৩০.০৪.২০২৩ তাৰিখে ‘মন কী বাত’ৰ ১০০তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
April 30th, 11:31 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। আজি হ’ল 'মন কী বাত'ৰ শততম খণ্ড। মই আপোনালোক সকলোৰে পৰা হাজাৰ হাজাৰ চিঠি পাইছো, লাখ লাখ বাৰ্তা... আৰু মই যিমান সম্ভৱ সিমানবোৰ চিঠি পঢ়িবলৈ চেষ্টা কৰিছো, সেইবোৰ চাইছো আৰু বাৰ্তাবোৰ অলপ বুজিবলৈ চেষ্টা কৰিছো। বহুবাৰ আপোনালোকৰ চিঠিবোৰ পঢ়ি থাকোঁতে, মই আৱেগিক হৈ পৰিছিলো,মন আৱেগেৰে ভৰি পৰিছিল আৰু তাৰ পিছত নিজকে চম্ভালি লৈছিলো। আপোনালোকে মোক 'মন কী বাত'ৰ ১০০তম খণ্ডৰ বাবে অভিনন্দন জনাইছে, কিন্তু মই মোৰ হৃদয়ৰ পৰা কওঁ,... দৰাচলতে, আপোনালোক সকলোৱে, 'মন কী বাত'ৰ শ্ৰোতাসকল, আমাৰ দেশবাসীসকল অভিনন্দনৰ যোগ্য। 'মন কী বাত' হৈছে কোটি কোটি ভাৰতীয়ৰ 'মন কী বাত', এয়া তেওঁলোকৰ অনুভূতিৰ অভিব্যক্তি।নতুন দিল্লীত মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ২০০তম জয়ন্তী উদযাপনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
February 12th, 11:00 am
কাৰ্যক্ৰমত উপস্থিত গুজৰাটৰ ৰাজ্যপাল শ্ৰীমান আচাৰ্য দেৱব্ৰত জী, সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভাৰ অধ্যক্ষ শ্ৰী সুৰেশ চন্দ্ৰ আৰ্য জী, দিল্লী আৰ্য প্ৰতিনিধি সভাৰ অধ্যক্ষ শ্ৰী ধৰ্মপাল আৰ্য জী, শ্ৰী বিনয় আৰ্য জী, মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ জি কিষন ৰেড্ডী জী, মিনাক্ষী লেখী জী, অৰ্জুন ৰাম মেঘৱাল জী, প্ৰতিনিধিগণ, উপস্থিত ভাতৃ আৰু ভগ্নীসকল!প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ২০০ তম জয়ন্তী উদযাপন উদ্বোধন কৰে
February 12th, 10:55 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ২০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বছৰজোৰা উদযাপনৰ শুভাৰম্ভ কৰে। তেওঁ স্মাৰক অনুষ্ঠানৰ বাবে এটা লগোও মুকলি কৰে।‘কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ড’ত অনুষ্ঠিত ‘এনচিচি সমাৱেশ’ত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 28th, 09:51 pm
স্বাধীনতাৰ ৭৫টা বছৰৰ এইটো পৰ্যায়ত, এনচিচিয়ে ইয়াৰ ৭৫সংখ্যক বাৰ্ষিকীও উদযাপন কৰিছে। বিগত বছৰবোৰত, যিসকলে এনচিচিক প্ৰতিনিধিত্ব কৰিছে, যিসকল ইয়াৰ অংশ হৈ আহিছে, মই ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰ অৱদানক প্ৰশংসা কৰিছো। আজি, মোৰ সন্মুখৰ উপস্থিত থকা কেডেটসকল, যিসকল বৰ্তমান এনচিচিত আছে, তেওঁলোকতো আৰু অধিক বিশেষ, তেওঁলোক অধিক বিশেষ। আজিৰ কাৰ্যক্ৰম যিধৰণে যুগুতোৱা হৈছে হৈছে, কেৱল সময় সলনি হোৱাই নহয়, ইয়াৰ সংৰচনাটোৱো সলনি কৰা হৈছে। দৰ্শকসকলৰ সংখ্যও আগৰ তুলনাত বহুতেই বিশাল। আৰু কাৰ্যসূচীসমূহৰ সূচীখনো বৈচিত্ৰ্যৰে ভৰি আছে। অৱশ্যে, 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ মৌলিক মন্ত্ৰৰ প্ৰতিধ্বনি সন্নিৱিষ্ট কৰি যুগুতোৱা এই অনুষ্ঠানটো সদায় স্মৰণীয় হৈ থাকিব। আৰু সেয়েহে, মই এনচিচিৰ গোটেইটো দলকে, তেওঁলোকৰ সকলো বিষয়া আৰু প্ৰশাসকলৈ অন্তৰৰ পৰা অভিনন্দন জনাইছো। আপোনালোকে এনচিচি কেডেট হিচাপে, আৰু দেশৰ যুৱ প্ৰজন্ম হিচাপে এক ‘অমৃত প্ৰজন্ম’ক প্ৰতিনিধিত্ব কৰিছে। এই ‘অমৃত প্ৰজন্ম’ই অহা ২৫টা বছৰত দেশক এক নতুন উচ্চতালৈ লৈ যাব, ভাৰতক স্বাৱলম্বী কৰি তুলিব আৰু ইয়াক বিকশিত কৰি তুলিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰিয়াপ্পা গ্ৰাউণ্ডত এনচিচি পিএম ৰেলীক সম্বোধন কৰে
January 28th, 05:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত বাৰ্ষিক ৰাষ্ট্ৰীয় কেডেট কোৰ-এনচিচি পিএম ৰেলীক সম্বোধন কৰে। এই বছৰ এনচিচিয়ে নিজৰ প্ৰতিষ্ঠাৰ ৭৫তম বৰ্ষ পালন কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যক্ৰমৰ সময়ছোৱাত এনচিচিৰ ৭৫টা সফল বছৰৰ উপলক্ষত এক বিশেষ ডে' কভাৰ আৰু ৭৫ টকা মূল্যবৰ্গৰ বিশেষভাৱে গঢ়া এটা স্মাৰক মুদ্ৰা জাৰি কৰে। কন্যাকুমাৰীৰ পৰা দিল্লী-একতাৰ অগ্নিশিখা প্ৰধানমন্ত্ৰীক অৰ্পণ কৰি কাৰিয়াপ্পা ময়দানত প্ৰজ্বলিত কৰা হয়। ৰেলীক দিন আৰু ৰাতিৰ হাইব্ৰীড কাৰ্যক্ৰম হিচাপে আয়োজন কৰা হয় আৰু ইয়াত 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' বিষয়ৰ ওপৰত এটা সাংস্কৃতিক কাৰ্যক্ৰমো অন্তৰ্ভুক্ত কৰা হৈছিল। বসুধৈৱ কুটুম্বকমৰ প্ৰকৃত ভাৰতীয় ভাবনাত, ১৯খন অন্য দেশৰ ১৯৬জন বিষয়া আৰু কেডেটক সমাৰোহত ভাগ ল'বলৈ আমন্ত্ৰণ জনোৱা হৈছিল।গুজৰাটৰ ভাৱনগৰত অনুষ্ঠিত ‘পাপা নি পাৰি’ লগ্নোৎসৱ ২০২২, শীৰ্ষক এক গণ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ
