PM to visit Gujarat and Tamil Nadu on 28-29 July

July 26th, 12:52 pm

Prime Minister Shri Narendra Modi will visit Gujarat and Tamil Nadu on 28-29 July, 2022. At around 12 Noon on 28 July, Prime Minister will inaugurate and lay the foundation stone of multiple projects of Sabar Dairy at Gadhoda Chowki, Sabarkantha. Thereafter, Prime Minister will travel to Chennai and declare open the 44th Chess Olympiad at JLN Indoor Stadium, Chennai at around 6 PM.

৪৪তম দবা অলিম্পিয়াডৰ বাবে টৰ্চ ৰীলে মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 19th, 05:01 pm

দবা অলিম্পিয়াডৰ এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত উপস্থিত আছে মোৰ কেবিনেট সহকৰ্মী, আন্তৰ্জাতিক দবা ফেডাৰেচনৰ সভাপতি আৰ্কাডি ডভোৰ্কভিচ, সৰ্বভাৰতীয় দবা ফেডাৰেচনৰ সভাপতি, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত, দবা আৰু অন্যান্য ক্ৰীড়া সংগঠনৰ প্ৰতিনিধি, ৰাজ্য চৰকাৰৰ প্ৰতিনিধি, প্ৰতিনিধি, আন সকলো গণ্যমান্য ব্যক্তি, দবা অলিম্পিয়াড দলৰ সদস্য আৰু অন্যান্য দবা খেলুৱৈসকল। ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল!

PM launches historic torch relay for 44th Chess Olympiad

June 19th, 05:00 pm

Prime Minister Modi launched the historic torch relay for the 44th Chess Olympiad at Indira Gandhi Stadium, New Delhi. PM Modi remarked, We are proud that a sport, starting from its birthplace and leaving its mark all over the world, has become a passion for many countries.”

১৯ জুনত ৪৪সংখ্যক দবা অলিম্পিয়াডৰ বাবে ঐতিহাসিক শিখা দৌৰ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

June 17th, 04:47 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ জুনত সন্ধিয়া ৫ বজাত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত ৪৪সংখ্যক দবা অলিম্পিয়াডৰ বাবে ঐতিহাসিক শিখা দৌৰ আৰম্ভ কৰিব। এই উপলক্ষে তেওঁ উপস্থিত দৰ্শক সম্বোধি ভাষণ আগবঢ়াব।