Any country can move forward only by being proud of its heritage and preserving it: PM Modi
November 11th, 11:30 am
PM Modi participated in the 200th anniversary celebration of Shree Swaminarayan Mandir in Vadtal, Gujarat. Noting that the 200th year celebrations in Vadtal dham was not mere history, Shri Modi remarked that it was an event of a huge importance for many disciples including him who had grown up with utmost faith in Vadtal Dham. He added that this occasion was a testimony to the eternal flow of Indian culture.PM Modi participates in 200th year celebrations of Shree Swaminarayan Mandir in Vadtal, Gujarat
November 11th, 11:15 am
PM Modi participated in the 200th anniversary celebration of Shree Swaminarayan Mandir in Vadtal, Gujarat. Noting that the 200th year celebrations in Vadtal dham was not mere history, Shri Modi remarked that it was an event of a huge importance for many disciples including him who had grown up with utmost faith in Vadtal Dham. He added that this occasion was a testimony to the eternal flow of Indian culture.If the world praises India it's because of your vote which elected a majority government in the Centre: PM Modi in Mudbidri
May 03rd, 11:01 am
Continuing his election campaigning spree, Prime Minister Narendra Modi today addressed a mega public meeting in Karnataka’s Mudbidri. May 10th, the day of the polls, is fast approaching. The BJP is determined to make Karnataka the top state and BJP's resolve is to make Karnataka a manufacturing super power. This is our roadmap for the coming years,” stated PM Modi.PM Modi addresses public meetings in Karnataka’s Mudbidri, Ankola and Bailhongal
May 03rd, 11:00 am
Continuing his election campaigning spree, Prime Minister Narendra Modi today addressed a mega public meeting in Karnataka’s Mudbidri. May 10th, the day of the polls, is fast approaching. The BJP is determined to make Karnataka the top state and BJP's resolve is to make Karnataka a manufacturing super power. This is our roadmap for the coming years,” stated PM Modi.নতুন দিল্লীত মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ২০০তম জয়ন্তী উদযাপনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
February 12th, 11:00 am
কাৰ্যক্ৰমত উপস্থিত গুজৰাটৰ ৰাজ্যপাল শ্ৰীমান আচাৰ্য দেৱব্ৰত জী, সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভাৰ অধ্যক্ষ শ্ৰী সুৰেশ চন্দ্ৰ আৰ্য জী, দিল্লী আৰ্য প্ৰতিনিধি সভাৰ অধ্যক্ষ শ্ৰী ধৰ্মপাল আৰ্য জী, শ্ৰী বিনয় আৰ্য জী, মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ জি কিষন ৰেড্ডী জী, মিনাক্ষী লেখী জী, অৰ্জুন ৰাম মেঘৱাল জী, প্ৰতিনিধিগণ, উপস্থিত ভাতৃ আৰু ভগ্নীসকল!প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ২০০ তম জয়ন্তী উদযাপন উদ্বোধন কৰে
February 12th, 10:55 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ২০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বছৰজোৰা উদযাপনৰ শুভাৰম্ভ কৰে। তেওঁ স্মাৰক অনুষ্ঠানৰ বাবে এটা লগোও মুকলি কৰে।দুদিনতে এক নিযুতৰো অধিক সংখ্যক ‘সুকন্যা সমৃদ্ধি একাউণ্ট’ খোলাৰ বাবে ভাৰতৰ ‘ডাক বিভাগ’ক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
