Cabinet approves Central Sector Scheme for providing Drones to the Women Self Help Groups

November 29th, 02:22 pm

The Union Cabinet chaired by the Prime Minister, Shri Narendra Modi has approved Central Sector Scheme for providing Drones to the Women Self Help Groups (SHGs), with an outlay of Rs. 1261 Crore for the period from 2024-25 to 2025-26.

কেন্দ্ৰীয় মন্ত্ৰীসভাই দেশত সহযোগিতা আন্দোলনক শক্তি প্ৰদান কৰা আৰু ইয়াৰ গমন তৃণমূল স্তৰলৈকে ব্যাপক কৰাত অনুমোদন জনায়

February 15th, 03:49 pm

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই দেশত সহযোগিতা আন্দোলনক শক্তি প্ৰদান কৰা আৰু ইয়াৰ গমন তৃণমূল স্তৰলৈকে ব্যাপক কৰাত অনুমোদন দিছে। সহযোগিতা মন্ত্ৰালয়ে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু মাননীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সক্ষম মাৰ্গদৰ্শনত মৎস্য পালন, পশুপালন আৰু ডেইৰী মন্ত্ৰালয়ৰ বিভিন্ন যোজনাৰ সমন্বয়ৰ মাধ্যমত 'সম্পূৰ্ণ চৰকাৰ' দৃষ্টিভংগীৰ সুবিধা গ্ৰহণ কৰি ব্যৱহাৰ্য প্ৰাথমিক কৃষি ঋণ সমিতি (পিএচিএছ)ৰ পৰা বঞ্চিত প্ৰত্যেক পঞ্চায়তত তাৰ প্ৰতিষ্ঠা কৰা, ব্যৱহাৰ্য ডেইৰী সহকাৰী সমিতিৰ পৰা বঞ্চিত প্ৰত্যেক পঞ্চায়ত/গাঁৱত তাৰ প্ৰতিষ্ঠা কৰা আৰু বৰ্তমানৰ পিএচিএছ/ডেইৰী/মৎস্য সহকাৰী সমিতিসমূহ শক্তিশালী কৰাৰ যোজনা প্ৰস্তুত কৰিছে। প্ৰাৰম্ভিক পৰ্যায়ত, অহা পাঁচ বছৰত ২ লাখ পিএচিএছ/ডেইৰী/মৎস্য সহকাৰী সমিতি স্থাপন কৰা হ'ব। এই পৰিকল্পনাৰ ৰূপায়ণৰ বাবে নাবাৰ্ড, ৰাষ্ট্ৰীয় ডেইৰী বিকাশ ব'ৰ্ড (এনডিডিবি) আৰু ৰাষ্ট্ৰীয় মৎস্য বিকাশ ব'ৰ্ড (এনএফডিবি)ৰ দ্বাৰা কাৰ্য যোজনা প্ৰস্তুত কৰা হ'ব।

১১ আৰু ১২ নৱেম্বৰত কৰ্ণাটক, তমিলনাডু, অন্ধ্ৰ প্ৰদেশ, তেলেংগাণা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

November 09th, 04:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ আৰু ১২ নৱেম্বৰ, ২০২২ত কৰ্ণাটক, তমিলনাডু, অন্ধ্ৰ প্ৰদেশ, তেলেংগাণা ভ্ৰমণ কৰিব। ১১ নৱেম্বৰৰ পুৱা প্ৰায় ৯.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুৰ বিধান সৌধাত থকা সন্ত কবি শ্ৰী কনকা দাসা আৰু মহৰ্ষি বাল্মিকীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰিব। প্ৰায় ১০.২০ বজাত তেওঁ বেংগালুৰু ৰে’লষ্টেশ্যনত ‘বন্দে ভাৰত এক্সপ্ৰেছ’ আৰু ‘ভাৰত গৌৰৱ কৃষিদৰ্শন ৰে’লগাড়ী’ৰ যাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ ঘোষণা কৰিব। দিনৰ প্ৰায় ১১.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুৰ ‘কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’ত নিৰ্মাণ কৰা ‘টাৰ্মিনেল-২’ৰ উদ্বোধন কৰাৰ পিচত প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব ১০৮ ফুট উচ্চতাৰ নাদাপ্ৰভু কেম্পেগৌড়াৰ প্ৰতিমূৰ্তিটো। ইয়াৰ পিচতে প্ৰায় ১২.৩০ বজাত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। বিয়লি প্ৰায় ৩.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ দিন্দিগুলত থকা ‘গান্ধীগ্ৰাম গ্ৰামীন প্ৰতিষ্ঠান’ৰ ‘৩৬ সংখ্যক সমাৱৰ্তন সমাৰোহ’ত ভাষণ প্ৰদান কৰিব।

প্রধানমন্ত্রীয়ে ৰাইপুৰ, ছত্তিশগড়ত ৩৫বিধ বিশেষ গুণসম্পন্ন শস্য দেশৰ উদ্দেশ্যে অৰ্পণ কৰি দিয়া ভাষণৰ পাঠ

September 28th, 11:01 am

নমস্কাৰ জী! কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰীমান নৰেন্দ্ৰ সিংহ তোমৰ জী, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰীমান ভূপেশ বঘেল জী, মন্ত্ৰীসভাৰ মোৰ অন্য সহযোগী শ্ৰী পুৰুষোত্তম ৰূপালা জী, শ্ৰী কৈলাশ চৌধৰী জী, ভগ্নী শোভা জী, ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী ৰমণ সিংহ জী, বিৰোধী নেতা শ্ৰী ধৰ্ম লাল কৌশিক জী, কৃষি শিক্ষাৰে জড়িত সকলো ভিচি, ডাইৰেক্টৰছ, বৈজ্ঞানিক বন্ধু আৰু মোৰ মৰমৰ কৃষক ভাই আৰু ভনীসকল!