November 06th, 05:32 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভাৱনগৰত অনুষ্ঠিত ‘পাপা নি পাৰি’ লগ্নোৎসৱ ২০২২, শীৰ্ষক এক গণ বিবাহ অনুষ্ঠান অংশগ্ৰহণ কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে বিবাহপাশত আবদ্ধ হোৱা ৫৫২গৰাকী কন্যাৰ সকলোকে আশীৰ্বাদ দি দৰ্শকক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ জীৱনত পিতৃ থকাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।Do things that you enjoy and that is when you will get the maximum outcome: PM Modi at Pariksha Pe Charcha
April 01st, 01:57 pm
PM Narendra Modi interacted with students, their parents and teachers during the 5th edition of Pariksha Pe Charcha at Delhi's Talkatora Stadium. He spoke on subjects like with examination stress, using technology effectively, keeping self motivated and improving productivity, the National Education Policy and more.পৰীক্ষা পে চৰ্চা, ২০২২ অনুষ্ঠানত শিক্ষাৰ্থী, শিক্ষাগুৰু আৰু অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 01st, 01:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত আজি পৰীক্ষা পে চৰ্চা (পিপিচি)ৰ পঞ্চম খণ্ডত শিক্ষাৰ্থী, শিক্ষাগুৰু আৰু অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰে৷ মত বিনিময়ৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কাৰ্যসূচীৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা বিভিন্ন প্ৰদৰ্শনী পৰিদৰ্শন কৰে৷ এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, অন্নপূৰ্ণা দেৱী, ড০ সুভাষ সৰকাৰ, জ০ ৰাজকুমাৰ ৰঞ্জন সিং আৰু ৰাজীৱ চন্দ্ৰশেখৰকে ধৰি কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে৷প্ৰধানমন্ত্ৰীয়ে কন্যা শিক্ষা প্ৰৱেশ উৎসৱ অভিযানক প্ৰশংসা কৰে
March 08th, 02:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'কন্যা শিক্ষা প্ৰৱেশ উৎসৱ অভিযান'ক এক দৃষ্টান্তমূলক প্ৰচেষ্টা বুলি অভিহিত কৰে, যিয়ে অধিক সংখ্যক কন্যাৰ শিক্ষাৰ আনন্দ নিশ্চিত কৰিব। তেওঁ এই আন্দোলনক সফল কৰিবলৈ প্ৰচেষ্টা চলাবলৈও আহ্বান জনায়। প্ৰতিগৰাকী কন্যা শিশুৱে শিক্ষা আৰু দক্ষতা লাভ কৰাটো নিশ্চিত কৰাৰ বাবে এই অভিযানটো এটা অভিযান।Parivarvadi groups looted poor's ration, BJP ended their game: PM Modi in Barabanki
February 23rd, 12:44 pm
Prime Minister Narendra Modi addressed massive election rallies in Uttar Pradesh’s Barabanki and Kaushambi. Addressing the public meeting he said, “Development of people of Uttar Pradesh gives speed to development of India. The ability of the people of UP enhances the ability of the people of India. But for several decades in UP, the dynasty-oriented governments did not do justice to the ability of UP.”PM Modi campaigns in Uttar Pradesh’s Barabanki and Kaushambi
February 23rd, 12:40 pm
Prime Minister Narendra Modi addressed massive election rallies in Uttar Pradesh’s Barabanki and Kaushambi. Addressing the public meeting he said, “Development of people of Uttar Pradesh gives speed to development of India. The ability of the people of UP enhances the ability of the people of India. But for several decades in UP, the dynasty-oriented governments did not do justice to the ability of UP.”PM Modi addresses a public meeting in Fatehpur, Uttar Pradesh
February 17th, 04:07 pm
Addressing an election rally in Uttar Pradesh’s Fatehpur to campaign for the BJP for the upcoming state polls, Prime Minister Narendra Modi said, “I am coming from Punjab. The mood in Punjab is to vote for BJP. Every phase of UP polls is voting for BJP. The people of Uttar Pradesh are determined to hold colourful celebrations of victory on 10th March, ahead of Holi.”Coronavirus and those opposing vaccine are scared of it: PM Modi in Fatehpur, Uttar Pradesh
February 17th, 04:01 pm