February 11th, 09:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনৰ ভিতৰত ১০ লাখতকৈও অধিক সংখ্যক ‘সুকন্যা সমৃদ্ধি একাউণ্ট’ খোলাৰ বাবে ‘ভাৰতৰ ডাক বিভাগ’ক অভিনন্দন জনাইছে। তেওঁ কয় যে এই পদক্ষেপে দেশৰ ছোৱালীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ লগতে তেওঁলোকৰ সৱলীকৰণত সহায় কৰিব।মহাৰাষ্ট্ৰৰ মাৰোলত আলজামিয়া-টাছ-চাইফিয়াৰ নতুন চৌহদৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
February 10th, 08:27 pm
পবিত্ৰ চয়দনা মুফাদ্দালজী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেজী, উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰজী, এই কাৰ্যসূচীত উপস্থিত থকা আন সকলো গণ্যমান্য ব্যক্তিসকল!মুম্বাইত আলজামিয়া-টুছ-ছৈফিয়াৰ নতুন চৌহদ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
February 10th, 04:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইৰ মাৰোলত আলজামিয়া-টুছ-ছৈফিয়া (দ্য ছৈফী একাডেমী)ৰ নতুন চৌহদ উদ্বোধন কৰে। আলজামিয়া-টুছ-ছৈফিয়া হৈছে ডাউদী বহৰা সম্প্ৰদায়ৰ প্ৰধান শিক্ষা প্ৰতিষ্ঠান। পৰম পূজনীয় চৈয়দনা মুফাদ্দাল ছাইফুদ্দিনৰ নিৰ্দেশনাত প্ৰতিষ্ঠানটোৱে সমাজৰ শিক্ষণ পৰম্পৰা আৰু সাহিত্য সংস্কৃতিক সুৰক্ষিত কৰাৰ বাবে কাম কৰি আছে।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বস্তীত ২য় সাংসদ খেল মহাকুম্ভৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
January 18th, 04:39 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, সংসদত মোৰ সতীৰ্থ, আমাৰ ডেকা বন্ধু ভাই হৰিশ দ্বিবেদী জী, বিভিন্ন ক্ৰীড়াৰ খেলুৱৈ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিধায়ক, আন সকলো জনপ্ৰতিনিধি, আন সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি, যুৱক-যুৱতী আৰু মোৰ মৰমৰ ভাই-ভনীসকল।বস্তি জিলাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ২০২২-২৩ বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ সাংসদ খেল মহাকুম্ভ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
January 18th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে বস্তি জিলাত আয়োজিত ২০২২-২৩ বৰ্ষৰ সংসদ খেল মহাকুম্ভৰ দ্বিতীয় পৰ্যায়ৰ ক্ৰীড়াৰ উদ্বোধন কৰিব৷ ২০২১ চনৰ পৰা বস্তি সমষ্টিৰ লোকসভাৰ সাংসদ শ্ৰী হৰিশ দ্বিবেদীয়ে সংসদ খেল মহাকুম্ভ আয়োজন কৰি আহিছে৷ খেল মহাকুম্ভৰ উদ্যোগত বিভিন্ন ইনড’ৰ আৰু আউটড’ৰ ক্ৰীড়া প্ৰতিযোগিতা যেনে-মল্লযুঁজ, কাবাডী, খো খো, বাস্কেটবল, ফুটবল, হকী, ভলীবল, হেণ্ডবল, দবা, কেৰম, বেডমিণ্টন, টেবুল টেনিছ ইত্যাদি অনুষ্ঠিত কৰা হয়। এইবোৰৰ উপৰিও খেল মহাকুম্ভত ৰচনা লিখা, চিত্ৰকলা, ৰঙালী আদি প্ৰতিযোগিতাও অনুষ্ঠিত হয়।গুজৰাটৰ ভাৱনগৰত অনুষ্ঠিত ‘পাপা নি পাৰি’ লগ্নোৎসৱ ২০২২, শীৰ্ষক এক গণ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ
November 06th, 05:32 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভাৱনগৰত অনুষ্ঠিত ‘পাপা নি পাৰি’ লগ্নোৎসৱ ২০২২, শীৰ্ষক এক গণ বিবাহ অনুষ্ঠান অংশগ্ৰহণ কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে বিবাহপাশত আবদ্ধ হোৱা ৫৫২গৰাকী কন্যাৰ সকলোকে আশীৰ্বাদ দি দৰ্শকক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ জীৱনত পিতৃ থকাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।Modhera will always figure in discussions about solar power anywhere in the world: PM Modi
October 09th, 04:47 pm
The Prime Minister, Shri Narendra Modi laid the foundation stone and dedicated various projects worth over Rs 3900 crore to the nation in Modhera, Mehsana, today. The Prime Minister also declared the village of Modhera as India’s first 24x7 solar-powered village.PM lays foundation stone and dedicates to the nation various projects worth over Rs 3900 crore in Modhera, Mehsana, Gujarat
