Institutional service has the ability to solve big problems of the society and the country: PM at the Karyakar Suvarna Mahotsav
December 07th, 05:52 pm
PM Modi addressed the Karyakar Suvarna Mahotsav in Ahmedabad via video conferencing. He highlighted the Karyakar Suvarna Mahotsav as a key milestone in 50 years of service by BAPS. He praised the initiative of connecting volunteers to service work, which began five decades ago and applauded the dedication of lakhs of BAPS workers.Prime Minister Shri Narendra Modi addresses Karyakar Suvarna Mahotsav in Ahmedabad
December 07th, 05:40 pm
PM Modi addressed the Karyakar Suvarna Mahotsav in Ahmedabad via video conferencing. He highlighted the Karyakar Suvarna Mahotsav as a key milestone in 50 years of service by BAPS. He praised the initiative of connecting volunteers to service work, which began five decades ago and applauded the dedication of lakhs of BAPS workers.Prime Minister Narendra Modi meets with Prime Minister of Lao PDR
October 11th, 12:32 pm
Prime Minister Narendra Modi held bilateral talks with Prime Minister of Lao PDR H.E. Mr. Sonexay Siphandone in Vientiane. They discussed various areas of bilateral cooperation such as development partnership, capacity building, disaster management, renewable energy, heritage restoration, economic ties, defence collaboration, and people-to-people ties.Cabinet approves Flood Management and Border Areas Programme (FMBAP) for the period 2021-26
February 21st, 11:36 pm
The Union Cabinet chaired by Prime Minister Shri Narendra Modi approved the proposal of Department of Water Resources, RD & GR for continuation of centrally sponsored Scheme, viz., “Flood Management and Border Areas Programme (FMBAP)” with total outlay of Rs. 4,100 crore for a period of 5 years from 2021-22 to 2025-26 (15th Finance Commission period).তামিলনাডুৰ তিৰুচিৰাপল্লীত উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 02nd, 12:30 pm
তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ.এন. ৰবি জী, মুখ্যমন্ত্ৰী এম. ষ্টেলিন জী, মোৰ কেবিনেট সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী আৰু এই ভূমিৰ পুত্ৰ এল. মুৰুগান জী, তামিলনাডু চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল তথা মোৰ তামিলনাডুৰ পৰিয়ালৰ সদস্যসকল!প্ৰধানমন্ত্ৰীৰ তামিলনাডুৰ তিৰুচিৰাপল্লীত ২০,০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন
January 02nd, 12:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ তিৰুচিৰাপল্লীত ২০,০০০ কোটি টকাতকৈও অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প মুকলি কৰে তথা ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত তামিলনাডুৰ ৰে'ল, পথ, তেল আৰু গেছ তথা জাহাজ পৰিবহন খণ্ডৰ দৰে খণ্ড অন্তৰ্ভুক্ত হৈ আছে।Central Government continuously monitoring flood situation in Assam and working closely with State Government to provide all possible assistance: PM
June 23rd, 09:15 pm
Taking note of the flood in Assam, Prime Minister Narendra Modi said, The Central Government is continuously monitoring the flood situation in Assam and is working closely with the State Government to provide all possible assistance to overcome this challenge.‘গ্ৰীষ্ম প্ৰবাহ’ সম্পৰ্কীয় পৰিস্থিতিৰ প্ৰবন্ধন তথা বাৰিষাৰ প্ৰস্তুতি পৰ্যালোচনা কৰাৰ বাবে এক উচ্চ পৰ্যায়ৰ সভাত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে
May 05th, 08:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গ্ৰীষ্ম প্ৰবাহৰ দৰে পৰিস্থিতিৰ প্ৰবন্ধন আৰু বাৰিষাৰ বাবে গ্ৰহণ কৰিবলগীয়ৈ সতৰ্কতামূলক ব্যৱস্থাৱলীৰ পৰ্যালোচনাৰ কৰে।পিএছএলভি চি৫২ অভিযানৰ সফল উৎক্ষেপণত ভাৰতীয় মহাকাশ বিজ্ঞানীসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
February 14th, 10:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিএছএলভি চি৫২ অভিযানৰ সফল উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ বিজ্ঞানীসকলক অভিনন্দন জনাইছে।গ্ৰামোন্নয়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় বাজেটৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত অনুষ্ঠিত ৱে’বিনাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 23rd, 05:24 pm
