ভাৰতৰ জি-২০ নেতৃত্বৰ বাবে লোগো, থীম আৰু ৱেবছাইট উন্মোচন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অনুবাদ
November 08th, 07:31 pm
জি-২০ হৈছে এনে দেশসমূহৰ এটা গোট যাৰ অৰ্থনৈতিক সম্ভাৱনাবিশ্বৰ জিডিপিৰ ৮৫ শতাংশ প্ৰতিনিধিত্ব কৰে। জি-২০ হৈছে বিশখন দেশৰ এটা গোট যি বিশ্বৰ বাণিজ্যৰ ৭৫ শতাংশ প্ৰতিনিধিত্ব কৰে। জি-২০ হৈছে ২০ খন দেশৰ এটা গোট যি বিশ্বৰ জনসংখ্যাৰ দুই-তৃতীয়াংশ। আৰু ভাৰতে, এতিয়া এই জি-২০ গোটৰ নেতৃত্ব দিবলৈ গৈ আছে, ইয়াত সভাপতিত্ব কৰিবলৈ গৈ আছে।প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ ল’গ’, থীম আৰু ৱেবছাইট উন্মোচন কৰে
November 08th, 04:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ ল’গ’, থীম আৰু ৱেবছাইট উন্মোচন কৰে।Taxpayer is respected only when projects are completed in stipulated time: PM Modi
June 23rd, 01:05 pm
PM Modi inaugurated 'Vanijya Bhawan' and launched the NIRYAT portal in Delhi. Referring to the new infrastructure of the Ministry, the Prime Minister said that this is also time to renew the pledge of ease of doing business and through that ‘ease of living’ too. Ease of access, he said, is the link between the two.PM inaugurates 'Vanijya Bhawan' and launches NIRYAT portal
June 23rd, 10:30 am
PM Modi inaugurated 'Vanijya Bhawan' and launched the NIRYAT portal in Delhi. Referring to the new infrastructure of the Ministry, the Prime Minister said that this is also time to renew the pledge of ease of doing business and through that ‘ease of living’ too. Ease of access, he said, is the link between the two.১০০ কোটি টিকাকৰণৰ পিছত, ভাৰত নতুন উৎসাহ আৰু শক্তিৰে আগবাঢ়িছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
October 24th, 11:30 am
মোৰ মৰমৰ দেশবাসী, আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। জনসাধাৰণক শুভেচ্ছা জনাইছো। আৰু, মই কোটি-কোটি নমস্কাৰো জনাইছো কাৰণ ১০০ কোটিৰ প্ৰতিষেধক পালিৰ পিছত আজি দেশখনে নতুন উৎসাহ, নতুন শক্তিৰে আগবাঢ়িছে। আমাৰ প্ৰতিষেধক কাৰ্যসূচীৰ সফলতাই ভাৰতৰ শক্তি, সকলোৰে প্ৰচেষ্টাৰ মন্ত্ৰৰ শক্তি প্ৰদৰ্শন কৰে।ইণ্ডিয়ান স্পেচ এছ'চিয়েশ্যনৰ উদ্বোধন উপলক্ষে প্রধানমন্ত্রীৰ ভাষণ
October 11th, 11:19 am
আপোনালোকৰ পৰিকল্পনা, আপোনালোকৰ ভাবনা আৰু দূৰদৃষ্টিৰ কথা শুনি, আপোনালোকৰ সকলোৰে উৎসাহ আৰু উদ্দীপনা দেখি মোৰ উৎসাহ বাঢ়ি গৈছে।PM launches Indian Space Association
October 11th, 11:18 am
PM Narendra Modi launched Indian Space Association (ISpA). The PM stressed that there has never been such a decisive government in India as it is today. The major reforms that are happening in India today in the Space Sector and Space Tech are an example of this. He congratulated all of those present for the formation of the ISpA.ই-ৰূপী ডিজিটেল লেনদেন সমাধানৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
