প্ৰধান মন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত কেবিনেটৰ অনুমোদন
September 18th, 03:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে জনজাতীয়-অধ্যুষিত গাঁও আৰু আকাংক্ষী জিলাসমূহৰ জনজাতীয় পৰিয়ালৰ বাবে চেচুৰেচন ক’ভাৰেজ অভিযোজনাৰে জনজাতীয়া সমাজখনৰ আৰ্থ-সামাজিক অৱস্থাৰ অগ্ৰগতি সাধনৰ অৰ্থে মুঠ ৭৯,১৫৬ কোটি টকা (কেন্দ্ৰীয় অংশঃ ৫৬,৩৩৩ কোটি টকা আৰু ৰাজ্যিক অংশঃ ২২,৮২৩ কোটি টকা) ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত অনুমোদন জনায়।Cabinet Approves PMGSY-IV for Rural Road Connectivity
September 11th, 08:16 pm
The Union Cabinet, chaired by PM Modi, approved the Pradhan Mantri Gram Sadak Yojana-IV (2024-2029) for constructing 62,500 km of roads to connect 25,000 unconnected habitations. The scheme has a total outlay of Rs. 70,125 crore, focusing on socio-economic transformation in rural areas using innovative construction techniques.‘প্ৰগতি বাৰ্তালাপ’ৰ ৪৩ সংখ্যক বৈঠকত অধ্যক্ষতা কৰে প্ৰধানমন্ত্ৰীয়ে
October 25th, 09:12 pm
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অন্তৰ্ভুক্ত কৰি সক্ৰিয় শাসন আৰু সময়মতে আঁচনিসমূহ ৰূপায়ণৰ বাবে ‘আইচিটি-আধাৰিত মাল্টি-মডেল প্লেটফৰ্ম’ ‘প্ৰগতি’ৰ আজি অনুষ্ঠিত ৪৩ সংখ্যক সংস্কৰণৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 17th, 05:38 pm
স্বাধীনতাৰ অমৃতকালত আজি দেশে বিকশিত ভাৰত নিৰ্মাণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷ ভাৰতৰ প্ৰান্তীয় লোকসকলক সুবিধা প্ৰদান কৰাটো ক্ষিপ্ৰতাৰে হৈছে, পৰিবহনৰ সৈতে জড়িত প্ৰত্যাহ্বানৰ অন্ত পৰিছে, আমাৰ নিৰ্মাতা, আমাৰ উদ্যোগৰ সময় আৰু পইচা দুয়োটা ৰাহি হওক, একেদৰে আমাৰ যি কৃষিজাত সামগ্ৰী আছিল, বিলম্বৰ বাবে ক্ষতিগ্ৰস্ত হৈছিল৷ সেইবোৰৰ পৰা আমি কিদৰে মুক্তি লাভ কৰিম? এই সকলো বিষয়ৰ সমাধান বিচৰাৰ এক নিৰন্তৰ প্ৰয়াস চলি আছে আৰু তাৰে এটা স্বৰূপ হৈছে আজিৰ ৰাষ্ট্ৰীয় লজিষ্টিক নীতি আৰু মোৰ দৃঢ় বিশ্বাস যে আমাৰ এই সকলো ব্যৱস্থাত সংস্কাৰৰ বাবে আৰু এই ক্ষেত্ৰত কাম কৰা চৰকাৰক পৃথক বিভাগৰ মাজতো এক সমন্বয় স্থাপন হ’ব৷PM launches National Logistics Policy
September 17th, 05:37 pm
PM Modi launched the National Logistics Policy. He pointed out that the PM Gatishakti National Master Plan will be supporting the National Logistics Policy in all earnest. The PM also expressed happiness while mentioning the support that states and union territories have provided and that almost all the departments have started working together.PM chairs 40th PRAGATI Interaction
May 25th, 07:29 pm
PM Modi chaired the meeting of 40th edition of PRAGATI. In the meeting, nine agenda items were taken for review including eight projects and one Programme. He also reviewed ‘National Broadband Mission’ Programme. States and Agencies were asked to leverage the centralised Gati Shakti Sanchar Portal to ensure timely disposal of Right of Way (RoW) applications.