Art is pro-nature, pro-environment and pro-climate: PM Modi

Art is pro-nature, pro-environment and pro-climate: PM Modi

December 08th, 06:00 pm

PM Modi inaugurated the first Indian Art, Architecture & Design Biennale (IAADB) 2023 being held at Red Fort. During the programme, the Prime Minister inaugurated the ‘Aatmanirbhar Bharat Centre for Design’ at Red Fort and the student Biennale- Samunnati. He also launched a Commemorative Stamp. PM Modi also took a walkthrough of the exhibition showcased on the occasion.

PM Modi attends inauguration of India Art, Architecture & Design Biennale 2023'

PM Modi attends inauguration of India Art, Architecture & Design Biennale 2023'

December 08th, 05:15 pm

PM Modi inaugurated the first Indian Art, Architecture & Design Biennale (IAADB) 2023 being held at Red Fort. During the programme, the Prime Minister inaugurated the ‘Aatmanirbhar Bharat Centre for Design’ at Red Fort and the student Biennale- Samunnati. He also launched a Commemorative Stamp. PM Modi also took a walkthrough of the exhibition showcased on the occasion.

বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী সংস্কৰণ

বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী সংস্কৰণ

February 03rd, 07:48 pm

কৃষ্ণগুৰু সেৱাশ্ৰমত সমবেত সকলো সাধু, ঋষি আৰু ভক্তলৈ মোৰ শ্ৰদ্ধাঞ্জলি। যোৱা এমাহ ধৰি চলি আছে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন। কৃষ্ণগুৰু প্ৰভুৱে প্ৰচাৰ কৰা প্ৰাচীন ভাৰতীয় জ্ঞান, সেৱা আৰু মানৱতাৰ পৰম্পৰা আজিও বৃদ্ধি পাই থকাত মই সুখী। গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু জীৰ আশীৰ্বাদ আৰু সহযোগিতাৰ লগতে কৃষ্ণগুৰু ভক্তসকলৰ প্ৰচেষ্টাত সেই দেৱত্ব এই অনুষ্ঠানত স্পষ্টকৈ দেখা যায়। অসমলৈ আহি আপোনালোক সকলোৰে সৈতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিলে ভাল আছিল! কৃষ্ণগুৰু প্ৰভুৰ পবিত্ৰ বাসগৃহলৈ আহিবলৈ আগতে কেইবাবাৰো চেষ্টা কৰিছিলো। কিন্তু হয়তো মোৰ প্ৰচেষ্টাত কিছুমান ব্যৰ্থতা আছে যাৰ বাবে মই তালৈ আহিব নোৱাৰিলোঁ। কৃষ্ণগুৰুৰ আশীৰ্বাদে অদূৰ ভৱিষ্যতে তালৈ আহি আপোনালোক সকলোকে প্ৰণাম কৰি আপোনালোকক লগ পোৱাৰ এই সুযোগ দিব বুলি আশা কৰিছো।

প্ৰধানমন্ত্ৰীয়ে বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত ভাষণ প্ৰদান কৰে

February 03rd, 04:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চযোগে অসমৰ বৰপেটাস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত অনুষ্ঠিত বিশ্ব শান্তিৰ উদ্দেশ্য আয়োজন কৰা কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত ভাষণ প্ৰদান কৰে। বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন হৈছে কৃষ্ণগুৰু সেৱাশ্ৰমত ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত কৰা এক মাহজোৰা কীৰ্তন কাৰ্যসূচী।

বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ-এমভি গংগা বিলাসৰ ফ্লেগ অফ অনুষ্ঠান আৰু বাৰাণসীত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে টেণ্ট চিটি উদ্বোধন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

January 13th, 10:35 am

বিভিন্ন ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্রীসকল, উপ-মুখ্যমন্ত্রীসকল, কেন্দ্রীয় কেবিনেটৰ মোৰ সতীর্থসকল, পর্যটন উদ্যোগৰ বন্ধুসকল, ভাৰত-বিদেশৰ পৰা বাৰাণসীলৈ অহা পর্যটকসকল, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলাসকল৷

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বাৰাণসীৰ পৰা মুকলি কৰিলে বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাস

January 13th, 10:18 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিশ্বৰ দীৰ্ঘতম ক্ৰুজ এম ভি গংগা বিলাসৰ যাত্ৰা শুভাৰম্ভ কৰাৰ লগতে টেণ্ট চিটীও উদ্বোধন কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ১০০০ কোটিতকৈও অধিক মূল্যৰ এলানি আভ্যন্তৰীণ জলপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। নদীভিত্তিক ৰিভাৰ ক্ৰুজ পৰ্যটনক প্ৰসাৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ পদক্ষেপৰ লগত সংগতি ৰাখি এই সেৱা আৰম্ভ কৰা হয়। ইয়াৰ দ্বাৰা ভাৰতত ক্ৰুজ পৰ্যটনৰ এক নতুন যুগৰ সূচনা হ’ব, যাৰ জৰিয়তে নতুন সুযোগৰ সঞ্চাৰ হ’ব।