August 02nd, 04:52 pm
এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সমগ্ৰ দেশৰ সকলো ৰাজ্যপাল, লেফটেনেণ্ট গৱৰ্ণৰ, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ, ৰাজ্যসমূহৰ মুখ্য সচিব, বিভিন্ন উদ্যোগ সংস্থাৰ সহযোগী সদস্য, ষ্টাৰ্ট আপ, ফিনটেক জগতৰ মোৰ যুৱ সহকৰ্মী, বেংকৰ জ্যেষ্ঠ বিষয়া আৰু মোৰ মৰমৰ ভাই-ভনীসকল,প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ডিজিটেল পৰিশোধ সমাধান 'ই-ৰূপী'
August 02nd, 04:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে 'ই-ৰূপী' মুকলি কৰে, যিটো সঁচাকৈয়ে ব্যক্তিগত-নিৰ্দিষ্ট আৰু বস্তুনিষ্ঠ-নিৰ্দিষ্ট ডিজিটেল পৰিশোধ সমাধান। ই-ৰূপী প্ৰকৃততে ডিজিটেল পৰিশোধৰ বাবে এক নগদবিহীন আৰু অ-সম্পৰ্ক সঁজুলি।ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা, ২০২১ প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 24th, 11:55 am
অনুষ্ঠানত মোৰ সৈতে সংযুক্ত হোৱা পঞ্চায়তীৰাজ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ জী, ৰাজস্থান, মধ্যপ্ৰদেশ, কৰ্ণাটক, হাৰিয়ানা, অৰুণাচলপ্ৰদেশ, উত্তৰপ্ৰদেশ, হিমাচলপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰাখণ্ডৰ সন্মানীয় মুখ্যমন্ত্ৰীসকল, হাৰিয়ানা উপ-মুখ্যমন্ত্ৰী, ৰাজ্যসমূহৰ পঞ্চায়তীৰাজ মন্ত্ৰী, গ্ৰামীণ বিকাশ মন্ত্ৰী, সমগ্ৰ দেশৰ গাঁও পঞ্চায়তৰ সৈতে জড়িত প্ৰতিনিধিবৰ্গস্বামীত্ব আঁচনিৰ অধীনত প্রধানমন্ত্রী ই-সম্পত্তি কার্ড বিতৰণৰ শুভাৰম্
April 24th, 11:54 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে স্বামীত্ব আঁচনিৰ অধীনত আজি ভিডিঅ’ কনফাৰেন্সযোগে ই-সম্পত্তি কার্ড বিতৰণৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ৪.৯ লাখ সম্পত্তিৰ মালিকানাধীন ব্যক্তিক ই-সম্পত্তি কার্ড প্ৰদান কৰা হয়। একেদৰে সমগ্ৰ দেশত আজিৰে পৰা স্বামীত্ব আঁচনিৰো শুভাৰম্ভ কৰা হৈছে। কেন্দ্রীয় মন্ত্রী শ্রী নৰেন্দ্র সিং তোমৰকে ধৰি কেইবাখনো ৰাজ্যৰ মূখ্যমন্ত্রী আৰু পঞ্চায়তীৰাজ মন্ত্রীসকল অনুষ্ঠানত উপস্থিত থাকে।পশ্চিম বংগৰ আইআইটি খড়গপুৰৰ ৬৬সংখ্যক দীক্ষান্ত সমাৰোহত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ
February 23rd, 12:41 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সেৰ জৰিয়তে আইআইটি খড়গপুৰৰ ৬৬তম সমাৱর্তনত ভাষণ দিয়ে। অনুষ্ঠানত কেন্দ্রীয় শিক্ষামন্ত্রী শ্রী ৰমেশ পোখৰিয়াল ‘নিশাংক’ আৰু শিক্ষা ৰাজ্যমন্ত্রী শ্রী সঞ্জয় ধোত্ৰে উপস্থিত থাকে।আই আই টি খড়গপুৰৰ ৬৬ তম সমাৱৰ্তনত প্ৰধানমন্ত্ৰীৰ ভাষণ
February 23rd, 12:40 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সেৰ জৰিয়তে আইআইটি খড়গপুৰৰ ৬৬তম সমাৱর্তনত ভাষণ দিয়ে। অনুষ্ঠানত কেন্দ্রীয় শিক্ষামন্ত্রী শ্রী ৰমেশ পোখৰিয়াল ‘নিশাংক’ আৰু শিক্ষা ৰাজ্যমন্ত্রী শ্রী সঞ্জয় ধোত্ৰে উপস্থিত থাকে।নেছকম প্ৰযুক্তি আৰু নেতৃত্ব মঞ্চত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
