এংগোলাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিজ্ঞপ্তিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তি

এংগোলাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিজ্ঞপ্তিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তি

May 03rd, 01:00 pm

মই ৰাষ্ট্ৰপতি ল’ৰেঞ্চো আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। এয়া এক ঐতিহাসিক মুহূৰ্ত। ৩৮ বছৰৰ পাছত, এংগোলাৰ ৰাষ্ট্ৰপতি ভাৰত ভ্ৰমণলৈ আহিছে। তেওঁৰ এই ভ্ৰমণে, কেৱল ভাৰত-এংগোলাৰ সম্পৰ্কক নতুন দিশ আৰু গতি প্ৰদান কৰাই নহয়, বৰং ভাৰত-আফ্ৰিকাৰ অংশীদাৰিত্বও শক্তিশালী কৰিছে।

ভাৰতীয় ৰে’লৱেৰ চাৰিখন মাল্টিট্ৰেকিং প্ৰকল্পত কেবিনেটৰ অনুমোদন

ভাৰতীয় ৰে’লৱেৰ চাৰিখন মাল্টিট্ৰেকিং প্ৰকল্পত কেবিনেটৰ অনুমোদন

April 04th, 03:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে ৰে’ল মন্ত্ৰালয়ৰ চাৰিটা প্ৰকল্পত অনুমোদন জনাইছে, যাৰ মুঠ ব্যয় হ’ল ১৮,৬৫৮ কোটি (প্ৰায়)টকা। মহাৰাষ্ট্ৰ, উৰিষ্যা আৰু ছত্তীশগড় এই ৩খন ৰাজ্যৰ ১৫খন জিলাক সামৰি লোৱা চাৰিখন প্ৰকল্পই ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ১২৪৭ কিলোমিটাৰ বৃদ্ধি কৰিব।

ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰৰ ওপৰত খাৰিফ, ২০২৫ (০১.০৪.২০২৫ৰ পৰা ৩০.০৯.২০২৫লৈ)ৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্য (এনবিএছ)ৰ হাৰত কেবিনেটৰ অনুমোদন

ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰৰ ওপৰত খাৰিফ, ২০২৫ (০১.০৪.২০২৫ৰ পৰা ৩০.০৯.২০২৫লৈ)ৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্য (এনবিএছ)ৰ হাৰত কেবিনেটৰ অনুমোদন

March 28th, 04:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰৰ ওপৰত খাৰিফ বতৰ ২০২৫ (০১.০৪.২০২৫ৰ পৰা ৩০.০৯.২০২৫লৈ) ৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্য (এনবিএছ)ৰ হাৰ নিৰ্ধাৰণৰ বাবে সাৰ বিভাগৰ প্ৰস্তাৱত যাৱতীয় অনুমোদন জনাইছে।

২০২৪-২৫ আৰু ২০২৫-২৬ বৰ্ষৰ বাবে বৰ্ধিত আবণ্টনৰ সৈতে সংশোধিত ৰাষ্ট্ৰীয় গোকুল মিছন ৰূপায়ণত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

March 19th, 04:18 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি পশুধন খণ্ডৰ বিকাশ বৃদ্ধিৰ বাবে সংশোধিত ৰাষ্ট্ৰীয় গোকুল মিছন (আৰজিএম)ত অনুমোদন জনাইছে। উন্নয়ন কাৰ্যসূচী আঁচনিৰ কেন্দ্ৰীয় খণ্ডৰ উপাদান হিচাপে সংশোধিত আৰ জি এমৰ ৰূপায়ণ ১০০০ কোটি টকাৰ অতিৰিক্ত ব্যয়ৰ সৈতে কৰা হৈছে, যাৰ ফলত ২০২১-২২ চনৰ পৰা ২০২৫-২৬ চনলৈ পঞ্চদশ বিত্ত আয়োগৰ চক্ৰত মুঠ ব্যয় ৩৪০০ কোটি টকালৈ বৃদ্ধি পাইছে।

