উত্তৰ প্ৰদেশৰ বাৰাণসীত স্বৰবেদ মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
December 18th, 12:00 pm
কাশী ভ্ৰমণৰ আজি মোৰ দ্বিতীয় দিন। প্ৰত্যেকবাৰৰ দৰে, কাশীত অতিবাহিত কৰা প্ৰতিটো মুহূৰ্ত আশ্চৰ্যকৰ অভিজ্ঞতাৰে পৰিপূৰ্ণ। আপোনালোকৰ নিশ্চয় মনত আছে, দুবছৰ আগতে আমি অখিল ভাৰতীয় বিহংগম যোগ প্ৰতিষ্ঠানৰ বাৰ্ষিক উৎসৱত একত্ৰিত হৈছিলোঁ। এইবাৰ পুনৰ বিহংগম যোগ সন্ত সমাজৰ শতবাৰ্ষিকী উদযাপনৰ ঐতিহাসিক কাৰ্যসূচীত উপস্থিত থাকিবলৈ মই সুযোগ পাইছো। বিহংগম যোগ সাধনাৰ এই যাত্ৰাই ইয়াৰ ১০০ বছৰৰ পাহৰিব নোৱাৰা যাত্ৰা সম্পূৰ্ণ কৰিছে। মহৰ্ষি সদাফল দেৱজীয়ে যোৱা শতিকাত জ্ঞান আৰু যোগৰ ঐশ্বৰিক শিখা জ্বলাইছিল। এই এশ বছৰৰ যাত্ৰাত এই ঐশ্বৰিক পোহৰে দেশ আৰু বিশ্বৰ লাখ লাখ লোকৰ জীৱন সলনি কৰিছে। এই পৱিত্ৰ দিন উপলক্ষে ইয়াত ২৫ হাজাৰ কুণ্ডিয়া স্বৰবেদ জ্ঞান মহাযজ্ঞৰো আয়োজন কৰা হৈছে। মই সুখী আৰু আত্মবিশ্বাসী যে এই মহাযজ্ঞৰ প্ৰতিটো ত্যাগ, উন্নত ভাৰতৰ সংকল্পৰে শক্তিশালী হ'ব। এই উপলক্ষে মই মহৰ্ষি সদাফল দেৱজীক শ্ৰদ্ধাৰে প্ৰণাম জনাইছো আৰু তেওঁৰ প্ৰতি মোৰ আন্তৰিক অনুভূতি সম্পূৰ্ণ ভক্তিৰে সমৰ্পিত কৰিছো। মই তেওঁৰ গুৰু পৰম্পৰাক নিৰন্তৰভাৱে আগবঢ়োৱা সকলো সাধুক অভিবাদন জনাইছো।উত্তৰ প্ৰদেশৰ বাৰাণসীত স্বৰ্বেদ মহামন্দিৰৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
December 18th, 11:30 am
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি তেওঁৰ কাশী ভ্ৰমণৰ দ্বিতীয় দিন আৰু কাশীত কটোৱা প্ৰতিটো মুহূৰ্ত অভূতপূৰ্ব অভিজ্ঞতাৰে ভৰি আছে। দুবছৰ পূৰ্বে অখিল ভাৰতীয় বিহংগম যোগ সংস্থাৰ বাৰ্ষিক উদযাপনৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ শতবাৰ্ষিকী উদযাপনৰ অংশ হোৱাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে বিহংগম যোগ সাধনে এশ বছৰৰ অবিস্মৰণীয় যাত্ৰা সম্পন্ন কৰিছে। তেওঁ বিগত শতিকাত জ্ঞান আৰু যোগৰ প্ৰতি মহৰ্ষি সদাফল দেৱজীৰ অৱদানৰ ওপৰত আলোকপাত কৰি কয় যে ইয়াৰ ঐশ্বৰিক পোহৰে বিশ্বৰ লাখ লাখ মানুহৰ জীৱন সলনি কৰিছে। এই শুভ ক্ষণত প্ৰধানমন্ত্ৰীয়ে ২৫ হাজাৰ কুণ্ডিয়া স্বৰ্বেদ জ্ঞান মহাযজ্ঞৰ আয়োজন লক্ষ্য কৰে। মহাযজ্ঞলৈ আগবঢ়োৱা প্ৰতিটো প্ৰসাদে বিকশিত ভাৰতৰ সংকল্প শক্তিশালী কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। তেওঁ মহৰ্ষি সদাফল দেৱজীৰ আগত মূৰ দোৱাই লগতে তেওঁৰ দৃষ্টিভংগী আগবঢ়াই দিয়া সকলো সাধুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।Congress is now being run by people who are in league with anti-national forces: PM Modi
October 03rd, 12:46 pm
PM Modi addressed the 'Parivartan Sankalp Yatra' in Jagdalpur, Chhattisgarh. He said everyone is saddened by the misdeeds done by Congress MLAs and ministers here. Corruption is prevalent everywhere. Crime is at its peak in Chhattisgarh. Chhattisgarh has reached among the leading states in terms of murders. Development in Chhattisgarh is visible either in posters and banners, or in the coffers of Congress leaders.” “Congress has given Chhattisgarh false propaganda, corruption and a scandalous government.PM Modi address 'Parivartan Sankalp Yatra' at Jagdalpur in Chhattisgarh
October 03rd, 12:45 pm