দেশবাসীৰ নামত ৩৫প্ৰজাতিৰ বিশেষ গুনসম্পন্ন শস্য উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে

September 28th, 11:00 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে আজি বিশেষ গুনসম্পন্ন ৩৫বিধ শস্য দেশবাসীৰ নামত উৎসৰ্গা কৰে৷ একেটা অনুষ্ঠানতে প্রধানমন্ত্রীয়ে ৰায়পুৰৰ নেচনেল ইনষ্টিটিউট অৱ বায়’টিক ষ্ট্ৰেছ মেনেজমেণ্টৰ নৱনির্মিত ভৱন দেশবাসীৰ নামত উৎসৰ্গা কৰে৷ অনুষ্ঠানত প্রধানমন্ত্রীয়ে কৃষি বিশ্ববিদ্যালয়সমূহ সেউজ চৌহদ বঁটাও বিতৰণ কৰে। ভিডিঅ’ কনফাৰেন্সযোগে তেওঁ কৃষকসকলৰ সৈতে ্ত বিনিময় অনুষ্ঠানত অংশ লোৱাৰ লগতে ভাষণো আগবঢ়ায়৷

There is no reason for mistrust in the recent agricultural reforms: PM Modi

December 18th, 02:10 pm

PM Narendra Modi addressed a Kisan Sammelan in Madhya Pradesh through video conferencing. PM Modi accused the opposition parties of misleading the farmers and using them as a vote bank and political tool. He also reiterated that the system of MSP will remain unaffected by the new agricultural laws.

PM Modi addresses Kisan Sammelan in Madhya Pradesh

December 18th, 02:00 pm

PM Narendra Modi addressed a Kisan Sammelan in Madhya Pradesh through video conferencing. PM Modi accused the opposition parties of misleading the farmers and using them as a vote bank and political tool. He also reiterated that the system of MSP will remain unaffected by the new agricultural laws.

Our government is making sure that whatever money is allotted, all of it reaches the people: PM Modi

September 22nd, 11:18 am

Addressing a public rally in Talcher, Odisha, Prime Minister Narendra Modi today said that you have broken all records of previous rallies. This huge crowd portrays the sentiments of the people of Odisha.

PM Modi addresses a public meeting in Talcher, Odisha

September 22nd, 11:18 am

Addressing a public rally in Talcher, Odisha, Prime Minister Narendra Modi today said that you have broken all records of previous rallies. This huge crowd portrays the sentiments of the people of Odisha.

২২ ছেপ্তেম্বৰত উৰিষ্যা আৰু চত্তীশগড় ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 21st, 04:44 pm

উৰিষ্যাৰ তালচাৰত তেওঁ এটি সাৰ কাৰখানাৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিব৷ এয়া হ’ব দেশৰ প্ৰথমটো কয়লা গেছীকৰণ ভিত্তিক সাৰ প্ৰকল্প৷ সাৰ প্ৰস্তুতৰ লগতে এই প্ৰকল্পই প্ৰাকৃতিক গেছ উৎপাদন কৰিব৷

PM Modi lays Foundation Stone of Barrage over Narmada river, flags off Antyodaya Express

October 08th, 03:15 pm

Prime Minister Narendra Modi today inaugurated multiple development projects in Bharuch, Gujarat. These include Foundation Stone of Barrage over Narmada river and flagging off Antyodaya Express between Udhna (Surat, Gujarat) and Jaynagar (Bihar).

Cabinet approves Capital Grant to GAIL for development of Gas Infrastructure in Eastern part of the country

September 21st, 05:32 pm

CCEA chaired by PM Modi approved viability partial capital grant at 40% (Rs. 5,176 crore) of the estimated capital cost of Rs. 12,940 crore to GAIL for development of 2539 km long Jagdishpur-Haidia and Bokaro-Dhamra Gas Pipeline (JHBDPL) project. Govt has taken this historic decision to provide Capital Support for developing this gas pipeline. JHBDPL project will connect Eastern part of the country with National Gas Grid.

Centre & States must work shoulder to shoulder to take the nation to newer heights of progress: PM

August 07th, 05:21 pm

PM Modi launched Mission Bhagiratha in Telangana aimed to provide safe drinking water to all. The Prime Minister unveiled plaques to lay Foundation Stones for 1600 MW Thermal Power station of NTPC & revival of a Fertilizer Plant at Ramagundam; Kaloji Narayana Rao University of Health Sciences, Warangal; and Manoharabad-Kothapalli Railway line. He also dedicated to the nation the 1200 MW Thermal Power Station.

PM launches Mission Bhagiratha; lays Foundation Stone of key development projects in Telangana

August 07th, 05:20 pm

PM Modi launched Mission Bhagiratha in Telangana aimed to provide safe drinking water to all. The Prime Minister unveiled plaques to lay Foundation Stones for 1600 MW Thermal Power station of NTPC & revival of a Fertilizer Plant at Ramagundam; Kaloji Narayana Rao University of Health Sciences, Warangal; and Manoharabad-Kothapalli Railway line. He also dedicated to the nation the 1200 MW Thermal Power Station.