PM performs Ganga Poojan at Dashashwamedh Ghat, Varanasi, Uttar Pradesh
June 18th, 09:23 pm
The Prime Minister, Shri Narendra Modi performed Ganga Poojan at Dashashwamedh Ghat, Varanasi today. He also witnessed Ganga Aarti.বাৰাণসীত ভোটাৰক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
May 30th, 02:32 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীৰ ভোটাৰৰ সৈতে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে যোগাযোগ কৰে। তেওঁ প্ৰকাশ কৰে যে এই চহৰখনক প্ৰতিনিধিত্ব কৰাটো বাবা বিশ্বনাথৰ অপৰিসীম কৃপা আৰু কাশীবাসীৰ আশীৰ্বাদৰ বাবেহে সম্ভৱ। এই নিৰ্বাচনক নতুন কাশীৰ লগতে নতুন আৰু উন্নত ভাৰত গঢ়ি তোলাৰ সুযোগ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কাশীৰ বাসিন্দাসকলক বিশেষকৈ যুৱক-যুৱতী, মহিলা, কৃষকসকলক ১ জুনত অভিলেখ সংখ্যক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।‘শ্ৰীল প্ৰভুপাদজী’ৰ ১৫০ সংখ্যক বাৰ্ষিকীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 08th, 01:00 pm
হৰে কৃষ্ণ! হৰে কৃষ্ণ! হৰে কৃষ্ণ! আজি আপোনালোকে ইয়াত প্ৰৱেশ কৰাৰ লগে লগে ‘ভাৰত মণ্ডপম’ৰ ভব্যতা আৰু অধিক বৃদ্ধি পালে। এই ভৱনটোৰ ধাৰণা ‘ভগৱান বাসৱেশ্বৰ’ৰ ‘অনুভৱ মণ্ডপম’ৰ সৈতে সম্পৰ্কিত। প্ৰাচীন ভাৰতত ‘অনুভৱ মণ্ডপম’ আধ্যাত্মিক আলোচনাৰ কেন্দ্ৰ আছিল। ‘অনুভৱ মণ্ডপম’ জনকল্যাণৰ বাবে অনুভূতি আৰু সংকল্পৰ শক্তিকেন্দ্ৰ আছিল। আজি ‘শ্ৰীল ভক্তিসিদ্ধান্ত সৰস্বতী গোস্বামী প্ৰভুপাদ’ৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ‘ভাৰত মণ্ডপম’ত একে ধৰণৰ শক্তিকে দেখিবলৈ পোৱা গৈছে। আমি এইটোও কল্পনা কৰিছিলো যে এই ভৱনটো ভাৰতৰ আধুনিক সামৰ্থ্য আৰু ইয়াৰ প্ৰাচীন মূল্যবোধ দুয়োটাৰ কেন্দ্ৰ হৈ উঠক। মাত্ৰ কেইমাহমান আগতে, ‘জি-২০ সন্মিলন’ৰ জৰিয়তে ইয়াৰ পৰাই নতুন ভাৰতৰ সামৰ্থ্যৰ দৰ্শন হৈছিল। আৰু আজি 'বিশ্ব বৈষ্ণৱ সন্মিলন' অনুষ্ঠিত কৰিবলৈ এই কেন্দ্ৰই ইমান পবিত্ৰ সৌভাগ্য লাভ কৰিছে। আৰু এয়াইতো হৈছে নতুন ভাৰতৰ ছবি... য'ত বিকাশ আছে, আৰু ঐতিহ্যও আছে, দুয়োৰে সঙ্গম সমাৱেশিত হৈছে। য'ত আধুনিকতাক আদৰণি জনোৱা হৈছে, আৰু নিজৰ পৰিচিতিক লৈ গৌৰৱো কৰা হৈছে।শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকীৰ কাৰ্যসূচীক সম্বোধন প্ৰধানমন্ত্ৰীৰ
February 08th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে আচাৰ্য শ্ৰীল প্ৰভুপাদৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জনায় আৰু তেওঁৰ সন্মানত এটা স্মাৰক ডাক টিকট আৰু এটা মুদ্ৰা মুকলি কৰে। গৌড়ীয় মিছনৰ প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰীল প্ৰভুপাদে বৈষ্ণৱ ধৰ্মৰ মৌলিক ধাৰণাবোৰ সংৰক্ষণ আৰু বিস্তাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।বাৰাণসীত বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 18th, 02:16 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, গুজৰাট বিধানসভাৰ অধ্যক্ষ তথা বনাস ডেইৰীৰ অধ্যক্ষ আৰু আজি বিশেষভাৱে কৃষকসকলক উপহাৰ দিবলৈ অহা শ্ৰীমান শংকৰ ভাই চৌধুৰী, ৰাজ্যিক মন্ত্ৰী পৰিষদৰ সদস্য, বিধায়কসকল, অন্যান্য গণ্যমান্য ব্যক্তি আৰু বাৰাণসীৰ মোৰ পৰিয়ালৰ সদস্যসকল।উত্তৰ প্ৰদেশৰ বাৰাণসীত ১৯,১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