October 09th, 04:46 pm
PM Modi laid the foundation stone and dedicated various projects worth over Rs 3900 crore to the nation in Modhera. The Prime Minister said earlier Modhera was known for Surya Mandir but now Surya Mandir has inspired Saur Gram and that has made a place on the environment and energy map of the world.মধ্য প্ৰদেশৰ শ্যোপুৰত মহিলা আত্ম সহায়ক গোটৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পাঠ
September 17th, 01:03 pm
মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগুভাই পেটেল, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীমান শিৱৰাজ সিংহ জী চৌহান, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থসকল, মধ্য প্ৰদেশ চৰকাৰৰ মন্ত্ৰীগণ, সাংসদ আৰু বিধায়ক বন্ধু, বিশাল সংখ্যাত উপস্থিত হোৱা আন সকলো সহায়ক গোটৰ সৈতে জড়িত মাতৃ-ভগ্নীসকলক প্ৰণাম!PM addresses Women Self Help Groups Conference in Karahal, Madhya Pradesh
September 17th, 01:00 pm
PM Modi participated in Self Help Group Sammelan organised at Sheopur, Madhya Pradesh. The PM highlighted that in the last 8 years, the government has taken numerous steps to empower the Self Help Groups. “Today more than 8 crore sisters across the country are associated with this campaign. Our goal is that at least one sister from every rural family should join this campaign”, PM Modi remarked.Opposition of a party or an individual should not turn into opposition of the country: PM
July 25th, 04:31 pm
PM Modi addressed a programme on the 10th Punyatithi of Late Shri Harmohan Singh Yadav, a former MP, MLC, MLA, Shaurya Chakra awardee and a towering figure and leader of the Yadav community. The PM said that Harmohan Singh Yadav ji carried forward the ideas of Dr. Ram Manohar Lohia Ji in his long political career.প্ৰয়াত শ্ৰী হৰমোহন সিং যাদৱৰ দশম পুণ্যতিথিৰ কাৰ্যসূচীত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে
July 25th, 04:30 pm
প্ৰাক্তন সাংসদ, বিধায়ক, বিধায়ক তথা শৌৰ্য চক্ৰ বঁটা বিজয়ী তথা যাদৱ জনগোষ্ঠীৰ এগৰাকী উচ্চপদস্থ ব্যক্তি তথা নেতা প্ৰয়াত শ্ৰীযুত হৰমোহন সিং যাদৱৰ দশম পুণ্যতিথিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ আগবঢ়ায়।ষষ্ঠ ভাৰত-জাৰ্মানী আন্তঃ চৰকাৰী পৰামৰ্শ সম্পৰ্কীয় আলোচনা সন্দৰ্ভত প্ৰকাশিত যুটীয়া বিবৃতি
May 02nd, 08:28 pm
আজি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাৰ্মানীৰ চেন্সেলৰ ওলাফ স্কোলজৰ অধ্যতাত ভাৰত চৰকাৰ আৰু ‘ফেডাৰেল ৰিপাব্লিক অব জাৰ্মানী’ৰ চৰকাৰ দুখনৰ মাজত ষষ্ঠ লানি ‘আন্তঃ চৰকাৰী পৰামৰ্শ সম্পৰ্কীয় আলোচনা’ অনুষ্ঠিত হয়। দুয়োগৰাকী শীৰ্ষ মুৰব্বীৰ লগতে এই আলোচনাত দুয়ো পক্ষৰ মন্ত্ৰী আৰু সংশ্লিষ্ট মন্ত্ৰালয়সমূহৰ পদাধিকাৰীসকলৰ একোটি দলেও অংশগ্ৰহণ কৰে।কচ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ উপলক্ষে এখনি আলোচনা-চক্ৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 08th, 06:03 pm
মই আপোনালোকৰ লগতে দেশৰ সকলো মহিলাক আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বহুত বহুত শুভকামনা জনাইছো৷ এই উপলক্ষে আপোনালোকৰ মহিলা সতী আৰু সাধীসকলৰ এই অভিনৱ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে৷ মই আপোনালোক সকলোকে অভিনন্দন জনাইছো৷