Addressing an election rally in Uttar Pradesh’s Fatehpur to campaign for the BJP for the upcoming state polls, Prime Minister Narendra Modi said, “I am coming from Punjab. The mood in Punjab is to vote for BJP. Every phase of UP polls is voting for BJP. The people of Uttar Pradesh are determined to hold colourful celebrations of victory on 10th March, ahead of Holi.”Voting turnout in second phase polling in Uttar Pradesh points at BJP returning to power again: PM Modi
February 14th, 12:10 pm
Amidst the ongoing election campaigning in Uttar Pradesh, PM Modi’s rally spree continued as he addressed an election rally in Kanpur Dehat today. The Prime Minister expressed his gratitude towards the people for their support and said, “Voting is going on in the second phase in Uttar Pradesh, Uttarakhand and Goa today. I would urge all the voters, especially the first-time voters, to come out to vote in maximum numbers.”PM Modi addresses a public meeting in Kanpur Dehat, Uttar Pradesh
February 14th, 12:05 pm
Amidst the ongoing election campaigning in Uttar Pradesh, PM Modi’s rally spree continued as he addressed an election rally in Kanpur Dehat today. The Prime Minister expressed his gratitude towards the people for their support and said, “Voting is going on in the second phase in Uttar Pradesh, Uttarakhand and Goa today. I would urge all the voters, especially the first-time voters, to come out to vote in maximum numbers.”Dynasts are aware that their boat has sunk, so they are blaming EVMs and EC: PM Modi
February 11th, 02:01 pm
Prime Minister Narendra Modi today addressed a public meeting in Kasganj, Uttar Pradesh. PM Modi started his address by paying a tribute to Pandit Deen Dayal Upadhyaya Ji, he said, “Today is the death anniversary of Pandit Deendayal Upadhyaya Ji. Pandit Ji devoted his whole life to Antyodaya, striving to improve lives of the poor.”PM Modi campaigns in Uttar Pradesh’s Kasganj
February 11th, 02:00 pm
Prime Minister Narendra Modi today addressed a public meeting in Kasganj, Uttar Pradesh. PM Modi started his address by paying a tribute to Pandit Deen Dayal Upadhyaya Ji, he said, “Today is the death anniversary of Pandit Deendayal Upadhyaya Ji. Pandit Ji devoted his whole life to Antyodaya, striving to improve lives of the poor.”'Pariwarwaadis' making hollow promises to people of UP: PM Modi
February 10th, 11:45 am
Leading the BJP charge, Prime Minister Narendra Modi today addressed a public meeting in Saharanpur, Uttar Pradesh. PM Modi started his address by highlighting BJP’s stance on UP. “The people of this area have decided to vote for the one who will take UP to new heights of development, will keep UP riot-free, keep our sisters and daughters free from fear and sends criminals to jail,” he said.PM Modi addresses a public meeting in Saharanpur, Uttar Pradesh
February 10th, 11:44 am
Leading the BJP charge, Prime Minister Narendra Modi today addressed a public meeting in Saharanpur, Uttar Pradesh. PM Modi started his address by highlighting BJP’s stance on UP. “The people of this area have decided to vote for the one who will take UP to new heights of development, will keep UP riot-free, keep our sisters and daughters free from fear and sends criminals to jail,” he said.As long as there is a Yogi government, mafias can never harass the people of UP: PM Modi
February 08th, 05:01 pm
Leading the BJP charge, Prime Minister Narendra Modi today addressed a virtual rally in Uttar Pradesh's Rampur, Badaun and Sambhal. “UP tests everyone, but believes those who live up to the expectations. For many years before the Yogi government, people of the state were looking for alternatives, they tested one government after another. But now UP has got the confidence of stability, of continuity,” said the PM.