PM Modi meets with the President of Argentina
November 20th, 08:09 pm
PM Modi met Argentine President Javier Milei at the G20 Summit in Rio. They discussed governance, celebrated the growth of the India-Argentina Strategic Partnership, and highlighted expanding cooperation in trade, critical minerals, defence, energy, and technology. It marked their first bilateral meeting.প্ৰধানমন্ত্ৰীয়ে জোনাছ মাছেট্টি আৰু তেওঁৰ দলক সাক্ষাৎ কৰে, বেদান্ত আৰু গীতাৰ প্ৰতি তেওঁৰ আগ্ৰহৰ বাবে তেওঁক প্ৰশংসা কৰে
November 20th, 07:54 am
বেদান্ত আৰু গীতাৰ প্ৰতি থকা আগ্ৰহৰ বাবে জোনাছ মাছেট্টিক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে সমগ্ৰ বিশ্বতে ভাৰতীয় সংস্কৃতিয়ে কেনেদৰে প্ৰভাৱ পেলাইছে সেয়া নিতান্তই প্ৰশংসনীয়। প্ৰধানমন্ত্ৰীয়ে সংস্কৃতত ৰামায়ণৰ প্ৰদৰ্শন দেখি জোনাছ মাছেট্টি আৰু তেওঁৰ দলক সাক্ষাৎ কৰিছিল।ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু শাসনৰ বাবে তথ্যৰ ওপৰত ঘোষণা - জি-২০ ট্ৰ’ইকা (ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা)ৰ দ্বাৰা যুটীয়া বিজ্ঞপ্তি, কেইবাখনো জি-২০ দেশ, অতিথি দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ দ্বাৰা সমৰ্থিত
November 20th, 07:52 am
শতিকা সলনি হোৱাৰে পৰা ন্যূনতম ৩ শতাংশ গোলকীয় বিকাশৰ ধাৰাৰ গড় মহামাৰীৰ আৰম্ভণি পৰ্যন্ত প্ৰায় ৪ শতাংশ আছিল। একে সময়তে প্ৰযুক্তিৰ গতি তীব্ৰগতিত চলি আছে আৰু যদি সমানভাৱে প্ৰয়োগ কৰা হয় ই আমাক বিকাশ বৃদ্ধি, বৈষম্য হ্ৰাস কৰা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি) প্ৰাপ্ত কৰাৰ ব্যৱধান দূৰ কৰাৰ দিশত এক বৃহৎ পদক্ষেপ লোৱাৰ ঐতিহাসিক সুযোগ প্ৰদান কৰে।ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু শাসনৰ বাবে তথ্যৰ ওপৰত গুৰুত্ব দিয়াটো সামগ্ৰিক বিকাশ প্ৰাপ্ত কৰা আৰু গোলকীয় জীৱনৰ পৰিবৰ্তনৰ মূল চাবিকাঠি : প্ৰধানমন্ত্ৰী
November 20th, 05:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৰুত্ব আৰোপ কৰে যে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা আৰু শাসনৰ তথ্য হৈছে সামগ্ৰিক বিকাশ প্ৰাপ্ত কৰা আৰু গোলকীয় জীৱনৰ পৰিবৰ্তনৰ মূল চাবিকাঠি।ভাৰতে প্ৰযুক্তিৰ একত্ৰীকৰণত যথেষ্ট অগ্ৰাধিকাৰ দি স্বাস্থ্য খণ্ডত সক্ৰিয়ভাৱে কাম কৰি আছে: প্ৰধানমন্ত্ৰী
November 20th, 05:02 am
এখন সমৃদ্ধিশালী পৃথিৱী উন্নত পৃথিৱী বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰযুক্তিৰ একত্ৰীকৰণত যথেষ্ট অগ্ৰাধিকাৰ দি ভাৰতে স্বাস্থ্য খণ্ডত সক্ৰিয়ভাৱে কাম কৰি থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ জোৰ দি কয় যে ভাৰতে এই ক্ষেত্ৰত গোলকীয় প্ৰচেষ্টা শক্তিশালী কৰিব।প্ৰযুক্তিয়ে এছডিজিৰ প্ৰগতি আৰু গোলকীয় জীৱন শক্তিশালী কৰাৰ অপৰিসীম সম্ভাৱনা ৰাখে : প্ৰধানমন্ত্ৰী
November 20th, 05:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে প্ৰযুক্তিয়ে বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি)ৰ ক্ষেত্ৰত প্ৰগতি আৰু গোলকীয় জীৱন শক্তিশালী কৰাৰ যথেষ্ট সম্ভাৱনা আছে।ইটালীৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
November 19th, 08:34 am