কেবিনেটে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ (BVFCL) বৰ্তমানৰ চৌহদত নতুন ব্ৰাউনফিল্ড এমনিয়া-ইউৰিয়া কমপ্লেক্স নামৰূপ ৪ৰ্থ সাৰ প্ৰকল্প স্থাপনত অনুমোদন জনায়

March 19th, 04:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি অসমৰ নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ (BVFCL) বৰ্তমানৰ চৌহদত বাৰ্ষিক ১২.৭ লাখ মেট্ৰিক টন (LMT) ইউৰিয়া উৎপাদনৰ ক্ষমতা সম্পন্ন এটি নতুন ব্ৰাউনফিল্ড এমনিয়া-ইউৰিয়া কমপ্লেক্স স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ইয়াৰ আনুমানিক মুঠ প্ৰকল্প ব্যয় হ’ব নতুন বিনিয়োগ নীতি, ২০১২ আৰু ৭ অক্টোবৰ, ২০১৪ত ইয়াৰ সংশোধনীৰ অধীনত জইন্ট ভেন্সাৰ (JV)ৰ জৰিয়তে ৭০:৩০ ঋণ ইকুইটি অনুপাতৰে ১০,৬০১.৪০ কোটি টকা। নামৰূপ-৪ৰ্থ প্ৰকল্প কাৰ্য্যক্ষম হৈ উঠাৰ আনুমানিক সামগ্ৰিক সময়সীমা ৪৮ মাহ।

কেবিনেটে কৃষকসকললৈ সুলভ মূল্যত ডিএপিৰ বহনক্ষম উপলব্ধতা নিশ্চিতকৰণৰ অৰ্থে ১ জানুৱাৰীৰপৰা পৰৱৰ্তী নিৰ্দেশনালৈকে এনবিএছ ৰাজসাহায্যৰ বাহিৰেও ডাই-এমোনিয়াম ফছফেট (DAP)ৰ এক-কালীন বিশেষ পেকেজৰসম্প্ৰসাৰণত অনুমোদন জনায়

January 01st, 03:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে কৃষকসকললৈ সুলভ মূল্যত ডিএপিৰ বহনক্ষম উপলব্ধতা নিশ্চিতকৰণৰ অৰ্থে১ জানুৱাৰীৰপৰা পৰৱৰ্তী নিৰ্দেশনালৈকেএনবিএছ ৰাজসাহায্য প্ৰতি মেট্ৰিক টনত (MT)৩,৫০০ টকাৰ বাহিৰেও ডাই-এমোনিয়াম ফছফেট (DAP)ৰ এক-কালীন বিশেষ পেকেজ সম্প্ৰসাৰণৰ বাবে সাৰ বিভাগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ইয়াৰ বাবে সম্ভাৱ্য বাজেটৰ প্ৰয়োজনীয়তা প্ৰায় ৩,৮৫০ কোটি টকাপৰ্য্যন্ত হ’ব পাৰে।

ভাৰতীয় ৰে’লৱেত তিনিটা মাল্টিট্ৰেকিং প্ৰকল্পত অনুমোদন কেবিনেটৰঃ সংযোগ, ভ্ৰমণৰ সুবিধা প্ৰদান, লজিষ্টিক ব্যয় হ্ৰাস, তেল আমদানি হ্ৰাস কৰা আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাসৰ লক্ষ্য

November 25th, 08:52 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে আজি ৰে’ল মন্ত্ৰালয়ৰ তিনিটা প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পসমূহত আনুমানিক ৭,৯২৭ কোটি টকা ব্যয় হ’ব।

Launch of National Mission on Natural Farming

November 25th, 08:39 pm

The Union Cabinet chaired by PM Modi approved the launching of the National Mission on Natural Farming (NMNF) as a standalone Centrally Sponsored Scheme under the Ministry of Agriculture & Farmers' Welfare. The scheme has a total outlay of Rs.2481 crore (Government of India share – Rs.1584 crore; State share – Rs.897 crore) till the 15th Finance Commission (2025-26).

