RJD has given only two things to Bihar, Jungle Raj and Corruption: PM Modi in Gaya
April 16th, 10:30 am
Amidst the ongoing election campaigning, Prime Minister Narendra Modi addressed a public meeting in Gaya, Bihar. Seeing the massive crowd, PM Modi said, “This immense public support, your enthusiasm, clearly indicates - June 4, 400 Paar! Gaya and Aurangabad have announced today – Phir Ek Baar, Modi Sarkar!”PM Modi addresses public meetings in Gaya and Purnea, Bihar
April 16th, 10:00 am
Amidst the ongoing election campaigning, Prime Minister Narendra Modi addressed public meetings in Gaya and Purnea, Bihar. Seeing the massive crowd, PM Modi said, “This immense public support, your enthusiasm, clearly indicates - June 4, 400 Paar! Bihar has announced today – Phir Ek Baar, Modi Sarkar! This election is for 'Viksit Bharat' and 'Viksit Bihar'.”Ghamandiya Alliance is only interested in destabilizing the future of the youth of Bihar: PM Modi in Jamui
April 04th, 12:01 pm
Ahead of the Lok Sabha elections 2024, PM Modi addressed a public rally in Jamui, Bihar. He said, Jamui's mood is reflective of 'Ab ki Baar 400 Paar' with all the 40 seats in N.D.A.'s favour in Bihar. He expressed his tribute to the contributions of the Late Ramvilas Paswan Ji, who was dedicated to the welfare of Bihar and its development.Jamui's grand welcome for PM Modi as he addresses a public rally
April 04th, 12:00 pm
Ahead of the Lok Sabha elections 2024, PM Modi addressed a public rally in Jamui, Bihar. He said, Jamui's mood is reflective of 'Ab ki Baar 400 Paar' with all the 40 seats in N.D.A.'s favour in Bihar. He expressed his tribute to the contributions of the Late Ramvilas Paswan Ji, who was dedicated to the welfare of Bihar and its development.অযোধ্যাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, লোকাৰ্পণ আৰু আধাৰশিলা স্থাপন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
December 30th, 02:15 pm
অযোধ্যাজীৰ সকলো ৰাইজক মোৰ প্ৰণাম! আজি সমগ্ৰ বিশ্বই আগ্ৰহেৰে অপেক্ষা কৰি আছে ২২ জানুৱাৰীৰ ঐতিহাসিক মুহূৰ্তলৈ। এনে পৰিস্থিতিত অযোধ্যাবাসীৰ মাজত এই উত্তেজনা আৰু উৎসাহ অতি স্বাভাৱিক। মই ভাৰতৰ মাটিৰ প্ৰতিটো কণা আৰু ভাৰতবাসীৰ উপাসক আৰু আপোনালোকৰ দৰেই মইও সমানেই আগ্ৰহী। আমাৰ সকলোৰে এই উৎসাহ আৰু উত্তেজনা অলপ সময়ৰ আগতে অযোধ্যাজীৰ ৰাজপথত সম্পূৰ্ণৰূপে দেখা গৈছিল। এনে লাগিছিল যেন গোটেই অযোধ্যা চহৰখন ৰাজপথলৈ ওলাই আহিল। এই মৰম আৰু আশীৰ্বাদৰ বাবে আপোনালোক সকলোকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ লগত কওক - সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়। সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়। সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়।১৫,৭০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
December 30th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অযোধ্যা ধামত ১৫,৭০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত অযোধ্যা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ উন্নয়নৰ বাবে প্ৰায় ১১,১০০ কোটি টকাৰ প্ৰকল্প আৰু সমগ্ৰ উত্তৰ প্ৰদেশৰ অন্যান্য প্ৰকল্পৰ সৈতে জড়িত প্ৰায় ৪৬০০ কোটি টকাৰ প্ৰকল্প আছে।উত্তৰ প্ৰদেশৰ বাৰাণসীত স্বৰবেদ মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
December 18th, 12:00 pm