December 18th, 02:15 pm
প্ৰকল্পসমূহৰ ভিতৰত আছে প্ৰায় ১০,৯০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নিউ পণ্ডিত দীনদয়াল উপাধ্যায় নগৰ-নিউ ভৌপুৰ ডেডিকেটেড ফ্ৰেইট কৰিডৰ প্ৰকল্পৰ উদ্বোধন আৰু অন্যান্য ৰে’ল প্ৰকল্প। তেওঁ নতুনকৈ উদ্বোধন কৰা ডেডিকেটেড ফ্ৰেইট কৰিডৰত বাৰাণসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল, দোহৰীঘাট-মাউ মেমু ৰে’ল আৰু এযোৰ লং হ’ল গুডছ ৰে’লৰ ফ্লেগ অফ কৰে। বেনাৰস ইঞ্জিন ৱৰ্কছৰ দ্বাৰা নিৰ্মিত ১০,০০০ সংখ্যক ইঞ্জিনকো তেওঁ ফ্লেগ অফ কৰে। তেওঁ ৩৭০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে দুটা আৰ অ’ বিৰ সৈতে সেউজ ক্ষেত্ৰ শিৱপুৰ-ফুলৱাৰিয়া-লাহৰতৰা পথ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা আন মূল প্ৰকল্পসমূহৰ ভিতৰত আছে ২০টা পথ শক্তিশালী আৰু বহল কৰা; কাইঠি গাঁৱৰ সংগম ঘাট পথ আৰু পণ্ডিত দীনদয়াল উপাধ্যায় চিকিৎসালয়ত আৱাসিক ভৱন নিৰ্মাণ, পুলিচ লাইন আৰু পি এ চি ভুলনপুৰৰ দুটা ২০০ আৰু ১৫০ বিচনাযুক্ত বহুমহলীয়া বেৰেক বিল্ডিং, ৯টা স্থানত নিৰ্মাণ কৰা স্মাৰ্ট বাছ আশ্ৰয় শিবিৰ আৰু আলাইপুৰত নিৰ্মাণ কৰা ১৩২ কিলোৱাট চাবষ্টেচন নিৰ্মাণৰ কাম। তেওঁ স্মাৰ্ট চিটি মিছনৰ অধীনত ইউনিফাইড টুৰিষ্ট পাছ ছিষ্টেমো আৰম্ভ কৰে।উত্তৰ প্ৰদেশৰ বাৰাণসীত স্বৰবেদ মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
December 18th, 12:00 pm
কাশী ভ্ৰমণৰ আজি মোৰ দ্বিতীয় দিন। প্ৰত্যেকবাৰৰ দৰে, কাশীত অতিবাহিত কৰা প্ৰতিটো মুহূৰ্ত আশ্চৰ্যকৰ অভিজ্ঞতাৰে পৰিপূৰ্ণ। আপোনালোকৰ নিশ্চয় মনত আছে, দুবছৰ আগতে আমি অখিল ভাৰতীয় বিহংগম যোগ প্ৰতিষ্ঠানৰ বাৰ্ষিক উৎসৱত একত্ৰিত হৈছিলোঁ। এইবাৰ পুনৰ বিহংগম যোগ সন্ত সমাজৰ শতবাৰ্ষিকী উদযাপনৰ ঐতিহাসিক কাৰ্যসূচীত উপস্থিত থাকিবলৈ মই সুযোগ পাইছো। বিহংগম যোগ সাধনাৰ এই যাত্ৰাই ইয়াৰ ১০০ বছৰৰ পাহৰিব নোৱাৰা যাত্ৰা সম্পূৰ্ণ কৰিছে। মহৰ্ষি সদাফল দেৱজীয়ে যোৱা শতিকাত জ্ঞান আৰু যোগৰ ঐশ্বৰিক শিখা জ্বলাইছিল। এই এশ বছৰৰ যাত্ৰাত এই ঐশ্বৰিক পোহৰে দেশ আৰু বিশ্বৰ লাখ লাখ লোকৰ জীৱন সলনি কৰিছে। এই পৱিত্ৰ দিন উপলক্ষে ইয়াত ২৫ হাজাৰ কুণ্ডিয়া স্বৰবেদ জ্ঞান মহাযজ্ঞৰো আয়োজন কৰা হৈছে। মই সুখী আৰু আত্মবিশ্বাসী যে এই মহাযজ্ঞৰ প্ৰতিটো ত্যাগ, উন্নত ভাৰতৰ সংকল্পৰে শক্তিশালী হ'ব। এই উপলক্ষে মই মহৰ্ষি সদাফল দেৱজীক শ্ৰদ্ধাৰে প্ৰণাম জনাইছো আৰু তেওঁৰ প্ৰতি মোৰ আন্তৰিক অনুভূতি সম্পূৰ্ণ ভক্তিৰে সমৰ্পিত কৰিছো। মই তেওঁৰ গুৰু পৰম্পৰাক নিৰন্তৰভাৱে আগবঢ়োৱা সকলো সাধুক অভিবাদন জনাইছো।উত্তৰ প্ৰদেশৰ বাৰাণসীত স্বৰ্বেদ মহামন্দিৰৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
December 18th, 11:30 am
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি তেওঁৰ কাশী ভ্ৰমণৰ দ্বিতীয় দিন আৰু কাশীত কটোৱা প্ৰতিটো মুহূৰ্ত অভূতপূৰ্ব অভিজ্ঞতাৰে ভৰি আছে। দুবছৰ পূৰ্বে অখিল ভাৰতীয় বিহংগম যোগ সংস্থাৰ বাৰ্ষিক উদযাপনৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ শতবাৰ্ষিকী উদযাপনৰ অংশ হোৱাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে বিহংগম যোগ সাধনে এশ বছৰৰ অবিস্মৰণীয় যাত্ৰা সম্পন্ন কৰিছে। তেওঁ বিগত শতিকাত জ্ঞান আৰু যোগৰ প্ৰতি মহৰ্ষি সদাফল দেৱজীৰ অৱদানৰ ওপৰত আলোকপাত কৰি কয় যে ইয়াৰ ঐশ্বৰিক পোহৰে বিশ্বৰ লাখ লাখ মানুহৰ জীৱন সলনি কৰিছে। এই শুভ ক্ষণত প্ৰধানমন্ত্ৰীয়ে ২৫ হাজাৰ কুণ্ডিয়া স্বৰ্বেদ জ্ঞান মহাযজ্ঞৰ আয়োজন লক্ষ্য কৰে। মহাযজ্ঞলৈ আগবঢ়োৱা প্ৰতিটো প্ৰসাদে বিকশিত ভাৰতৰ সংকল্প শক্তিশালী কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। তেওঁ মহৰ্ষি সদাফল দেৱজীৰ আগত মূৰ দোৱাই লগতে তেওঁৰ দৃষ্টিভংগী আগবঢ়াই দিয়া সকলো সাধুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।