বিশ্ব সমবায় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

November 25th, 03:30 pm

ভূটানৰ প্ৰধানমন্ত্ৰী আৰু মোৰ কনিষ্ঠ ভ্ৰাতৃ, ফিজিৰ উপ-প্ৰধানমন্ত্ৰী, ভাৰতৰ সমবায় মন্ত্ৰী অমিত শ্বাহ, আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰজোঁটৰ অধ্যক্ষ, ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি, সমগ্ৰ বিশ্বৰপৰা ইয়াত সমবেত হোৱা সমবায় জগতৰ সৈতে জড়িত সকলো সহযোগী, ভদ্ৰলোক আৰু মহিলাসকল।

PM Modi inaugurates ICA Global Cooperative Conference 2024

November 25th, 03:00 pm

PM Modi inaugurated the ICA Global Cooperative Conference 2024. Emphasising the centuries-old culture, Prime Minister Modi said, “For the world, cooperatives are a model but for India it is the basis of culture, a way of life.”

দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনত প্ৰধানমন্ত্ৰীৰ মুকলি ভাষণৰ লিখিত ৰূপ

November 21st, 02:15 am

মোৰ বন্ধু ৰাষ্ট্ৰপতি ইৰফান আলী আৰু প্ৰধানমন্ত্ৰী ডিকন মিচেলৰ সৈতে দ্বিতীয় ভাৰত-কেৰিকম সন্মিলন আয়োজন কৰি মই অপৰিসীম আনন্দ লাভ কৰিছো। কেৰিকম পৰিয়ালৰ সকলো সদস্যক আন্তৰিকতাৰে আদৰণি জনাইছো আৰু বিশেষকৈ এই সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে ৰাষ্ট্ৰপতি ইৰফান আলীক ধন্যবাদ জনাইছো।

PM Modi attends Second India CARICOM Summit

November 21st, 02:00 am

PM Modi and Grenada PM Dickon Mitchell co-chaired the 2nd India-CARICOM Summit in Georgetown. PM Modi expressed solidarity with CARICOM nations for Hurricane Beryl's impact and reaffirmed India's commitment as a reliable partner, focusing on development cooperation aligned with CARICOM's priorities.

সেউজ হাইড্ৰজেন সন্দৰ্ভত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ

September 11th, 10:40 am

বিজ্ঞানী আৰু উদ্ভাৱক, উদ্যোগ খণ্ডৰ নেতা তথা মোৰ মৰমৰ বন্ধুসকল,

সেউজ হাইড্ৰজেন সন্দৰ্ভত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

September 11th, 10:20 am

প্ৰধানমন্ত্ৰীয়ে সেউজ হাইড্ৰজেন সম্পৰ্কীয় দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত সকলো গণ্যমান্য ব্যক্তিক উষ্ম আদৰণি জনাই ভাষণৰ আৰম্ভণিতে কয় যে বিশ্বই এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈ গৈছে। তেওঁ জলবায়ু পৰিৱৰ্তন কেৱল ভৱিষ্যতৰ কথা নহয়, ইয়াৰ প্ৰভাৱ এতিয়া অনুভৱ কৰিব পৰা যায় বুলি ক্ৰমাৎ উপলব্ধি কৰাত গুৰুত্ব আৰোপ কৰে। “এতিয়াই ইয়াত কাম কৰাৰ”, শ্ৰী মোদীয়ে কয়। তেওঁ উল্লেখ কৰে যে শক্তিৰ পৰিৱৰ্তন আৰু বহনক্ষমতা বিশ্ব নীতিৰ বক্তৃতাৰ কেন্দ্ৰীয় বিষয় হৈ পৰিছে।

Cabinet approves the Digital Agriculture Mission today with an outlay of Rs. 2817 Crore, including the central share of Rs. 1940 Crore

September 02nd, 06:30 pm

The Union Cabinet Committee chaired by the Prime Minister Shri Narendra Modi approved the Digital Agriculture Mission today with an outlay of Rs. 2817 Crore, including the central share of Rs. 1940 Crore.