কাশী ভ্ৰমণৰ আজি মোৰ দ্বিতীয় দিন। প্ৰত্যেকবাৰৰ দৰে, কাশীত অতিবাহিত কৰা প্ৰতিটো মুহূৰ্ত আশ্চৰ্যকৰ অভিজ্ঞতাৰে পৰিপূৰ্ণ। আপোনালোকৰ নিশ্চয় মনত আছে, দুবছৰ আগতে আমি অখিল ভাৰতীয় বিহংগম যোগ প্ৰতিষ্ঠানৰ বাৰ্ষিক উৎসৱত একত্ৰিত হৈছিলোঁ। এইবাৰ পুনৰ বিহংগম যোগ সন্ত সমাজৰ শতবাৰ্ষিকী উদযাপনৰ ঐতিহাসিক কাৰ্যসূচীত উপস্থিত থাকিবলৈ মই সুযোগ পাইছো। বিহংগম যোগ সাধনাৰ এই যাত্ৰাই ইয়াৰ ১০০ বছৰৰ পাহৰিব নোৱাৰা যাত্ৰা সম্পূৰ্ণ কৰিছে। মহৰ্ষি সদাফল দেৱজীয়ে যোৱা শতিকাত জ্ঞান আৰু যোগৰ ঐশ্বৰিক শিখা জ্বলাইছিল। এই এশ বছৰৰ যাত্ৰাত এই ঐশ্বৰিক পোহৰে দেশ আৰু বিশ্বৰ লাখ লাখ লোকৰ জীৱন সলনি কৰিছে। এই পৱিত্ৰ দিন উপলক্ষে ইয়াত ২৫ হাজাৰ কুণ্ডিয়া স্বৰবেদ জ্ঞান মহাযজ্ঞৰো আয়োজন কৰা হৈছে। মই সুখী আৰু আত্মবিশ্বাসী যে এই মহাযজ্ঞৰ প্ৰতিটো ত্যাগ, উন্নত ভাৰতৰ সংকল্পৰে শক্তিশালী হ'ব। এই উপলক্ষে মই মহৰ্ষি সদাফল দেৱজীক শ্ৰদ্ধাৰে প্ৰণাম জনাইছো আৰু তেওঁৰ প্ৰতি মোৰ আন্তৰিক অনুভূতি সম্পূৰ্ণ ভক্তিৰে সমৰ্পিত কৰিছো। মই তেওঁৰ গুৰু পৰম্পৰাক নিৰন্তৰভাৱে আগবঢ়োৱা সকলো সাধুক অভিবাদন জনাইছো।উত্তৰ প্ৰদেশৰ বাৰাণসীত স্বৰ্বেদ মহামন্দিৰৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
December 18th, 11:30 am
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি তেওঁৰ কাশী ভ্ৰমণৰ দ্বিতীয় দিন আৰু কাশীত কটোৱা প্ৰতিটো মুহূৰ্ত অভূতপূৰ্ব অভিজ্ঞতাৰে ভৰি আছে। দুবছৰ পূৰ্বে অখিল ভাৰতীয় বিহংগম যোগ সংস্থাৰ বাৰ্ষিক উদযাপনৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ শতবাৰ্ষিকী উদযাপনৰ অংশ হোৱাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে বিহংগম যোগ সাধনে এশ বছৰৰ অবিস্মৰণীয় যাত্ৰা সম্পন্ন কৰিছে। তেওঁ বিগত শতিকাত জ্ঞান আৰু যোগৰ প্ৰতি মহৰ্ষি সদাফল দেৱজীৰ অৱদানৰ ওপৰত আলোকপাত কৰি কয় যে ইয়াৰ ঐশ্বৰিক পোহৰে বিশ্বৰ লাখ লাখ মানুহৰ জীৱন সলনি কৰিছে। এই শুভ ক্ষণত প্ৰধানমন্ত্ৰীয়ে ২৫ হাজাৰ কুণ্ডিয়া স্বৰ্বেদ জ্ঞান মহাযজ্ঞৰ আয়োজন লক্ষ্য কৰে। মহাযজ্ঞলৈ আগবঢ়োৱা প্ৰতিটো প্ৰসাদে বিকশিত ভাৰতৰ সংকল্প শক্তিশালী কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। তেওঁ মহৰ্ষি সদাফল দেৱজীৰ আগত মূৰ দোৱাই লগতে তেওঁৰ দৃষ্টিভংগী আগবঢ়াই দিয়া সকলো সাধুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।Kushinagar International Airport is a tribute to the devotion of Buddhist society around the world: PM Modi
October 20th, 10:33 am
Prime Minister Narendra Modi inaugurated Kushinagar International Airport. Addressing the gathering, the PM said that India is the centre of the faith of Buddhist society around the world. He termed the facility of Kushinagar International Airport, launched as a tribute to their devotion.প্ৰধানমন্ত্ৰীয়ে কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উদ্ঘাটন কৰে
October 20th, 10:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উদ্ঘাটন কৰে।Mandi and MSP are excuses, the opposition wants to save the brokers and middlemen: PM Modi in Gaya
October 23rd, 12:31 pm
Prime Minister Narendra Modi kickstarted NDA’s campaign for the upcoming Bihar Assembly polls. He addressed his public meetings in Sasaram, Gaya and Bhagalpur today. At the rally, PM Modi said, “Voters of Bihar have taken a resolve that they won't let those who have a history of making the state 'Bimaru' come near them.”PM Modi addresses public meetings in Sasaram, Gaya and Bhagalpur in Bihar
October 23rd, 10:30 am
Prime Minister Narendra Modi kickstarted NDA’s campaign for the upcoming Bihar Assembly polls. He addressed his public meetings in Sasaram, Gaya and Bhagalpur today. At the rally, PM Modi said, “Voters of Bihar have taken a resolve that they won't let those who have a history of making the state 'Bimaru' come near them.”Bihar calls for Parivartan, Bihar wants a Better Future
August 12th, 02:43 pm
Text of PM's address at Parivartan Rally in Gaya, Bihar
August 09th, 06:33 pm
Bihar needs Parivartan; PM Modi campaigns in Gaya
August 09th, 01:58 pm
Narendra Modi addresses rallies in Bihar, assures of BJP’s focus on the region’s development
March 27th, 06:15 pm
Narendra Modi addresses rallies in Bihar, assures of BJP’s focus on the region’s development