গোৰখপুৰৰ ‘গীতা প্ৰেছ’ক ‘গান্ধী শান্তি বঁটা ২০২১’ প্ৰদান কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
June 18th, 09:03 pm
গোৰখপুৰৰ ‘গীতা প্ৰেছ’ক ‘গান্ধী শান্তি বঁটা ২০২১’ প্ৰদান কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ।বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 26th, 04:26 pm
PM Modi took part in the National Day celebrations of Bangladesh in Dhaka. He awarded Gandhi Peace Prize 2020 posthumously to Bangabandhu Sheikh Mujibur Rahman. PM Modi emphasized that both nations must progress together for prosperity of the region and and asserted that they must remain united to counter threats like terrorism.বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
March 26th, 04:24 pm
দুদিনীয়া কাৰ্যসূচীৰে বাংলাদেশ ভ্ৰমণৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তীত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইয়াত ভাগ লয় বাংলাদেশৰ ৰাষ্ট্ৰপতি, মহামান্য মহম্মদ আব্দুল হামিদ; বাংলাদেশৰ প্ৰধানমন্ত্ৰী, মহামান্য শেখ হাচিনা; শেখ মুজিবুৰ ৰহমানৰ কনিষ্ঠ কন্যা শেখ ৰেহেনা; মুজিব বৰ্ষ উদযাপনাৰ্থে ৰাষ্ট্ৰীয় ৰূপায়ণ কমিটিৰ মুখ্য সমন্বয়ক, ডঃ কামাল আব্দুল নাছেৰ চৌধাৰী আৰু আন-আন বিশিষ্ট ব্যক্তিসকলে। তেজগাঁওস্থিত ৰাষ্ট্ৰীয় পেৰেড স্কোৱেৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াতে বাংলাদেশৰ জাতিৰ পিতা, বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকীও পালন কৰা হয়।Gandhi Peace Prize for Year 2020 announced
March 22nd, 09:37 pm
The Gandhi Peace Prize for the year 2020 is being conferred on Bangabandhu Sheikh Mujibur Rahman.Gandhi Peace Prize is an annual award instituted by Government of India since 1995, the 125th Birth Anniversary commemoration year of Mahatma Gandhi. The award is open to all persons regardless of nationality, race, language, caste, creed or sex.Gandhi Peace Prize for the Year 2019 announced
March 22nd, 09:36 pm
The Gandhi Peace Prize for the year 2019 is being conferred on (Late) His Majesty Sultan Qaboos bin Said Al Said of Oman. Gandhi Peace Prize is an annual award instituted by Government of India since 1995, the 125th Birth Anniversary commemoration year of Mahatma Gandhi. The award is open to all persons regardless of nationality, race, language, caste, creed or sex.একল বিদ্যালয় সংগঠনত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
December 06th, 02:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে গুজৰাটৰ একল বিদ্যালয় সংগঠনত ভাষণ প্ৰদান কৰে৷ গ্ৰামাঞ্চল আৰু জনজাতীয় অঞ্চলৰ শিশুসকলৰ মাজত ‘একল বিদ্যালয় অভিযান’ৰ জৰিয়তে শিক্ষাৰ প্ৰচাৰৰ দিশত নামি পৰা একল বিদ্যালয় সংগঠনক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনায়৷ ভাৰত আৰু নেপালৰ দূৰ্গম অঞ্চলৰ বাস কৰা ২.৮ মিলিয়নতকৈও অধিক গ্ৰামীণ আৰু জনজাতীয় শিশুৰ মাজত শিক্ষাৰ সজাগতা প্ৰচাৰ কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত অগ্ৰসৰ হোৱা সংস্থাটোৰ স্বেচ্ছাসেৱকৰ ভূমিকাক প্ৰধানমন্ত্ৰীয়ে ভূয়সী প্ৰশংসা কৰে৷PM Modi addresses NDA Rally at Patna, Bihar
March 03rd, 01:52 pm
Prime Minister Narendra Modi addressed a huge rally of the NDA at the iconic Gandhi Maidan in Patna, Bihar today.নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ‘গান্ধী শান্তি বঁটা’ প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 26th, 11:14 am
মহামহিম ৰাষ্ট্ৰপতি মহোদয়, উপস্থিত সকলো বিশিষ্ট ব্যক্তি তথা সন্মানপ্ৰাপক, সমাজৰ প্ৰতি সমৰ্পিত অতিথিবৰ্গ৷ মই সৰ্বপ্ৰথমে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো, কিয়নো অন্য এটি কামত ব্যস্ত থকাৰ বাবে ইয়ালৈ আহোতে মোৰ অলপ পলম হৈছে৷ আজি বিশ্বই যিসময়ত পূজ্য বাপুৰ ডেৰশ বছৰীয়া জয়ন্তী পালন কৰিছে, সেই বছৰতে ‘গান্ধী শান্তি বঁটা’ লাভ কৰাৰ গুৰুত্বই সুকীয়া৷গান্ধী শান্তি বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী
February 26th, 11:13 am
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক বঁটা প্ৰদান অনুষ্ঠানত ২০১৫, ২০১৬, ২০১৭ আৰু ২০১৮ বৰ্ষৰ গান্ধী শান্তি বঁটা প্ৰদান কৰে। এই বঁটা প্ৰদান অনুষ্ঠানত আজি প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত থাকে।PM congratulates ISRO, on being conferred the Gandhi Peace Prize for 2014
September 09th, 11:02 pm