কেবিনেটে ভাৰতীয় ৰে’লৱেত সংযোগ বৃদ্ধি, যাতায়াত সহজ কৰা, লজিষ্টিক খৰচ হ্ৰাস কৰা, তেল আমদানি হ্ৰাস কৰা আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্যৰে দুটা নতুন লাইন আৰু এটা মাল্টি ট্ৰেকিং প্ৰকল্পত অনুমোদন জনায়

August 28th, 05:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটী (চিচিইএ)য়ে ৰে’ল মন্ত্ৰালয়ৰ প্ৰায় ৬,৪৫৬ কোটি টকাৰ মুঠ আনুমানিক ব্যয় সাপেক্ষে তিনিটা প্ৰকল্পত অনুমোদন জনাইছে।

মহাকাশ খণ্ডৰ সংস্কাৰৰ দ্বাৰা দেশৰ যুৱক-যুৱতীসকল লাভৱান হৈছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী

August 25th, 11:30 am

বন্ধুসকল, মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱক-যুৱতীসকলো যথেষ্ট উপকৃত হৈছে, গতিকে মই ভাবিলোঁ যে আজি ‘মন কী বাত’ত মহাকাশ খণ্ডৰ সৈতে জড়িত মোৰ কেইজনমান যুৱ বন্ধুৰ সৈতে কথা পাতো৷ মোৰ সৈতে কথা পাতিবলৈ যোগদান কৰিছে স্পেচটেক ষ্টাৰ্ট-আপ গেলেক্সআইৰ দলটো। এই ষ্টাৰ্ট-আপ আৰম্ভ কৰিছিল আইআইটি-মাদ্ৰাজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে। এই আটাইকেইজন যুৱক আজি মোৰ লগত ফোন লাইনত সংযোগ হৈছে৷ তেওঁলোক হৈছে সুয়াশ, ডেনিয়েল, ৰক্ষিত, কিষাণ আৰু প্ৰনীত। আহক, এই যুৱকসকলৰ অভিজ্ঞতা সম্পৰ্কে আমি জানো।

২০৩০ চনলৈকে ৰাছিয়া-ভাৰত অৰ্থনৈতিক সহযোগিতাৰ কৌশলগত ক্ষেত্ৰসমূহৰ অগ্ৰগতিক লৈ নেতৃবৃন্দৰ যুটীয়া বিবৃতি

July 09th, 09:49 pm

মস্কোত ৮-৯জুলাইত ৰাছিয়া আৰু ভাৰতৰ মাজত অনুষ্ঠিত ২২তম বাৰ্ষিক দ্বিপাক্ষিক শীৰ্ষ সন্মিলনৰ পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি মাননীয় ভ্লাদিমিৰ পুটিন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক ব্যৱহাৰিক সহযোগিতা আৰু ৰাছিয়া-ভাৰত বিশেষ আৰু বিশেষাধিকাৰপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বৰ বিকাশৰ সাম্প্ৰতিক বিষয়সমূহৰ ওপৰত সম্পূৰ্ণ মত বিনিময় কৰে।

ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত ৰাজ্যসভাত অনুষ্ঠিত বিতৰ্কৰ উত্তৰ দান কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

July 03rd, 12:45 pm

ৰাষ্ট্ৰপতি মহোদয়াই অভিভাষণ প্ৰদান কৰাৰ পাচত তেওঁক ধন্যবাদ জনোৱাৰ উদ্দেশ্যে মই এই আলোচনাত যোগদান কৰিছো। ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণত দেশবাসীৰ বাবে অনুপ্ৰেৰণা আছিল, উৎসাহ আছিল আৰু এক প্ৰকাৰে সত্যৰ পথকো পুৰস্কৃত কৰা হৈছিল।

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ সন্দৰ্ভত ধন্যবাদ প্ৰস্তাৱত প্ৰধানমন্ত্ৰীৰ উত্তৰ

July 03rd, 12:00 pm

আজি ৰাজ্যসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা ভাষণৰ সন্দৰ্ভত ধন্যবাদৰ প্ৰস্তাৱৰ উত্তৰ দিয়ে।