উত্তৰপ্ৰদেশৰ বাৰাণসীৰ দেৱ দীপাৱলী মহোৎসৱত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মুলপাঠৰ অসমীয়া অনুবা
November 30th, 06:12 pm
সমগ্ৰ কাশীবাসী, সমগ্ৰ দেশবাসীক কাৰ্তিক পূৰ্ণিমা দেৱ দীপাৱলীৰ আন্তৰিক শুভকামনা জনালো৷ সকলোকে গুৰু নানক দেৱ জীৰ প্ৰকাশ পৰ্বৰ বহুত বহুত শুভেচ্ছা জনালো৷প্ৰধানমন্ত্ৰীয়ে ৱাৰাণসীত দেৱ দিপাৱলী মহোৎসৱত অংশ লয় মাতা অন্নপূৰ্ণাৰ চুৰি হোৱা প্ৰতিমূৰ্তি উভতাই পোৱাৰ বাবে কাশীবাসীক অভিনন্দ
November 30th, 06:11 pm
অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে কাশীৰ বাবে আজি এক বিশেষ মুহূৰ্ত। কিয়নো, প্ৰায় ১০০ বছৰ পূৰ্বে চুৰি হোৱা মাতা অন্নপূৰ্ণাৰ প্ৰতিমূৰ্তি কাশীবাসীয়ে পুনৰ উভতাই পাইছে। এয়া কাশীৰ বাবে পৰম সৌভাগ্যৰ বিষয়। তেওঁ কয় যে আমাৰ দেৱতা আৰু দেৱীসকলৰ এই প্ৰাচীন প্ৰতিমূৰ্তিসমূহ আমাৰ বিশ্বাস আৰু ঐতিহ্যৰ প্ৰতীক।PM Modi lays foundation stone and inaugurates multiple development projects in Varanasi
November 09th, 10:28 am
Prime Minister Narendra Modi inaugurated and laid the foundation stone of various development projects in Uttar Pradesh’s Varanasi via video conferencing, including those related to agriculture, tourism and infrastructure. PM Modi also laid stress on 'vocal for local' during the festive season and said that it would strengthen the local economy.বাৰাণসীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবা
November 09th, 10:28 am
কাৰ্যসূচীত মোৰ সৈতে জড়িত উত্তৰ প্ৰদেশৰ যশস্বী মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথজী, উপ-মুখ্যমন্ত্ৰী শ্ৰী কেশৱ প্ৰসাদ মৌৰ্যজী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীগণ, বিধায়কগণ, বাৰাণসীৰ সকলো নিৰ্বাচিত জন প্ৰতিনিধিগণ, বাৰাণসীৰ মোৰ প্ৰিয় ভাতৃ আৰু ভগ্নীসকল!People of Bihar have decided that there will be no entry for Jungle Raj: PM Modi
November 01st, 04:01 pm
PM Narendra Modi while addressing the election rally in Bagaha, Bihar said, The trends in the first phase clearly indicate that people of Bihar have put up a no entry board for Jungle Raj in the state. He said that in the ongoing elections, the people have made up their minds to elect a stable NDA government under Nitish Ji's leadership.PM Modi campaigns in Chhapra, Samastipur, Motihari and Bagaha in Bihar
November 01st, 03:54 pm
Continuing his election campaigning spree, PM Modi addressed public meetings in Chhapra, Samastipur, Motihari and Bagaha today. He said, “It is clear after the first phase polls itself that Nitish Babu will head the next govt in Bihar. The opposition is totally rattled, but I would ask them not to vent their frustration on the people of Bihar.”Jungle Raj made sure all the industries and sugar mills which were the hallmark of Bihar were shut down: PM