February 17th, 12:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’(এনটিএলএফ) সম্বোধন কৰে।‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 17th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’(এনটিএলএফ) সম্বোধন কৰে।আমি ইতিহাসৰ ভুলবোৰ সংশোধন কৰি আছোঁ যিয়ে যোগ্য নেতা আৰু যোদ্ধাসকলক সন্মান কৰা নাছিলঃ প্ৰধানমন্ত্ৰী
February 16th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি দেশৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষত প্ৰৱেশ কৰাৰ লগে লগে দেশলৈ অপৰিসীম অৱদান আগবঢ়োৱা ঐতিহাসিক বীৰ-বীৰাংগনাসকলৰ অৱদান মনত ৰখাটো আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ । তেওঁ দুখ প্ৰকাশ কৰে যে যিসকলে ভাৰত আৰু ভাৰতীয়ত্বৰ বাবে সকলো ত্যাগ কৰিছিল তেওঁলোকক ইতিহাসৰ পাতত তেওঁলোকৰ প্ৰাপ্য স্থান দিয়া হোৱা নাই। ভাৰতীয় ইতিহাস ৰচয়িতাসকলে ইতিহাস ৰচনা কৰাৰ সময়ত সেইসকল লোকৰ প্ৰতি যি অন্যায়-অবিচাৰ কৰিছিল এতিয়া সেয়া সংশোধন কৰা হৈছে, কিয়নো আমি আমাৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষত প্ৰৱেশ কৰিছোঁ। এই সন্ধিক্ষণত তেওঁলোকৰ অৱদান স্মৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত চিত্তাউৰা হ্ৰদৰ উন্নয়নমূলক কাম আৰু মহাৰাজা সুহেলদেৱ স্মাৰকৰ আধাৰশিলা স্থাপন কৰাৰ পিছত এইদৰে মন্তব্য কৰে।উত্তৰপ্ৰদেশৰ বাহৰেইচত মহাৰাজা সুহলদেৱ স্মাৰক আৰু চিট্টৌৰা হ্ৰদৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 16th, 11:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি মহাৰাজ সুহেলদেৱৰ নামেৰে নামকৰণ কৰা চিকিৎসা মহাবিদ্যালয়ৰ এটি ভৱন উদ্বোধন কৰে। এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে।মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস প্ৰধানমন্ত্ৰীৰ
February 16th, 11:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি মহাৰাজ সুহেলদেৱৰ নামেৰে নামকৰণ কৰা চিকিৎসা মহাবিদ্যালয়ৰ এটি ভৱন উদ্বোধন কৰে। এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে।জিএইচটিচি-ইণ্ডিয়াৰ অধীনত লাইট হাউট প্ৰকল্প (এলএইচপি)ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
January 01st, 10:39 am
এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজিৰ দিনটো হৈছে নতুন শক্তিৰে আগুৱাই যোৱাৰ দিন, নতুন সংকল্প গ্ৰহণৰ দিন আৰু আজি দেশখনে দৰিদ্ৰ, মধ্য বিত্তৰ অৰ্থে গৃহ নিৰ্মাণ কৰিবলৈ নতুন প্ৰযুক্তি লাভ কৰিছে। তেখেতে কয়, কাৰিকৰী ভাষাত এই গৃহসমূহক লাইট হাউছ প্ৰজেক্ট বুলি কোৱা হয় কিন্তু এই ৬ প্ৰকল্প দৰাচলতে আলোকগৃহৰ দৰে যিয়ে দেশখনৰ গৃহ নিৰ্মাণ খণ্ডটোলৈ নতুন দিশৰ উন্মেষ ঘটাইছে।ছয় ৰাজ্যত লাইট হাউছ প্ৰজেক্ট (LHP)ৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী
January 01st, 10:38 am
এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজিৰ দিনটো হৈছে নতুন শক্তিৰে আগুৱাই যোৱাৰ দিন, নতুন সংকল্প গ্ৰহণৰ দিন আৰু আজি দেশখনে দৰিদ্ৰ, মধ্য বিত্তৰ অৰ্থে গৃহ নিৰ্মাণ কৰিবলৈ নতুন প্ৰযুক্তি লাভ কৰিছে। তেখেতে কয়, কাৰিকৰী ভাষাত এই গৃহসমূহক লাইট হাউছ প্ৰজেক্ট বুলি কোৱা হয় কিন্তু এই ৬ প্ৰকল্প দৰাচলতে আলোকগৃহৰ দৰে যিয়ে দেশখনৰ গৃহ নিৰ্মাণ খণ্ডটোলৈ নতুন দিশৰ উন্মেষ ঘটাইছে।