দিল্লীৰ গ্ল’বেল বৌদ্ধ সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণৰ অসমীয়া অনুবাদ

April 20th, 10:45 am

কেন্দ্ৰীয় কেবিনেট সদস্য শ্ৰী কিৰেন ৰিজিজু জী, জি কিষাণ ৰেড্ডী জী, অৰ্জুন ৰাম মেঘৱাল জী, আন্তৰ্জাতিক বৌদ্ধ কনফেডাৰেচনৰ মহাসচিব মীনাক্ষী লেখী জী, এই কাৰ্যসূচীত উপস্থিত থকা সকলো শ্ৰদ্ধাৰ ভিক্ষু, অন্যান্য গণ্যমান্য ব্যক্তিসকল আৰু দেশ-বিদেশৰ পৰা অহা সুধীবৃন্দ।

নতুন দিল্লীত বিশ্ব বৌদ্ধ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰধানমন্ত্ৰীৰ

April 20th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ অশোক হোটেলত বিশ্ব বৌদ্ধ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ আগবঢ়ায়৷ প্ৰধানমন্ত্ৰী ফটো প্ৰদৰ্শনী প্ৰত্যক্ষ কৰাৰ লগতে বুদ্ধৰ মূৰ্তিত পূষ্পাঞ্জলি অৰ্পণ কৰে৷ তেওঁ লগতে ১৯গৰাকী বিশিষ্ট সন্ন্যাসীক সন্ন্যাসীৰ বস্ত্ৰ(চিভাৰ দানা) প্ৰদান কৰে৷

প্ৰধানমন্ত্ৰীয়ে বুদ্ধৰ ওপৰত পিআইবি পুস্তিকা শ্বেয়াৰ কৰে, যি কেইবাবছৰ ধৰি বুদ্ধৰ ওপৰত দিয়া তেওঁৰ ভাষণৰ সংকলন

April 19th, 08:48 pm

প্ৰধানমন্ত্ৰীয়ে সংবাদ সূচনা কাৰ্যালয় (পিআইবি)ৰ দ্বাৰা প্ৰস্তুত কৰা এখন পুস্তিকা শ্বেয়াৰ কৰে, যি প্ৰধানমন্ত্ৰীৰ ভাষণসমূহ আৰু ভগৱান বুদ্ধ তথা বৌদ্ধ বিচাৰ ধাৰাৰ ওপৰত তেওঁৰ প্ৰধান বক্তব্যৰ সংকলন।

২০ এপ্ৰিলত বিশ্ব বৌদ্ধ সন্মিলনৰ উদ্বোধনী পৰ্বত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

April 18th, 10:58 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ এপ্ৰিল, ২০২৩ৰ পুৱা ১০ বজাত দিল্লীৰ অশোক হোটেলত বিশ্ব বৌদ্ধ সন্মিলনৰ উদ্বোধনী পৰ্বত ভাষণ আগবঢ়াব৷