গোৱাত নৱম বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ সামৰণি অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

December 11th, 04:15 pm

গোৱাৰ সুন্দৰ ভূমিত বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ বাবে ভাৰত আৰু বিদেশৰ পৰা সমবেত হোৱা সকলো বন্ধুক মই স্বাগতম জনাইছো। বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ সফলতাৰ বাবে মই আপোনালোক সকলোকে হৃদয়েৰে অভিনন্দন জনাইছো। এই অনুষ্ঠানটো এনে এক সময়ত অনুষ্ঠিত হৈছে যেতিয়া ভাৰতৰ স্বাধীনতাৰ 'অমৃত কাল' (সোণালী যুগ) যাত্ৰা আৰম্ভ হৈছে। আমাৰ জ্ঞান, বিজ্ঞান আৰু সাংস্কৃতিক অভিজ্ঞতাৰ জৰিয়তে বিশ্বৰ কল্যাণৰ সংকল্প হৈছে 'অমৃত কাল'ৰ এক ডাঙৰ লক্ষ্য আৰু আয়ুৰ্বেদ ইয়াৰ বাবে এক শক্তিশালী আৰু কাৰ্যকৰী মাধ্যম। ভাৰতেও এই বছৰ জি-২০ গোটৰ আয়োজন আৰু অধ্যক্ষতা কৰিছে। জি-২০ সন্মিলনৰ বিষয়বস্তু হৈছে – এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত! বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছত সমগ্ৰ বিশ্বৰ স্বাস্থ্যৰ সৈতে আপোনালোক সকলোৱে এনে বিষয়ৰ ওপৰত আলোচনা কৰিব। মই সুখী যে বিশ্বৰ ৩০ খনতকৈও অধিক দেশে আয়ুৰ্বেদক পৰম্পৰাগত ঔষধৰ ব্যৱস্থা হিচাপে স্বীকৃতি দিছে। আমি একেলগে আয়ুৰ্বেদৰ স্বীকৃতিৰ বাবে ইয়াক অধিক সংখ্যক দেশলৈ লৈ যাব লাগিব।

PM addresses valedictory function of 9th World Ayurveda Congress

December 11th, 04:00 pm

PM Modi addressed the valedictory function of the 9th World Ayurveda Congress. He also inaugurated three National Ayush Institutes. Dwelling upon the philosophical underpinnings of Ayurveda the PM said, Ayurveda goes beyond treatment and promotes wellness, as he pointed out that the world is shifting towards this ancient way of life after going through various changes in trends.

PM greets citizens on Dhanteras

October 22nd, 08:40 pm

The Prime Minister, Shri Narendra Modi has greeted the citizens on the auspicious occasion of Dhanteras. Highlighting the close association of Dhanteras with health and wellness, the Prime Minister recognised the global attention drawn towards India’s traditional medicines & Yoga and lauded the efforts of those working in these fields. He also shared his recent speech at the Global Ayush Summit.

গান্ধীনগৰ, গুজৰাটত গ্লবেল আয়ুষ ইনভেষ্টমেণ্ট এণ্ড ইন'ভেচন ছামিটত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

April 20th, 03:53 pm

মৰিছাছৰ প্ৰধানমন্ত্ৰী আদৰণীয় প্ৰবিন্দ জগন্নাথ জী, WHOৰ ডাইৰেক্টৰ জেনেৰেল ডাক্তৰ টেড্ৰোছ, গুজৰাটৰ শক্তিশালী মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল জী, মনসুখ ভাই মাণ্ডৱিয়া জী, মহেন্দ্ৰ ভাই মুঞ্জপৰা জী, দেশ-বিদেশৰ পৰা অহা সকলো diplomats, scientists, entrepreneurs আৰু experts, দেৱী আৰু সুধীসমাজ!

প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত বিশ্বব্যাপী আয়ুষ বিনিয়োগ আৰু উদ্ভাৱন সন্মিলন উদ্বোধন কৰে

April 20th, 11:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত বিশ্বব্যাপী আয়ুষ বিনিয়োগ আৰু উদ্ভাৱন সন্মিলনৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবিন্দ কুমাৰ জগনাথ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ড০ টেড্ৰোছ ঘেব্ৰেয়েচাছ উপস্থিত থাকে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়া, শ্ৰী সৰ্বানন্দ সোণোৱাল, শ্ৰী মুঞ্জাপাৰা মহেন্দ্ৰভাই আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল উপস্থিত আছিল। তিনিদিনীয়া সন্মিলনখনত প্ৰায় ৯০ জন বিশিষ্ট বক্তা আৰু ১০০ জন প্ৰদৰ্শকৰ উপস্থিতিৰ সৈতে ৫খন পূৰ্ণাংগ অধিৱেশন, ৮ খন গোলমেজ, ৬ খন কৰ্মশালা আৰু ২ খন আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। এই সন্মিলনে বিনিয়োগৰ সম্ভাৱনা কঢ়িয়াই অনাত সহায় কৰিব, আৰু উদ্ভাৱন, গৱেষণা আৰু বিকাশ, ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰ আৰু সুস্থতা উদ্যোগক উৎসাহ িত কৰিব। ই উদ্যোগপতি, শিক্ষাবিদ আৰু পণ্ডিতসকলক একত্ৰিত কৰাত সহায় কৰিব আৰু ভৱিষ্যতৰ সহযোগিতাৰ মঞ্চ হিচাপে কাম কৰিব।