PM Modi attends News18 Rising Bharat Summit
March 20th, 08:00 pm
Prime Minister Narendra Modi attended and addressed News 18 Rising Bharat Summit. At this time, the heat of the election is at its peak. The dates have been announced. Many people have expressed their opinions in this summit of yours. The atmosphere is set for debate. And this is the beauty of democracy. Election campaigning is in full swing in the country. The government is keeping a report card for its 10-year performance. We are charting the roadmap for the next 25 years. And planning the first 100 days of our third term, said PM Modi.আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ পেছাদাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
June 24th, 07:28 am
যুক্তৰাষ্ট্ৰ – ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফৰাম (USISPF)ৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মহামহিম এন্টনি ব্লিংকেনেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।Highlights from PM Modi's Independence Day speech
August 15th, 03:02 pm
Prime Minister Shri Narendra Modi today addressed the nation from the Red Fort as the country celebrated its 75th Independence Day. During the speech, PM Modi listed achievements of his government and laid out plans for the future. He made an addition to his popular slogan of “Sabka Saath, Sabka Vikas and Sabka Vishwas.” The latest entrant to this group is “Sabka Prayas.”৭৫সংখ্যক সতন্ত্ৰতা দিৱসত লাল কিল্লাৰ পৰা প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙনি
August 15th, 07:38 am
স্বাধীনতাৰ অমৃত মহোত্সৱ, ৭৫সংখ্যক স্বতন্ত্ৰতা দিৱসত আপোনালোক আটাইৰে লগতে বিশ্বজুৰি ভাৰতক ভালপোৱা, গণতন্ত্ৰক ভালপোৱা সকলো লোককে বহুত-বহুত শুভকামনা জ্ঞাপন কৰিছো।ভাৰতে উদযাপন কৰিছে ৭৫তম স্বাধীনতা দিৱস
August 15th, 07:37 am
দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত আজি লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰৰ সাফল্যৰ তালিকাখন আলোকপাত কৰাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়েও উল্লেখ কৰে ৷ তেওঁৰ জনপ্ৰিয় শ্ল’গান ‘‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’’ত ‘‘সবকা প্ৰয়াস’’শীৰ্ষক আন এটি শ্ল’গান সংযোজিত কৰে ৷For our government reforms are a matter of conviction not compulsion: PM Modi
August 11th, 06:52 pm
PM Modi addressed the Confederation of Indian Industry Annual Meeting 2021. PM Modi asked the Industry to take full advantage of the atmosphere of trust for India’s development and capabilities. Making a note of the changes in the approach of the current government and change in the ways of working of the current setup, the PM stressed that the new India of today is ready to march with the new world.PM addresses the Confederation of Indian Industry (CII) Annual Meeting 2021
August 11th, 04:30 pm
PM Modi addressed the Confederation of Indian Industry Annual Meeting 2021. PM Modi asked the Industry to take full advantage of the atmosphere of trust for India’s development and capabilities. Making a note of the changes in the approach of the current government and change in the ways of working of the current setup, the PM stressed that the new India of today is ready to march with the new world.‘বিশেষত্ব সম্পন্ন তীখা’ৰ বাবে ‘উত্পাদন-সংলগ্ন উদগণি (পিএলআই) আঁচনি’ৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন
July 22nd, 03:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ সভাই ‘বিশেষত্ব সম্পন্ন তীখা’ৰ বাবে ‘উত্পাদন-সংলগ্ন উদগণি (পিএলআই) আঁচনি’ৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন জনাইছে। আঁচনিখনৰ সময়-কাল ২০২৩-২৪ৰ পৰা ২০২৭-২৮লৈ মুঠ পাঁচ বছৰ হ’ব। আঁচনিখন ৰূপায়ণৰ বাবে প্ৰাকলিত পুঁজিৰ পৰিমাণ ৬৩২২কোটি টকা ধাৰ্য্ কৰা হৈছে, আঁচনিখনৰ জৰিয়তে প্ৰায় ৪০,০০০কোটি টকা পৰিমাণৰ বিনিয়োগ আকৰ্ষিত কৰিব পৰা যাব বুলি আশা কৰা হৈছে। ইয়াৰ জৰিয়তে ২৫নিযুত টন পৰিমাণৰ বিশেষত্ব সম্পন্ন তীখা অতিৰিক্ত পৰিমাণে উত্পাদন কৰিব পৰা যাব। প্ৰায় ৫,২৫,০০০ লোকৰ নিয়োগ সম্ভাৱনীয়তা সৃষ্টি কৰিব পৰা আঁচনিখনৰ জৰিয়তে ৬৮,০০০লোকক প্ৰত্যক্ষ ভাবে সংস্থাপিত কৰিব পৰা যাব।Social Media Corner 5th November 2016
November 05th, 07:58 pm
Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!Social Media Corner 10th September
September 10th, 11:58 pm
Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!