PM Modi addressed the 'Parivartan Sankalp Yatra' in Jagdalpur, Chhattisgarh. He said everyone is saddened by the misdeeds done by Congress MLAs and ministers here. Corruption is prevalent everywhere. Crime is at its peak in Chhattisgarh. Chhattisgarh has reached among the leading states in terms of murders. Development in Chhattisgarh is visible either in posters and banners, or in the coffers of Congress leaders.” “Congress has given Chhattisgarh false propaganda, corruption and a scandalous government.ছত্তীশগড়ৰ জগদলপুৰত বিভিন্ন প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠান আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 03rd, 11:30 am
ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী বিশ্বভূষণ হৰিচন্দনজীৰ লগতে সংসদৰ মোৰ দুজন জনপ্ৰিয় সহকৰ্মী আৰু ৰাজ্যখনৰ বিধানসভাৰ প্ৰতিনিধি, সাংসদ, জিলা পৰিষদ, তালুকা পৰিষদৰ প্ৰতিনিধি আৰু মহিলা আৰু ভদ্ৰলোকসকল,প্ৰধানমন্ত্ৰীয়ে ছত্তিশগড়ৰ বাষ্টাৰৰ জগদলপুৰত প্ৰায় ২৭ হাজাৰ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে
October 03rd, 11:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তিশগড়ৰ বাষ্টৰৰ জগদলপুৰত প্ৰায় ২৭ হাজাৰ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি সেয়া ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত বাষ্টাৰ জিলাৰ নগৰনাৰত থকা এনএমডিচি ষ্টীল লিমিটেডৰ ২৩,৮০০ কোটিতকৈ অধিক মূল্যৰ ষ্টীল প্লাণ্ট আৰু লগতে একাধিক ৰে’ল আৰু পথ প্ৰকল্প আছে। তেওঁ তাৰোকী-ৰায়পুৰ ডিইএমইউ ৰেল সেৱাৰো আৰম্ভণি কৰে।বাৰাণসীত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন/উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনূবাদ
July 07th, 07:00 pm
উত্তৰপ্ৰদেশৰ ৰাজ্যপাল আনন্দি বেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থসকল, উত্তৰপ্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল, সাংসদ আৰু বিধায়কসকল, বিভিন্ন আঁচনিৰ হিতাধিকীসকল আৰু কাশীৰ মোৰ মৰমৰ ভাই-ভনীসকল৷প্ৰধানমন্ত্ৰীয়ে বাৰাণসী, উত্তৰ প্ৰদেশত ১২,১০০ কোটিতকৈ অধিক টকাৰ ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক পৰিকল্পনাৰ উদ্বোধন আৰু শিলান্যাস কৰে
July 07th, 06:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত ১২,১০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে নিৰ্দিষ্ট মালবাহী কৰিডৰৰ পণ্ডিত দীনদয়াল উপাধ্যায় জংচন-সোণ নগৰ ৰেলপথ, বিদ্যুৎকৰণ বা দুগুণকৰণ সম্পূৰ্ণ হোৱাৰ পিছত তিনিটা ৰেলপথ, ৫৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাণসী-জৌনপুৰ অংশ চাৰিলেনযুক্ত বহল কৰা আৰু বাৰাণসীত কেইবাটাও প্ৰকল্প উৎসৰ্গা কৰা। প্ৰধানমন্ত্ৰীয়ে ১৫টা পি ডব্লিউ ডি পথ নিৰ্মাণ আৰু সংস্কাৰ, ১৯২টা গ্ৰাম্য খোৱাপানী আঁচনি, মণিকৰ্ণিকা আৰু হৰিশচন্দ্ৰ ঘাটৰ পুনৰ নিৰ্মাণ আৰু পুনৰ উন্নয়ন, ছটা ধৰ্মীয়ভাৱে গুৰুত্বপূৰ্ণ গা ধোৱা ঘাটত ভাসমান চেঞ্জিং ৰুমৰ জেটী আৰু চিপেট কমপ্লেক্স কাৰ্ছাৰাত ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্ৰাৱাস নিৰ্মাণৰ লগতে কেইবাটাও ৰে'লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।লোকসভাত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা ভাষণৰ বাবে উথ্থাপিত ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা উত্তৰৰ পাঠ