Prime Minister Narendra Modi paid tribute to Netaji Subhas Chandra Bose on his 125th birth anniversary. Addressing the gathering, he said, The grand statue of Netaji, who had established the first independent government on the soil of India, and who gave us the confidence of achieving a sovereign and strong India, is being installed in digital form near India Gate. Soon this hologram statue will be replaced by a granite statue.ইণ্ডিয়া গেটত নেতাজীৰ হ’ল’গ্ৰাম মূর্তি উন্মোচন প্রধানমন্ত্রীৰ
January 23rd, 05:23 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্র বসুৰ এটা হ’ল’গ্ৰাম মূর্তি উন্মোচন কৰে৷ নেতাজীৰ মূর্তি নির্মাণৰ কাম শেষ নোহোৱালৈকে এই হ’ল’গ্ৰাম মূর্তি থাকিব৷ বছৰজোৰা নেতাজী সুভাষ চন্দ্র বসুৰ ১২৫সংখ্যক জন্ম বার্ষিকী উদযাপন উপলক্ষে মূর্তিটো সেই স্থানত উন্মোচন কৰা হ’ব।PM to visit Kedarnath on 5th November and inaugurate Shri Adi Shankaracharya Samadhi
October 28th, 06:17 pm
PM Modi will visit kedarnath, Uttarakhand on 5th November. PM Modi will offer prayers at the Kedarnath Temple. He will also inaugurate Shri Adi Shankaracharya Samadhi and unveil the statue of Shri Adi Shankaracharya. The Samadhi has been reconstructed after the destruction in the 2013 floods.অসমৰ ভিন্ন প্ৰান্তৰ বান পৰিস্থিতি সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
August 31st, 10:52 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ বান পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে এই পৰিস্থিতি প্ৰশমনত সহায়ৰ অৰ্থে কেন্দ্ৰৰপৰা সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।পশ্চিম বংগৰ বান পীড়িতসকললৈ পিএমএনআৰএফৰপৰা ক্ষতিপূৰণ ঘোষণা প্ৰধানমন্ত্ৰীৰ
August 04th, 08:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ কিছু অংশত বানত প্ৰাণহানি হোৱাসকলৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ ক্ষতিপূৰণ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। তেখেতে তদুপৰি আহতসকললৈ ৫০,০০০ টকাকৈ ঘোষণা কৰে।মধ্য প্ৰদেশৰ বৰষুণ আৰু বানপীড়িতসকলৰ বাবে ‘পিএমএনআৰফ’-ৰ পৰা এককালীন সাহায্য অনুমোদন জনাইছে প্ৰধানমন্ত্ৰীয়ে
August 04th, 08:29 pm
মধ্য প্ৰদেশৰ বৰষুণ আৰু বানত নিহতসকলৰ নিকটাত্মীয়লৈ পিএমএনআৰএফ-ৰ পৰা ২লাখকৈ এককালীন সাহায্য প্ৰদানৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ আহতসকললৈও ৫০হাজাৰ টকাকৈ আগবঢ়ায়।পশ্চিম বংগৰ বান পৰিস্থিতি সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
August 04th, 01:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ কিছু অংশত বান্ধসমূহে পানী এৰি দিয়াৰ বাবে উদ্ভৱ হোৱা বান পৰিস্থিতি সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী মমতা বেনাৰ্জীৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক তদুপৰি পৰিস্থিতি প্ৰশমনত সহায়ৰ অৰ্থে কেন্দ্ৰৰপৰা সম্ভৱপৰ সকলো সাহায্য় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।মুষলধাৰ বৰষুণ আৰু বানৰ কবলত পৰা সকলক সকাহ দিয়াৰ বাবে মধ্য প্ৰদেশ চৰকাৰৰ সৈতে ঘনিস্থ ভাবে কাম কৰি আছে কেন্দ্ৰীয় চৰকাৰে : প্ৰধানমন্ত্ৰী
August 04th, 01:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মুষলধাৰ বৰষুণ আৰু বানৰ কবলত পৰা সকলক সকাহ দিয়াৰ বাবে মধ্য প্ৰদেশ চৰকাৰৰ সৈতে ঘনিস্থ ভাবে কাম কৰি আছে কেন্দ্ৰীয় চৰকাৰে। ৰাজ্যখনৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে বাৰ্তালাপতো মিলিত হৈছে।২৫.০৭.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৯তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
July 25th, 09:44 am
দুদিন পূৰ্বৰ কিছুমান অদভূত ছবি, কিছু স্মৃতিদায়ক পল এতিয়াও মোৰ চকুত ভাঁহি আছে, সেইবাবে এইবাৰ ‘মন কী বাত’ৰ আৰম্ভণি সেই ক্ষণটোৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিছো ৷ টকিঅ’ অলিম্পিকত ভাৰতীয় খেলুৱৈয়ে ত্ৰিৰংগা লৈ আগবাঢ়ি যোৱাৰ ক্ষণটোত কেৱল ময়েই নহয়, সমগ্ৰ দেশ ৰোমাঞ্চিত হৈ উঠিছে ৷ সমগ্ৰ দেশে, যেন ঐক্যৱদ্ধ হৈ আমাৰ যোদ্ধাসকলক কৈছে –মহাৰাষ্ট্ৰৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিলে প্ৰধানমন্ত্ৰীয়ে
July 22nd, 09:59 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰেৰ সৈতে কথা পতাৰ লগতে প্রৱল বৃষ্টিপাত আৰু বানৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে৷কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত হৈ থকা বৃষ্টিপাত আৰু বান পৰিস্থিতিক লৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালা
October 16th, 09:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত হৈ থকা বৃষ্টিপাত আৰু বান পৰিস্থিতিক লৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বি এছ য়েডিউৰাপ্পাৰ সৈতে বাৰ্তালাপ কৰে৷