ভাৰতৰ সভাপতিত্বত ‘জি-২০’-ৰ বিত্ত মন্ত্ৰী আৰু ‘কেন্দ্ৰীয় বেংক’সমূহৰ গৱৰ্ণৰসকলৰ প্ৰথমখন বৈঠকত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভিডিঅ’ বাৰ্তাৰ পাঠ
February 24th, 09:25 am
‘জি-২০’ দেশৰ বিত্ত মন্ত্ৰী আৰু ‘কেন্দ্ৰীয় বেংক’সমূহৰ গৱৰ্ণৰসকলক মই ভাৰতলৈ উষ্ম আদৰণি জনাইছো। আপোনালোকৰ বৈঠকৰে ভাৰতৰ সভাপতিত্বত ‘জি-২০’ দেশসমূহৰ প্ৰথমখন মন্ত্ৰী পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব। মই আপোনালোকক এক ফলপ্ৰসূ সভাৰ বাবে শুভেচ্ছা জনাইছো যদিও আপোনালোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে মই অৱগত। আপোনালোকে এনে এক সময়ত গোলকীয় বিত্ত আৰু অৰ্থনীতিৰ নেতৃত্বক প্ৰতিনিধিত্ব কৰিছে যি সময়ত পৃথিৱীখনে এক গুৰুতৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। শতিকা-বিৰল ক’ভিড মহামাৰীয়ে বিশ্ব অৰ্থনীতিক বাৰুকৈয়ে আঘাত হানিছে। বহুতো দেশে, বিশেষকৈ উন্নয়নশীল অৰ্থনীতিয়ে এতিয়াও ইয়াৰ পৰৱৰ্তী প্ৰভাৱৰ সৈতে মোকাবিলা কৰি থাকিবলগীয়া হৈছে। আমি বিশ্বৰ বিভিন্ন প্ৰান্তত বৰ্ধিত ভূ-ৰাজনৈতিক উত্তেজনাও দেখিবলৈ পাইছো। গোলকীয় যোগান শৃংখলাত ব্যাঘাত ঘটিছে। বৰ্ধিত মূল্যৰ বাবে বহুতো সমাজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ইফালে, খাদ্য আৰু শক্তি সুৰক্ষাৰ প্ৰসংগ সমগ্ৰ বিশ্বৰ বাবেই মুখ্য উদ্বেগৰ কাৰণ হৈ উঠিছে। আনকি বহুতো দেশৰ বিত্তীয় সাৰ্থকতা অ-বহনযোগ্য ঋণৰ স্তৰৰ দ্বাৰা বিপদাপন্ন হৈছে। আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ওপৰত বিশ্বাস হ্ৰাস পাবলৈ ধৰিছে। সংস্কাৰ সাধনৰ ক্ষেত্ৰত তেওঁলোক লেহেমীয়া গতিৰে আগবাঢ়াটোও হৈছে এনে হোৱাৰ আংশিক কাৰণ। বিশ্ব অৰ্থনীতিলৈ স্থিৰতা, আত্মবিশ্বাস আৰু বিকাশৰ ধাৰা ঘূৰাই অনাটো এতিয়া আপোনালোক- বিশ্বৰ আগশাৰীৰ অৰ্থনীতি তথা মুদ্ৰা প্ৰণালীৰ ৰক্ষকসকলৰ ওপৰত নিৰ্ভৰ কৰিব। এইটো কেতিয়াও এটা সহজ কাম নহয়।ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত বিত্ত মন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ প্ৰথম বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণ
February 24th, 09:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত বিত্ত মন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ প্ৰথম বৈঠকত ভাষণ আগবঢ়ায়৷Prime Minister's video conference with the Heads of Indian Missions
March 30th, 07:32 pm
Prime Minister Shri Narendra Modi held a videoconference with the Heads of all of India’s Embassies and High Commissions worldwide at 1700 hrs today. This conference—the first such event for Indian Missions worldwide—was convened to discuss responses to the global COVID-19 pandemic.Extraordinary Virtual G20 Leaders' Summit
March 26th, 08:08 pm
An Extraordinary Virtual G20 Leaders' Summit was convened on 26 March 2020 to discuss the challenges posed by the outbreak of the COVID-19 pandemic and to forge a global coordinated response. Earlier, PM had a telephonic conversation with the Crown Prince of Saudi Arabia on this subject.জি-২০ সন্মিলনৰ বাবে ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
November 27th, 07:43 pm
“আৰ্জেণ্টিনাই আয়োজন কৰা ত্ৰয়োদশসংখ্যক জি-২০ সন্মিলনত উপস্থিত থাকিবলৈ মই ২৯ নৱেম্বৰৰ পৰা ০১ ডিচেম্বৰলৈ বুয়েনাছ আয়াৰ্ছ ভ্ৰমণ কৰিম৷PM inaugurates Pumping Station at Bhachau; Narmada Waters released for Tappar dam
May 22nd, 06:35 pm
Prime Minister Narendra Modi inaugurated pumping station in Bhachau, Gujarat. The PM said mentioned the importance of conserving water, and added that in Kutch, people understood this quite well. Now, he said, with the Narmada waters arriving, the region would witness a transformation.PM Modi inaugurates pumping station at Kutch Canal
May 22nd, 06:32 pm
PM Narendra Modi inaugurated pumping station at Kutch Canal today. While addressing a huge gathering after the inauguration, PM Modi stressed on conservation of water. He said that one could learn about water conservation from people in Kutch. Welcoming the waters of Narmada River into the Canal, PM Modi said that it would transform lives of people in the region.India is not only a good destination. It’s always a good decision to be in India: PM
December 14th, 02:20 pm
PM Modi jointly inaugurated the Economic Times Asian Business Leaders Conclave 2016 in Kuala Lumpur with His Excellency the PM of Malaysia, Mr Najib Razak. PM talked about the progress India is making at various fronts and reforms that are happening in the country. During his address PM said , “21st Century is the Century of Asia”. PM invited foreign investors to Invest India, “India is not only a good destination. It’s always a good decision to be in India,” he said.