February 08th, 04:00 pm
প্ৰথমতে, মই ৰাষ্ট্ৰপতি মহোদয়াক তেওঁৰ ভাষণৰ বাবে ধন্যবাদ জনাইছো, আৰু এয়া মোৰ সৌভাগ্য যে অতীতত ৰাষ্ট্ৰপতিৰ ভাষণৰ পিচত ৰাষ্ট্ৰপতিক কেইবাবাৰো ধন্যবাদ জনোৱাৰ সুযোগ মই পাইছো। কিন্তু এইবাৰ ধন্যবাদৰ লগতে মই ৰাষ্ট্ৰপতিক অভিনন্দনো জনাইছো। ৰাষ্ট্ৰপতিয়ে তেওঁৰ দূৰদৰ্শী ভাষণত আমাৰ সকলোকে, আৰু কোটি কোটি দেশবাসীক পথ প্ৰদৰ্শন কৰিছে। গণৰাজ্যৰ মুৰব্বী হিচাপে তেওঁৰ উপস্থিতিও ঐতিহাসিক আৰু দেশৰ কোটি কোটি ভগ্নী আৰু কন্যাৰ বাবে এক মহান অনুপ্ৰেৰণাৰো সুযোগ।লোকসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ওপৰত ধন্যবাদসূচক মন্তব্য প্ৰধানমন্ত্ৰীৰ
February 08th, 03:50 pm
সংসদৰ উভয় সদনত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক এক বক্তব্য আজি লোকসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দাঙি ধৰে।Vision of self-reliant India embodies the spirit of global good: PM Modi in Indonesia
November 15th, 04:01 pm
PM Modi interacted with members of Indian diaspora and Friends of India in Bali, Indonesia. He highlighted the close cultural and civilizational linkages between India and Indonesia. He referred to the age old tradition of Bali Jatra” to highlight the enduring cultural and trade connect between the two countries.প্রধানমন্ত্রীয়ে ইন্দোনেছিয়াৰ বালিত ভাৰতীয় বংশোদ্ভুত আৰু ভাৰতৰ বন্ধুসকলৰ সৈতে মতবিনিময় কৰে
November 15th, 04:00 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৫ নবেম্বৰত ইন্দোনেছিয়াৰ বালিত ৮০০জনৰো অধিক ভাৰতীয় বংশোদ্ভুত আৰু ভাৰতৰ বন্ধুসকলৰ সৈতে মতবিনিময় কৰে। ইন্দোনেছিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা এই প্ৰাণৱন্ত লোকসকল একত্ৰিত হৈছিল।আমি ইতিহাসৰ ভুলবোৰ সংশোধন কৰি আছোঁ যিয়ে যোগ্য নেতা আৰু যোদ্ধাসকলক সন্মান কৰা নাছিলঃ প্ৰধানমন্ত্ৰী
February 16th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি দেশৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষত প্ৰৱেশ কৰাৰ লগে লগে দেশলৈ অপৰিসীম অৱদান আগবঢ়োৱা ঐতিহাসিক বীৰ-বীৰাংগনাসকলৰ অৱদান মনত ৰখাটো আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ । তেওঁ দুখ প্ৰকাশ কৰে যে যিসকলে ভাৰত আৰু ভাৰতীয়ত্বৰ বাবে সকলো ত্যাগ কৰিছিল তেওঁলোকক ইতিহাসৰ পাতত তেওঁলোকৰ প্ৰাপ্য স্থান দিয়া হোৱা নাই। ভাৰতীয় ইতিহাস ৰচয়িতাসকলে ইতিহাস ৰচনা কৰাৰ সময়ত সেইসকল লোকৰ প্ৰতি যি অন্যায়-অবিচাৰ কৰিছিল এতিয়া সেয়া সংশোধন কৰা হৈছে, কিয়নো আমি আমাৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষত প্ৰৱেশ কৰিছোঁ। এই সন্ধিক্ষণত তেওঁলোকৰ অৱদান স্মৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত চিত্তাউৰা হ্ৰদৰ উন্নয়নমূলক কাম আৰু মহাৰাজা সুহেলদেৱ স্মাৰকৰ আধাৰশিলা স্থাপন কৰাৰ পিছত এইদৰে মন্তব্য কৰে।উত্তৰপ্ৰদেশৰ বাহৰেইচত মহাৰাজা সুহলদেৱ স্মাৰক আৰু চিট্টৌৰা হ্ৰদৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 16th, 11:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি মহাৰাজ সুহেলদেৱৰ নামেৰে নামকৰণ কৰা চিকিৎসা মহাবিদ্যালয়ৰ এটি ভৱন উদ্বোধন কৰে। এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে।মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস প্ৰধানমন্ত্ৰীৰ