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত ইটালীৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষ মহামহিম জৰ্জিয়া মেল’নীক সাক্ষাৎ কৰে।বিগত দুবছৰৰ ভিতৰত এইখন আছিল পঞ্চমখন বৈঠক। ২০২৪ চনৰ জুনত ইটালীৰ পুগ্লিয়াত প্ৰধানমন্ত্ৰী মেল’নীৰ অধ্যক্ষতাত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলন উপলক্ষে দুয়োগৰাকী নেতাৰ অন্তিমখন বৈঠক অনুষ্ঠিত হৈছিল। প্ৰধানমন্ত্ৰীয়ে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত জি-৭ শীৰ্ষ সন্মিলনৰ নেতৃত্ব দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মেলনীক অভিনন্দন জনায়।ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ
November 19th, 06:09 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত জি-২০ সন্মিলনত অংশগ্ৰহণৰ সুযোগতে ইণ্ডোনেছিয়াৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি এইচ ই প্ৰবোও চুবিয়েণ্টোক সাক্ষাৎ কৰে। এয়া দুয়োগৰাকী নেতাৰ প্ৰথম বৈঠক।পৰ্তুগালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
November 19th, 06:08 am
ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰ্তুগীজৰ প্ৰধানমন্ত্ৰী মহামহিম লুইছ মণ্টেনেগ্ৰোক সাক্ষাৎ কৰে। এইখন আছিল দুয়োগৰাকী নেতাৰ প্ৰথম বৈঠক। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৪ চনৰ এপ্ৰিলত প্ৰধানমন্ত্ৰী মণ্টেনেগ্ৰোৱে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনাই ভাৰত আৰু পৰ্তুগালৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক গভীৰ আৰু সুদৃঢ় কৰাৰ বাবে একেলগে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মণ্টেনেগ্ৰোৱে প্ৰধানমন্ত্ৰী মোদীক তৃতীয়টো কাৰ্যকালৰ বাবে অভিনন্দন জনায়।ব্ৰাজিলৰ ৰিঅ’ দি জেনেইৰ’ ত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী
November 18th, 08:38 am
ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণৰ সময়ত তেওঁ জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে বিশ্বৰ নেতাসকলক সাক্ষাৎ কৰিব।নতুন দিল্লীত জি-২০ নেতাসকলৰ ঘোষণা-পত্ৰ
September 09th, 05:04 pm
আজি নতুন দিল্লীত গৃহীত হোৱা জি-২০ নেতাসকলৰ ঘোষণা-পত্ৰখনি নিম্ন-উল্লেখিক লিংকটোত উপলব্ধ হৈছেঃপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিশ্বই জলবায়ু সংকটৰে যুঁজিবলগীয়া হোৱাৰ মুহূৰ্তত আমি পথ দেখুৱাইছো আৰু ‘পৰিৱেশৰ বাবে জীৱনশৈলী’ – ‘মিছন লাইফ’-ৰ উদ্যোগ গ্ৰহণ কৰিছো
August 15th, 05:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ প্ৰাচীৰৰ পৰা ‘৭৭ সংখ্যক স্বাধীনতা দিৱস’ উপলক্ষে দেশবাসীক সম্বোধন কৰি কয় যে আমি ‘জি-২০’ সন্মিলনৰ বাবে এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যতৰ ধাৰণা আগবঢ়াইছো আৰু সেই দিশত কাম কৰি আছো। বিশ্বই জলবায়ু সংকটৰ সৈতে যুঁজি থকাৰ মুহূৰ্তত আমি পথ দেখুৱাইছো আৰু ‘পৰিৱেশৰ বাবে জীৱনশৈলী’ – ‘মিছন লাইফ’-ৰ উদ্যোগ গ্ৰহণ কৰিছোঁ।দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ
June 10th, 10:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মাতেমেলা চিৰিল ৰামাফোছাৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।PM lauds record participation in G20 Janbhagidari event, an initiative of MoE
June 10th, 07:53 pm
PM Modi lauded the record participation in G20 Janbhagidari event, an initiative of Ministry of Education. As the central focus of India’s G20 Presidency, Ministry of Education is organizing a series of activities & programs aiming at promoting & endorsing the theme of “Ensuring Foundation Literacy and Numeracy (FLN)” especially in the context of blended learningIf the world praises India it's because of your vote which elected a majority government in the Centre: PM Modi in Mudbidri
May 03rd, 11:01 am