November 01st, 02:55 pm
PM Modi, in his poll rally in Motihari, cautioned people against the jungle raj that would return if the Congress-RJD alliance came to power. He said Jungle Raj made sure all the industries and sugar mills which were the hallmark of Bihar were shut down.NDA will defeat "double-double yuvraj" in Bihar: PM Modi
November 01st, 10:50 am
At a poll rally in Chhapra, PM Modi took on the Mahagathbandhan and urged people to keep selfish forces away for a better future. Exuding confidence, PM Modi said that the first phase of voting in the state assembly polls indicated that NDA is coming back to power in Bihar.To save Bihar and make it a better state, vote for NDA: PM Modi in Patna
October 28th, 11:03 am
Amidst the ongoing election campaign in Bihar, PM Modi’s rally spree continued as he addressed public meeting in Patna today. Speaking at a huge rally, PM Modi said that people of Bihar were in favour of the BJP and the state had made a lot of progress under the leadership of Chief Minister Nitish Kumar. “Aatmanirbhar Bihar is the next vision in development of Bihar,” the PM remarked.Bihar will face double whammy if proponents of 'jungle raj' return to power during pandemic: PM Modi in Muzzafarpur
October 28th, 11:02 am
Amidst the ongoing election campaign in Bihar, PM Modi’s rally spree continued as he addressed public meeting in Muzaffarpur today. Speaking at a huge rally, PM Modi said that people of Bihar were in favour of the BJP and the state had made a lot of progress under the leadership of Chief Minister Nitish Kumar. “Aatmanirbhar Bihar is the next vision in development of Bihar,” the PM remarked.PM Modi addresses public meetings in Darbhanga, Muzaffarpur and Patna
October 28th, 11:00 am
Amidst the ongoing election campaign in Bihar, PM Modi’s rally spree continued as he addressed public meetings in Darbhanga, Muzaffarpur and Patna today. Speaking at a huge rally, PM Modi said that people of Bihar were in favour of the BJP and the state had made a lot of progress under the leadership of Chief Minister Nitish Kumar. “Aatmanirbhar Bihar is the next vision in development of Bihar,” the PM remarked.উত্তৰাখণ্ডত নমামী গংগেৰ অধীনত ছটা বৃহৎ প্ৰকল্পৰ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পা
September 29th, 11:11 am
আজি মা গংগাৰ নিৰ্মলতা সুনিশ্চিত কৰা ৬টা বৃহৎ প্ৰকল্পৰ লোকাৰ্পণ কৰা হৈছে। ইয়াত হৰিদ্বাৰ, ঋষিকেশ, বদ্ৰিনাথ আৰু মুনীৰ ৰেতীত ছিৱেজ ট্ৰিটমেণ্ট প্লেণ্ট আৰু মিউজিয়ামৰ দৰে প্ৰকল্পও অন্তৰ্ভুক্ত। এই ব্যাপক প্ৰকল্পৰ বাবে উত্তৰাখণ্ডৰ সকলো বন্ধুক মই বহুত বহুত অভিনন্দন জনাইছো।