গুজৰাটৰ কেৱাড়িয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ পেৰেডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

October 31st, 11:01 am

বন্ধুসকল, মই কালি দুপৰীয়া কেৱড়িয়াত উপস্থিত হৈছিলো৷ আৰু কেৱড়িয়াত উপস্থিত হোৱাৰ পিছত কালিৰ পৰা এতিয়ালৈ ইয়াত জংগল ছাফাৰী, একতা মল, শিশু পুষ্টি পাৰ্ক আৰু আৰোগ্য বনৰ দৰে অনেক নতুন স্থানৰ লোকাৰ্পণ কৰা হৈছে৷ অতি কম সময়ত চৰ্দাৰ সৰোবৰ বান্ধৰ সৈতে জড়িত এই ভব্য নিৰ্মাণ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ভাৱনাৰ, নতুন ভাৰতৰ প্ৰগতিৰ তীৰ্থস্থললৈ পৰিৱৰ্তিত হৈছে৷ আগন্তুক সময়ছোৱাত মা নৰ্মদা নদীৰ তটত, ভাৰতেই নহয় বৰঞ্চ বিশ্বৰ পৰ্যটন মানচিত্ৰত এই স্থানে নিজৰ পৰিচয় সাব্যস্ত কৰিব৷

Prime Minister participates in the Ekta Diwas Celebrations at Kevadia, Gujarat

October 31st, 11:00 am

PM Narendra Modi took part in the Rashtriya Ekta Diwas celebrations at Gujarat's Kevadia and flagged off the parade from the Statue of Unity. Speaking at the event, PM Modi said 130 crore Indians have honoured Corona Warriors in their fight against the coronavirus and added that the country has proved its collective potential during the pandemic in an unprecedented way

চৰ্দাৰ বল্লভভাই পেটেল জুলজিকেল পাৰ্ক উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়

October 30th, 06:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেভাড়িয়াত চৰ্দাৰ পেটেল জুলজিকেল পাৰ্ক আৰু জিওডেছিক এভিয়েৰী ডম উদ্বোধন কৰে। তেওঁ কেভাড়িয়াত সমন্বিত উন্নয়ন আঁচনিৰ অধীনত ১৭ টা প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰে আৰু ৪ টা নতুন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। এই আঁচনিবোৰৰ ভিতৰত আছে নেভিগেচন চেনেল, নতুন ব'ল্ড ব্ৰীজ, গৰুড়েশ্বৰ বান্ধ, চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কোৱাৰ্টাৰ, বাছ বে টাৰ্মিনাছ, একতা নাৰ্চাৰী, ভৱানী ইকো-ট্যুৰিজম আৰু জনজাতীয় আবাসস্থান বা হোমষ্টে। তেওঁ এই অনুষ্ঠানত ষ্টেছ্যু অৱ ইউনিটি-ৰ বাবে একতা ক্ৰুজ সেৱাও মুকলি কৰে।