February 16th, 11:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি মহাৰাজ সুহেলদেৱৰ নামেৰে নামকৰণ কৰা চিকিৎসা মহাবিদ্যালয়ৰ এটি ভৱন উদ্বোধন কৰে। এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে।TMC govt rebirth of erstwhile Left rule, rebirth of corruption, crime, violence and attack on democracy: PM Modi in Haldia
February 07th, 04:23 pm
Speaking at a public meeting in Haldia, West Bengal, PM Narendra Modi talked about several key infrastructure projects being carried out by the Central government in the state. He also launched attack on the TMC government in the state for not implementing Centre's schemes like the Fasal Bima Yojana and Ayushman Bharat Yojana.PM Modi addresses a public meeting in Haldia, West Bengal
February 07th, 04:22 pm
Speaking at a public meeting in Haldia, West Bengal, PM Narendra Modi talked about several key infrastructure projects being carried out by the Central government in the state. He also launched attack on the TMC government in the state for not implementing Centre's schemes like the Fasal Bima Yojana and Ayushman Bharat Yojana.উত্তৰ প্ৰদেশৰ পিএম স্বনিধি আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া ৰূপান্তৰ
October 27th, 10:35 am
কিছু দেৰী পূৰ্বে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ সকলো হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰি আছিলো, তেতিয়া মই অনুভৱ কৰিলো যে সকলো সুখী হৈছে আৰু আচৰিতো হৈছো৷ পূৰ্বতে চাকৰি কৰা লোকসকলে ঋণৰ বাবে বেংকলৈ অহা-যোৱা কৰিব লাগিছিল৷ দৰিদ্ৰ লোক, পদপথৰ ব্যৱসায়ীসকলে বেংকৰ ভিতৰলৈ যোৱাৰ বিষয়ে কল্পনাও কৰিব পৰা নাছিল৷ কিন্তু আজি বেংকে নিজে তেওঁলোকৰ দুৱাৰমুখত উপস্থিত হৈছে৷ কোনো দৌৰা-দৌৰি নকৰাকৈ নিজৰ কাম আৰম্ভ কৰাৰ বাবে ঋণ পোৱা গৈছে৷ আপোনালোকৰ মুখত এই সন্তোষ দেখি মইও সন্তোষিত হৈছো৷ আপোনালোক সকলোকে আপোনালোকৰ কামৰ বাবে, আত্মনিৰ্ভৰ হৈ আগবাঢ়ি যোৱাৰ বাবে, উত্তৰ প্ৰদেশ আৰু দেশক আগুৱাই লৈ যোৱাৰ বাবে অনেক শুভকামনা জনাইছো৷PM Modi interacts with beneficiaries of PM SVANidhi Scheme from Uttar Pradesh
October 27th, 10:34 am
PM Narendra Modi interacted with beneficiaries of PM SVANIDHI Yojana from Uttar Pradesh through video conferencing. The Prime Minister said for the first time since independence street vendors are getting unsecured affordable loans. He said the maximum applications of urban street vendors have come from UP.মধ্য প্ৰদেশৰ পদপথৰ দোকানীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা বাৰ্তালাপৰ অসমীয়া লিখিত ৰূ
September 09th, 11:01 am
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰী হৰদ্বীপ সিং পুৰী মহোদয়, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ভাই শিৱৰাজ মহোদয়, ৰাজ্য মন্ত্ৰীমণ্ডলৰ অন্যান্য সদস্য, প্ৰশাসনৰ সৈতে জড়িত লোক, প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ সকলো লাভাৰ্থী আৰু এই কাৰ্যসূচীৰ সৈতে জড়িত হোৱা মধ্য প্ৰদেশ তথা মধ্য প্ৰদেশৰ বাহিৰৰ সকলো মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল৷