from combatting malnutrition to effective waste management, let us affirm that the best ideas will come from Indian laboratories and from Indian students.PM Modi attends convocation ceremony of IIT Bombay
August 11th, 12:10 pm
At the convocation of IIT Bombay, PM Modi said that IITs have become 'India's Instrument of Transformation'. The PM appealed to students to innovate in India and innovate for humanity. He said, From mitigating climate change to ensuring better agricultural productivity, from cleaner energy to water conservation, from combatting malnutrition to effective waste management, let us affirm that the best ideas will come from Indian laboratories and from Indian students.We are breaking silos within the working of the Government: PM Modi
June 22nd, 11:47 am
Addressing a gathering after laying foundation stone of paperless Vanijya Bhawan in Delhi, PM Modi said the Government’s focus was on moving from silos to solutions. He highlighted the Government’s measures for creating people friendly, development friendly and investment friendly ecosystem. PM Modi spoke how technology was easing the business environment. In this context, he highlighted how GST has had a positive impact on the economy.বাণিজ্য ভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
June 22nd, 11:40 am
নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য বিভাগৰ নতুন কাৰ্যালয়ৰ চৌহদত বাণিজ্য ভৱনৰ আধাৰশিলা স্থাপন কৰে।