পশ্চিম বংগৰ হালডিয়াত গুৰুত্বপূৰ্ণ আন্তঃগাথনিমূলক প্ৰকল্প মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ
February 07th, 05:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ হালদিয়া ভ্ৰমণ কৰে আৰু প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ অংশ হিচাপে ৩৪৮ কিলোমিটাৰ ডোভি–দুৰ্গাপুৰ প্ৰাকৃতিক গেছ পাইপলাইন শাখাৰ এলপিজি আমদানি টাৰ্মিনেল দেশৰ বাবে উৎসৰ্গা কৰে। তেওঁ হালদিয়া শোধনাগাৰৰ দ্বিতীয় কেটালাইটিক-ইচোডেৱাক্সিং ইউনিটৰ আধাৰশিলা স্থাপন কৰে আৰু ৪১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হালদিয়াৰ ৰাণীচকত ৪ লেনযুক্ত ফ্লাইঅভাৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। অনুষ্ঠানটোত পশ্চিম বংগৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অংশগ্ৰহণ কৰে।প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগৰ মুখ্য আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে
February 07th, 05:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ হালদিয়া ভ্ৰমণ কৰে আৰু প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ অংশ হিচাপে ৩৪৮ কিলোমিটাৰ ডোভি–দুৰ্গাপুৰ প্ৰাকৃতিক গেছ পাইপলাইন শাখাৰ এলপিজি আমদানি টাৰ্মিনেল দেশৰ বাবে উৎসৰ্গা কৰে। তেওঁ হালদিয়া শোধনাগাৰৰ দ্বিতীয় কেটালাইটিক-ইচোডেৱাক্সিং ইউনিটৰ আধাৰশিলা স্থাপন কৰে আৰু ৪১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হালদিয়াৰ ৰাণীচকত ৪ লেনযুক্ত ফ্লাইঅভাৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। অনুষ্ঠানটোত পশ্চিম বংগৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অংশগ্ৰহণ কৰে।উত্তৰাখণ্ডত নমামী গংগেৰ অধীনত ছটা বৃহৎ প্ৰকল্পৰ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পা
September 29th, 11:11 am
আজি মা গংগাৰ নিৰ্মলতা সুনিশ্চিত কৰা ৬টা বৃহৎ প্ৰকল্পৰ লোকাৰ্পণ কৰা হৈছে। ইয়াত হৰিদ্বাৰ, ঋষিকেশ, বদ্ৰিনাথ আৰু মুনীৰ ৰেতীত ছিৱেজ ট্ৰিটমেণ্ট প্লেণ্ট আৰু মিউজিয়ামৰ দৰে প্ৰকল্পও অন্তৰ্ভুক্ত। এই ব্যাপক প্ৰকল্পৰ বাবে উত্তৰাখণ্ডৰ সকলো বন্ধুক মই বহুত বহুত অভিনন্দন জনাইছো।গংগা নৈক নিৰ্মল আৰু নিৰবধি কৰি ৰাখিবলৈ উত্তৰাখণ্ডত ছটা বৃহৎ প্ৰকল্প উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়
September 29th, 11:10 am
শ্ৰী মোদীয়ে তদুপৰি হৰিদ্বাৰত গংগা নদী সন্দৰ্ভত প্ৰথমটো সংগ্ৰহালয় গংগা অৱলোকন উদ্বোধন কৰে। তেখেতে “ৰ’ৱিং ডাউন দ্য গংগা” শীৰ্ষক এখনি গ্ৰন্থ আৰু জল জীৱন অভিযানৰ নতুন প্ৰতীক উন্মোচন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি এই কাৰ্যসূচীত ‘মাগদৰ্শিকা ফৰ গ্ৰাম পঞ্চায়ত এণ্ড পানী সমিতি আণ্ডাৰ জল জীৱন মিশ্যন’ (গাঁও পঞ্চায়ত আৰু পানী সমিতিসমূহৰ অৰ্থে নীতি-নিৰ্দেশনা) মুকলি কৰে।Inspired by Pt. Deendayal Upadhyaya, 21st century India is working for Antyodaya: PM Modi
February 16th, 01:01 pm
PM Modi unveiled the statue of Deendayal Upadhyaya in Varanasi. He flagged off the third corporate train Mahakaal Express which links 3 Jyotirling Pilgrim Centres – Varanasi, Ujjain and Omkareshwar. The PM also inaugurated 36 development projects and laid foundation stone for 14 new projects.দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন আৰু স্মৃতিকেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 16th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে এটা স্মৃতিকেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰে৷ তেওঁ তিনি জ্যোতিৰ্লিংগ ক্ৰমে-বাৰাণসী, উজ্জয়নী আৰু ওমকাৰেশ্বৰ সংযোগী তৃতীয়খন কৰ্প’ৰেট ৰে’লৰ ফ্লেগ অফ কৰে৷ প্ৰধানমন্ত্ৰীয়ে ৪৩০খন বিচনাযুক্ত অতিবিশিষ্ট সেৱা চৰকাৰী হাস্পতালকে ধৰি ৩৬টা উন্নয়নমুলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে ১৪টা উন্নয়নমুলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ঝাৰখণ্ডৰ ৰাঁচীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু আঁচনি মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 12th, 12:20 pm
নতুন চৰকাৰ গঠন হোৱাৰ পিছত যিসমূহ ৰাজ্যলৈ মই প্ৰথমে যোৱাৰ সুবিধা লাভ কৰিছো তাৰে ভিতৰত ঝাৰখণ্ডও অন্যতম৷ এই প্ৰভাত ময়দান, প্ৰভাত তাৰা ময়দান, ৰাতিপুৱাৰ সময় আৰু আমি সকলোৱে ইয়াত যোগাভ্যাস কৰি আছিলো আৰু বৃষ্টিয়েও আমাক আশীৰ্বাদ দি আছিল৷ আজি পুনৰবাৰ ইয়ালৈ আহি মোৰ পুৰণি স্মৃতি জাগি উঠিছে৷ এই ময়দানৰ পৰাই যোৱা ছেপ্টেম্বৰত আয়ুষ্মান ভাৰত যোজনাৰ সূচনা হৈছিল৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা মুকলি কৰে
September 12th, 12:11 pm
কৃষকৰ জীৱন সুৰক্ষিত কৰাৰ আন এক গুৰুত্বপূৰ্ণ প্ৰয়াসৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা মুকলি কৰে৷‘Imandari Ka Yug’ has started in India: PM Modi in Jharkhand
April 06th, 12:59 pm
At a public meeting in Jharkhand, PM Modi said, more the development, more of changes for better would be ushered in the people’s lives. PM Modi said the fight against corruption and black money will continue. PM Modi urged people to resolve to build a New India when the country marks 75 years of independence in 2022.PM launches development projects in Jharkhand
April 06th, 12:58 pm
PM Narendra Modi dedicated multiple development projects in Jharkhand. The PM said that the projects would connect Jharkhand to India’s mainstream and to the world. He said that the projects would not only generate more employment but boost skill development.