Continuing his election campaigning spree, Prime Minister Narendra Modi today addressed a mega public meeting in Karnataka’s Mudbidri. May 10th, the day of the polls, is fast approaching. The BJP is determined to make Karnataka the top state and BJP's resolve is to make Karnataka a manufacturing super power. This is our roadmap for the coming years,” stated PM Modi.PM Modi addresses public meetings in Karnataka’s Mudbidri, Ankola and Bailhongal
May 03rd, 11:00 am
Continuing his election campaigning spree, Prime Minister Narendra Modi today addressed a mega public meeting in Karnataka’s Mudbidri. May 10th, the day of the polls, is fast approaching. The BJP is determined to make Karnataka the top state and BJP's resolve is to make Karnataka a manufacturing super power. This is our roadmap for the coming years,” stated PM Modi.ৰিপাব্লিক টিভিৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ
April 26th, 08:01 pm
অৰ্ণব গোস্বামীজী, ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ সকলো সহকৰ্মী, ৰিপাব্লিক টিভিৰ দেশ-বিদেশৰ সমূহ দৰ্শক, ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল। বেলেগ কথা কোৱাৰ পূৰ্বে মই শৈশৱতে শুনা এটা কৌতুক আপোনালোক সকলোৰে আগত ক’ব বিচাৰিছোঁ। এগৰাকী অধ্যাপক আছিল। তেওঁৰ কন্যাই এদিন আত্মহত্যাৰ পথ বাচি লয় আৰু এক টোকা লিখি থৈ যায়। টোকাটিত তেওঁ এইদৰে উল্লেখ কৰে যে, তেওঁ জীৱনত ভাগৰি পৰিছে আৰু জীয়াই থাকিব নিবিচাৰে। টোকাটোত তেওঁ আৰু লিখে যে তেওঁ কিবা খাব আৰু কানকাৰিয়া হ্ৰদত জঁপিয়াই মৰিম। পিছদিনা ৰাতিপুৱা অধ্যাপকজনে দেখে যে তেওঁৰ ছোৱালীজনী ঘৰত নাই। তেওঁ ছোৱালীজনীৰ কোঠালৈ গৈ বিচনাত এখন চিঠি দেখা পায়। পত্ৰখন পঢ়ি তেওঁৰ বৰ খং উঠে। তেওঁ কয়, ‘মই এজন অধ্যাপক, মই ইমান বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰিছোঁ, তথাপিও আত্মহত্যাৰ টোকাত তাই কানকাৰিয়া বানানটো ভুলকৈ লিখিছে।’ মই সুখী যে অৰ্ণবে ভাল হিন্দী কোৱা আৰম্ভ কৰিছে। তেওঁ কি কৈছিল মই শুনা নাছিলো, কিন্তু হিন্দী ঠিক আছে নে নাই সেয়া মই মনোযোগেৰে শুনি আছিলো। সম্ভৱতঃ মুম্বাইত বাস কৰাৰ বাবে, আপোনাৰ হিন্দী উন্নত হৈছে।নতুন দিল্লীত ৰিপাব্লিক সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰীৰ
April 26th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত ৰিপাব্লিক সন্মিলনত ভাষণ দিয়ে।প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত ভাৰতৰ জি-২০ ৰ অধ্যক্ষতাৰ দিশসমূহৰ সন্দৰ্ভত ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু এলজিসকলৰ ভিডিঅ’ বৈঠক
December 09th, 08:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি ৰাজ্যসমূহৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ এলজিসকলৰ ভিডিঅ’ বৈঠক অনুষ্ঠিত হয়। ইয়াত ভাৰতৰ জি-২০ ৰ অধ্যক্ষতাৰে জড়িত দিশসমূহৰ সম্পৰ্কে আলোচনা চলে।আকাশৰ সীমা নাইঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
November 27th, 11:00 am
মই আপোনালোক সকলোকে 'মন কী বাত'লৈ আকৌ এবাৰ উষ্ম আদৰণি জনাইছো। এই কাৰ্যসূচীটোৰ আজি হৈছে ৯৫ তম খণ্ড। আমি দ্ৰুতগতিত 'মন কী বাত'ৰ শতকৰ দিশে আগবাঢ়িছো। এই কাৰ্যসূচী মোৰ বাবে ১৩০ কোটি দেশবাসীৰ সৈতে সংযোগ স্থাপনৰ আন এটা মাধ্যম। প্ৰতিটো খণ্ডৰ পূৰ্বে, গাওঁ আৰু চহৰৰ পৰা অহা চিঠি পঢ়া, শিশুৰ পৰা জ্যেষ্ঠসকলৰ অডিঅ' বাৰ্তা শুনা; এইটো মোৰ বাবে এক আধ্যাত্মিক অভিজ্ঞতাৰ দৰে।